Java/C2/Constructor-overloading/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
  00:03 জাভাত constructor overloading ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম।
  00:08   এই টিউটোৰিয়েলত আমি শিকিম,
  00:10   constructor overloading কি?
  00:13 আৰু কন্সট্রাকটৰ ওভাৰলোড কৰা।
  00:16  এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

  00:27   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি
  00:30 জাভাত eclipse বয়ৱহাৰ কৰি কেনেকৈ কন্সট্রাকটৰ তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
  00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক

(http://www.spoken-tutorial.org)

  00:40 constructor overloading কি?
  00:43 ক্লাসৰ কাৰনে একোধিক কন্সট্রাকটৰ বোৰৰ ব্যাখ্যা।
  00:46 সিহত প্যাৰিমিটাৰৰ প্ৰকাৰ আৰু সংখ্যাত ভিন্ন হোৱা আবশ্যক।
00:50  এতিয়া চাও  কন্সট্রাকটৰ ওভাৰলোড কেনেকৈ কৰে
  00:54 eclipseত, মোৰ উচৰত দুটা ভ্যাৰিয়েবল অৰু এটা মেথডৰ সৈতে  এটা ক্লাস Student আছে।
   01:03 প্রথমে এটা প্যাৰামিটাৰইসড কন্সট্রাকটৰ তৈয়াৰ কৰো
  01:07 সেয়ে টাইপ কৰক, Student প্রথম বন্ধনীত int number কমা String the_name.
  01:26 কৰ্ড়লী বান্ধনীত লিখক, roll_number ইস ইকুয়েল টু number;
  01:38 আৰু name ইস ইকুয়াল টু the_name 
  01:46 সেয়ে অমাৰ উচৰত দুটা প্যাৰামিটাৰৰ সৈতে এথা কন্সট্রাকটৰ আছে ।
  01:51   এইটোক কন্সট্রাকটৰ বোলি কও ।
  01:53 সেয়ে name মেথডত লিখক new Student  প্রথম বন্ধনীত সেমিকোলন।
  02:03   আমি এটা এৰৰ দেখো । ই কয় যে constructor Student is undefined. 
  02:10 ই সহজ কাৰণ আমি কন্সট্রাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে ব্যাখ্যা কৰিছো ।
  02:16 আৰু আমি প্যাৰামিটাৰবোৰ নোহোৱাকৈ  কন্সট্রাকটৰ এটা আহ্বান কৰিছো ।
  02:22 সেয়ে আমি আর্গুমেন্ট বোৰ পাস কৰিব লাগিব ।
  02:25 সেয়ে প্রথম বন্ধনীত লিখক 22 কমা ডবল উদ্ধৃতিত Ram.
  02:33 আমি দেখো যে এৰৰটো সমাধান কৰা হৈছে ।
  02:36   মেথড ক আহ্বান কৰা হক ।
  02:38 সেয়ে  newৰ আগত লিখক Student s ইস ইকুয়াল টু new student.
  02:45 এতিয়া অবজেক্ট s ব্যবহাৰ কৰি studentDetail( ) মেথড আহ্বান কৰক।
  02:53   প্রোগ্রামটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
  02:58   আমি আউটপুট ৰুপে 22 আৰু Ram দেখো ।
03:03 এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ  ব্যাখ্যা কৰো।
  03:07 সেয়ে লিখক, Student প্রথম বন্ধনীত
  03:12 কাৰ্ড়লী বন্ধনীত roll_number ইস ইকুয়াল টু 0.
  03:21 আৰু name ইস ইকুয়াল টু ডবল উদ্ধৃতিত hypen অর্থাৎ কোনো নাম নাই।
   03:30   সেয়ে  আমি এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ আহ্বান কৰিব পাৰো ।
  03:35 সুেয়ে লিখক Student s1 ইস ইকুয়েল টু new Student প্রথম বন্ধনীত সেমিকোলন।
  03:47   এইবাৰ আমি এৰৰ দেখা নাই, যিহেতু আমি প্যাৰামিটাৰ নোহোৱা কন্সট্রাকটৰ  ব্যাখ্যা কৰিছো ।
  03:55   তাৰপিছত s1 ডট studentDetail.
04:01  প্রোগ্রাম সংৰক্ষণ আৰু ৰান কৰক ।
04:04 সু আউটপুটত zero আৰু dash দেখো আৰু ডিফল্ট কন্সট্রাকটৰ আহ্বান কৰা  হৈছে।
  04:11 এইটো হল কন্সট্রাকটৰ ওভাৰলোডিং।
  04:13 আমাৰ উচৰত ভিন্ন প্যাৰামিটাৰৰ সৈতে দুটা কন্সট্রাকটৰ আছে ।
  04:17 দুয়োটা কন্সট্রাকটৰৰ নাম অবশ্যই একেই।
  04:20 সেয়ে প্যাৰামিটাৰৰ ধৰণ আৰু সংখ্যাৰ উপৰত নির্ভৰ কৰি, কন্সট্রাকটৰ আহ্বান কৰা  হয়।
04:26  কন্সট্রাকটৰ ওভাৰলোডিংৰ সুবিধাবোৰ চাও ।
  04:30 এতিয়া ধৰক কন্সট্রাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে আহ্বান কৰা হয়।
  04:35 সেয়ে লিখক Student s3= new Student();
  04:51 এতিয়া প্রথম বন্ধনীত, ধৰক মই প্রথমে name আর্গুমেন্ট আৰু তাৰপিছত roll number দিছো।
  04:58 দেখা যাওক কি হয়।
  04:59 সেয়ে ডবল উদ্ধৃতিত Raju কমা 45.
  05:08   আমি এটা এৰৰ দেখো যি কয় যে constructor student with the parameter String comma int is undefined.
05:18  সেয়ে প্রথমে কন্সট্রাকটৰ ব্যাখ্যা কৰো .
05:22 সেয়ে লিখক Student প্রথম বন্ধনীত String the_name কমা int r_no.
05:42 সেয়ে ইয়াত প্রথম প্যাৰামিটাৰ হল string আৰু দ্বিতীয় প্যাৰামিটাৰ হল int.
05:52 তাৰপিছত কাৰ্ড়লী বন্ধনীত, roll_number ইস ইকুয়েল টু r_no.
06:05 আৰু name ইস ইকুয়েল টু the_name.
06:15  প্রোগ্রাম সংৰক্ষণ কৰক ।
06:18 এতিয়া আমি দেখি যে এৰৰটো  সমাধান কৰা হৈছে।
  06:22 এতিয়া মেথড আহ্বান কৰো ।
06:24 সেয়ে s3 dot studentDetail.
  06:29   প্রোগ্রাম সংৰক্ষণ কৰো আৰু ৰান কৰি ।
  06:35 সেয়ে আমি আউটপুট ৰুপে 45 আৰু Raju দেখিো ।
06:40 সেয়ে ইয়াত অামি দেখো যে যেতিয়া আমি কন্সট্রাকটৰক আহ্বান কৰো ,
06:43 আমি প্যাৰামিটাৰ বোৰৰ সম্পর্কে চিন্তা কৰিবলৈ নালাগে যি আমি পাস কৰি আছো।
06:47 ইয়াৰ কাৰন যে আমি ভিন্ন প্যাৰামিটাৰৰ সৈতে বহুবিধ কন্সট্রাকটৰ ব্যাখ্যা কৰিছো ।
06:54 সেয়ে সঠিক কন্সট্রাকটৰ ওভাৰলোড হৈছে
   06:57 এতিয়া আমি এটা কন্সট্রাকটৰ ব্যাখ্যা কৰিব পাৰো যি খালি এটা প্যাৰামিটাৰহে লয়
07:02 যি হয় roll number
07:05 সেয়ে লিখক Student প্রথম বন্ধনীত int num.
07:16 কাৰ্ডলী বন্ধনীত  roll_number ইস ইকুয়েল টু num
07:25 name ইস ইকুয়েল টু no name.
07:33 এতিয়া এই কন্সট্রাকটৰক আহ্বান কৰো ।
07:43 সেয়ে লিখক Student s4 ইস ইকুয়েল টু new Student. এইবাৰ একক আর্গুমেন্ট পাস কৰিম। সেয়ে 61 পাস কৰো ।
08:04 তাৰপিছত  s4 dot studentDetail
08:10  প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
  08:14 সেয়ে আমি আউটপুটত ৰোল নম্বৰ 61 আৰু নাম no name হিসাবে দেখো ।
08:21 আমি যেনে দেখিব পাৰো যে যেতিয়া new দেখোৱাই সঠিক ওভাৰলোড হৈ থকা কন্সট্রাকটৰক আহ্বান কৰা হয়য়।
08:27 নির্দিষ্ট প্যাৰামিটাৰ উপৰত ভিত্তি কৰি সঠিক কন্সট্রাকটৰ ওভাৰলোড কৰা হৈছে।
08:33 এইভাবে কন্সট্রাকটৰ ওভাৰলোডিং সম্পন্ন কৰা হয়।
  08:40   এই টিউটোৰীয়েলত আমি শিকিছো :
08:42 কন্সট্রাকটৰ ওভাৰলোডিং সম্পর্কে।

 

08:45  কন্সট্রাকটৰ ওভাৰলোড কৰা আৰু কন্সট্রাকটৰ ওভাৰলোডিংৰ ব্যবহাৰ।
08:50  আত্ম মূল্যায়নৰ বাবে , Employee ক্লাসৰ বাবে একোধিক কন্সট্রাকটৰ তৈয়াৰ কৰক আৰু কন্সট্রাকটৰ ওভাৰলোড কৰক।
08:58  স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
09:00  এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
09:06  কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:09  যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
   09:12   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:15  কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:17  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:20  অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  09:26 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:30   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:35  ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  09:43   ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
09:46 অংশগ্রহনৰ বাবে ধন্যবাদ।
09:47  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble