C-and-Cpp/C3/Loops/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | লোপচ ইন C এন্দ C++ (Loops in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটৰিয়েলটোত আমি শিকিম, |
00:09 | for loop, (ফৰ লোপ), while loop (হোৱাইল লোপ)আৰু |
00:12 | do…while loop. (ডু...হোৱাইল লোপ), আমি এইটো কিছুমান উদাহৰণৰ সহায়ত কৰিম |
00:17 | আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম |
00:21 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
00:24 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04, |
00:28 | উবুন্তোত(Ubuntu) gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
00:34 | আহক আমি লোপচ(loops)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
00:38 | এটা আদেশৰ সংহতি(group of instructions)ক সঘনাই(repeatedly) কাৰ্যকৰী কৰিবলৈ লোপচ(Loops) ব্যৱ্হাৰ কৰা হ্য় |
00:44 | উদ্দেশ্য( purpose)ৰ ওপৰত ভিত্তি কৰি সিহঁতক তিনি ধৰণে ভগোৱা হয়: |
00:48 | while loop (হোৱাইল লোপ) , do…..while loop (ডু...হোৱাইল লোপ)আৰু |
00:51 | for loop (ফৰ লোপ), আহক প্ৰথমে আমি while loop (হোৱাইল লোপ) ৰে আৰম্ভ কৰো |
00:56 | এটা while loop (হোৱাইল লোপ)এ আৰম্ভণিতে চৰ্তটো পৰীক্ষা কৰে |
01:00 | গাঠণিটো হৈছেঃ, while(হোৱাইল) ( condition ) (চৰ্ত) |
01:03 | বন্ধনীৰ ভিতৰতstatement block(ষ্টেতমেন্ত ব্লক) |
01:07 | এতিয়া do…..while loop (ডু...হোৱাইল লোপ)লৈ গতি কৰো |
01:09 | চৰ্তটো প্ৰমাণিত হোৱাৰ আগতেdo…..while loop (ডু...হোৱাইল লোপ)এটা এবাৰ হলেও কাৰ্যকৰী হৈছে |
01:15 | গাঠণিটো হৈছেঃ |
01:17 | do (বন্ধনীৰ ভিতৰত) statement block(ষ্টেতমেন্ত ব্লক), |
01:20 | বন্ধনীৰ পাছত while(হোৱাইল চৰ্ত ). |
01:23 | আপুনি চাব পাৰিব যে চৰ্ত( condition)টো শেষত পৰীক্ষা হৈছে |
01:27 | এতিয়া, আহক আমি while loop(হোৱাইল লোপ) আৰু do…..while loop (ডু...হোৱাইল লোপ)ৰ এটা উদাহৰণ চাওঁ |
01:32 | মই ইতিমধ্যে ক’ড( code)টো এডিতৰ(editor)ত লিখি থৈছো |
01:35 | মই এইটো খুলিম |
01:37 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে while.c |
01:41 | আমি আজি while loop(হোৱাইল লোপ) ব্যৱহাৰ কৰি প্ৰথম 10 টা সংখ্যাৰ যোগফল উলিয়াবলৈ শিকিম |
01:47 | এতিয়া মই ক’ড(code)টো বৰ্ণনা কৰিম |
01:49 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
01:51 | main()(মেইন) ফাংচন( function)ৰ ভিতৰত আমি দুটা ইন্তিযাৰ( integer) ভেৰিয়েবল( variable) xআৰু y ডিক্লেয়াৰ কৰিছো আৰু 0 লৈ প্ৰাৰম্ভণ কৰিছো |
01:59 | এইটো আমাৰ while loop(হোৱাইল লোপ) |
02:02 | while loop(হোৱাইল লোপ)ৰ চৰ্তটো হৈছে x টো 10 ত্কৈ সৰু বা সমান হব লাগিব(x is less than or equal to 10) |
02:06 | ইয়াত x ৰ মানটো yৰ মানৰ লগত যোগ কৰা হৈছে |
02:10 | যোগকৰাৰ পাছত লাভ কৰা মানটো yত জমা কৰা হৈছে |
02:15 | তাৰ পাছত আমি y ৰ মানটো ছপা কৰিম |
02:18 | ইয়াত x টো বৰ্দ্ধিত হৈছে |
02:20 | ই বুজায় যে ভেৰিয়েবল x টো একৰে বৰ্দ্ধিত হৈছে |
02:25 | আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত(return statement) |
02:27 | এতিয়া, আহক আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী কৰো |
02:30 | অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
02:39 | লিখক gcc space(স্পেছ) while dot(হোৱাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) while(হোৱাইল) |
02:45 | এন্টাৰ(Enter) টিপক |
02:47 | লিখক ./while (দত শ্লাছ হোৱাইল). এন্টাৰ(Enter) টিপক |
02:52 | আউতপুত(output)টো দৰ্শিত হৈছে |
02:54 | এতিয়া আহক আমি হোৱাইল লোপ( while loop)ৰ কাৰ্য্কাৰীতা চাওঁ |
02:57 | মই উইন্দো(window) খনৰ মাপ পৰিবৰ্তন কৰো |
03:00 | ইয়াত, প্ৰথমে x আৰু yৰ মান 0 |
03:04 | এইটো আমাৰ হোৱাইল(while ) চৰ্ত |
03:06 | ইয়াত আমি x টো 10 ত্কৈ সৰু নে সমান পৰীক্ষা কৰিম যি বুজায় যে x ৰ মানসমূহ 0 ৰ পৰা 10 লৈকে হব |
03:15 | তাৰপাছত আমি y যোগ x যোগ কৰিম যিটো 0 যোগ 0,আমি পাম 0 |
03:22 | আমি y ৰ মানটো ছপা কৰিম, ইয়াত আমি 0 পাম |
03:27 | তাৰপাছত x টো বৰ্দ্ধিত হৈছে যি বুজায় যে এতিয়া x ৰ মানটো 1 হব |
03:33 | তেতিয়া আমি চৰ্তটো পুনৰ পৰীক্ষা কৰিম, 1 টো 10 ত্কৈ সৰু বা সমান হব, যদি চৰ্তটো সত্য(true ) হয় তেতিয়া আমি মানসমূহ যোগ কৰিম |
03:44 | y যিটো 0 যোগ x হব 1. 0 যোগ 1 হব 1 |
03:50 | আমি মানটো 1 বুলি ছপা কৰিম |
03:53 | আকৌ x টো বৰ্দ্ধিত হৈছে |
03:55 | এতিয়া x ৰ মানটো 2 হয় |
03:59 | আমি চৰ্ত( condition)টো আকৌ পৰীক্ষা কৰিম |
04:01 | 2 টো 10 ত্কৈ সৰু বা সমান হব, যদি চৰ্তটো সত্য(true ) হয় তেতিয়া আমি মানসমূহ যোগ কৰিম, যিটো 1 যোগ 2 য়ে 3 দিব |
04:11 | আমি মানটো 3 বুলি ছপা কৰিম |
04:13 | এনেদৰে, x টো 10 ত্কৈ সৰু বা সমান নোহোৱালৈকে ই চলি থাকিব (x<=10) |
04:20 | এতিয়া, আমি একেটা প্ৰোগ্ৰাম do…..while loop (ডু...হোৱাইল লোপ) ব্যৱ্হাৰ কৰি চাম |
04:24 | এইটো আমাৰ প্ৰোগ্ৰাম |
04:26 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে do hyphen while dot c(ডু হাইফেন হোৱাইল ডট c) |
04:31 | এই অংশটো আগৰ প্ৰোগ্ৰামটোত ব্যাখ্যা কৰা হৈছিল |
04:35 | গতিকে আহক আমি এটা do…..while loop (ডু...হোৱাইল লোপ)লৈ গতি কৰো |
04:38 | ইয়াত, প্ৰথমে লোপৰ ব’ডি(body)টো কাৰ্যকৰী হ’ব আৰু তাৰপিচত চৰ্তটো পৰীক্ষা হ’ব |
04:44 | x ৰ মানটো y ৰ মানৰ সৈতে যোগ হ’ব আৰু যোগৰ পাছত প্ৰাপ্ত হোৱা মানটো y ত জমা হ’ব |
04:52 | যুক্তি(logic)টো while (হোৱাইল) প্ৰোগ্ৰামটোৰ সৈতে একে |
04:55 | এতিয়া আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
04:58 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহোঁ |
05:00 | লিখক gcc space(স্পেছ) ডু(do) hyphen(হাইফেন) while dot(হোৱাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ডু(do) . এন্টাৰ(Enter) টিপক |
05:08 | লিখক দত শ্লাছ ডু (./do)। এন্টাৰ(Enter) টিপক |
05:12 | আমি দেখিছো যে আউত্পুত(output)টো আমাৰ while (হোৱাইল) প্ৰোগ্ৰামটোৰ সৈতে একেধৰণৰ |
05:16 | এতিয়া, আহক আমি ডু হোৱাইল লোপ(do...while loop)ৰ কাৰ্য্কাৰীতা চাওঁ |
05:20 | মই উইন্দো(window) খনৰ মাপ পৰিবৰ্তন কৰো |
05:22 | ইয়াত x আৰু y ৰ মান 0 |
05:25 | আমি সেই মানসমূহ যোগ কৰিম । তেতিয়া আমি 0 পাম |
05:29 | এতিয়া y ৰ মান হৈছে 0 |
05:31 | আমি মানটো 0 বুলি ছপা কৰো |
05:33 | তেতিয়া x টো 1 ৰে বৰ্দ্ধিত হৈছে যি বুজায় যে এতিয়া x ৰ মান হৈছে 1, তেতিয়া চৰ্তটো পৰীক্ষা কৰা হ’ব |
05:42 | আপুনি দেখিছে যে লোপ(loop)ৰ ব’ডি(body)টো প্ৰথমে কাৰ্যকৰী হৈছে |
05:45 | যিকোনো উপায়ে, যদি চৰ্তটো অসত্য(false ) হয় তেতিয়াও আমি এটা মান পাম যিটো হৈছে 0 |
05:52 | এতিয়া, ইয়াত আমি 1 টো 10 ত্কৈ সৰু বা সমান হ্য় তাক পৰীক্ষা কৰিম |
05:56 | চৰ্তটো সত্য(true) হৈছে আকৌ আমি মানসমূহ যোগ কৰিম |
06:00 | এতিয়া 0 যোগ 1 |
06:02 | তেতিয়া আমি y ৰ মানটো 1 বুলি ছপা কৰিম |
06:05 | পুনৰ x ৰ মান বৰ্দ্ধিত হ’ব |
06:08 | এতিয়া x ৰ মানটো 2 হৈছে |
06:11 | তেতিয়া 2 টো 10 তকৈ সৰু বা সমান তাক পৰীক্ষা কৰিম |
06:15 | আমি ইয়ালৈ ঘূৰি যাম |
06:17 | তেতিয়া আমি মানসমূহ যোগ কৰিম । 1 যোগ 2 হৈছে 3 |
06:20 | আমি y ৰ মানটো 3 বুলি ছপা কৰিম |
06:23 | এই দৰেই x ৰ মানটো 10তকৈ সৰু বা সমান হোৱালৈকে চৰ্তসমূহ পৰীক্ষা হ’ব |
06:30 | আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন(return) ষ্টেতমেন্ত( statement) |
06:33 | লক্ষ্য কৰিব যে ইয়াত while(হোৱাইল) চৰ্তটো চেমিক’লন (semicolon) টোৰে শেষ হৈছে |
06:38 | while(হোৱাইল) লোপত চৰ্তটো চেমিকলনেৰে(semicolon) শেষ নহয় |
06:43 | এতিয়া আহক আমি চাওঁ এই প্ৰোগ্ৰামসমূহ C++ ত কেনেদৰে কাৰ্যকৰী কৰা হয় |
06:48 | এইটো আমাৰ C++ ত হোৱাইল প্ৰোগ্ৰাম(while program) |
06:52 | যুক্তিটো আৰু সম্পাদন (implementation) সমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একে |
06:56 | তাত কিছু সলনি হয় যেনে হেদাৰ ফাইল( header file)টো stdio.h ৰ ঠাইত iostreamহয় |
07:04 | আমি ইয়াত 'using'(ইউজিং) ষ্টেতমেন্তটো সংলগ্ন কৰিছোusing namespace std(ইউজিং নেমস্পেছ এচ টি ডি) আৰু ইয়াত আমি printf ফাংচনৰ সলনি coutফাংচন ব্যৱহাৰ কৰিছো |
07:16 | while(হোৱাইল) লোপৰ গাঠনিটো আমাৰ C প্ৰোগ্ৰামৰ সৈতে একে |
07:21 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
07:23 | এটা টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
07:25 | মই প্ৰমপ্ত(prompt) খালি কৰো |
07:28 | কাৰ্যকৰী কৰিবলৈ লিখক g++ space(স্পেছ) while dot(হোৱাইল দত) cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) while(হোৱাইল)1 । এন্টাৰ(Enter ) টিপক |
07:38 | লিখক dot slash while(দত শ্লাচ হোৱাইল)1 (./while1) । এন্টাৰ(Enter ) টিপক |
07:43 | আপুনি চাব পাৰে যে আউতপুতটো আমাৰ C ৰ হোৱাইল প্ৰোগ্ৰাম(while program)ৰ সৈতে একে |
07:48 | এতিয়া আহক আমি C++ ত ডু হোৱাইল (do... while ) প্ৰোগ্ৰামটো চাওঁ |
07:52 | টেকষ্ট এডিটৰ(text editor)টোলৈ ঘূৰি আহো |
07:54 | ইয়াতো লগতে একেধৰণৰ সলনি হ’ব যেনে header file (হেদাৰ ফাইল)টো, using statement(ইউজিং ষ্টেতমেন্ত)টো আৰু cout ফাংচনটো |
08:03 | বাকী বস্তুসমূহ একেধৰণৰ |
08:06 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
08:08 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
08:10 | লিখক g++ space(স্পেছ) ডু(do) hyphen(হাইফেন) while dot(হোৱাইল দত) cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ডু(do)1 । এন্টাৰ(Enter ) টিপক |
08:19 | লিখক dot(দত) slash(শ্লাচ) do(ডু)1 । এন্টাৰ(Enter ) টিপক |
08:23 | আমি চাব পাৰো যে আউতপুতটো আমাৰ C ৰ ডু হোৱাইল প্ৰোগ্ৰাম(do...while program)ৰ সৈতে একে |
08:28 | এতিয়া আমি কিছু সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম |
08:32 | আমাৰ টেকষ্ট এডিটৰ(text editor)টোলৈ ঘূৰি আহক |
08:35 | ধৰাহ’ল মই ইয়াত x ৰ মানটো বৰ্দ্ধিত নকৰো |
08:41 | ছেভ(Save)ত টিপক , আহক আমি কি হয় চাওঁ |
08:44 | টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো, মই প্ৰমপ্ত(prompt) খালি কৰো |
08:47 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
08:50 | আপ এৰ’ কী(up-arrow key)টো দুবাৰ টিপক |
08:54 | আপ এৰ’ কী(up-arrow key)টো পুনৰ টিপক |
08:57 | আউত্পুতটো দৰ্শিত হৈছে |
08:59 | আমি শূণ্যৰ সংখ্যাসমূহ দেখিম, এইটো এইকাৰণেই যে লোপ(loop)টোৰ বন্ধকৰাৰ(terminating) চৰ্তটো নাই |
09:07 | ইয়াক ইনফিনিত লোপ(infinite loop) বুলি জনা যায় |
09:10 | ইনফিনিত লোপ(infinite loop)এ চিষ্টেম( system)টোক সংবেদনহীন(unresponsive) কৰে |
09:14 | ই প্ৰোগ্ৰামটোত সকলো processors time (প্ৰচেচৰ টাইম) ব্যয়(consume) কৰায় কিন্তু ইয়াক বন্ধ কৰিব পাৰি |
09:21 | আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো, আহক ভুলটো ঠিক কৰো |
09:25 | লিখক x++ আৰু এটা চেমিক’লন(semicolon) |
09:28 | ছেভ(Save)ত টিপক । আহক পুনৰ কাৰ্যকৰী কৰো |
09:31 | টাৰ্মিনেল(terminal)লৈ ঘূৰি আহোঁ |
09:33 | আপ এৰ’ কী(up-arrow key)টো টিপক |
09:38 | হয়, ই কাম কৰিছে |
09:40 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
09:43 | আমি আমাৰ শ্লাইডবোৰলৈ ঘূৰি যাম |
09:45 | আহক আমি মূলভাৱ চাওঁ |
09:47 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
09:50 | while loop (হোৱাইল লোপ) |
09:51 | উদাৰৰণঃ while(হোৱাইল)(x টো 10তকৈ সৰু বা সমান) |
09:54 | do….while loop (ডু হোৱাইল লোপ) |
09:56 | উদাৰৰণঃ do statement block (ডু ষ্টেতমেন্ত ব্লক) আৰু |
09:59 | শেষত হোৱাইল(while) চৰ্ত |
10:01 | এটা অনুশিলনী হিচাবে, |
10:03 | for লোপচ(loops) ব্যৱহাৰ কৰি তলত দিয়াসমূহ ছপা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
10:07 | 0 ৰ পৰা 9 লৈ |
10:10 | for লোপ(loop)ৰ গাঠনিটো হৈছে |
10:12 | for (ভেৰিয়েবল প্ৰাৰম্ভণ; ভেৰিয়েবল চৰ্ত; আৰু ভেৰিয়েবল বৰ্দ্ধন বা হ্ৰাস) |
10:20 | আৰু ইয়াত লোপ(loop)টোৰ ব’ডি(body)টো হ’ব |
10:24 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
10:27 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
10:30 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
10:33 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
10:35 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
10:38 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
10:42 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
10:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
10:51 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
10:58 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
11:02 | মই কৃষ্ণ কমল দুৱৰা |
11:08 | সংযোগ কৰাৰ বাবে ধন্যবাদ |