Digital-Divide/C2/Newborn-Child-Care/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | Newborn child care ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: - |
00:09 | নবজাত শিশুৰ যত্ন কিভাবে লয়। |
00:12 | নতুন মাকৰ সন্মুখত আহা সাধাৰণ সমস্যা আৰু |
00:15 | তাক কিভাবে সমাধান কৰে। |
00:18 | ডাক্তৰ অঞ্জলিয়ে, অনিতাৰ ঘৰত প্রবেশ কৰি তাইৰ নবজাত সন্তানৰ বাবে খুশি প্রকাশ কৰে। |
00:25 | ডাক্তৰে দেখে যে অনিতায়ে ভুল ভাবে তাইৰ বাচ্চাটোক ধৰি ৰাখিছে। |
00:30 | তেখেতে অনিতাক বাচ্চা ধৰাৰ সময়ত সাবধানে থাকিবলৈ কয়। |
00:35 | ডাক্তৰে দেখায় যে শিশুৰ মাথা কিভাবে ধৰে আৰু তাক কেনেকৈ কোলাত লয় |
00:41 | যেতিয়া শিশুক চিধা ধৰিব লাগে বা |
00:43 | যেতিয়া তলত শোৱাব লাগে। |
00:45 | ডাক্তৰে, অনিতাক পৰামর্শ দিয়ে যে শিশুক কেতিয়াও কঠোৰতা হৈ নধৰিব। |
00:51 | অনিতায়ে কয় যে এই সকলোবোৰ তাইৰ বাবে নতুন হয় |
00:55 | আৰু তাইৰ নবজাত শিশুৰ ভাল যত্নৰ বাবে ডাক্তৰৰ পৰামৰ্শ বিছাৰে |
01:02 | ডাক্তৰে শুখি শুখি সম্মতি দিয়ে। |
01:04 | তেখেতে প্রাথমিক আৰু সবতচে গুৰুত্বপূর্ণ কথাবোৰ কয় - |
01:09 | নবজাত শিশুক কোলাত লোৱাৰ পূর্বে প্রথমে সাবোন বা ছাই দি হাত ধোৱক |
01:15 | কাৰণ এতিয়াও শিশুৰ প্রতিৰক্ষা প্রণালী তৈয়াৰ হোৱা নাই। |
01:19 | সেয়ে, সিহত সংক্রমণৰ বাবে অধিক সক্ষম। |
01:24 | অনিতায়ে ডাক্তৰক সোধে যে "শিশুক কেইবাৰ গাখীৰ খোৱাব লাগে?" |
01:28 | ডাক্তৰে কয় যে নবজাত শিশুক প্রতি 2ৰ পৰা 3 ঘন্টাত খোৱাৰ প্রয়োজন। |
01:37 | স্তন্যপান কৰোৱা শিশুৰ স্বাস্থ্যৰ বাবে সবতচে গুৰুত্বপূর্ণ |
01:43 | আৰু শিশুৰ প্রতিৰক্ষা প্রণালী বিকাশৰ বাবে জৰুৰী। |
01:46 | যদি শিশুক স্তন্যপান কৰাইছে, তেনেহলে শিশুক প্রতি স্তনৰ 10-15 মিনিট পর্যন্ত স্তন্যপান কৰিবলৈ দিয়ক। |
01:56 | তাৰপিছত, অনিতায়ে ডাক্তৰক ফর্মুলা-ফিডিং সম্পর্কে সোধে. |
02:00 | ডাক্তৰে কয় যে, |
02:02 | যদি আপোনি শিশুৰ বাবে স্তন্যপানৰ বিকল্প ব্যবহাৰ কৰিছে |
02:08 | তেনেহলে সেইবোৰ 60-90 গ্রাম গাখীৰ খাব পাৰে। |
02:14 | তাৰপিছত অনিতায়ে ডাক্তৰক সোধে যে শিশুক কেতিয়া আৰু কিভাবে স্নান কৰায়। |
02:21 | ডাক্তৰে কয় যে প্রথম কিছু সপ্তাহত, শিশু খুব দূর্বল হয়। |
02:28 | তেখেতে কয় যে শিশুক ততক্ষণত ভিজা কাপোড় দি মুছক যেতিয়ালৈকে |
02:33 | (a) গৰ্ভনলি এৰি নাযায় |
02:37 | (b) আঘাতপোৱা ঘাঁ ঠিক নহয় |
02:39 | (c) সম্পূর্ণৰুপে নাভি ঠিক নহয়। |
02:43 | ডাক্তৰে কয় যে নির্দিষ্ট সময়ৰ পিছত প্রতি সপ্তাহত 2-3 বাৰ নৰম সাবোন দি স্নান কৰালে শিশুৰ বাবে যথেষ্ট। |
02:53 | এনেকৈ প্রথম বছৰত কৰাব পাৰে। |
02:56 | ঘনাই ঘনাই স্নান কৰালে ছালখন শুকাই যাব পাৰে। |
03:01 | তাৰপিছত ডাক্তৰে দেখায় যে শিশুৰ ছালত কিছু ঘাঁ আছে। |
03:06 | অনিতায়ে ভয় খায়। |
03:08 | তাই ডাক্তৰক এনেধৰনৰ ঘাঁৰ যত্ন সম্পর্কে সোধে |
03:13 | ডাক্তৰে কয় যে এই ঘাঁ ভিজা ডাইপাৰৰ বাবে হৈছে। |
03:19 | তেখেতে এয়াও কয় যে শিশুৰ ডাইপাৰ বাৰে-বাৰে আৰু মল ত্যাগ কৰাৰ পিছত যিমান সোনকালে পাৰে, সলোৱা জৰুৰী। |
03:29 | সেই এলাকাত নৰম সাবোন আৰু পানী দি পৰিষ্কাৰ কৰক |
03:34 | জেগাখিনিক সোকান কৰি ৰাখিবলৈ সামান্য শিশুৰ পাউডাৰ লগাওক। |
03:39 | ডাক্তৰে এয়াও কয় যে ডায়পাৰ কাপোড়ৰ হলে, তাক কীটাণুনাশক ডেটলৰ সৈতে গৰম পানীৰে ধোৱক। |
03:49 | দিনত কিছুক্ষণৰ বাবে শিশুক ডাইপাৰ নলগোৱাকৈ ৰাখা এটা ভাল ধাৰণা। |
03:55 | অনিতায়ে ডাক্তৰক ধন্যবাদ জনাই কয় যে তাই তেখেতৰ পৰামর্শবোৰ মনত ৰাখিব। |
04:02 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
04:05 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
04:09 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
04:12 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
04:18 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
04:25 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
04:29 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
04:39 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
04:44 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
04:53 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
05:09 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধি বিদায় লৈছো। |
05:19 | অংশগ্রহনৰ বাবে ধন্যবাদ। |