GIMP/C2/Setting-Up-GIMP/Assamese
From Script | Spoken-Tutorial
GIMP/C2/Setting-Up-GIMP/English-timed
Time | Narration |
00:21 | GIMP টিউটোৰেলোলৈ স্বাগতম জনাইছো য’ত Gimpপ্ৰতিস্থিত কৰা হব । |
00:25 | আজি মই দেখাব বিছাৰিছো কেনেকৈ GIMP প্ৰ্তিস্থিত কৰা হয় যেতিয়া তোমালোকে এইতো প্ৰথম বাৰৰ বাবে ৱ্যবহাৰ কৰা । |
00:30 | GIMPএ এটা ডাঙৰ উইনদোচ ৱ্যবহাৰ কৰাৰ পৰিবৰ্তে বহুত সৰু উইনদোচ ৱ্যবহাৰ কৰে অন্য গোতেইবোৰ উইনদোচ আৰু মেকিনতোচ প্ৰ’গ্ৰেমৰ দৰে । |
00:39 | এইতো ইউনিক্স ৱৰ্লদৰ এটা ইতিহাস আৰু ইউনিক্স ৱ্যবহাৰ কৰা মানুহবোৰে উইনদোচ গোতেই পৰ্দাখনত সিচৰিত হৈ থাকিলে ভাল পায় আৰু এটা সময়ত বহুত প্ৰ’গ্ৰেম ছলাই লয় । |
00:49 | যদি তোমালোকে সচাকৈ এনেধৰনৰ বিভিন্ন উনদোচৰ সৈতে কাম কৰিবলৈ সামৰ্থ নোহোৱা তেতিয়াহলে তোমালোকে GIMPছপ ত ছোৱা উচিত । |
00:57 | এইটো এটা GIMPৱ্যবহৰ কৰা প্ৰ’গৰেম আৰু ফোতোছপৰ সৈতে কিছু মিলাবলৈ এটা নতুন ইউজাৰ ইনতাৰফেচ স্থাপন কৰা হয় । |
01:05 | মই GIMP ৱ্যবহাৰ কৰিবলৈ ভাল পাম কাৰন গোটেই নতুন আৰু ভাল সজুলিবোৰ GIMPত আচে । |
01:12 | এইতোয়ে আজিৰ কাৰনে সম্ভেদ যিয়ে দৰকাৰি বাতৰি আৰু তথ্যবোৰ দিব । |
01:17 | এতিয়া আনদু অপছ্নৰ বাবে কিছু তথ্য,যাৰ জৰিয়তে তোমালোকে কিছুমান পদক্ষেপ কৰিব পাৰিবা আৰু সেইবোৰ আনদুৰ সহায়ত আগৰ অৱস্থালৈ পৰিবৰ্তন কৰিব পাৰিবা । |
01:26 | এইতো প্ৰায়েই কাম কৰে । |
01:28 | তোমালোকে বহুত কিবা বেলেগ কৰাৰ আগতে তোমালোকৰ কাম সংৰক্ষন কৰাতো ভাল হ’ব |
01:33 | এতিয়া অন্য সজুলিবোৰ চোৱা যাওক । |
01:36 | ইয়াত GIMPৰ পৰা পোৱা প্ৰধানতম উইনদো হৈছে কামান্দ ছেনত্ৰেল । |
01:41 | আৰু ইয়াৰ শিৰ্ষস্থানত তুলবক্স আছে । |
01:45 | তাৰ পিছত ৰ্ং বাছি লবলৈ আমি কালাৰ বক্স পাম আৰু তলত তুলবক্সৰ পৰা আমাৰ তুলৰ বহুত বিকল্প আছে । |
01:53 | এইতো অকনমান ডাঙৰ কৰা যাওক । |
01:56 | ইয়াত আমি লেয়াৰ্চ,ছেনেলচ,কালাৰ চেনেলচ,পাথ আৰু আন্দু হিচত্ৰিৰ বাবে দাইলগ বক্সবোৰ পাম । |
02:09 | ইয়াৰ তলত ৰ্ং বাচি লোৱা দাইলগ আছে য’ত তোমালোকে বিভিন্ন ৰ্ং বাছি লব পাৰিবা । |
02:15 | ইয়াত বহুত দাইলগ আছে যেনে ব্ৰাচেচ,পেতাৰ্নচ,গ্ৰেদিয়েন্ত, ইত্যাদি। |
02:21 | মই ইয়াৰ কিছুমান দাইলগ তুলবক্সত অন্তৰ্ভুক্ত কৰিব বিচাৰো।এইতো কৰিবলৈ বিৰাট সহজ । |
02:28 | মাত্ৰ ওৰ্দ লেয়াৰ্চত দাইলগৰ নামত ক্লিক কৰি আৰু তুল বক্সৰ তলত ৱৰ্দ কালাৰ পিকাৰত তানি আনিলেই হ’ল। |
02:39 | আৰু মই এইধৰনে উপাঙ্গ দাইলগ পাম। |
02:43 | মই এইতো চেনেল্চৰ সৈতে কৰিম । |
02:46 | মই এইতো পাথৰ সৈতে কৰিম । |
02:52 | আৰু মই এইতো আন্দু হিচ্ত্ৰিৰ সৈতে কৰিম । |
02:54 | মই নাভাবো মোৰ ব্ৰাচেচ তুলৰ প্ৰয়োজন হব কাৰন এটা তুলৰ যদি ব্ৰাচ থাকে তেতিয়াহলে এইটো ইয়াত দেখা যাব আৰু মই এইটো বাচি ল’ব পাৰিম । |
03:09 | কিন্তু মই ৰ্ং থকাতো বিচাৰো গতিকে মই ইয়াত ক্লিক কৰিম আৰু পিচৰ আন্দু হিচত্ৰিলৈকে টানি আনিম । |
03:16 | আৰু এই উইনদো ইয়াত বন্ধ কৰিব পৰা যায় । |
03:23 | মই সকলো দইলগ বক্সবোৰৰ ওচৰলৈ ফাইল>>দাইলগচ ( File >> Dialogs)যৰিয়তে যাব পাৰো |
03:30 | তোমালোকে চাব পাৰিবা ইয়াত কিচুমান দাইলগ আছে যিবোৰ আমাৰ টুলবক্সত নাই আৰু তাৰে এটা আমি বিচাৰো যিটো হৈছে টুল্চ (Tools) । |
03:38 | মোৰ টুল বক্সত কিচুমান টুল্চ আছে যিবোৰ মই কেতিয়াও ৱ্যবহাৰ নকৰো আৰু মই সেইবোৰ যিবোৰ টুল ৱ্যবহাৰ কৰিব বিচাৰো তাৰ সৈতে সলাব খোজো । |
03:48 | যিবোৰ টুল মই থকাতো বিচাৰো তাৰ সৈতে আৰম্ভ কৰা যাওক । |
03:51 | মই কাৰ্ভচ, লেভেল্চ, ত্ৰিচোল্দ থকাতো বিচাৰো ।ব্ৰাইতনেচ আৰু কন্ত্ৰাস্ত মই বাচি লব নোখোজো । |
03:58 | মই পাৰ্চপেক্তিভ ক্লোন, ইংক আনকি এয়াৰ ব্ৰাচ নিবিচাৰো |
04:05 | আৰু মই ৰৈ যোৱা গোতেই টুলবোৰ বিচাৰো । |
04:08 | কিমান ঠাই ৰৈ গৈছে ছোৱাৰ পিচত মই এইটো এবাৰ চাম। |
04:16 | এতিয়া মই ফাইল আৰু প্ৰিফাৰেনচেচলৈ যাম । |
04:26 | মই এনভাইৰেনমেন্ত আৰু ইন্তাৰ্ফেচ যেনেকৈ আছে তেনেকৈ এৰি দিম । |
04:32 | ঠিমত মই স্মল বাচি লম । |
04:35 | আৰু যেতিয়া মই এই উইন্দো একাষৰীয়াকৈ তানি আনিম তোমালোকে গোতেই আইকনবোৰ স্ংকোচন হোৱা দেখিবা আৰু তাত ইনফৰ্মেচন টুলৰ বাবে কিছু ঠাই থাকিব । |
04:45 | টুল ওপচণলৈ যোৱা আৰু দিফলত ইন্তাৰপোলেচন (Default Interpolation) SINC লৈ পৰিৱৰ্তন কৰা,এইতো পিক্সেল হিচাব কৰিবলৈ সকোলোতকৈ ভাল ইন্তাৰ্পোলেচন যেতিয়া আকাৰ পৰিৱৰ্তণ আৰু ঘুৰোৱা যায় । |
05:00 | অন্য ওপচন্অবোৰ যেনেকৈ আছে তেনেকৈ এৰি দিয়া । |
05:03 | টুলবক্সলৈ যোৱা আৰু যদি তোমালোকে এই ওপচনবোৰ বিচৰা বাচি লোৱা অন্যথা বাচি নলবা। |
05:12 | তোমালোকে ৰ্ং পাবা যিতো আগফালৰ আৰু পিচফালৰ ৰ্ং পৰিৱৰ্তন কৰাৰ বাবে খৰ্তকীয়া পথ । |
05:19 | তোমালোকে ব্ৰাচ আৰু গ্ৰেদিয়েন্ত টুলবোৰ পাবা,ইয়াত তোমালোকে এক্তিভ ইমেজৰ পৰা সৰু ইমেজ আৰু থাম্বনেইল পাব পাৰা । |
05:29 | মই এইটো নিবিচাৰো গতিকে মই এইটো বাচি নলও।তোমলোকে বিচৰা নে নিবিচৰা এইটো তোমালোকৰ ওপৰত । |
05:36 | তোমালোকে দিফল্ত ইমেজ,দিফ্লত গ্ৰিদ আৰু দিফ্লত ইমেজ উইন্দো যেনেকৈ আছে তেনেকৈ এৰি দিব পাৰা । |
05:42 | মই গোতেই প্ৰিফাৰেনচেচৰ সৈতে কৰিলো। |
05:45 | আৰু |
05:47 | মই পাথতো পৰিৱৰ্তন কৰা নাই গতিকে মই এইটো ইয়াত ৱ্যবহাৰ কৰিব পাৰো। |
05:52 | ইয়াত অলপ বেচি ঠাই পাবলৈ এতিয়া মই মাত্ৰ এটা টুলৰ পৰা হাত সাৰিব লাগিব।কিন্তু প্ৰথমতে মই এইটো অলপ বহল কৰি লব লাগিব। |
06:01 | তোমালোকে দেখিছা যে টুলবক্স দাইলগটো একেবাৰে ঠেক হৈ পৰিছে । |
06:06 | এইটো ইয়াৰ পৰা টানি আনা । |
06:08 | মই ভাবো মই ৩ টা বেচি টুল নতুন লাইনত নোযোৱাকৈ যোগ দিব পাৰিম। |
06:19 | গতিকে মই ব্ৰাইতনেচ,হিউ স্তেতুৰেচন আৰু কালাৰ বেলেঞ্চ যোগ কৰিম। |
06:24 | গোতেই টুলবোৰ যিবোৰ ইয়াত দেখাপোৱা যোৱা নাই ফাইল আৰু দাইলগত ক্লিক কৰি তাক পাব পাৰিম। |
06:39 | আৰু এতিয়া আমি আমাৰ কাম কৰিবলৈ সাজু হৈছো । |
06:42 | তোমালোকে যেতিয়া GIMP বন্ধ কৰিবা,গোতেই ওপচন বিলাক নিজে নিজে চেভ হব আৰু তোমালোকে যেনেকৈ বন্ধ কৰিচা এইতো তেনেকৈ আৰম্ভ হব । |
06:52 | আৰু যিয়েই নহওক, মই GIMP 2.3.18 ৰ দুৰ্বল ভাৰ্চনটোৰ উন্নত ভাৰ্চনটো ৱ্যবহাৰ কৰি আছো । |
07:02 | মই এইমাত্ৰ দেখা পাইছো যে আজি 2.3.19 মুকলি হৈছে । |
07:07 | এইটো আনচ্তেব্ল('unstable' )বুলি কোৱা হয় কিন্তু GIMP এনে এটা ঠাই পাইছে য’ত 2.4 টো হৈছে পিছৰ সুপ্ৰতিস্থিত ভাৰ্চন আৰু এই বছৰত বজাৰৰ অন্য চফতুয়েৰৰ দৰে এইটোও সুপ্ৰতিস্থিত হৈছে। |
07:22 | GIMP প্ৰ্তিস্থিত কৰাৰ বাবে এইখিনিয়েই । |
07:25 |
এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ। |