Digital-Divide/C2/Newborn-Child-Care/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 Newborn child care ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম: -
00:09 নবজাত শিশুৰ যত্ন কিভাবে লয়।
00:12 নতুন মাকৰ সন্মুখত আহা সাধাৰণ সমস্যা আৰু
00:15 তাক কিভাবে সমাধান কৰে।
00:18 ডাক্তৰ অঞ্জলিয়ে, অনিতাৰ ঘৰত প্রবেশ কৰি তাইৰ নবজাত সন্তানৰ বাবে খুশি প্রকাশ কৰে।
00:25 ডাক্তৰে দেখে যে অনিতায়ে ভুল ভাবে তাইৰ বাচ্চাটোক ধৰি ৰাখিছে।
00:30 তেখেতে অনিতাক বাচ্চা ধৰাৰ সময়ত সাবধানে থাকিবলৈ কয়।
00:35 ডাক্তৰে দেখায় যে শিশুৰ মাথা কিভাবে ধৰে আৰু তাক কেনেকৈ কোলাত লয় 
00:41 যেতিয়া শিশুক চিধা ধৰিব লাগে বা 
00:43 যেতিয়া তলত শোৱাব লাগে।
00:45 ডাক্তৰে, অনিতাক পৰামর্শ দিয়ে যে শিশুক কেতিয়াও কঠোৰতা হৈ নধৰিব।
00:51 অনিতায়ে কয় যে এই সকলোবোৰ তাইৰ বাবে নতুন হয়
00:55 আৰু তাইৰ নবজাত শিশুৰ ভাল যত্নৰ বাবে ডাক্তৰৰ পৰামৰ্শ বিছাৰে
01:02 ডাক্তৰে শুখি শুখি সম্মতি দিয়ে।
01:04 তেখেতে প্রাথমিক আৰু সবতচে গুৰুত্বপূর্ণ কথাবোৰ কয় -
01:09 নবজাত শিশুক কোলাত লোৱাৰ পূর্বে প্রথমে সাবোন বা ছাই দি হাত ধোৱক
01:15 কাৰণ এতিয়াও শিশুৰ প্রতিৰক্ষা প্রণালী তৈয়াৰ হোৱা নাই।
01:19 সেয়ে, সিহত সংক্রমণৰ বাবে অধিক সক্ষম।
01:24 অনিতায়ে ডাক্তৰক সোধে যে "শিশুক কেইবাৰ গাখীৰ খোৱাব লাগে?"
01:28 ডাক্তৰে কয় যে নবজাত শিশুক প্রতি 2ৰ পৰা 3 ঘন্টাত খোৱাৰ প্রয়োজন। 
01:37 স্তন্যপান কৰোৱা শিশুৰ স্বাস্থ্যৰ বাবে সবতচে গুৰুত্বপূর্ণ
01:43 আৰু শিশুৰ প্রতিৰক্ষা প্রণালী বিকাশৰ বাবে জৰুৰী। 
01:46 যদি শিশুক স্তন্যপান কৰাইছে, তেনেহলে শিশুক প্রতি স্তনৰ 10-15 মিনিট পর্যন্ত স্তন্যপান কৰিবলৈ দিয়ক।
01:56 তাৰপিছত, অনিতায়ে ডাক্তৰক ফর্মুলা-ফিডিং সম্পর্কে সোধে.
02:00 ডাক্তৰে কয় যে,
02:02 যদি আপোনি শিশুৰ বাবে স্তন্যপানৰ বিকল্প ব্যবহাৰ কৰিছে
02:08 তেনেহলে সেইবোৰ 60-90 গ্রাম গাখীৰ খাব পাৰে।
02:14 তাৰপিছত অনিতায়ে ডাক্তৰক সোধে যে শিশুক কেতিয়া আৰু কিভাবে স্নান কৰায়।
02:21 ডাক্তৰে কয় যে প্রথম কিছু সপ্তাহত, শিশু খুব দূর্বল হয়।
02:28 তেখেতে কয় যে শিশুক ততক্ষণত ভিজা কাপোড় দি মুছক যেতিয়ালৈকে
02:33 (a) গৰ্ভনলি এৰি নাযায়
02:37 (b) আঘাতপোৱা ঘাঁ ঠিক নহয়
02:39 (c) সম্পূর্ণৰুপে নাভি ঠিক নহয়।
02:43 ডাক্তৰে কয় যে নির্দিষ্ট সময়ৰ পিছত প্রতি সপ্তাহত 2-3 বাৰ নৰম সাবোন দি স্নান কৰালে শিশুৰ বাবে যথেষ্ট।
02:53 এনেকৈ প্রথম বছৰত কৰাব পাৰে।
02:56 ঘনাই ঘনাই স্নান কৰালে ছালখন শুকাই যাব পাৰে।
03:01 তাৰপিছত ডাক্তৰে দেখায় যে শিশুৰ ছালত কিছু ঘাঁ আছে।
03:06 অনিতায়ে ভয় খায়।
03:08 তাই ডাক্তৰক এনেধৰনৰ ঘাঁৰ যত্ন সম্পর্কে সোধে
03:13 ডাক্তৰে কয় যে এই  ঘাঁ ভিজা ডাইপাৰৰ বাবে হৈছে।
03:19 তেখেতে এয়াও কয় যে শিশুৰ ডাইপাৰ বাৰে-বাৰে আৰু মল ত্যাগ কৰাৰ পিছত যিমান সোনকালে পাৰে, সলোৱা জৰুৰী।
03:29 সেই এলাকাত নৰম সাবোন আৰু পানী দি পৰিষ্কাৰ কৰক
03:34 জেগাখিনিক সোকান কৰি ৰাখিবলৈ সামান্য শিশুৰ পাউডাৰ লগাওক।
03:39 ডাক্তৰে এয়াও কয় যে ডায়পাৰ কাপোড়ৰ হলে, তাক কীটাণুনাশক ডেটলৰ সৈতে গৰম পানীৰে ধোৱক।
03:49 দিনত কিছুক্ষণৰ বাবে শিশুক ডাইপাৰ নলগোৱাকৈ ৰাখা এটা ভাল ধাৰণা।
03:55 অনিতায়ে ডাক্তৰক ধন্যবাদ জনাই কয় যে তাই তেখেতৰ পৰামর্শবোৰ মনত ৰাখিব।
04:02 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
04:05 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
04:09 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
04:12 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
04:18 স্পকেন টিউটোৰিয়েল প্রকল্প দলে, স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
04:25 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
04:29 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
04:39 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
04:44 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
04:53 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
05:09 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধি বিদায় লৈছো।
05:19 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi