Inkscape/C2/Align-and-distribute-objects/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নম্সকাৰ দৰ্শক সকল. Align and distribute objects এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 বিভিন্ন অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰা।
00:12 ৰো আৰু কলমত অবজেক্ট সুসজ্জিত কৰা।
00:16 অবজেক্টৰ মাঝত স্পেস সেট কৰা আৰু টাইল প্যাটার্ন তৈয়াৰ কৰা।
00:22 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:24 উবুন্টু লিনাক্স 12.04 OS,
00:27 Inkscape সংস্কৰণ 0.48.4.
00:31 Dash home ত যাওক আৰু লিখক Inkscape.
00:35 এতিয়া লোগোত টিপক।
00:37 এতিয়া ইতিমধ্যে সংৰক্ষণ কৰা Inkscape ডকুমেন্ট খুলো।
00:44 ইয়াতে ক্যানভাসত এলোমেলোভাবে স্থিত 5টা বিভিন্ন আকাৰ চাব পাৰি।
00:50 ইনকস্কেপ ক্যানভাসত, 5 টা আকাৰ আকি যিভাবে দেখোৱা হৈছে সেইভাবে ৰাখক।
00:55 এতিয়া, অবজেক্ট সাৰিবদ্ধ কৰা চাও।
00:59 Object মেনুত যাওক আৰু Align and distribute ত টিপক।
01:04 Align and distribute ডায়লগ বাক্স ইন্টাৰফেসৰ সোফালে খোলে।
01:09 পজিশনিং এৰ দুই ধৰন ইয়াতে উপলব্ধ।
01:12 Align যেতিয়া অবজেক্টৰ কেন্দ্র বা প্রান্ত ইটো সিটোৰ সৈতে সাৰিবদ্ধ থাকে।
01:18 Distribute যেতিয়া অবজেক্ট তাৰ কেন্দ্র বা প্রান্তৰ উপৰত ভিত্তি কৰি অনুভূমিক বা উল্লম্ব ফালে বিন্যস্ত থাকে।
01:29 আমি এই বিকল্প আৰু তাৰ সাব-বিকল্প ব্যবহাৰ কৰি বিভিন্ন ভাবে অবজেক্ট সাৰিবদ্ধ কৰিব পাৰো।
01:36 ইয়াতে আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য আছে: Relative to.
01:39 এইটোক ব্যবহাৰ কৰি আমি অন্য কিছু ৰেফাৰেন্স কৰি অবজেক্ট সাৰিবদ্ধ কৰিবলৈ পাৰো।
01:44 ইয়াতে বিকল্পবোৰ চাব ড্রপ ডাউন তালিকাত টিপক।
01:47 সেয়ে আমাৰ কাষত Last selected, First selected, Biggest object, Smallest object, Page, Drawing আৰু Selection আছে।
02:00 ডিফল্টৰুপে অবজেক্ট Page এৰ ভিত্তিত সাৰিবদ্ধ হব।
02:04 যাৰ মানে নির্বাচিত অবজেক্ট আপোনাৰ Page মাত্রা অনুযায়ী, Align and Distribute অপাৰেশনে জবাব দিব।
02:13 ক্যানভাসত সকলো অবজেক্ট নির্বাচন কৰিবলৈ Ctrl + A টিপক।
02:17 প্রথম 5 টা আইকন অবজেক্টক উল্লম্ব ফালে সাৰিবদ্ধ কৰিব।
02:22 প্রথম আইকনত টিপো।
02:25 যিহেতু টুল টিপএ কয় যে অবজেক্টৰ সোপ্রান্ত anchor এৰ বাও প্রান্তত সাৰিবদ্ধ আছে।
02:32 আৰু এবাৰ কল কৰক। ইয়াতে anchor point হল page যিহেতু Relative to বিকল্প হল Page.
02:38 লক্ষ্য কৰক যে 2 অবজেক্ট এতিয়া ওভাৰল্যাপ আছে।
02:43 ওভাৰল্যাপ পূর্ববর্তী ব্যবস্থাত আপোনাৰ অবজেক্টৰ ঘনিষ্ঠতাৰ উপৰত ভিত্তি কৰি হব পাৰে।
02:48 আমি Remove overlaps বিকল্পত টিপি এইটোক সঠিক কৰিবলৈ পাৰি যি Distribute বিকল্পৰ তলত আছে।
02:56 এতিয়া, ওভাৰল্যাপ মুছি গৈছে।
02:58 এতিয়া অবজেক্টৰ মাঝৰ স্থান অনুভূমিক আৰু উল্লম্ব উভয় ফালে নিয়ন্ত্রণ কৰিবলৈ H আৰু V বিকল্প ব্যবহাৰ কৰক।
03:06 এতিয়া, Align ৰ তলত বিকল্পত টিপক আৰু চাওক যে অবজেক্ট কিভাবে নিজেই সাৰিবদ্ধ কৰে।
03:14 সাৰিবদ্ধতা ভাল মতে বুঝাবলৈ CTRL+ Z আনডু বিকল্প ব্যবহাৰ কৰক।
03:21 সাৰিবদ্ধতা বোঝাৰ বাবে টুল টাপস বেশ উপযোগী।
03:28 অন্তিম আইকন মাত্র টেক্সটৰ উপৰত কাম কৰে। সেয়ে আমি এই সম্পর্কে অন্য টিউটোৰিয়েলত শিকিম।
03:35 ইয়াৰ পিছত আমি Distribute বিকল্প ব্যবহাৰ কৰি অবজেক্টৰ মাঝৰ স্থান নিয়ন্ত্রণ কৰিম।
03:40 যিহেতু অবজেক্ট উল্লম্ব ফালে আছে আমি Distribute বিকল্পৰ তলত থাকা অন্তিম চাৰিটা আইকন ব্যবহাৰ কৰিম।
03:48 প্রথমে তাৰ কেন্দ্রত সাৰিবদ্ধ কৰো।
03:51 এতিয়া Distribute ৰ তলৰ বিকল্পত টিপক আৰু অবজেক্ট তাক কিভাবে সাৰিবদ্ধ কৰে তাক চাওক।
03:58 আৰু এবাৰ, ভালমতে সাৰিবদ্ধতা বুঝাবলৈ, আনডু বিকল্প CTRL + Z ব্যবহাৰ কৰক।
04:07 সাৰিবদ্ধতা ভালমতে বুঝাবলৈ টুল টিপস পড়ক।
04:13 Relative to এৰ তলত এটা বিকল্প লক্ষ্য কৰক, Treat selection as group.
04:19 এইটোৱে সম্পূর্ণ দল হিসাবে অবজেক্টক সাৰিবদ্ধ কৰিব।
04:22 চেক বাক্সত টিপক।
04:24 এতিয়া, আইকনত এক এক কৰি টিপক আৰু চাওক যে অবজেক্টবোৰ এটা গ্রুপ হিসাবে সাৰিবদ্ধ আছে আৰু স্বতন্ত্রভাবে নহয়।
04:34 বাক্সক আনচেক কৰক।
04:36 এতিয়া, অবজেক্ট পৃথকভাবে সাৰিবদ্ধ কৰা হব।
04:40 ইয়াৰ পিছতLast selected অনুযায়ী অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰক।
04:45 Relative to বিকল্প Last selected হিসাবে সলাওক।
04:49 সেয়ে, সকলো অবজেক্টক ক্যানভাসৰ ভিতৰত লৈ আহক আৰু তাক এলোমেলোভাবে ৰাখক।
05:01 এক এক কৰি অবজেক্টক নির্বাচন কৰক। শেষত বৃত্ত নির্বাচন কৰক।
05:06 আগৰ নিচিনা, এক এক কৰি আইকনত টিপক।
05:10 যিহেতু অন্তিম নির্বাচিত অবজেক্ট হল বৃত্ত, লক্ষ্য কৰক যে অবজেক্ট বৃত্ত অনুযায়ী সাৰিবদ্ধ হৈছে।
05:19 একেইভাবে, Relative to ত তালিকাভুক্ত সকলো বিকল্প চেষ্টা কৰক আৰু অবজেক্টৰ সাৰিবদ্ধতা লক্ষ্য কৰক।
05:26 আমি পিছৰ টিউটোৰিয়েলত Align and Distribute ডায়ালগ বাক্সত অ্যাডভান্স বিকল্প সম্পর্কে শিকিম।
05:32 সেয়ে, এতিয়া এই ডায়লগ বাক্স বন্ধ কৰো।
05:37 ইয়াৰ পিছত আমি ৰো আৰু কলমত অবজেক্ট ব্যবস্থিত কৰা শিকিম।
05:41 Object মেনুত যাওক।
05:43 Rows and Columns টিপক।
05:46 Rows and Columns ডায়লগ বাক্স খোলে।
05:50 এই বিকল্প ব্যবহাৰ কৰি আমি প্রয়োজনীয় স্পেস দি ৰো আৰু কলম ব্যবস্থিত কৰিবলৈ পাৰিম।
05:57 ক্যানভাসত এলোমেলোভাবে অবজেক্ট সুসজ্জিত কৰক।
06:01 এতিয়া, এই অবজেক্ট 2 টা ৰো আৰু 3 টা কলমত ব্যবস্থিত কৰে।
06:05 সেয়ে ৰো প্যাৰামিটাৰ 2 ত সলাওক।
06:09 লক্ষ্য কৰক যেতিয়া ৰো প্যাৰামিটাৰ স্বয়ংক্রিয়ভাবে কলম প্যাৰামিটাৰত পৰিবর্তিত হয়।
06:15 তলত সোফালে Arrange বোতামত টিপক।
06:19 Align বিকল্প সো, কেন্দ্র আৰু বাও ফালে অবজেক্ট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে।
06:29 এক এক কৰি এইটোক চাওক আৰু পৰিবর্তন লক্ষ্য কৰক।
06:37 আমি Set spacing বিকল্প ব্যবহাৰ কৰি ৰো আৰু কলম উভয়ৰ বাবে অবজেক্টৰ মাঝত স্পেস সেট কৰিব পাৰি।
06:45 এতিয়া উভয় ৰো আৰু কলমৰ বাবে 5 হিসাবে স্পেস প্যাৰামিটাৰ সলাওক।
06:50 Arrange বোতামত টিপক।
06:53 অবজেক্টৰ মাঝত স্পেস লক্ষ্য কৰক।
06:56 এতিয়া আমি দেখাম যে Align and Distribute ব্যবহাৰ কৰি প্যাটার্ন তৈয়াৰ কৰা।
07:01 আমাৰ কাষত বিভিন্ন আকাৰ আৰু ৰঙৰ 4 টা বর্গক্ষেত্রৰ সৈতে নতুন ইনকস্কেপ ফাইল আছে।
07:06 সকলোবোৰ নির্বাচন কৰি বর্গক্ষেত্র ৰোটেট কৰক যাতে এইটো হীৰাৰ আকাৰত দেখায়।
07:12 Align and Distribute ডায়ালগ বাক্স খুলক।
07:15 Centre on vertical axis ত টিপক।
07:18 Centre on horizontal axis ত টিপক।
07:22 এতিয়া ক্যানভাসত এটা টাইল প্যাটার্ন তৈয়াৰ হয়।
07:25 এই বিকল্প ব্যবহাৰ কৰি আমি অনেক অনন্য প্যাটার্ন গঠন কৰিবলৈ পাৰিম।
07:30 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:
07:34 বিভিন্ন অবজেক্টক বিন্যস্ত আৰু সাৰিবদ্ধ কৰা।
07:37 ৰো আৰু কলমত অবজেক্ট সুসজ্জিত কৰা।
07:40 অবজেক্টৰ মাঝত স্পেসিং সেট কৰা আৰু টাইল প্যাটার্ন তৈয়াৰ কৰা।
07:45 ইয়াতে দুটা নির্দেশিত কাম আছে।
07:47 নিম্নলিখিত ডাইমেনশন থাকা 5 টা বৃত্ত তৈয়াৰ কৰক।
07:54 ক্যানভাসত তাৰ এলোমেলোভাবে সুসজ্জিত কৰক আৰু সকলোকিছু নির্বাচন কৰক।
07:59 Align and Distribute ব্যবহাৰ কৰি Relative to বিকল্প Biggest selected ত সলাওক।
08:04 Align left edges ত টিপক।
08:06 Centre on horizontal axisত টিপক।
08:10 নীলা ৰঙৰ ছটা বর্গক্ষেত্র তৈয়াৰ কৰক আৰু তাৰ আকাৰ 100 * 100 পিক্সেল।
08:17 সকলো বর্গক্ষেত্র নির্বাচন কৰক আৰু Rows and columns খুলক।
08:21 তাৰে 2 টা ৰো আৰু 3 টা কলমত ব্যবস্থিত কৰক।
08:25 উভয় উল্লম্ব আৰু অনুভূমিক স্পেস প্যাৰামিটাৰ 20 ত সেট কৰক।
08:29 আপোনাৰ সম্পন্ন নির্দেশিত কাম এই ৰকম হোৱা উচিত।
08:35 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক।
08:43 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
08:51 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
08:54 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
09:03 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09:07 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:09 মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble