Drupal/C3/Adding-Functionalities-using-Modules/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Adding Functionalities using Modules এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত মডিউলৰ সৈতে পৰিচয় হম। আমি Book Module আৰু Forum Module সম্পর্কে শিকিম।
00:19 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:35 Modules আৰু themes, Drupal সাইটত এক্সটেন্ড বা ফীচাৰ জোড়াৰ প্রাথমিক উপায়।
00:42 Drupal এটা পূর্ণ content management system দিয়ে. কিন্তু কেতিয়াবা অধিক প্রয়োজন হলে modules প্রয়োজন।
00:53 Modulesএ, Drupalৰ সাইটত ফীচাৰ জোড়ে। ইয়াত তিন ধৰণৰ modules আছে।
00:59 ইয়াত Core Modules আছে। এই modules ডিফল্টৰুপে Drupal এৰ সৈতে আহে।
01:06 এইবোৰ বন্ধ কৰা যাব পাৰে। কিন্তু ftp প্রয়োগ কৰি সাইটৰ core area ত নাযাব আৰু মডিউলক মুছক।
01:15 Drupalক আপডেট কৰিলে তাক পুনৰায় ইনস্টল কৰিব লাগিব।
01:22 Core Modules, Drupal এৰ মৌলিক কার্যকাৰিতা কৰিবলৈ ডিজাইন কৰা হয়।
01:28 ইয়াৰ পিছত Contributed Modules আছে। ইতিমধ্যে এটা ইনস্টল কৰিছো, devel আগেইই ইনস্টল কৰিছো।
01:38 Contributed Module এটা মডিউল যাক কমিউনিটিৰ পৰা এজনে কান্ট্রিবিউট কৰে । এইটো drupal.org ত উপলব্ধ।
01:49 অন্তিম মডিউল হল Custom Module.
01:52 এইটো যত কিছু নির্দিষ্ট বৈশিষ্ট্য আছে যাক প্রজেক্টৰ বাবে প্রয়োজন। এই মডিউল উপলব্ধ নহয় আৰু এই পর্যন্ত কোনেও চিন্তা কৰা নাই।
02:07 সেয়ে খুব সম্ভবত, এইটো নিজে বনাব লাগিব বা কাৰোবাক টকা দি বনাব লাগিব।
02:15 Drupal ত অনেক ভিন্ন মডিউল উপলব্ধ।
02:20 drupal.org ত আমি ইতিমধ্যে 32.458 টা মডিউল দেখিব পাৰো।
02:30 Modules অনেক বিষয় কৰে।
02:33 মডিউল Content type ত field জুড়াব পাৰে। আৰু এটা মডিউল সমগ্র সাইটৰ বাবে সম্পূর্ণ Voting System জুড়াব পাৰে।
02:45 কিন্তু আমি মাত্র সেই মডিউল ব্যবহাৰ কৰো যি Drupal সংস্কৰণৰ সৈতে সামঞ্জস্যপূর্ণ।
02:51 সেয়ে ইয়াত সর্বদা মডিউল ফিল্টাৰ কৰিব লাগিব, drupal.org/project/modules.
03:03 আমি তাক ফিল্টাৰ কৰিলে সিহত সর্বদা জনপ্রিয়ৰ ক্রমত তালিকাবদ্ধ হয়।
03:09 প্রথম তিন বা চাৰিটা পৃষ্ঠাত সবতচে জনপ্রিয় মডিউল থাকে। যাৰ মানে সিহতক সবতচে বেশী ব্যবহৃত হয় আৰু সবতচে সহায়ক।
03:21 সাৰসংক্ষেপে, Modules বৈশিষ্ট্য যোগ কৰে আৰু drupal.org ত অনেক বিনামূল্যৰ মডিউল আছে।
03:30 আমাৰ আগেই নির্মিত ওয়েবসাইট খুলো। Extend ত টিপি তলত স্ক্রোল কৰক।
03:38 ইয়াত কিছু মডিউল আছে যাক ডিফল্টৰুপে Drupal এৰ সৈতে আহে. কিন্তু সিহত ইতিমধ্যে চালু নাই।
03:48 Book module সক্রিয় কৰো।
03:53 আৰু অলপ আতৰলৈ স্ক্রোল কৰক আৰু আমি Forum module পাও। সেইটোও চালু কৰক।
04:01 আমি একেই সময়ত দুটা সম্পূর্ণ পৃথক মডিউল চালু কৰিব পাৰো।
04:07 তলত স্ক্রোল কৰি Install ত টিপক।
04:12 Book module আৰু Forum module দুটা একেবাৰে পৃথক মডিউল।
04:19 কিন্তু সিহত একেবাৰে নতুন Content types বনায় আৰু এইটো এক্সটেন্ড কৰি Drupalত কার্যকাৰিতা যোগ কৰে।
04:29 Drupal মডিউলে অনেক ভিন্ন কাম কৰে যদিও সিহত সকলো মডিউল হয়।
04:35 নতুন বৈশিষ্ট্য যোগ কৰিবলৈ সাইটত কেতিয়া বিছাৰে যত এইটো এটা সম্পূর্ণ নতুন কার্যকাৰিতা বা মাত্ৰ এটা নতুন Field type
04:45 Drupal core এক্সটেন্ড কৰিবলৈ মডিউল যোগ কৰিছে।
04:50 এতিয়া Structure আৰু Content types ত টিপক। তাতে দুটা নতুন Content Types দেখো - Book page আৰু Forum topic.
05:03 Book page Content type চেক কৰিবলৈ Content আৰু Add content ত টিপক।
05:11 Book pageএ সাইটত এটা কিতাপ বনায় যাতে অধ্যায়, নেভিগেশন আৰু লগতে ব্লগও থাকে, যাক যেতিয়াই বিছাৰো   যাব পাৰে।
05:24 Book page ত টিপক। Title হিসাবে Our Drupal Manual লিখক।
05:30 Body ত লিখক: This is the beginning of our Drupal manual
05:36 Publication settings ত নতুন setting আছে।
05:41 BOOK OUTLINE ত টিপক আৰু None ক Create a new book ত সলাওক। Save and publish ত টিপক।
05:55 ইয়াত Add child page নামৰ নতুন লিঙ্ক লক্ষ্য কৰক, drupal.org ত Documentationত টিপক।
06:06 এতিয়া Understanding Drupal ত টিপিলে আমি Book module দেখো।
06:12 ইয়াত সো ফালে navigation আছে। ইয়াত পৃষ্ঠাৰ শেষলৈ আৰো কিছু navigation আছে যি নিজেই তৈয়াৰ হয়।
06:24 বাও ফালে লিঙ্ক আছে।
06:29 Drupal concept ত টিপক। লক্ষ্য কৰক ইয়াত navigation আছে।
06:34 সো ফালে navigation ও এক্সপ্যান্ড হৈছে যি ইয়াৰ পিছত কি আছে তাক দেখায়।
06:42 আমি Book module প্রয়োগ কৰি সম্পূর্ণ আৰু জটিল ইউসাৰ গাইড বা কোনো কিতাপ বনাব পাৰো।
06:51 এতিয়া সাইটত উভতি গৈ Add child pageত টিপক।
06:57 Title হিসাবে Installing Drupal আৰু Body হিসাবে This is where we explain how to install Drupal লিখক।
07:08 লক্ষ্য কৰক এইটো আমাৰ ব্যবহৃত Drupal manual ত নিজেই ৰাখা হয়. এইটো হয় কাৰণ আমি Create Book page এ টিপিছো।
07:20 Save and publish টিপক।
07:23 আমি দেখো যে navigation আমাৰ বাবে নিজেই তৈয়াৰ হয়।
07:29 Up টিপক। এইটো মেন লেভেলে লৈ যায়. মনত কৰক আমি আগেই কৈছো যে ইয়াত এটা block আছে।
07:41 Structure আৰু Block layout ত টিপক।
07:45 Sidebar first ত block ৰাখো। Place block টিপক আৰু আমি দেখো যে ইয়াত Book navigation menu আছে।
07:56 Place block আৰু তাৰপিছত Save block ত টিপক।
08:01 Save blocks ত টিপি সাইটত উভতি যাওক. ইয়াত Book navigation, Our Drupal Manual আৰু Installing Drupal আছে।
08:14 আমি নতুন child pages যোগ কৰিলে তাৰ প্রয়োজনত বৃদ্ধি পাব।
08:21 আকৌ এবাৰ মনত কৰাও যে, drupal.org ত যাওক. user manual বা documentation এৰ মাধ্যমেৰে ব্রাউস কৰক যি এইটোক হবলৈ Book module ব্যবহাৰ কৰে।
08:35 এইটো সচায়েই শক্তিশালী যদি এই ধৰণৰ কনটেন্ট আপোনাৰ সাইটত প্রয়োজন। আপোনি ইয়াত title আৰু body ত সীমাবদ্ধ নাই।
08:47 Content type ত fields জুড়াব পাৰে যি Book module এৰ সৈতে আহে।
08:53 forum থাকাত এটা ওয়েবসাইট সচায়েই উপকৃত হলে, Forum module সচায়েই সহায়ক।
09:01 Content আৰু তাৰপিছত Add content ত টিপক।
09:07 Forum module আসলতে new Content type বনায় যাক Forum topic বোলে।
09:13 তাতে field able আছে, যাৰ মানে আমি মাত্ৰ title আৰু body ত সীমাবদ্ধ নাই।
09:21 Forum topic ত টিপক। নতুন forum topic লিখক, Learning Drupal. Forums এইটো General discussion ত ৰাখক।
09:35 body ত লিখক - Hi, I’m just learning Drupal. Can someone help me?
09:42 Save and publish টিপক।
09:45 এইটো Forum Content types ত থকাত এজনে comments কৰি প্রতিক্রিয়া দিব পাৰে।
09:53 এটা comment যোগ কৰো - Sure I can help. You should just read everything at Drupalville! আৰু Save টিপক।
10:07 আমি super user হিসাবে লগ ইন কৰাত এইবোৰ নিজেই অনুমোদিত হব।
10:14 এতিয়া General discussionত টিপিলে এটা General discussion হয়।
10:21 Learning Drupal নামেৰে Forum topic এইটো কমেন্টৰ সৈতে আছে।
10:25 এতিয়া আমি comment ত টিপি comments যোগ কৰা অব্যাহত ৰাখিব পাৰো। এইভাবে, আমি সকলো forums বনাব পাৰো।
10:37 Forums শব্দত টিপি।
10:41 নতুন forum topic জুড়াবলৈ ইয়াত টিপিব পাৰে যি general discussion ত হব. কিন্তু administrator হিসাবে, আপোনি ইয়াৰ বাহিৰে আৰো পৃথক ফোৰাম বিছাৰিব পাৰে।
10:55 এতিয়া সেইটো কৰো. Structure আৰু তাৰপিছত Forums ত টিপক। এইটোৱে যত আমি নতুন forums আৰু নতুন containers জুড়াব পাৰো।
11:07 মই এটা ফোৰাম জুড়াব বিছাৰিলে, মই এইটো কৰিব পাৰো আৰু আমি এইটো বিছাৰিলে ৰি-অর্ডাৰ কৰিব পাৰো।
11:18 এতিয়া Content তাৰপিছত Add content আৰু তাৰপিছত Forum topic ত যাওক. এতিয়া আমাৰ এইটো অন্য forums ত ৰাখাৰ বিকল্প আছে।
11:31 এইভাবে Drupal সাইটত আমি এটা সুন্দৰ forum ভালকৈ ৰাখিব পাৰো।
11:38 ইয়া‍ৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:Modules পৰিচয়, Book Module আৰু Forum Module
12:05 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
12:16 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:25 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
12:35 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
12:49 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi