Java/C2/Constructor-overloading/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:03 | জাভাত constructor overloading ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:10 | constructor overloading কি? |
00:13 | আৰু কন্সট্রাকটৰ ওভাৰলোড কৰা। |
00:16 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00:30 | জাভাত eclipse বয়ৱহাৰ কৰি কেনেকৈ কন্সট্রাকটৰ তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। |
00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
(http://www.spoken-tutorial.org) |
00:40 | constructor overloading কি? |
00:43 | ক্লাসৰ কাৰনে একোধিক কন্সট্রাকটৰ বোৰৰ ব্যাখ্যা। |
00:46 | সিহত প্যাৰিমিটাৰৰ প্ৰকাৰ আৰু সংখ্যাত ভিন্ন হোৱা আবশ্যক। |
00:50 | এতিয়া চাও কন্সট্রাকটৰ ওভাৰলোড কেনেকৈ কৰে |
00:54 | eclipseত, মোৰ উচৰত দুটা ভ্যাৰিয়েবল অৰু এটা মেথডৰ সৈতে এটা ক্লাস Student আছে। |
01:03 | প্রথমে এটা প্যাৰামিটাৰইসড কন্সট্রাকটৰ তৈয়াৰ কৰো |
01:07 | সেয়ে টাইপ কৰক, Student প্রথম বন্ধনীত int number কমা String the_name. |
01:26 | কৰ্ড়লী বান্ধনীত লিখক, roll_number ইস ইকুয়েল টু number; |
01:38 | আৰু name ইস ইকুয়াল টু the_name |
01:46 | সেয়ে অমাৰ উচৰত দুটা প্যাৰামিটাৰৰ সৈতে এথা কন্সট্রাকটৰ আছে । |
01:51 | এইটোক কন্সট্রাকটৰ বোলি কও । |
01:53 | সেয়ে name মেথডত লিখক new Student প্রথম বন্ধনীত সেমিকোলন। |
02:03 | আমি এটা এৰৰ দেখো । ই কয় যে constructor Student is undefined. |
02:10 | ই সহজ কাৰণ আমি কন্সট্রাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে ব্যাখ্যা কৰিছো । |
02:16 | আৰু আমি প্যাৰামিটাৰবোৰ নোহোৱাকৈ কন্সট্রাকটৰ এটা আহ্বান কৰিছো । |
02:22 | সেয়ে আমি আর্গুমেন্ট বোৰ পাস কৰিব লাগিব । |
02:25 | সেয়ে প্রথম বন্ধনীত লিখক 22 কমা ডবল উদ্ধৃতিত Ram. |
02:33 | আমি দেখো যে এৰৰটো সমাধান কৰা হৈছে । |
02:36 | মেথড ক আহ্বান কৰা হক । |
02:38 | সেয়ে newৰ আগত লিখক Student s ইস ইকুয়াল টু new student. |
02:45 | এতিয়া অবজেক্ট s ব্যবহাৰ কৰি studentDetail( ) মেথড আহ্বান কৰক। |
02:53 | প্রোগ্রামটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
02:58 | আমি আউটপুট ৰুপে 22 আৰু Ram দেখো । |
03:03 | এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ ব্যাখ্যা কৰো। |
03:07 | সেয়ে লিখক, Student প্রথম বন্ধনীত |
03:12 | কাৰ্ড়লী বন্ধনীত roll_number ইস ইকুয়াল টু 0. |
03:21 | আৰু name ইস ইকুয়াল টু ডবল উদ্ধৃতিত hypen অর্থাৎ কোনো নাম নাই। |
03:30 | সেয়ে আমি এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ আহ্বান কৰিব পাৰো । |
03:35 | সুেয়ে লিখক Student s1 ইস ইকুয়েল টু new Student প্রথম বন্ধনীত সেমিকোলন। |
03:47 | এইবাৰ আমি এৰৰ দেখা নাই, যিহেতু আমি প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ ব্যাখ্যা কৰিছো । |
03:55 | তাৰপিছত s1 ডট studentDetail. |
04:01 | প্রোগ্রাম সংৰক্ষণ আৰু ৰান কৰক । |
04:04 | সু আউটপুটত zero আৰু dash দেখো আৰু ডিফল্ট কন্সট্রাকটৰ আহ্বান কৰা হৈছে। |
04:11 | এইটো হল কন্সট্রাকটৰ ওভাৰলোডিং। |
04:13 | আমাৰ উচৰত ভিন্ন প্যাৰামিটাৰৰ সৈতে দুটা কন্সট্রাকটৰ আছে । |
04:17 | দুয়োটা কন্সট্রাকটৰৰ নাম অবশ্যই একেই। |
04:20 | সেয়ে প্যাৰামিটাৰৰ ধৰণ আৰু সংখ্যাৰ উপৰত নির্ভৰ কৰি, কন্সট্রাকটৰ আহ্বান কৰা হয়। |
04:26 | কন্সট্রাকটৰ ওভাৰলোডিংৰ সুবিধাবোৰ চাও । |
04:30 | এতিয়া ধৰক কন্সট্রাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে আহ্বান কৰা হয়। |
04:35 | সেয়ে লিখক Student s3= new Student(); |
04:51 | এতিয়া প্রথম বন্ধনীত, ধৰক মই প্রথমে name আর্গুমেন্ট আৰু তাৰপিছত roll number দিছো। |
04:58 | দেখা যাওক কি হয়। |
04:59 | সেয়ে ডবল উদ্ধৃতিত Raju কমা 45. |
05:08 | আমি এটা এৰৰ দেখো যি কয় যে constructor student with the parameter String comma int is undefined. |
05:18 | সেয়ে প্রথমে কন্সট্রাকটৰ ব্যাখ্যা কৰো . |
05:22 | সেয়ে লিখক Student প্রথম বন্ধনীত String the_name কমা int r_no. |
05:42 | সেয়ে ইয়াত প্রথম প্যাৰামিটাৰ হল string আৰু দ্বিতীয় প্যাৰামিটাৰ হল int. |
05:52 | তাৰপিছত কাৰ্ড়লী বন্ধনীত, roll_number ইস ইকুয়েল টু r_no. |
06:05 | আৰু name ইস ইকুয়েল টু the_name. |
06:15 | প্রোগ্রাম সংৰক্ষণ কৰক । |
06:18 | এতিয়া আমি দেখি যে এৰৰটো সমাধান কৰা হৈছে। |
06:22 | এতিয়া মেথড আহ্বান কৰো । |
06:24 | সেয়ে s3 dot studentDetail. |
06:29 | প্রোগ্রাম সংৰক্ষণ কৰো আৰু ৰান কৰি । |
06:35 | সেয়ে আমি আউটপুট ৰুপে 45 আৰু Raju দেখিো । |
06:40 | সেয়ে ইয়াত অামি দেখো যে যেতিয়া আমি কন্সট্রাকটৰক আহ্বান কৰো , |
06:43 | আমি প্যাৰামিটাৰ বোৰৰ সম্পর্কে চিন্তা কৰিবলৈ নালাগে যি আমি পাস কৰি আছো। |
06:47 | ইয়াৰ কাৰন যে আমি ভিন্ন প্যাৰামিটাৰৰ সৈতে বহুবিধ কন্সট্রাকটৰ ব্যাখ্যা কৰিছো । |
06:54 | সেয়ে সঠিক কন্সট্রাকটৰ ওভাৰলোড হৈছে |
06:57 | এতিয়া আমি এটা কন্সট্রাকটৰ ব্যাখ্যা কৰিব পাৰো যি খালি এটা প্যাৰামিটাৰহে লয় |
07:02 | যি হয় roll number |
07:05 | সেয়ে লিখক Student প্রথম বন্ধনীত int num. |
07:16 | কাৰ্ডলী বন্ধনীত roll_number ইস ইকুয়েল টু num |
07:25 | name ইস ইকুয়েল টু no name. |
07:33 | এতিয়া এই কন্সট্রাকটৰক আহ্বান কৰো । |
07:43 | সেয়ে লিখক Student s4 ইস ইকুয়েল টু new Student. এইবাৰ একক আর্গুমেন্ট পাস কৰিম। সেয়ে 61 পাস কৰো । |
08:04 | তাৰপিছত s4 dot studentDetail |
08:10 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
08:14 | সেয়ে আমি আউটপুটত ৰোল নম্বৰ 61 আৰু নাম no name হিসাবে দেখো । |
08:21 | আমি যেনে দেখিব পাৰো যে যেতিয়া new দেখোৱাই সঠিক ওভাৰলোড হৈ থকা কন্সট্রাকটৰক আহ্বান কৰা হয়য়। |
08:27 | নির্দিষ্ট প্যাৰামিটাৰ উপৰত ভিত্তি কৰি সঠিক কন্সট্রাকটৰ ওভাৰলোড কৰা হৈছে। |
08:33 | এইভাবে কন্সট্রাকটৰ ওভাৰলোডিং সম্পন্ন কৰা হয়। |
08:40 | এই টিউটোৰীয়েলত আমি শিকিছো : |
08:42 | কন্সট্রাকটৰ ওভাৰলোডিং সম্পর্কে।
|
08:45 | কন্সট্রাকটৰ ওভাৰলোড কৰা আৰু কন্সট্রাকটৰ ওভাৰলোডিংৰ ব্যবহাৰ। |
08:50 | আত্ম মূল্যায়নৰ বাবে , Employee ক্লাসৰ বাবে একোধিক কন্সট্রাকটৰ তৈয়াৰ কৰক আৰু কন্সট্রাকটৰ ওভাৰলোড কৰক। |
08:58 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, |
09:00 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
09:06 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:09 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:12 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:15 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09:17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
09:20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:26 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:30 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:35 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:43 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
09:46 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
09:47 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |