Drupal/C2/Displaying-Contents-using-Views/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শ সকল. Displaying Contents using Views এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত শিকিম: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি অপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:31 প্রথমে Views সম্পর্কে শিকো। Views অনুৰুপ কন্টেন্টৰ সংগ্রহ প্রদর্শন কৰিবলৈ ব্যবহৃত হয়, Views বিভিন্ন ফৰম্যাটত দেখোৱাব পাৰে যেনে -
00:43 টেবোলস, লিস্টস, গ্যালাৰি ইত্যাদি।
00:49 এইটোক নির্ধাৰণৰ উপৰত ভিত্তি কৰি কন্টেন্ট select, order, filter আৰু present কৰিবলৈ পাৰে। Views অন্যান্য সফ্টওয়্যাৰত পৰিচয় মূলত Reports বা Query Results হয়.
01:04 উদাহৰণস্বৰুপে লাইব্রেৰিত গৈ গ্রন্থাগাৰিকক নিম্ন মানদণ্ডৰ সৈতে কিতাপৰ স্ট্যাকৰ বাবে সোধিলে:যি 1905 ৰ আগেই প্রকাশিত যি লেখকৰ নামৰ শেষাংশ M দি আৰম্ভ হয়।
01:19 যত কিতাপৰ 100 বা তাৰ বেশি পৃষ্ঠা থাকে আৰু কভাৰ হল ৰঙা।
01:25 এইটোক সোধিলে গ্রন্থাগাৰৰ পৰা পঠাই দিব. কিন্তু Drupal ত Views এৰ সৈতে এইটোক কৰা খুব সহজ।
01:34 Views সেট কৰাৰ 5টা সহজ ধাপ আছে। Views এৰ ওয়ার্কফ্লো হল:Display চয়ন কৰক, Format সেট কৰক
01:45 আপোনাৰ Fields নিশ্চিত কৰক, এটা Filter প্রয়োগ কৰক আৰু তাৰপিছত ফলাফল Sort কৰক।
01:53 আমি আগেই নির্মিত ওয়েবসাইটটো খুলো।
01:58 এতিয়া সহজ Drupal site ত স্ট্যান্ডার্ড Views বনোৱা শিকো।
02:04 Structure ত টিপক আৰু তাৰপিছত Views ত টিপক।
02:09 Drupal ৰ অনেক বিল্ট ইন Views আছে। উদাহৰণস্বৰুপে: Content Viewএ অ্যাডমিনিস্ট্রেটৰক কনটেন্ট পৰিচালনাৰ অনুমতি দিয়ে।
02:20 একেই কথা Custom block library, Files, Frontpage, People, Recent comments, Recent content, Taxonomy terms, Who’s new আৰু Who’s online ৰ সৈতে।
02:37 এই সকলো Views, Drupal এৰ সৈতে আহে, যাক আপডেট বা এডিট কৰিবলৈ পাৰি।
02:44 প্রথমে Teasers এৰ সৈতে সহজ পৃষ্ঠা বনোৱা। এইটোক Events Content type এৰ বাবে ল্যান্ডিং পেজ।
02:54 Add new view ত টিপক আৰু এইটোক Events Sponsored নাম দিয়ক।
03:02 Content of type ক All পৰা Eventsত সলাওক আৰু Newest first দ্বাৰা সর্ট কৰক।
03:11 Create a page ত টিপক। Display format ক Unformatted list, teasers হিসাবে ৰাখক।
03:20 কাৰণ ইতিমধ্যে Manage display ত Teaser mode সেট কৰিছো।
03:26 Create a menu link ছেক কৰক। তাৰপিছত Menu ড্রপ ডাউনত Main navigation চয়ন কৰক।
03:35 এইটোৱে সকলো Events চাবলৈ সাহায্য কৰে যাক সাইটত যোগ কৰিছো।
03:41 Save and edit টিপক আৰু এতিয়া স্ক্রিনত এক্সেস আছে যি পৰিচয়ত উল্লেখ কৰিছিলো।
03:51 এই স্ক্রিনে এটা Page দেখায়, যাৰ Format হল Unformatted list, Teasers ৰ।
03:59 ইয়াতে কোনো ফীল্ড এৰ প্রয়োজন নাই কাৰণ Teaser mode সেট কৰিছো।
04:05 FILTER CRITERIA হল Published events আৰু বা SORT CRITERIA নিম্নক্রমানুসাৰে প্রকাশনৰ তাৰিখ।
04:16 তলত স্ক্রোল কৰিলে আমি এটা দ্রুত প্রিভিউ চাব পাৰো।
04:21 এইটো পছন্দ নহলে, এইটোক সলাবলৈ সহজ. এইটোক অন্য টিউটোৰিয়েলত দেখোৱাম।
04:28 এতিয়া Save ত টিপো। Back to siteত টিপো।
04:35 মেন মেনুত Events নামৰ নতুন ট্যাব আছে, যত সকলো Events ৰ তালিকা থাকে।
04:44 ইয়াতে বিভিন্ন আকাৰ আৰু আকৃতিৰ সৈতে Event logos আছে।
04:50 আমাৰ Event Website আৰু Event Date আছে।
04:55 মনত ৰাখিব Events Content type এৰ বাবে এইটোক Teaser mode ত আপডেট কৰিবলৈ পাৰি যদি আমি সলাব বিছাৰো।
05:04 ব্যাস ইমানেই। এইটো Events এৰ বাবে ল্যান্ডিং পৃষ্ঠা।
05:09 Drupal এৰ এটা মূল বৈশিষ্ট্য হল তথ্য স্থাপন কৰাৰ ক্ষমতা Block regions বা ওয়েবসাইটৰ সাইডবাৰত।
05:19 পূর্বে এটা নতুন Event যোগ কৰা থাকিলে, প্রতিটো পৃষ্ঠাৰ সাইডবাৰত যাবলৈ লাগিব পাৰে আৰু সাইডবাৰ আপডেট কৰিবলৈ লাগিব।
05:31 এতিয়া Views নিজেই নিজেই কন্টেন্ট আপডেট কৰে।
05:36 Structure ত টিপি তাৰপিছত Views ত টিপক।
05:41 যিহেতু ইয়াতে অনেকবাৰ উভতি আহিছে, সেয়ে স্টাৰত টিপি এইটোক শর্টকাটত যোগ কৰো। Add new view ত টিপক।
05:53 View name ত লিখক Recent Events Added. এইটোক সাইটত জোড়া আধুনিক Events এৰ তালিকা হব।
06:04 Content of type ক All পৰা Events লৈ সলাওক।
06:09 Create a block চয়ন কৰক। sorted by ক Newest First ৰাখক।
06:18 Block title ত লিখক Recently Added Events. মাত্ৰ এইটো দেখাবলৈ যে ইয়াতে ভিন্ন নাম আৰু শিৰোনাম থাকিব পাৰে।
06:28 Drupal, Views ৰ বিভিন্ন স্টাইল বনাবলৈ দিয়ে. এইটোক Unformatted list, titles হিসাবে  থৈ দিয়ক, প্রতি  ব্লকক 5টা আইটেম সহ।
06:40 Use a pager চেক নকৰিব. এইটোক কৰিলে ব্লকৰ তলত আমি এই ৰকমে পৃষ্ঠা সংখ্যা পাও তিনিৰ এক, তিনিৰ দুই ইত্যাদি।
06:53 Save and edit টিপক। এতিয়া প্রিভিউ চাও। এইটোক ইতিমধ্যে যুক্ত Events এৰ শিৰোনামৰ তালিকা দেখায়।
07:05 ইয়াতে আমি চাও, এইটোক এটা Block দেখাইছে। FORMAT হল Unformatted list. FIELDS হল Title ফীল্ডস।
07:16 FILTER CRITERIA তাৰ প্রকাশনৰ তাৰিখ অনুযায়ী অধ:ক্রমত সজোৱা Published Events.
07:24 Save টিপক। এইটো কতো নেদেখাব কাৰণ আমি এতিয়ালৈকে block ৰাখা নাই।
07:33 Structure ত আৰু Block layoutত টিপক। block ক Sidebar first এলাকাত ৰাখক।
07:43 Place block ত টিপক। তলত স্ক্রোল কৰিলে আমি Recent Events Added নামৰ block চাও। Place block ত টিপক।
07:54 আমি এতিয়াও বিস্তাৰিতভাবে blocks সম্পর্কে শিকা নাই, আমি Save ত টিপিম। এইটোক প্রতিটো পৃষ্ঠাত দেখাব। এইটোক পিছত এডিট কৰাম।
08:06 এইটোক Searchৰ পিছত অর্ডাৰ অনুযায়ী দেখাব। Save blocks টিপক।
08:13 Back to site টিপক। প্রতিটো পৃষ্ঠাত নতুন block আছে যি সাইটত সম্প্রতি যুক্ত Events দিব।
08:24 এইটোক আকৌ এবাৰ কনফিগাৰৰ দৰকাৰ নাই. আপোনি যি বিছাৰে এইটোক ৰাখিব পাৰে আৰু এইটো সর্বদা আপ টু ডেট হব।
08:33 এইটো publication date order ত Events Content type ব্যবহাৰ কৰি Block viewৰ এটা উদাহৰণ।
08:42 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:46 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
09:01 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
09:12 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
09:29 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
09:42 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi