Inkscape/C2/Align-and-distribute-objects/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নম্সকাৰ দৰ্শক সকল. Align and distribute objects এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | বিভিন্ন অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰা। |
00:12 | ৰো আৰু কলমত অবজেক্ট সুসজ্জিত কৰা। |
00:16 | অবজেক্টৰ মাঝত স্পেস সেট কৰা আৰু টাইল প্যাটার্ন তৈয়াৰ কৰা। |
00:22 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
00:24 | উবুন্টু লিনাক্স 12.04 OS, |
00:27 | Inkscape সংস্কৰণ 0.48.4. |
00:31 | Dash home ত যাওক আৰু লিখক Inkscape. |
00:35 | এতিয়া লোগোত টিপক। |
00:37 | এতিয়া ইতিমধ্যে সংৰক্ষণ কৰা Inkscape ডকুমেন্ট খুলো। |
00:44 | ইয়াতে ক্যানভাসত এলোমেলোভাবে স্থিত 5টা বিভিন্ন আকাৰ চাব পাৰি। |
00:50 | ইনকস্কেপ ক্যানভাসত, 5 টা আকাৰ আকি যিভাবে দেখোৱা হৈছে সেইভাবে ৰাখক। |
00:55 | এতিয়া, অবজেক্ট সাৰিবদ্ধ কৰা চাও। |
00:59 | Object মেনুত যাওক আৰু Align and distribute ত টিপক। |
01:04 | Align and distribute ডায়লগ বাক্স ইন্টাৰফেসৰ সোফালে খোলে। |
01:09 | পজিশনিং এৰ দুই ধৰন ইয়াতে উপলব্ধ। |
01:12 | Align যেতিয়া অবজেক্টৰ কেন্দ্র বা প্রান্ত ইটো সিটোৰ সৈতে সাৰিবদ্ধ থাকে। |
01:18 | Distribute যেতিয়া অবজেক্ট তাৰ কেন্দ্র বা প্রান্তৰ উপৰত ভিত্তি কৰি অনুভূমিক বা উল্লম্ব ফালে বিন্যস্ত থাকে। |
01:29 | আমি এই বিকল্প আৰু তাৰ সাব-বিকল্প ব্যবহাৰ কৰি বিভিন্ন ভাবে অবজেক্ট সাৰিবদ্ধ কৰিব পাৰো। |
01:36 | ইয়াতে আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য আছে: Relative to. |
01:39 | এইটোক ব্যবহাৰ কৰি আমি অন্য কিছু ৰেফাৰেন্স কৰি অবজেক্ট সাৰিবদ্ধ কৰিবলৈ পাৰো। |
01:44 | ইয়াতে বিকল্পবোৰ চাব ড্রপ ডাউন তালিকাত টিপক। |
01:47 | সেয়ে আমাৰ কাষত Last selected, First selected, Biggest object, Smallest object, Page, Drawing আৰু Selection আছে। |
02:00 | ডিফল্টৰুপে অবজেক্ট Page এৰ ভিত্তিত সাৰিবদ্ধ হব। |
02:04 | যাৰ মানে নির্বাচিত অবজেক্ট আপোনাৰ Page মাত্রা অনুযায়ী, Align and Distribute অপাৰেশনে জবাব দিব। |
02:13 | ক্যানভাসত সকলো অবজেক্ট নির্বাচন কৰিবলৈ Ctrl + A টিপক। |
02:17 | প্রথম 5 টা আইকন অবজেক্টক উল্লম্ব ফালে সাৰিবদ্ধ কৰিব। |
02:22 | প্রথম আইকনত টিপো। |
02:25 | যিহেতু টুল টিপএ কয় যে অবজেক্টৰ সোপ্রান্ত anchor এৰ বাও প্রান্তত সাৰিবদ্ধ আছে। |
02:32 | আৰু এবাৰ কল কৰক। ইয়াতে anchor point হল page যিহেতু Relative to বিকল্প হল Page. |
02:38 | লক্ষ্য কৰক যে 2 অবজেক্ট এতিয়া ওভাৰল্যাপ আছে। |
02:43 | ওভাৰল্যাপ পূর্ববর্তী ব্যবস্থাত আপোনাৰ অবজেক্টৰ ঘনিষ্ঠতাৰ উপৰত ভিত্তি কৰি হব পাৰে। |
02:48 | আমি Remove overlaps বিকল্পত টিপি এইটোক সঠিক কৰিবলৈ পাৰি যি Distribute বিকল্পৰ তলত আছে। |
02:56 | এতিয়া, ওভাৰল্যাপ মুছি গৈছে। |
02:58 | এতিয়া অবজেক্টৰ মাঝৰ স্থান অনুভূমিক আৰু উল্লম্ব উভয় ফালে নিয়ন্ত্রণ কৰিবলৈ H আৰু V বিকল্প ব্যবহাৰ কৰক। |
03:06 | এতিয়া, Align ৰ তলত বিকল্পত টিপক আৰু চাওক যে অবজেক্ট কিভাবে নিজেই সাৰিবদ্ধ কৰে। |
03:14 | সাৰিবদ্ধতা ভাল মতে বুঝাবলৈ CTRL+ Z আনডু বিকল্প ব্যবহাৰ কৰক। |
03:21 | সাৰিবদ্ধতা বোঝাৰ বাবে টুল টাপস বেশ উপযোগী। |
03:28 | অন্তিম আইকন মাত্র টেক্সটৰ উপৰত কাম কৰে। সেয়ে আমি এই সম্পর্কে অন্য টিউটোৰিয়েলত শিকিম। |
03:35 | ইয়াৰ পিছত আমি Distribute বিকল্প ব্যবহাৰ কৰি অবজেক্টৰ মাঝৰ স্থান নিয়ন্ত্রণ কৰিম। |
03:40 | যিহেতু অবজেক্ট উল্লম্ব ফালে আছে আমি Distribute বিকল্পৰ তলত থাকা অন্তিম চাৰিটা আইকন ব্যবহাৰ কৰিম। |
03:48 | প্রথমে তাৰ কেন্দ্রত সাৰিবদ্ধ কৰো। |
03:51 | এতিয়া Distribute ৰ তলৰ বিকল্পত টিপক আৰু অবজেক্ট তাক কিভাবে সাৰিবদ্ধ কৰে তাক চাওক। |
03:58 | আৰু এবাৰ, ভালমতে সাৰিবদ্ধতা বুঝাবলৈ, আনডু বিকল্প CTRL + Z ব্যবহাৰ কৰক। |
04:07 | সাৰিবদ্ধতা ভালমতে বুঝাবলৈ টুল টিপস পড়ক। |
04:13 | Relative to এৰ তলত এটা বিকল্প লক্ষ্য কৰক, Treat selection as group. |
04:19 | এইটোৱে সম্পূর্ণ দল হিসাবে অবজেক্টক সাৰিবদ্ধ কৰিব। |
04:22 | চেক বাক্সত টিপক। |
04:24 | এতিয়া, আইকনত এক এক কৰি টিপক আৰু চাওক যে অবজেক্টবোৰ এটা গ্রুপ হিসাবে সাৰিবদ্ধ আছে আৰু স্বতন্ত্রভাবে নহয়। |
04:34 | বাক্সক আনচেক কৰক। |
04:36 | এতিয়া, অবজেক্ট পৃথকভাবে সাৰিবদ্ধ কৰা হব। |
04:40 | ইয়াৰ পিছতLast selected অনুযায়ী অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰক। |
04:45 | Relative to বিকল্প Last selected হিসাবে সলাওক। |
04:49 | সেয়ে, সকলো অবজেক্টক ক্যানভাসৰ ভিতৰত লৈ আহক আৰু তাক এলোমেলোভাবে ৰাখক। |
05:01 | এক এক কৰি অবজেক্টক নির্বাচন কৰক। শেষত বৃত্ত নির্বাচন কৰক। |
05:06 | আগৰ নিচিনা, এক এক কৰি আইকনত টিপক। |
05:10 | যিহেতু অন্তিম নির্বাচিত অবজেক্ট হল বৃত্ত, লক্ষ্য কৰক যে অবজেক্ট বৃত্ত অনুযায়ী সাৰিবদ্ধ হৈছে। |
05:19 | একেইভাবে, Relative to ত তালিকাভুক্ত সকলো বিকল্প চেষ্টা কৰক আৰু অবজেক্টৰ সাৰিবদ্ধতা লক্ষ্য কৰক। |
05:26 | আমি পিছৰ টিউটোৰিয়েলত Align and Distribute ডায়ালগ বাক্সত অ্যাডভান্স বিকল্প সম্পর্কে শিকিম। |
05:32 | সেয়ে, এতিয়া এই ডায়লগ বাক্স বন্ধ কৰো। |
05:37 | ইয়াৰ পিছত আমি ৰো আৰু কলমত অবজেক্ট ব্যবস্থিত কৰা শিকিম। |
05:41 | Object মেনুত যাওক। |
05:43 | Rows and Columns টিপক। |
05:46 | Rows and Columns ডায়লগ বাক্স খোলে। |
05:50 | এই বিকল্প ব্যবহাৰ কৰি আমি প্রয়োজনীয় স্পেস দি ৰো আৰু কলম ব্যবস্থিত কৰিবলৈ পাৰিম। |
05:57 | ক্যানভাসত এলোমেলোভাবে অবজেক্ট সুসজ্জিত কৰক। |
06:01 | এতিয়া, এই অবজেক্ট 2 টা ৰো আৰু 3 টা কলমত ব্যবস্থিত কৰে। |
06:05 | সেয়ে ৰো প্যাৰামিটাৰ 2 ত সলাওক। |
06:09 | লক্ষ্য কৰক যেতিয়া ৰো প্যাৰামিটাৰ স্বয়ংক্রিয়ভাবে কলম প্যাৰামিটাৰত পৰিবর্তিত হয়। |
06:15 | তলত সোফালে Arrange বোতামত টিপক। |
06:19 | Align বিকল্প সো, কেন্দ্র আৰু বাও ফালে অবজেক্ট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে। |
06:29 | এক এক কৰি এইটোক চাওক আৰু পৰিবর্তন লক্ষ্য কৰক। |
06:37 | আমি Set spacing বিকল্প ব্যবহাৰ কৰি ৰো আৰু কলম উভয়ৰ বাবে অবজেক্টৰ মাঝত স্পেস সেট কৰিব পাৰি। |
06:45 | এতিয়া উভয় ৰো আৰু কলমৰ বাবে 5 হিসাবে স্পেস প্যাৰামিটাৰ সলাওক। |
06:50 | Arrange বোতামত টিপক। |
06:53 | অবজেক্টৰ মাঝত স্পেস লক্ষ্য কৰক। |
06:56 | এতিয়া আমি দেখাম যে Align and Distribute ব্যবহাৰ কৰি প্যাটার্ন তৈয়াৰ কৰা। |
07:01 | আমাৰ কাষত বিভিন্ন আকাৰ আৰু ৰঙৰ 4 টা বর্গক্ষেত্রৰ সৈতে নতুন ইনকস্কেপ ফাইল আছে। |
07:06 | সকলোবোৰ নির্বাচন কৰি বর্গক্ষেত্র ৰোটেট কৰক যাতে এইটো হীৰাৰ আকাৰত দেখায়। |
07:12 | Align and Distribute ডায়ালগ বাক্স খুলক। |
07:15 | Centre on vertical axis ত টিপক। |
07:18 | Centre on horizontal axis ত টিপক। |
07:22 | এতিয়া ক্যানভাসত এটা টাইল প্যাটার্ন তৈয়াৰ হয়। |
07:25 | এই বিকল্প ব্যবহাৰ কৰি আমি অনেক অনন্য প্যাটার্ন গঠন কৰিবলৈ পাৰিম। |
07:30 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: |
07:34 | বিভিন্ন অবজেক্টক বিন্যস্ত আৰু সাৰিবদ্ধ কৰা। |
07:37 | ৰো আৰু কলমত অবজেক্ট সুসজ্জিত কৰা। |
07:40 | অবজেক্টৰ মাঝত স্পেসিং সেট কৰা আৰু টাইল প্যাটার্ন তৈয়াৰ কৰা। |
07:45 | ইয়াতে দুটা নির্দেশিত কাম আছে। |
07:47 | নিম্নলিখিত ডাইমেনশন থাকা 5 টা বৃত্ত তৈয়াৰ কৰক। |
07:54 | ক্যানভাসত তাৰ এলোমেলোভাবে সুসজ্জিত কৰক আৰু সকলোকিছু নির্বাচন কৰক। |
07:59 | Align and Distribute ব্যবহাৰ কৰি Relative to বিকল্প Biggest selected ত সলাওক। |
08:04 | Align left edges ত টিপক। |
08:06 | Centre on horizontal axisত টিপক। |
08:10 | নীলা ৰঙৰ ছটা বর্গক্ষেত্র তৈয়াৰ কৰক আৰু তাৰ আকাৰ 100 * 100 পিক্সেল। |
08:17 | সকলো বর্গক্ষেত্র নির্বাচন কৰক আৰু Rows and columns খুলক। |
08:21 | তাৰে 2 টা ৰো আৰু 3 টা কলমত ব্যবস্থিত কৰক। |
08:25 | উভয় উল্লম্ব আৰু অনুভূমিক স্পেস প্যাৰামিটাৰ 20 ত সেট কৰক। |
08:29 | আপোনাৰ সম্পন্ন নির্দেশিত কাম এই ৰকম হোৱা উচিত। |
08:35 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক। |
08:43 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
08:51 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। |
08:54 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
09:03 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
09:07 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
09:09 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |