GIMP/C2/Setting-Up-GIMP/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

GIMP/C2/Setting-Up-GIMP/English-timed

Time Narration
00:21 GIMP টিউটোৰেলোলৈ স্বাগতম জনাইছো য’ত Gimpপ্ৰতিস্থিত কৰা হব ।
00:25 আজি মই দেখাব বিছাৰিছো কেনেকৈ GIMP প্ৰ্তিস্থিত কৰা হয় যেতিয়া তোমালোকে এইতো প্ৰথম বাৰৰ বাবে ৱ্যবহাৰ কৰা ।
00:30 GIMPএ এটা ডাঙৰ উইনদোচ ৱ্যবহাৰ কৰাৰ পৰিবৰ্তে বহুত সৰু উইনদোচ ৱ্যবহাৰ কৰে অন্য গোতেইবোৰ উইনদোচ আৰু মেকিনতোচ প্ৰ’গ্ৰেমৰ দৰে ।
00:39 এইতো ইউনিক্স ৱৰ্লদৰ এটা ইতিহাস আৰু ইউনিক্স ৱ্যবহাৰ কৰা মানুহবোৰে উইনদোচ গোতেই পৰ্দাখনত সিচৰিত হৈ থাকিলে ভাল পায় আৰু এটা সময়ত বহুত প্ৰ’গ্ৰেম ছলাই লয় ।
00:49 যদি তোমালোকে সচাকৈ এনেধৰনৰ বিভিন্ন উনদোচৰ সৈতে কাম কৰিবলৈ সামৰ্থ নোহোৱা তেতিয়াহলে তোমালোকে GIMPছপ ত ছোৱা উচিত ।
00:57 এইটো এটা GIMPৱ্যবহৰ কৰা প্ৰ’গৰেম আৰু ফোতোছপৰ সৈতে কিছু মিলাবলৈ এটা নতুন ইউজাৰ ইনতাৰফেচ স্থাপন কৰা হয় ।
01:05 মই GIMP ৱ্যবহাৰ কৰিবলৈ ভাল পাম কাৰন গোটেই নতুন আৰু ভাল সজুলিবোৰ GIMPত আচে ।
01:12 এইতোয়ে আজিৰ কাৰনে সম্ভেদ যিয়ে দৰকাৰি বাতৰি আৰু তথ্যবোৰ দিব ।
01:17 এতিয়া আনদু অপছ্নৰ বাবে কিছু তথ্য,যাৰ জৰিয়তে তোমালোকে কিছুমান পদক্ষেপ কৰিব পাৰিবা আৰু সেইবোৰ আনদুৰ সহায়ত আগৰ অৱস্থালৈ পৰিবৰ্তন কৰিব পাৰিবা ।
01:26 এইতো প্ৰায়েই কাম কৰে ।
01:28 তোমালোকে বহুত কিবা বেলেগ কৰাৰ আগতে তোমালোকৰ কাম সংৰক্ষন কৰাতো ভাল হ’ব
01:33 এতিয়া অন্য সজুলিবোৰ চোৱা যাওক ।
01:36 ইয়াত GIMPৰ পৰা পোৱা প্ৰধানতম উইনদো হৈছে কামান্দ ছেনত্ৰেল ।
01:41 আৰু ইয়াৰ শিৰ্ষস্থানত তুলবক্স আছে ।
01:45 তাৰ পিছত ৰ্ং বাছি লবলৈ আমি কালাৰ বক্স পাম আৰু তলত তুলবক্সৰ পৰা আমাৰ তুলৰ বহুত বিকল্প আছে ।
01:53 এইতো অকনমান ডাঙৰ কৰা যাওক ।
01:56 ইয়াত আমি লেয়াৰ্চ,ছেনেলচ,কালাৰ চেনেলচ,পাথ আৰু আন্দু হিচত্ৰিৰ বাবে দাইলগ বক্সবোৰ পাম ।
02:09 ইয়াৰ তলত ৰ্ং বাচি লোৱা দাইলগ আছে য’ত তোমালোকে বিভিন্ন ৰ্ং বাছি লব পাৰিবা ।
02:15 ইয়াত বহুত দাইলগ আছে যেনে ব্ৰাচেচ,পেতাৰ্নচ,গ্ৰেদিয়েন্ত, ইত্যাদি।
02:21 মই ইয়াৰ কিছুমান দাইলগ তুলবক্সত অন্তৰ্ভুক্ত কৰিব বিচাৰো।এইতো কৰিবলৈ বিৰাট সহজ ।
02:28 মাত্ৰ ওৰ্দ লেয়াৰ্চত দাইলগৰ নামত ক্লিক কৰি আৰু তুল বক্সৰ তলত ৱৰ্দ কালাৰ পিকাৰত তানি আনিলেই হ’ল।
02:39 আৰু মই এইধৰনে উপাঙ্গ দাইলগ পাম।
02:43 মই এইতো চেনেল্‌চৰ সৈতে কৰিম ।
02:46 মই এইতো পাথৰ সৈতে কৰিম ।
02:52 আৰু মই এইতো আন্দু হিচ্‌ত্ৰিৰ সৈতে কৰিম ।
02:54 মই নাভাবো মোৰ ব্ৰাচেচ তুলৰ প্ৰয়োজন হব কাৰন এটা তুলৰ যদি ব্ৰাচ থাকে তেতিয়াহলে এইটো ইয়াত দেখা যাব আৰু মই এইটো বাচি ল’ব পাৰিম ।
03:09 কিন্তু মই ৰ্ং থকাতো বিচাৰো গতিকে মই ইয়াত ক্লিক কৰিম আৰু পিচৰ আন্দু হিচত্ৰিলৈকে টানি আনিম ।
03:16 আৰু এই উইনদো ইয়াত বন্ধ কৰিব পৰা যায় ।
03:23 মই সকলো দইলগ বক্সবোৰৰ ওচৰলৈ ফাইল>>দাইলগচ ( File >> Dialogs)যৰিয়তে যাব পাৰো
03:30 তোমালোকে চাব পাৰিবা ইয়াত কিচুমান দাইলগ আছে যিবোৰ আমাৰ টুলবক্সত নাই আৰু তাৰে এটা আমি বিচাৰো যিটো হৈছে টুল্‌চ (Tools) ।
03:38 মোৰ টুল বক্সত কিচুমান টুল্‌চ আছে যিবোৰ মই কেতিয়াও ৱ্যবহাৰ নকৰো আৰু মই সেইবোৰ যিবোৰ টুল ৱ্যবহাৰ কৰিব বিচাৰো তাৰ সৈতে সলাব খোজো ।
03:48 যিবোৰ টুল মই থকাতো বিচাৰো তাৰ সৈতে আৰম্ভ কৰা যাওক ।
03:51 মই কাৰ্ভচ, লেভেল্‌চ, ত্ৰিচোল্‌দ থকাতো বিচাৰো ।ব্ৰাইতনেচ আৰু কন্ত্ৰাস্ত মই বাচি লব নোখোজো ।
03:58 মই পাৰ্চপেক্তিভ ক্লোন, ইংক আনকি এয়াৰ ব্ৰাচ নিবিচাৰো
04:05 আৰু মই ৰৈ যোৱা গোতেই টুলবোৰ বিচাৰো ।
04:08 কিমান ঠাই ৰৈ গৈছে ছোৱাৰ পিচত মই এইটো এবাৰ চাম।
04:16 এতিয়া মই ফাইল আৰু প্ৰিফাৰেনচেচলৈ যাম ।
04:26 মই এনভাইৰেনমেন্ত আৰু ইন্তাৰ্ফেচ যেনেকৈ আছে তেনেকৈ এৰি দিম ।
04:32 ঠিমত মই স্মল বাচি লম ।
04:35 আৰু যেতিয়া মই এই উইন্দো একাষৰীয়াকৈ তানি আনিম তোমালোকে গোতেই আইকনবোৰ স্ংকোচন হোৱা দেখিবা আৰু তাত ইনফৰ্মেচন টুলৰ বাবে কিছু ঠাই থাকিব ।
04:45 টুল ওপচণলৈ যোৱা আৰু দিফলত ইন্তাৰপোলেচন (Default Interpolation) SINC লৈ পৰিৱৰ্তন কৰা,এইতো পিক্সেল হিচাব কৰিবলৈ সকোলোতকৈ ভাল ইন্তাৰ্পোলেচন যেতিয়া আকাৰ পৰিৱৰ্তণ আৰু ঘুৰোৱা যায় ।
05:00 অন্য ওপচন্অবোৰ যেনেকৈ আছে তেনেকৈ এৰি দিয়া ।
05:03 টুলবক্সলৈ যোৱা আৰু যদি তোমালোকে এই ওপচনবোৰ বিচৰা বাচি লোৱা অন্যথা বাচি নলবা।
05:12 তোমালোকে ৰ্ং পাবা যিতো আগফালৰ আৰু পিচফালৰ ৰ্ং পৰিৱৰ্তন কৰাৰ বাবে খৰ্‌তকীয়া পথ ।
05:19 তোমালোকে ব্ৰাচ আৰু গ্ৰেদিয়েন্ত টুলবোৰ পাবা,ইয়াত তোমালোকে এক্তিভ ইমেজৰ পৰা সৰু ইমেজ আৰু থাম্বনেইল পাব পাৰা ।
05:29 মই এইটো নিবিচাৰো গতিকে মই এইটো বাচি নলও।তোমলোকে বিচৰা নে নিবিচৰা এইটো তোমালোকৰ ওপৰত ।
05:36 তোমালোকে দিফল্‌ত ইমেজ,দিফ্‌লত গ্ৰিদ আৰু দিফ্‌লত ইমেজ উইন্দো যেনেকৈ আছে তেনেকৈ এৰি দিব পাৰা ।
05:42 মই গোতেই প্ৰিফাৰেনচেচৰ সৈতে কৰিলো।
05:45 আৰু
05:47 মই পাথতো পৰিৱৰ্তন কৰা নাই গতিকে মই এইটো ইয়াত ৱ্যবহাৰ কৰিব পাৰো।
05:52 ইয়াত অলপ বেচি ঠাই পাবলৈ এতিয়া মই মাত্ৰ এটা টুলৰ পৰা হাত সাৰিব লাগিব।কিন্তু প্ৰথমতে মই এইটো অলপ বহল কৰি লব লাগিব।
06:01 তোমালোকে দেখিছা যে টুলবক্স দাইলগটো একেবাৰে ঠেক হৈ পৰিছে ।
06:06 এইটো ইয়াৰ পৰা টানি আনা ।
06:08 মই ভাবো মই ৩ টা বেচি টুল নতুন লাইনত নোযোৱাকৈ যোগ দিব পাৰিম।
06:19 গতিকে মই ব্ৰাইতনেচ,হিউ স্তেতুৰেচন আৰু কালাৰ বেলেঞ্চ যোগ কৰিম।
06:24 গোতেই টুলবোৰ যিবোৰ ইয়াত দেখাপোৱা যোৱা নাই ফাইল আৰু দাইলগত ক্লিক কৰি তাক পাব পাৰিম।
06:39 আৰু এতিয়া আমি আমাৰ কাম কৰিবলৈ সাজু হৈছো ।
06:42 তোমালোকে যেতিয়া GIMP বন্ধ কৰিবা,গোতেই ওপচন বিলাক নিজে নিজে চেভ হব আৰু তোমালোকে যেনেকৈ বন্ধ কৰিচা এইতো তেনেকৈ আৰম্ভ হব ।
06:52 আৰু যিয়েই নহওক, মই GIMP 2.3.18 ৰ দুৰ্বল ভাৰ্চনটোৰ উন্নত ভাৰ্চনটো ৱ্যবহাৰ কৰি আছো ।
07:02 মই এইমাত্ৰ দেখা পাইছো যে আজি 2.3.19 মুকলি হৈছে ।
07:07 এইটো আনচ্‌তেব্ল('unstable' )বুলি কোৱা হয় কিন্তু GIMP এনে এটা ঠাই পাইছে য’ত 2.4 টো হৈছে পিছৰ সুপ্ৰতিস্থিত ভাৰ্চন আৰু এই বছৰত বজাৰৰ অন্য চফতুয়েৰৰ দৰে এইটোও সুপ্ৰতিস্থিত হৈছে।
07:22 GIMP প্ৰ্তিস্থিত কৰাৰ বাবে এইখিনিয়েই ।
07:25

এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi, PoojaMoolya