Drupal/C2/Displaying-Contents-using-Views/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শ সকল. Displaying Contents using Views এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত শিকিম: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view. |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি অপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:31 | প্রথমে Views সম্পর্কে শিকো। Views অনুৰুপ কন্টেন্টৰ সংগ্রহ প্রদর্শন কৰিবলৈ ব্যবহৃত হয়, Views বিভিন্ন ফৰম্যাটত দেখোৱাব পাৰে যেনে - |
00:43 | টেবোলস, লিস্টস, গ্যালাৰি ইত্যাদি। |
00:49 | এইটোক নির্ধাৰণৰ উপৰত ভিত্তি কৰি কন্টেন্ট select, order, filter আৰু present কৰিবলৈ পাৰে। Views অন্যান্য সফ্টওয়্যাৰত পৰিচয় মূলত Reports বা Query Results হয়. |
01:04 | উদাহৰণস্বৰুপে লাইব্রেৰিত গৈ গ্রন্থাগাৰিকক নিম্ন মানদণ্ডৰ সৈতে কিতাপৰ স্ট্যাকৰ বাবে সোধিলে:যি 1905 ৰ আগেই প্রকাশিত যি লেখকৰ নামৰ শেষাংশ M দি আৰম্ভ হয়। |
01:19 | যত কিতাপৰ 100 বা তাৰ বেশি পৃষ্ঠা থাকে আৰু কভাৰ হল ৰঙা। |
01:25 | এইটোক সোধিলে গ্রন্থাগাৰৰ পৰা পঠাই দিব. কিন্তু Drupal ত Views এৰ সৈতে এইটোক কৰা খুব সহজ। |
01:34 | Views সেট কৰাৰ 5টা সহজ ধাপ আছে। Views এৰ ওয়ার্কফ্লো হল:Display চয়ন কৰক, Format সেট কৰক |
01:45 | আপোনাৰ Fields নিশ্চিত কৰক, এটা Filter প্রয়োগ কৰক আৰু তাৰপিছত ফলাফল Sort কৰক। |
01:53 | আমি আগেই নির্মিত ওয়েবসাইটটো খুলো। |
01:58 | এতিয়া সহজ Drupal site ত স্ট্যান্ডার্ড Views বনোৱা শিকো। |
02:04 | Structure ত টিপক আৰু তাৰপিছত Views ত টিপক। |
02:09 | Drupal ৰ অনেক বিল্ট ইন Views আছে। উদাহৰণস্বৰুপে: Content Viewএ অ্যাডমিনিস্ট্রেটৰক কনটেন্ট পৰিচালনাৰ অনুমতি দিয়ে। |
02:20 | একেই কথা Custom block library, Files, Frontpage, People, Recent comments, Recent content, Taxonomy terms, Who’s new আৰু Who’s online ৰ সৈতে। |
02:37 | এই সকলো Views, Drupal এৰ সৈতে আহে, যাক আপডেট বা এডিট কৰিবলৈ পাৰি। |
02:44 | প্রথমে Teasers এৰ সৈতে সহজ পৃষ্ঠা বনোৱা। এইটোক Events Content type এৰ বাবে ল্যান্ডিং পেজ। |
02:54 | Add new view ত টিপক আৰু এইটোক Events Sponsored নাম দিয়ক। |
03:02 | Content of type ক All পৰা Eventsত সলাওক আৰু Newest first দ্বাৰা সর্ট কৰক। |
03:11 | Create a page ত টিপক। Display format ক Unformatted list, teasers হিসাবে ৰাখক। |
03:20 | কাৰণ ইতিমধ্যে Manage display ত Teaser mode সেট কৰিছো। |
03:26 | Create a menu link ছেক কৰক। তাৰপিছত Menu ড্রপ ডাউনত Main navigation চয়ন কৰক। |
03:35 | এইটোৱে সকলো Events চাবলৈ সাহায্য কৰে যাক সাইটত যোগ কৰিছো। |
03:41 | Save and edit টিপক আৰু এতিয়া স্ক্রিনত এক্সেস আছে যি পৰিচয়ত উল্লেখ কৰিছিলো। |
03:51 | এই স্ক্রিনে এটা Page দেখায়, যাৰ Format হল Unformatted list, Teasers ৰ। |
03:59 | ইয়াতে কোনো ফীল্ড এৰ প্রয়োজন নাই কাৰণ Teaser mode সেট কৰিছো। |
04:05 | FILTER CRITERIA হল Published events আৰু বা SORT CRITERIA নিম্নক্রমানুসাৰে প্রকাশনৰ তাৰিখ। |
04:16 | তলত স্ক্রোল কৰিলে আমি এটা দ্রুত প্রিভিউ চাব পাৰো। |
04:21 | এইটো পছন্দ নহলে, এইটোক সলাবলৈ সহজ. এইটোক অন্য টিউটোৰিয়েলত দেখোৱাম। |
04:28 | এতিয়া Save ত টিপো। Back to siteত টিপো। |
04:35 | মেন মেনুত Events নামৰ নতুন ট্যাব আছে, যত সকলো Events ৰ তালিকা থাকে। |
04:44 | ইয়াতে বিভিন্ন আকাৰ আৰু আকৃতিৰ সৈতে Event logos আছে। |
04:50 | আমাৰ Event Website আৰু Event Date আছে। |
04:55 | মনত ৰাখিব Events Content type এৰ বাবে এইটোক Teaser mode ত আপডেট কৰিবলৈ পাৰি যদি আমি সলাব বিছাৰো। |
05:04 | ব্যাস ইমানেই। এইটো Events এৰ বাবে ল্যান্ডিং পৃষ্ঠা। |
05:09 | Drupal এৰ এটা মূল বৈশিষ্ট্য হল তথ্য স্থাপন কৰাৰ ক্ষমতা Block regions বা ওয়েবসাইটৰ সাইডবাৰত। |
05:19 | পূর্বে এটা নতুন Event যোগ কৰা থাকিলে, প্রতিটো পৃষ্ঠাৰ সাইডবাৰত যাবলৈ লাগিব পাৰে আৰু সাইডবাৰ আপডেট কৰিবলৈ লাগিব। |
05:31 | এতিয়া Views নিজেই নিজেই কন্টেন্ট আপডেট কৰে। |
05:36 | Structure ত টিপি তাৰপিছত Views ত টিপক। |
05:41 | যিহেতু ইয়াতে অনেকবাৰ উভতি আহিছে, সেয়ে স্টাৰত টিপি এইটোক শর্টকাটত যোগ কৰো। Add new view ত টিপক। |
05:53 | View name ত লিখক Recent Events Added. এইটোক সাইটত জোড়া আধুনিক Events এৰ তালিকা হব। |
06:04 | Content of type ক All পৰা Events লৈ সলাওক। |
06:09 | Create a block চয়ন কৰক। sorted by ক Newest First ৰাখক। |
06:18 | Block title ত লিখক Recently Added Events. মাত্ৰ এইটো দেখাবলৈ যে ইয়াতে ভিন্ন নাম আৰু শিৰোনাম থাকিব পাৰে। |
06:28 | Drupal, Views ৰ বিভিন্ন স্টাইল বনাবলৈ দিয়ে. এইটোক Unformatted list, titles হিসাবে থৈ দিয়ক, প্রতি ব্লকক 5টা আইটেম সহ। |
06:40 | Use a pager চেক নকৰিব. এইটোক কৰিলে ব্লকৰ তলত আমি এই ৰকমে পৃষ্ঠা সংখ্যা পাও তিনিৰ এক, তিনিৰ দুই ইত্যাদি। |
06:53 | Save and edit টিপক। এতিয়া প্রিভিউ চাও। এইটোক ইতিমধ্যে যুক্ত Events এৰ শিৰোনামৰ তালিকা দেখায়। |
07:05 | ইয়াতে আমি চাও, এইটোক এটা Block দেখাইছে। FORMAT হল Unformatted list. FIELDS হল Title ফীল্ডস। |
07:16 | FILTER CRITERIA তাৰ প্রকাশনৰ তাৰিখ অনুযায়ী অধ:ক্রমত সজোৱা Published Events. |
07:24 | Save টিপক। এইটো কতো নেদেখাব কাৰণ আমি এতিয়ালৈকে block ৰাখা নাই। |
07:33 | Structure ত আৰু Block layoutত টিপক। block ক Sidebar first এলাকাত ৰাখক। |
07:43 | Place block ত টিপক। তলত স্ক্রোল কৰিলে আমি Recent Events Added নামৰ block চাও। Place block ত টিপক। |
07:54 | আমি এতিয়াও বিস্তাৰিতভাবে blocks সম্পর্কে শিকা নাই, আমি Save ত টিপিম। এইটোক প্রতিটো পৃষ্ঠাত দেখাব। এইটোক পিছত এডিট কৰাম। |
08:06 | এইটোক Searchৰ পিছত অর্ডাৰ অনুযায়ী দেখাব। Save blocks টিপক। |
08:13 | Back to site টিপক। প্রতিটো পৃষ্ঠাত নতুন block আছে যি সাইটত সম্প্রতি যুক্ত Events দিব। |
08:24 | এইটোক আকৌ এবাৰ কনফিগাৰৰ দৰকাৰ নাই. আপোনি যি বিছাৰে এইটোক ৰাখিব পাৰে আৰু এইটো সর্বদা আপ টু ডেট হব। |
08:33 | এইটো publication date order ত Events Content type ব্যবহাৰ কৰি Block viewৰ এটা উদাহৰণ। |
08:42 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:46 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view. |
09:01 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
09:12 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
09:29 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
09:42 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |