Java/C2/Parameterized-constructors/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:02 | জাভাত parameterized constructor ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম। |
| 00:08 | এই টিউটোৰিয়েলত আমি শিকিম, |
| 00:10 | parameterized constructor ৰ সম্পর্কে |
| 00:13 | আৰু parameterized constructor তৈয়াৰ কৰা। |
| 00:17 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, জাভা ডেভেলপমেন্ট কিট 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
| 00:29 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
| 00:32 | জাভাত এক্লীপ্স ব্যবহাৰ কৰি ডিফল্ট কন্সট্রকটৰ তৈয়াৰ কৰা সম্পর্কে জানা আবশ্যক। |
| 00:37 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
(http://www.spoken-tutorial.org) |
| 00:44 | parameterized constructor কি? |
| 00:48 | এটা কন্সট্রকটৰ যাৰ প্যাৰামিটাৰ আছে তাক parameterized constructor বোলা হয়। |
| 00:55 | ইয়াত এটা বা একোধিক প্যাৰামিটাৰ থাকিব পাৰে। |
| 00:59 | এতিয়া এটা parameterized constructor তৈয়াৰ কৰো । |
| 01:03 | সেয়ে এক্লীপ্সত, আমাৰ উচৰত Student.java ফাইল আছে। |
| 01:09 | আমি আগৰ টিউটৰিয়েলত এই ফাইলটো তৈয়াৰ কৰিছো । |
| 01:15 | এতিয়া কন্সট্রকটৰৰ ভিতৰত আমি ভ্যাৰিয়েবলক তাৰ ডিফল্ট মান দিম । |
| 01:21 | সেয়ে 10 ৰ পৰিবর্তে roll_number = 0 |
| 01:27 | আৰু Ramanৰ পৰিবর্তে name = null. |
| 01:33 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a default constructor. |
| 01:55 | সেয়ে আমি প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্রকটৰ তৈয়াৰ কৰিছো |
| 02:00 | জাভাত, এইধৰনৰ কন্সট্রকটৰক ডিফল্ট কন্সট্রকটৰও বোলা হয়। |
| 02:07 | এতিয়া আমি অনয় এটা কন্সট্রকটৰ তৈয়াৰ কৰো । |
| 02:11 | সেয়ে লিখক Student প্রথম বন্ধনী |
| 02:17 | প্রথম বন্ধনীত int the_roll_number কমা String the_name. |
| 02:36 | সেয়ে আমি কি কৰিছো যে, কন্সট্রকটৰ এটা প্যাৰামিটাৰৰ সৈতে ঘোষিত কৰিছো । |
| 02:43 | কন্সট্রকটৰৰ নাম Student যি এটা ক্লাসৰ নাম হয় । |
| 02:49 | প্রথম বন্ধনীত আমি কন্সট্রকটৰক দুটা প্যাৰামিটাৰ দিছো। |
| 02:57 | আমি কন্সট্রকটৰক যিকোনো সংখ্যা প্যাৰামিটাৰ দিব পাৰো |
| 03:02 | এতিয়া কাৰ্ড়লী বন্ধনীত লিখক |
| 03:05 | System dot out dot println বন্ধনী আৰু উদ্ধৃতিত I am a parameterized constructor |
| 03:29 | তাৰপিছত roll_number = the_roll_number. |
| 03:43 | আৰু name = the_name. |
| 03:53 | সেয়ে আমি প্যাৰামিটাৰৰ সৈতে এটা কন্সট্রকটৰ তৈয়াৰ কৰিছো । |
| 03:58 | এতিয়া এই কন্সট্রকটৰক আহ্বান কৰো । |
| 04:02 | সেয়ে মেন মেথডত লিখক; student stu2 = new student প্রথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিতRaju. |
| 04:28 | studentDetail মেথডক কল কৰা হক। |
| 04:31 | সেয়ে লিখক, stu2.studentDetail |
| 04:38 | প্রোগ্রাম সংৰক্ষণ কৰো ৰান কৰক । |
| 04:44 | আমি কনসোলত আউটপুট দেখো। |
| 04:48 | ডিফল্ট কন্সট্রকটৰক প্রথমে কল কৰা হৈছে। |
| 04:52 | ই ভ্যাৰিয়েবলবোৰক তাৰ ডিফল্ট মানলৈ সুচনা কৰে । |
| 04:56 | তাৰপিছত প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়। |
| 05:00 | ই ভ্যাৰিয়েবলবোৰক মানলৈ সুচনা কৰে যি আর্গুমেন্ট হিচাবে পাস কৰা হয়। |
| 05:05 | যি হল 11 আৰু Raju. |
| 05:08 | এখন দেখি প্যাৰামিটাৰাইজড কন্সট্রকটৰ কিভাবে কাজ করে। |
| 05:12 | যেতিয়া প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰা হয়, আমি ইয়ালৈ দুটি মান পাস কৰো । |
| 05:18 | এইবোৰক আর্গুমেন্ট বোলা হয়। |
| 05:22 | 11 মানটো প্যাৰামিটাৰ the_roll_number লৈ কপি কৰা হৈছে |
| 05:31 | আৰু Raju মানটো প্যাৰামিটাৰ the_name লৈ কপি কৰা হৈছে |
| 05:41 | তাৰপিছত the_roll_numberৰ মান roll_number লৈ নির্ধাৰিত কৰা হৈছে |
| 05:50 | আৰু the_nameৰ মান name লৈ নির্ধাৰিত কৰা হৈছে |
| 05:55 | সেয়ে আমি আউটপুটত 11 আৰু Raju দেখো |
| 06:00 | এটা প্যাৰামিটাৰাইজড কন্সট্রকটৰক কল কৰাৰ সময়ত আমি কিছু সাধাৰণ এৰৰ দেখো । |
| 06:07 | ধৰক আমি কন্সট্রকটৰলৈ একক আর্গুমেন্ট পাস কৰো |
| 06:11 | সেয়ে Raju মছি পেলাওক । |
| 06:15 | আমি এটা এৰৰ পাইছো। ই কয় যে “The constructor Student with parameter (int) is undefined.” |
| 06:24 | সেয়ে আর্গুমেন্টেৰ সংখ্যা প্যাৰামিটাৰৰ সংখ্যাৰ সৈতে মিলা আবশ্যক। |
| 06:30 | ইয়াত আমি 'Rajuক পুণৰ লিখিব পাৰো আৰু এৰৰটোক সমাধান কৰে। |
| 06:36 | অথবা, আমি একক প্যাৰামিটাৰৰ সৈতে অনয় এটা কন্সট্রকটৰ সংজ্ঞা কৰিব পাৰো |
| 06:42 | সেইটো কৰা যাওক । |
| 06:45 | সেয়ে Student প্রথম বন্ধনীত int r number. |
| 07:01 | কাৰ্ড়লী বন্ধনীত, লিখক System dot out dot println |
| 07:13 | বন্ধনী আৰু উদ্ধৃতিত I am a constructor with a single parameter. |
| 07:29 | তাৰপিছত roll_number = r number |
| 07:48 | ফাইলটি সংৰক্ষণ কৰক। |
| 07:51 | আমি দেখো যে কন্সট্রকটৰ সংজ্ঞা কৰাৰ সময়ত এৰৰ সমাধান কৰা হয়। |
| 07:58 | প্রোগ্রাম ৰান কৰা যাওক। |
| 08:02 | কনসোলত আমি দেখো যে ৰোল নম্বৰৰ মান 11 ত নির্ধাৰিত কৰা হৈছে। |
| 08:08 | যখনকি নাম হল null যদিও কন্সট্রকটৰে খালী এটা আর্গুমেন্টহে লয়। |
| 08:18 | এতিয়া কন্সট্রকটৰক দুটা প্যাৰামিটাৰ সৈতে কল কৰা যাওক। |
| 08:23 | সেয়ে লিখক Student stu3 = new Student. |
| 08:40 | প্রথম বন্ধনীত 11 কমা Raju. |
| 08:46 | তাৰপিছত Stu3 dot studentDetail |
| 08:58 | ধৰক ইয়াত আমি স্ট্রিং হিচাবে 11ক পাস কৰো, সেয়ে ডবল উদ্ধৃতি চিহ্ন যোগ কৰক। |
| 09:08 | আমি এটা এৰৰ পাইছো । |
| 09:10 | ই কয় যে “The constructor Student String comma String is undefined.” |
| 09:17 | সেয়ে আর্গুমেন্টেৰ ডেটা টাইপো সেই প্যাৰামিটাৰৰ সৈতে মিলা আবশ্যক। |
| 09:25 | সেয়ে এতীয়া উদ্ধৃতিবোৰ মুছি পেলাওক আৰু ফাইল সংৰক্ষণ কৰক। |
| 09:32 | এতিয়া আমি এৰৰ নেদেখো। |
| 09:35 | সেয়ে প্রোগ্রাম ৰান কৰক। |
| 09:38 | আউটপুটত আমি তিনটা কন্সট্রকটৰ দেখো। |
| 09:42 | প্রথমটি হল ডিফল্ট কন্সট্রকটৰ, |
| 09:45 | দ্বিতীয়টি হল এটা প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ |
| 09:50 | আৰু তৃতীয়টি হল দুটি প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ। |
| 09:56 | এইভাবে আমি জাভাত প্যাৰামিটাৰাইজড কন্সট্রকটৰ তৈয়াৰ কৰো। |
| 10:05 | কন্সট্রকটৰ কিয় ? |
| 10:07 | ক্লাচ এটাত ভ্যাৰিয়েবল বোৰ instance তৈয়াৰ কৰাৰ প্রতিবাৰে ইনিসিয়েলাইজ মানে সুচনা কৰা আবশ্যক। |
| 10:13 | প্রতিটো ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰা ক্লান্তিজনক হব পাৰে |
| 10:18 | সেয়ে জাভায়ে অবজেক্টবোৰক সিহতৰ তৈয়াৰ কৰাৰ সময়ত ইনিসিয়েলাইজ কৰাৰ অনুমতি দেয়। |
| 10:25 | এইটো কন্সট্রাকটৰ ব্যবহাৰৰ দ্ৱাৰা সঞ্চালিত হয়। |
| 10:30 | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো |
| 10:33 | প্যাৰামিটাৰাইজড কন্সট্রকটৰ সম্পর্কে, |
| 10:36 | প্যাৰামিটাৰাইজড কন্সট্রকটৰৰ কার্যকাৰিতা |
| 10:39 | আৰু কন্সট্রকটৰ ব্যবহাৰৰ সুবিধা। |
| 10:44 | আত্ম মূল্যায়নৰ বাবে, Employee নামৰ ক্লাস তৈয়াৰ কৰক। |
| 10:48 | ভিন্ন সংখ্যাৰ প্যাৰামিটাৰৰ সৈতে কন্সট্রকটৰ তৈয়াৰ কৰক। |
| 10:53 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
| 10:56 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
| 11:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 11:06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 11:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 11:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 11:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 11:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:28 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:34 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:43 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
| 11:46 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
| 11:47 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |