Java/C2/Parameterized-constructors/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
  00:02   জাভাত parameterized constructor ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম।
  00:08   এই টিউটোৰিয়েলত আমি শিকিম,
  00:10 parameterized constructor ৰ সম্পর্কে
  00:13 আৰু parameterized constructor তৈয়াৰ কৰা।
00:17   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, জাভা ডেভেলপমেন্ট কিট 1.6  আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

  00:29    এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি
  00:32 জাভাত এক্লীপ্স ব্যবহাৰ কৰি ডিফল্ট কন্সট্রকটৰ তৈয়াৰ কৰা সম্পর্কে জানা আবশ্যক।
  00:37 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক

(http://www.spoken-tutorial.org)

  00:44 parameterized constructor কি?
  00:48 এটা  কন্সট্রকটৰ যাৰ প্যাৰামিটাৰ আছে তাক parameterized constructor বোলা হয়।
  00:55 ইয়াত এটা বা একোধিক প্যাৰামিটাৰ থাকিব পাৰে।
00:59 এতিয়া এটা parameterized constructor তৈয়াৰ কৰো ।
  01:03 সেয়ে এক্লীপ্সত, আমাৰ উচৰত Student.java ফাইল আছে।
  01:09 আমি আগৰ টিউটৰিয়েলত এই ফাইলটো তৈয়াৰ কৰিছো ।
  01:15 এতিয়া কন্সট্রকটৰৰ ভিতৰত আমি ভ্যাৰিয়েবলক তাৰ ডিফল্ট মান দিম ।
  01:21 সেয়ে 10 ৰ পৰিবর্তে roll_number = 0
  01:27 আৰু Ramanৰ পৰিবর্তে name = null.
   01:33   তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a default constructor.
  01:55      সেয়ে আমি প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্রকটৰ তৈয়াৰ কৰিছো
  02:00 জাভাত, এইধৰনৰ কন্সট্রকটৰক ডিফল্ট কন্সট্রকটৰও বোলা হয়।
  02:07   এতিয়া আমি অনয় এটা কন্সট্রকটৰ তৈয়াৰ কৰো ।
  02:11 সেয়ে লিখক Student প্রথম বন্ধনী
  02:17 প্রথম বন্ধনীত int the_roll_number কমা String the_name.
  02:36   সেয়ে আমি কি কৰিছো যে, কন্সট্রকটৰ এটা প্যাৰামিটাৰৰ সৈতে ঘোষিত কৰিছো ।
  02:43 কন্সট্রকটৰৰ নাম Student যি এটা ক্লাসৰ নাম হয় ।
02:49    প্রথম বন্ধনীত আমি কন্সট্রকটৰক দুটা প্যাৰামিটাৰ দিছো।
  02:57 আমি কন্সট্রকটৰক যিকোনো সংখ্যা প্যাৰ‍ামিটাৰ দিব পাৰো
  03:02 এতিয়া কাৰ্ড়লী বন্ধনীত লিখক
  03:05 System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a parameterized constructor
  03:29 তাৰপিছত roll_number = the_roll_number.
  03:43 আৰু  name = the_name.
  03:53 সেয়ে আমি প্যাৰামিটাৰৰ সৈতে এটা কন্সট্রকটৰ তৈয়াৰ কৰিছো ।
03:58 এতিয়া এই কন্সট্রকটৰক আহ্বান কৰো ।
04:02 সেয়ে মেন মেথডত লিখক; student stu2 = new student প্রথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিতRaju.
04:28    studentDetail মেথডক কল কৰা হক।
04:31 সেয়ে লিখক, stu2.studentDetail
  04:38   প্রোগ্রাম সংৰক্ষণ কৰো ৰান কৰক ।
  04:44   আমি কনসোলত আউটপুট দেখো।
  04:48   ডিফল্ট কন্সট্রকটৰক প্রথমে কল কৰা হৈছে।
  04:52 ই ভ্যাৰিয়েবলবোৰক তাৰ ডিফল্ট মানলৈ সুচনা কৰে । 
  04:56    তাৰপিছত প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়।
  05:00 ই ভ্যাৰিয়েবলবোৰক মানলৈ সুচনা কৰে যি আর্গুমেন্ট হিচাবে পাস কৰা হয়।
  05:05 যি হল 11 আৰু Raju.
  05:08   এখন দেখি প্যাৰামিটাৰাইজড কন্সট্রকটৰ কিভাবে কাজ করে।
  05:12 যেতিয়া প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়, আমি ইয়ালৈ দুটি মান পাস কৰো ।
  05:18 এইবোৰক আর্গুমেন্ট বোলা হয়।
  05:22 11 মানটো প্যাৰামিটাৰ the_roll_number লৈ কপি কৰা হৈছে
  05:31 আৰু Raju মানটো প্যাৰামিটাৰ the_name লৈ কপি কৰা হৈছে
  05:41    তাৰপিছত the_roll_numberৰ মান roll_number লৈ নির্ধাৰিত কৰা হৈছে
  05:50 আৰু the_nameৰ মান name লৈ নির্ধাৰিত কৰা হৈছে
  05:55 সেয়ে আমি আউটপুটত 11 আৰু Raju দেখো
  06:00   এটা প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰাৰ সময়ত আমি কিছু সাধাৰণ এৰৰ দেখো ।
  06:07 ধৰক আমি কন্সট্রকটৰলৈ একক আর্গুমেন্ট পাস কৰো
  06:11 সেয়ে Raju মছি পেলাওক ।
  06:15   আমি  এটা এৰৰ পাইছো। ই কয় যে “The constructor Student with parameter (int) is undefined.”
  06:24    সেয়ে আর্গুমেন্টেৰ সংখ্যা প্যাৰামিটাৰৰ সংখ্যাৰ সৈতে মিলা আবশ্যক।
  06:30 ইয়াত আমি 'Rajuক  পুণৰ লিখিব পাৰো আৰু এৰৰটোক সমাধান কৰে।
  06:36 অথবা, আমি একক প্যাৰামিটাৰৰ সৈতে অনয় এটা কন্সট্রকটৰ সংজ্ঞা কৰিব পাৰো
06:42   সেইটো কৰা যাওক ।
  06:45 সেয়ে Student প্রথম বন্ধনীত int r number.
07:01  কাৰ্ড়লী বন্ধনীত, লিখক System dot out dot println
  07:13 বন্ধনী আৰু উদ্ধৃতিত I am a constructor with a single parameter
  07:29 তাৰপিছত roll_number = r number
07:48   ফাইলটি সংৰক্ষণ কৰক।
  07:51 আমি দেখো যে কন্সট্রকটৰ সংজ্ঞা কৰাৰ সময়ত এৰৰ সমাধান কৰা হয়।
07:58 প্রোগ্রাম ৰান কৰা যাওক।
08:02 কনসোলত আমি দেখো যে ৰোল নম্বৰৰ মান 11 ত নির্ধাৰিত কৰা হৈছে।
  08:08 যখনকি নাম হল null যদিও কন্সট্রকটৰে খালী এটা আর্গুমেন্টহে লয়।
  08:18   এতিয়া কন্সট্রকটৰক দুটা প্যাৰামিটাৰ সৈতে কল কৰা যাওক।
  08:23 সেয়ে লিখক Student stu3 = new Student.
08:40 প্রথম বন্ধনীত 11 কমা Raju.
  08:46 তাৰপিছত Stu3 dot studentDetail
  08:58   ধৰক ইয়াত আমি স্ট্রিং হিচাবে 11ক পাস কৰো, সেয়ে ডবল উদ্ধৃতি চিহ্ন যোগ কৰক।
  09:08 আমি এটা এৰৰ পাইছো ।
  09:10 ই কয় যে “The constructor Student String comma String is undefined.”
  09:17 সেয়ে আর্গুমেন্টেৰ ডেটা টাইপো সেই প্যাৰামিটাৰৰ সৈতে মিলা আবশ্যক।
   09:25 সেয়ে এতীয়া উদ্ধৃতিবোৰ মুছি পেলাওক আৰু ফাইল সংৰক্ষণ কৰক।
  09:32 এতিয়া আমি এৰৰ নেদেখো।
  09:35 সেয়ে প্রোগ্রাম ৰান কৰক।
  09:38   আউটপুটত আমি তিনটা কন্সট্রকটৰ দেখো।
  09:42 প্রথমটি হল ডিফল্ট কন্সট্রকটৰ,
  09:45 দ্বিতীয়টি হল এটা প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ
  09:50 আৰু তৃতীয়টি হল দুটি প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ।
  09:56 এইভাবে আমি জাভাত প্যাৰামিটাৰাইজড কন্সট্রকটৰ তৈয়াৰ কৰো।
  10:05 কন্সট্রকটৰ কিয় ?
  10:07   ক্লাচ এটাত ভ্যাৰিয়েবল বোৰ instance তৈয়াৰ  কৰাৰ প্রতিবাৰে ইনিসিয়েলাইজ মানে সুচনা কৰা আবশ্যক।
  10:13 প্রতিটো ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰা ক্লান্তিজনক হব পাৰে
  10:18 সেয়ে জাভায়ে অবজেক্টবোৰক সিহতৰ তৈয়াৰ কৰাৰ সময়ত ইনিসিয়েলাইজ কৰাৰ অনুমতি দেয়।
  10:25 এইটো কন্সট্রাকটৰ ব্যবহাৰৰ দ্ৱাৰা সঞ্চালিত হয়।
  10:30   সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
  10:33 প্যাৰামিটাৰাইজড কন্সট্রকটৰ সম্পর্কে,
  10:36 প্যাৰামিটাৰাইজড কন্সট্রকটৰৰ কার্যকাৰিতা
  10:39 আৰু কন্সট্রকটৰ ব্যবহাৰৰ সুবিধা।
10:44   আত্ম মূল্যায়নৰ বাবে, Employee নামৰ ক্লাস তৈয়াৰ কৰক।
  10:48 ভিন্ন সংখ্যাৰ প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ তৈয়াৰ কৰক।
10:53 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
  10:56 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।  http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
  11:02 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  11:06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
   11:10   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
  11:12 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
  11:14 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  11:18 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  11:24 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  11:28 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  11:34 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:43   ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
  11:46 অংশগ্রহনৰ বাবে ধন্যবাদ।
  11:47 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Contributors and Content Editors

Mousumi, Pratik kamble