FrontAccounting-2.4.7/C2/Journal-Entry-and-Balance-Sheet-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | FrontAccounting ত Journal Entry আৰু Balance sheet ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম Journal Entry এটা কেনেকৈ পাচ কৰা হয় |
| 00:12 | Balance Sheet ত ৰিফ্লেকচনটো চোৱা আৰু transaction এটা Void কৰা |
| 00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:26 | FrontAccounting ভাৰ্চন 2.4.7 |
| 00:30 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং |
| 00:37 | বুককিপিঙৰ নিয়মসমূহৰ |
| 00:40 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation/Company চেতাপ কৰিব লাগিব |
| 00:46 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
| 00:52 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
| 00:58 | আহক FrontAccounting ইন্তাৰফেচক খোলো |
| 01:02 | ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক |
| 01:10 | login পেজ আহিছে |
| 01:12 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
| 01:20 | FrontAccounting ইন্তাৰফেচ আহিছে |
| 01:23 | আমি ব্যৱসায়ত capital কেনেকৈ পৰিচয় কৰা হয় চাম |
| 01:27 | Journal Entry হৈছে ব্যৱ্সায় আৰম্ভ কৰা Rs. 5,00,000 ৰ কেপিতল এটাৰ সৈতে |
| 01:32 | Entry টো হৈছে Cash account debit 5,00,000 To Capital Account 5,00,000
(Being Capital introduced in the business) |
| 01:41 | আমি ইয়াৰ বাবে এটা Journal Entry পাচ কৰিম |
| 01:45 | ক্লিক কৰক Banking and General Ledger টেবত আৰু তেতিয়া ক্লিক কৰক Journal Entry লিংকত |
| 01:52 | Journal date ফিল্দত, আপুনি দেখিছে যে দিফল্ট দেতটো আজি হিচাবে চেত হৈছে |
| 01:57 | আমি লগতে transaction ৰ বাবে reference number দেখিছো । ই স্ব-উৎপন্ন হয় |
| 02:05 | Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Cash অপচনক বাচক |
| 02:11 | Debit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক |
| 02:17 | Debit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক |
| 02:23 | পুনৰ, Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Capital অপচনক বাচক |
| 02:30 | তেতিয়া, Credit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক |
| 02:38 | Credit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক |
| 02:44 | এতিয়া, Memo ফিল্দত ক্লিক কৰক, এই Journal Entry ৰ নেৰেচনৰ বাবে |
| 02:49 | ইয়াত, টেকস্তটো লিখক- Being capital introduced in the business |
| 02:54 | entry টো ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Process Journal Entry বুটামত ক্লিক কৰক |
| 03:01 | আপুনি ওপৰত বাৰ্তাটো দেখিছে যি কয়, “Journal entry has been entered” |
| 03:07 | আপুনি লগতে অপচনচ দেখিছে: View this Journal Entry , Enter New Journal Entry |
| 03:12 | Add an Attachment আৰু Back |
| 03:17 | আহক ইহঁতক এটা এটাকৈ চাওঁ |
| 03:20 | View this Journal Entry লিংকত ক্লিক কৰক |
| 03:24 | এখন নতুন popup উইন্দ’ আহিছে |
| 03:27 | ই General Ledger Transaction Details দেখুৱাই যি আমি বৰ্তমান ভৰ্ত্তি কৰিছিলো |
| 03:33 | Print লিংক হৈছে এই transaction ৰ প্ৰিন্ট-আউত এটা পাবলৈ আমাৰ ভবিষ্যতত ব্যৱ্হাৰৰ বাবে |
| 03:39 | এই উইন্দ’ বন্ধ কৰিবলৈ Close লিংকত ক্লিক কৰক |
| 03:43 | এতিয়া, Enter New Journal Entry অপচনত ক্লিক কৰক |
| 03:48 | এটা নতুন পেজ আহিছে পাছৰ নতুন Journal Entry ৰ বাবে |
| 03:52 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু নিম্ন অনুশিলনীটো কৰক |
| 03:56 | Journal Entry এটা পাচ কৰক Goods Purchased for Rs 50,000 ৰ বাবে |
| 04:01 | Entry টো হৈছে: Office furniture আৰু Equipments Account debit
To cash Account for Rs 50,000 |
| 04:09 | Memo: Purchased Office furniture আৰু Equipments for Rs 50,000 |
| 04:15 | Process the journal entry ত ক্লিক কৰক |
| 04:19 | এতিয়া, Add an Attachment লিংকত ক্লিক কৰক |
| 04:23 | আমি ফিল্দচ দেখিছো Transaction |
| 04:27 | Description আৰু Attached file |
| 04:31 | Attached file হৈছে পাচ কৰা Journal entry লৈ সংগত যিকোনো দ’কোমেন্ত সংলগ্ন কৰিবলৈ |
| 04:38 | মই এটা sample voucher সংলগ্ন কৰিম যাক মই ইতিমধ্যে মোৰ কম্পিউটাৰত বনালো আৰু ছেভ কৰিলো |
| 04:44 | Browse বুটামত ক্লিক কৰক আৰু ফ’ল্দাৰটো বিচাৰক য’ত ফাইলটো ছেভ আছে |
| 04:51 | মই Sample-Voucher.pdf ফাইলটো বাচিম মোৰ Desktop ফ’ল্দাৰৰ পৰা |
| 04:57 | আপুনি দেখিছে যে ইয়াত এতিয়া ফাইলটো সংলগ্ন হৈছে |
| 05:01 | এই voucher এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ |
| 05:06 | ইয়াক দাউনল’দ কৰক আৰু অভ্যাস কৰোতে ফাইলটো ব্যৱ্হাৰ কৰক |
| 05:11 | তেতিয়া Add new বুটামত ক্লিক কৰক |
| 05:14 | বাৰ্তা এটা আহিছে যি কয়: Attachment has been inserted |
| 05:19 | লগতে, আপুনি দেখিছে যে আপল’দ কৰা ফাইলটো টেবলত যোগ কৰা হ’ল |
| 05:25 | Back অপচনত ক্লিক কৰক ঘূৰি যাবলৈ |
| 05:28 | পাছত, আহক এই Journal Entry ৰ ৰিফ্লেকচনটো Balance Sheet ত চাওঁ |
| 05:34 | তাক কৰিবলৈ, Banking and General Ledger টেবত ক্লিক কৰক |
| 05:39 | তেতিয়া Balance Sheet Drilldown লিংকত ক্লিক কৰক |
| 05:43 | আমি দেখিছো যে transaction টো ইয়াত ৰিফ্লেক্তেদ হৈছে |
| 05:47 | ভবিষ্যতত, যেতিয়া আমাৰ বহুতো journal entries হ’ব, দৰ্শিত হোৱা লিষ্টখন দীঘল হ’ব |
| 05:54 | পাছ্ত, আহক চাওঁ transaction এটা void কৰিবলৈ |
| 05:58 | Setup টেবত ক্লিক কৰক । Maintenance পানেলত, Void a transaction লিংকত ক্লিক কৰক |
| 06:06 | এই অপচন ব্যৱহৃত হয় entry এটা দিলিত বা ৰিমোভ কৰিবলৈ |
| 06:11 | আমি ৰিফাৰেঞ্চ নাম্বাৰটো দেখিছো, যি entry টো দেখাই |
| 06:15 | আহক ৰিফাৰেঞ্চ 002/2019 বাচো transaction এটা void কৰিবলৈ |
| 06:23 | GL কৌলমত থকা আইকনটোত ক্লিক কৰক entry টো দিলিত কৰাৰ আগতে দিতেইলচ ভেৰিফাই কৰিবলৈ |
| 06:30 | আমি দেখিছো এই entry হৈছে Rs 50,000 ৰ সামগ্ৰী কিনাৰ বাবে Office furniture আৰু Equipments ৰ বাবে |
| 06:38 | উইন্দ’ৰ তলত Close লিংকত ক্লিক কৰক |
| 06:42 | এতিয়া, Select কৌলমত থকা আইকনত ক্লিক কৰক |
| 06:46 | আইকনটো চিলেক্ত কৰিলে, transaction নাম্বাৰ আৰু voiding দেত আহে |
| 06:52 | Void Transaction বুটামত ক্লিক কৰক |
| 06:55 | ই বাৰ্তা এটা দেখাই: Are you sure you want to void this transaction? This action cannot be undone |
| 07:03 | মই Proceed বুটামত ক্লিক কৰিম |
| 07:07 | তৎক্ষণাত আনএটা বাৰ্তা আহে আৰু কয়: Selected transaction has been voided |
| 07:14 | এনেদৰেই আমি প্ৰয়োজন হ’লে transaction এটা void কৰিব পাৰো |
| 07:19 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 07:25 | এই টিউট’ৰিয়েলত, আমি শিকিলো Journal Entry এটা পাচ কৰিবলৈ |
| 07:30 | Balance Sheet ত ৰিফ্লেকচনটো চাবলৈ আৰু transaction এটা Void কৰিবলৈ |
| 07:35 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 07:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 07:51 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 07:55 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 08:00 | স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |