FrontAccounting-2.4.7/C2/Journal-Entry-and-Balance-Sheet-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | FrontAccounting ত Journal Entry আৰু Balance sheet ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম Journal Entry এটা কেনেকৈ পাচ কৰা হয় |
00:12 | Balance Sheet ত ৰিফ্লেকচনটো চোৱা আৰু transaction এটা Void কৰা |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:26 | FrontAccounting ভাৰ্চন 2.4.7 |
00:30 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং |
00:37 | বুককিপিঙৰ নিয়মসমূহৰ |
00:40 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation/Company চেতাপ কৰিব লাগিব |
00:46 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
00:52 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
00:58 | আহক FrontAccounting ইন্তাৰফেচক খোলো |
01:02 | ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক |
01:10 | login পেজ আহিছে |
01:12 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
01:20 | FrontAccounting ইন্তাৰফেচ আহিছে |
01:23 | আমি ব্যৱসায়ত capital কেনেকৈ পৰিচয় কৰা হয় চাম |
01:27 | Journal Entry হৈছে ব্যৱ্সায় আৰম্ভ কৰা Rs. 5,00,000 ৰ কেপিতল এটাৰ সৈতে |
01:32 | Entry টো হৈছে Cash account debit 5,00,000 To Capital Account 5,00,000
(Being Capital introduced in the business) |
01:41 | আমি ইয়াৰ বাবে এটা Journal Entry পাচ কৰিম |
01:45 | ক্লিক কৰক Banking and General Ledger টেবত আৰু তেতিয়া ক্লিক কৰক Journal Entry লিংকত |
01:52 | Journal date ফিল্দত, আপুনি দেখিছে যে দিফল্ট দেতটো আজি হিচাবে চেত হৈছে |
01:57 | আমি লগতে transaction ৰ বাবে reference number দেখিছো । ই স্ব-উৎপন্ন হয় |
02:05 | Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Cash অপচনক বাচক |
02:11 | Debit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক |
02:17 | Debit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক |
02:23 | পুনৰ, Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Capital অপচনক বাচক |
02:30 | তেতিয়া, Credit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক |
02:38 | Credit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক |
02:44 | এতিয়া, Memo ফিল্দত ক্লিক কৰক, এই Journal Entry ৰ নেৰেচনৰ বাবে |
02:49 | ইয়াত, টেকস্তটো লিখক- Being capital introduced in the business |
02:54 | entry টো ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Process Journal Entry বুটামত ক্লিক কৰক |
03:01 | আপুনি ওপৰত বাৰ্তাটো দেখিছে যি কয়, “Journal entry has been entered” |
03:07 | আপুনি লগতে অপচনচ দেখিছে: View this Journal Entry , Enter New Journal Entry |
03:12 | Add an Attachment আৰু Back |
03:17 | আহক ইহঁতক এটা এটাকৈ চাওঁ |
03:20 | View this Journal Entry লিংকত ক্লিক কৰক |
03:24 | এখন নতুন popup উইন্দ’ আহিছে |
03:27 | ই General Ledger Transaction Details দেখুৱাই যি আমি বৰ্তমান ভৰ্ত্তি কৰিছিলো |
03:33 | Print লিংক হৈছে এই transaction ৰ প্ৰিন্ট-আউত এটা পাবলৈ আমাৰ ভবিষ্যতত ব্যৱ্হাৰৰ বাবে |
03:39 | এই উইন্দ’ বন্ধ কৰিবলৈ Close লিংকত ক্লিক কৰক |
03:43 | এতিয়া, Enter New Journal Entry অপচনত ক্লিক কৰক |
03:48 | এটা নতুন পেজ আহিছে পাছৰ নতুন Journal Entry ৰ বাবে |
03:52 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু নিম্ন অনুশিলনীটো কৰক |
03:56 | Journal Entry এটা পাচ কৰক Goods Purchased for Rs 50,000 ৰ বাবে |
04:01 | Entry টো হৈছে: Office furniture আৰু Equipments Account debit
To cash Account for Rs 50,000 |
04:09 | Memo: Purchased Office furniture আৰু Equipments for Rs 50,000 |
04:15 | Process the journal entry ত ক্লিক কৰক |
04:19 | এতিয়া, Add an Attachment লিংকত ক্লিক কৰক |
04:23 | আমি ফিল্দচ দেখিছো Transaction |
04:27 | Description আৰু Attached file |
04:31 | Attached file হৈছে পাচ কৰা Journal entry লৈ সংগত যিকোনো দ’কোমেন্ত সংলগ্ন কৰিবলৈ |
04:38 | মই এটা sample voucher সংলগ্ন কৰিম যাক মই ইতিমধ্যে মোৰ কম্পিউটাৰত বনালো আৰু ছেভ কৰিলো |
04:44 | Browse বুটামত ক্লিক কৰক আৰু ফ’ল্দাৰটো বিচাৰক য’ত ফাইলটো ছেভ আছে |
04:51 | মই Sample-Voucher.pdf ফাইলটো বাচিম মোৰ Desktop ফ’ল্দাৰৰ পৰা |
04:57 | আপুনি দেখিছে যে ইয়াত এতিয়া ফাইলটো সংলগ্ন হৈছে |
05:01 | এই voucher এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ |
05:06 | ইয়াক দাউনল’দ কৰক আৰু অভ্যাস কৰোতে ফাইলটো ব্যৱ্হাৰ কৰক |
05:11 | তেতিয়া Add new বুটামত ক্লিক কৰক |
05:14 | বাৰ্তা এটা আহিছে যি কয়: Attachment has been inserted |
05:19 | লগতে, আপুনি দেখিছে যে আপল’দ কৰা ফাইলটো টেবলত যোগ কৰা হ’ল |
05:25 | Back অপচনত ক্লিক কৰক ঘূৰি যাবলৈ |
05:28 | পাছত, আহক এই Journal Entry ৰ ৰিফ্লেকচনটো Balance Sheet ত চাওঁ |
05:34 | তাক কৰিবলৈ, Banking and General Ledger টেবত ক্লিক কৰক |
05:39 | তেতিয়া Balance Sheet Drilldown লিংকত ক্লিক কৰক |
05:43 | আমি দেখিছো যে transaction টো ইয়াত ৰিফ্লেক্তেদ হৈছে |
05:47 | ভবিষ্যতত, যেতিয়া আমাৰ বহুতো journal entries হ’ব, দৰ্শিত হোৱা লিষ্টখন দীঘল হ’ব |
05:54 | পাছ্ত, আহক চাওঁ transaction এটা void কৰিবলৈ |
05:58 | Setup টেবত ক্লিক কৰক । Maintenance পানেলত, Void a transaction লিংকত ক্লিক কৰক |
06:06 | এই অপচন ব্যৱহৃত হয় entry এটা দিলিত বা ৰিমোভ কৰিবলৈ |
06:11 | আমি ৰিফাৰেঞ্চ নাম্বাৰটো দেখিছো, যি entry টো দেখাই |
06:15 | আহক ৰিফাৰেঞ্চ 002/2019 বাচো transaction এটা void কৰিবলৈ |
06:23 | GL কৌলমত থকা আইকনটোত ক্লিক কৰক entry টো দিলিত কৰাৰ আগতে দিতেইলচ ভেৰিফাই কৰিবলৈ |
06:30 | আমি দেখিছো এই entry হৈছে Rs 50,000 ৰ সামগ্ৰী কিনাৰ বাবে Office furniture আৰু Equipments ৰ বাবে |
06:38 | উইন্দ’ৰ তলত Close লিংকত ক্লিক কৰক |
06:42 | এতিয়া, Select কৌলমত থকা আইকনত ক্লিক কৰক |
06:46 | আইকনটো চিলেক্ত কৰিলে, transaction নাম্বাৰ আৰু voiding দেত আহে |
06:52 | Void Transaction বুটামত ক্লিক কৰক |
06:55 | ই বাৰ্তা এটা দেখাই: Are you sure you want to void this transaction? This action cannot be undone |
07:03 | মই Proceed বুটামত ক্লিক কৰিম |
07:07 | তৎক্ষণাত আনএটা বাৰ্তা আহে আৰু কয়: Selected transaction has been voided |
07:14 | এনেদৰেই আমি প্ৰয়োজন হ’লে transaction এটা void কৰিব পাৰো |
07:19 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
07:25 | এই টিউট’ৰিয়েলত, আমি শিকিলো Journal Entry এটা পাচ কৰিবলৈ |
07:30 | Balance Sheet ত ৰিফ্লেকচনটো চাবলৈ আৰু transaction এটা Void কৰিবলৈ |
07:35 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:51 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
07:55 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
08:00 | স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |