Drupal/C3/Adding-Functionalities-using-Modules/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Adding Functionalities using Modules এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:08 | এই টিউটোৰিয়েলত মডিউলৰ সৈতে পৰিচয় হম। আমি Book Module আৰু Forum Module সম্পর্কে শিকিম। |
| 00:19 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
| 00:35 | Modules আৰু themes, Drupal সাইটত এক্সটেন্ড বা ফীচাৰ জোড়াৰ প্রাথমিক উপায়। |
| 00:42 | Drupal এটা পূর্ণ content management system দিয়ে. কিন্তু কেতিয়াবা অধিক প্রয়োজন হলে modules প্রয়োজন। |
| 00:53 | Modulesএ, Drupalৰ সাইটত ফীচাৰ জোড়ে। ইয়াত তিন ধৰণৰ modules আছে। |
| 00:59 | ইয়াত Core Modules আছে। এই modules ডিফল্টৰুপে Drupal এৰ সৈতে আহে। |
| 01:06 | এইবোৰ বন্ধ কৰা যাব পাৰে। কিন্তু ftp প্রয়োগ কৰি সাইটৰ core area ত নাযাব আৰু মডিউলক মুছক। |
| 01:15 | Drupalক আপডেট কৰিলে তাক পুনৰায় ইনস্টল কৰিব লাগিব। |
| 01:22 | Core Modules, Drupal এৰ মৌলিক কার্যকাৰিতা কৰিবলৈ ডিজাইন কৰা হয়। |
| 01:28 | ইয়াৰ পিছত Contributed Modules আছে। ইতিমধ্যে এটা ইনস্টল কৰিছো, devel আগেইই ইনস্টল কৰিছো। |
| 01:38 | Contributed Module এটা মডিউল যাক কমিউনিটিৰ পৰা এজনে কান্ট্রিবিউট কৰে । এইটো drupal.org ত উপলব্ধ। |
| 01:49 | অন্তিম মডিউল হল Custom Module. |
| 01:52 | এইটো যত কিছু নির্দিষ্ট বৈশিষ্ট্য আছে যাক প্রজেক্টৰ বাবে প্রয়োজন। এই মডিউল উপলব্ধ নহয় আৰু এই পর্যন্ত কোনেও চিন্তা কৰা নাই। |
| 02:07 | সেয়ে খুব সম্ভবত, এইটো নিজে বনাব লাগিব বা কাৰোবাক টকা দি বনাব লাগিব। |
| 02:15 | Drupal ত অনেক ভিন্ন মডিউল উপলব্ধ। |
| 02:20 | drupal.org ত আমি ইতিমধ্যে 32.458 টা মডিউল দেখিব পাৰো। |
| 02:30 | Modules অনেক বিষয় কৰে। |
| 02:33 | মডিউল Content type ত field জুড়াব পাৰে। আৰু এটা মডিউল সমগ্র সাইটৰ বাবে সম্পূর্ণ Voting System জুড়াব পাৰে। |
| 02:45 | কিন্তু আমি মাত্র সেই মডিউল ব্যবহাৰ কৰো যি Drupal সংস্কৰণৰ সৈতে সামঞ্জস্যপূর্ণ। |
| 02:51 | সেয়ে ইয়াত সর্বদা মডিউল ফিল্টাৰ কৰিব লাগিব, drupal.org/project/modules. |
| 03:03 | আমি তাক ফিল্টাৰ কৰিলে সিহত সর্বদা জনপ্রিয়ৰ ক্রমত তালিকাবদ্ধ হয়। |
| 03:09 | প্রথম তিন বা চাৰিটা পৃষ্ঠাত সবতচে জনপ্রিয় মডিউল থাকে। যাৰ মানে সিহতক সবতচে বেশী ব্যবহৃত হয় আৰু সবতচে সহায়ক। |
| 03:21 | সাৰসংক্ষেপে, Modules বৈশিষ্ট্য যোগ কৰে আৰু drupal.org ত অনেক বিনামূল্যৰ মডিউল আছে। |
| 03:30 | আমাৰ আগেই নির্মিত ওয়েবসাইট খুলো। Extend ত টিপি তলত স্ক্রোল কৰক। |
| 03:38 | ইয়াত কিছু মডিউল আছে যাক ডিফল্টৰুপে Drupal এৰ সৈতে আহে. কিন্তু সিহত ইতিমধ্যে চালু নাই। |
| 03:48 | Book module সক্রিয় কৰো। |
| 03:53 | আৰু অলপ আতৰলৈ স্ক্রোল কৰক আৰু আমি Forum module পাও। সেইটোও চালু কৰক। |
| 04:01 | আমি একেই সময়ত দুটা সম্পূর্ণ পৃথক মডিউল চালু কৰিব পাৰো। |
| 04:07 | তলত স্ক্রোল কৰি Install ত টিপক। |
| 04:12 | Book module আৰু Forum module দুটা একেবাৰে পৃথক মডিউল। |
| 04:19 | কিন্তু সিহত একেবাৰে নতুন Content types বনায় আৰু এইটো এক্সটেন্ড কৰি Drupalত কার্যকাৰিতা যোগ কৰে। |
| 04:29 | Drupal মডিউলে অনেক ভিন্ন কাম কৰে যদিও সিহত সকলো মডিউল হয়। |
| 04:35 | নতুন বৈশিষ্ট্য যোগ কৰিবলৈ সাইটত কেতিয়া বিছাৰে যত এইটো এটা সম্পূর্ণ নতুন কার্যকাৰিতা বা মাত্ৰ এটা নতুন Field type |
| 04:45 | Drupal core এক্সটেন্ড কৰিবলৈ মডিউল যোগ কৰিছে। |
| 04:50 | এতিয়া Structure আৰু Content types ত টিপক। তাতে দুটা নতুন Content Types দেখো - Book page আৰু Forum topic. |
| 05:03 | Book page Content type চেক কৰিবলৈ Content আৰু Add content ত টিপক। |
| 05:11 | Book pageএ সাইটত এটা কিতাপ বনায় যাতে অধ্যায়, নেভিগেশন আৰু লগতে ব্লগও থাকে, যাক যেতিয়াই বিছাৰো যাব পাৰে। |
| 05:24 | Book page ত টিপক। Title হিসাবে Our Drupal Manual লিখক। |
| 05:30 | Body ত লিখক: This is the beginning of our Drupal manual |
| 05:36 | Publication settings ত নতুন setting আছে। |
| 05:41 | BOOK OUTLINE ত টিপক আৰু None ক Create a new book ত সলাওক। Save and publish ত টিপক। |
| 05:55 | ইয়াত Add child page নামৰ নতুন লিঙ্ক লক্ষ্য কৰক, drupal.org ত Documentationত টিপক। |
| 06:06 | এতিয়া Understanding Drupal ত টিপিলে আমি Book module দেখো। |
| 06:12 | ইয়াত সো ফালে navigation আছে। ইয়াত পৃষ্ঠাৰ শেষলৈ আৰো কিছু navigation আছে যি নিজেই তৈয়াৰ হয়। |
| 06:24 | বাও ফালে লিঙ্ক আছে। |
| 06:29 | Drupal concept ত টিপক। লক্ষ্য কৰক ইয়াত navigation আছে। |
| 06:34 | সো ফালে navigation ও এক্সপ্যান্ড হৈছে যি ইয়াৰ পিছত কি আছে তাক দেখায়। |
| 06:42 | আমি Book module প্রয়োগ কৰি সম্পূর্ণ আৰু জটিল ইউসাৰ গাইড বা কোনো কিতাপ বনাব পাৰো। |
| 06:51 | এতিয়া সাইটত উভতি গৈ Add child pageত টিপক। |
| 06:57 | Title হিসাবে Installing Drupal আৰু Body হিসাবে This is where we explain how to install Drupal লিখক। |
| 07:08 | লক্ষ্য কৰক এইটো আমাৰ ব্যবহৃত Drupal manual ত নিজেই ৰাখা হয়. এইটো হয় কাৰণ আমি Create Book page এ টিপিছো। |
| 07:20 | Save and publish টিপক। |
| 07:23 | আমি দেখো যে navigation আমাৰ বাবে নিজেই তৈয়াৰ হয়। |
| 07:29 | Up টিপক। এইটো মেন লেভেলে লৈ যায়. মনত কৰক আমি আগেই কৈছো যে ইয়াত এটা block আছে। |
| 07:41 | Structure আৰু Block layout ত টিপক। |
| 07:45 | Sidebar first ত block ৰাখো। Place block টিপক আৰু আমি দেখো যে ইয়াত Book navigation menu আছে। |
| 07:56 | Place block আৰু তাৰপিছত Save block ত টিপক। |
| 08:01 | Save blocks ত টিপি সাইটত উভতি যাওক. ইয়াত Book navigation, Our Drupal Manual আৰু Installing Drupal আছে। |
| 08:14 | আমি নতুন child pages যোগ কৰিলে তাৰ প্রয়োজনত বৃদ্ধি পাব। |
| 08:21 | আকৌ এবাৰ মনত কৰাও যে, drupal.org ত যাওক. user manual বা documentation এৰ মাধ্যমেৰে ব্রাউস কৰক যি এইটোক হবলৈ Book module ব্যবহাৰ কৰে। |
| 08:35 | এইটো সচায়েই শক্তিশালী যদি এই ধৰণৰ কনটেন্ট আপোনাৰ সাইটত প্রয়োজন। আপোনি ইয়াত title আৰু body ত সীমাবদ্ধ নাই। |
| 08:47 | Content type ত fields জুড়াব পাৰে যি Book module এৰ সৈতে আহে। |
| 08:53 | forum থাকাত এটা ওয়েবসাইট সচায়েই উপকৃত হলে, Forum module সচায়েই সহায়ক। |
| 09:01 | Content আৰু তাৰপিছত Add content ত টিপক। |
| 09:07 | Forum module আসলতে new Content type বনায় যাক Forum topic বোলে। |
| 09:13 | তাতে field able আছে, যাৰ মানে আমি মাত্ৰ title আৰু body ত সীমাবদ্ধ নাই। |
| 09:21 | Forum topic ত টিপক। নতুন forum topic লিখক, Learning Drupal. Forums এইটো General discussion ত ৰাখক। |
| 09:35 | body ত লিখক - Hi, I’m just learning Drupal. Can someone help me? |
| 09:42 | Save and publish টিপক। |
| 09:45 | এইটো Forum Content types ত থকাত এজনে comments কৰি প্রতিক্রিয়া দিব পাৰে। |
| 09:53 | এটা comment যোগ কৰো - Sure I can help. You should just read everything at Drupalville! আৰু Save টিপক। |
| 10:07 | আমি super user হিসাবে লগ ইন কৰাত এইবোৰ নিজেই অনুমোদিত হব। |
| 10:14 | এতিয়া General discussionত টিপিলে এটা General discussion হয়। |
| 10:21 | Learning Drupal নামেৰে Forum topic এইটো কমেন্টৰ সৈতে আছে। |
| 10:25 | এতিয়া আমি comment ত টিপি comments যোগ কৰা অব্যাহত ৰাখিব পাৰো। এইভাবে, আমি সকলো forums বনাব পাৰো। |
| 10:37 | Forums শব্দত টিপি। |
| 10:41 | নতুন forum topic জুড়াবলৈ ইয়াত টিপিব পাৰে যি general discussion ত হব. কিন্তু administrator হিসাবে, আপোনি ইয়াৰ বাহিৰে আৰো পৃথক ফোৰাম বিছাৰিব পাৰে। |
| 10:55 | এতিয়া সেইটো কৰো. Structure আৰু তাৰপিছত Forums ত টিপক। এইটোৱে যত আমি নতুন forums আৰু নতুন containers জুড়াব পাৰো। |
| 11:07 | মই এটা ফোৰাম জুড়াব বিছাৰিলে, মই এইটো কৰিব পাৰো আৰু আমি এইটো বিছাৰিলে ৰি-অর্ডাৰ কৰিব পাৰো। |
| 11:18 | এতিয়া Content তাৰপিছত Add content আৰু তাৰপিছত Forum topic ত যাওক. এতিয়া আমাৰ এইটো অন্য forums ত ৰাখাৰ বিকল্প আছে। |
| 11:31 | এইভাবে Drupal সাইটত আমি এটা সুন্দৰ forum ভালকৈ ৰাখিব পাৰো। |
| 11:38 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:Modules পৰিচয়, Book Module আৰু Forum Module |
| 12:05 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
| 12:16 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
| 12:25 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
| 12:35 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
| 12:49 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |