C-and-Cpp/C3/Loops/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 লোপচ ইন C এন্দ C++ (Loops in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত আমি শিকিম,
00:09 for loop, (ফৰ লোপ), while loop (হোৱাইল লোপ)আৰু
00:12 do…while loop. (ডু...হোৱাইল লোপ), আমি এইটো কিছুমান উদাহৰণৰ সহায়ত কৰিম
00:17 আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম
00:21 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:24 Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04,
00:28 উবুন্তোত(Ubuntu) gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:34 আহক আমি লোপচ(loops)ৰ পৰিচয়ৰে আৰম্ভ কৰো
00:38 এটা আদেশৰ সংহতি(group of instructions)ক সঘনাই(repeatedly) কাৰ্যকৰী কৰিবলৈ লোপচ(Loops) ব্যৱ্হাৰ কৰা হ্য়
00:44 উদ্দেশ্য( purpose)ৰ ওপৰত ভিত্তি কৰি সিহঁতক তিনি ধৰণে ভগোৱা হয়:
00:48 while loop (হোৱাইল লোপ) , do…..while loop (ডু...হোৱাইল লোপ)আৰু
00:51 for loop (ফৰ লোপ), আহক প্ৰথমে আমি while loop (হোৱাইল লোপ) ৰে আৰম্ভ কৰো
00:56 এটা while loop (হোৱাইল লোপ)এ আৰম্ভণিতে চৰ্তটো পৰীক্ষা কৰে
01:00 গাঠণিটো হৈছেঃ, while(হোৱাইল) ( condition ) (চৰ্ত)
01:03 বন্ধনীৰ ভিতৰতstatement block(ষ্টেতমেন্ত ব্লক)
01:07 এতিয়া do…..while loop (ডু...হোৱাইল লোপ)লৈ গতি কৰো
01:09 চৰ্তটো প্ৰমাণিত হোৱাৰ আগতেdo…..while loop (ডু...হোৱাইল লোপ)এটা এবাৰ হলেও কাৰ্যকৰী হৈছে
01:15 গাঠণিটো হৈছেঃ
01:17 do (বন্ধনীৰ ভিতৰত) statement block(ষ্টেতমেন্ত ব্লক),
01:20 বন্ধনীৰ পাছত while(হোৱাইল চৰ্ত ).
01:23 আপুনি চাব পাৰিব যে চৰ্ত( condition)টো শেষত পৰীক্ষা হৈছে
01:27 এতিয়া, আহক আমি while loop(হোৱাইল লোপ) আৰু do…..while loop (ডু...হোৱাইল লোপ)ৰ এটা উদাহৰণ চাওঁ
01:32 মই ইতিমধ্যে ক’ড( code)টো এডিতৰ(editor)ত লিখি থৈছো
01:35 মই এইটো খুলিম
01:37 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে while.c
01:41 আমি আজি while loop(হোৱাইল লোপ) ব্যৱহাৰ কৰি প্ৰথম 10 টা সংখ্যাৰ যোগফল উলিয়াবলৈ শিকিম
01:47 এতিয়া মই ক’ড(code)টো বৰ্ণনা কৰিম
01:49 এইটো আমাৰ header file(হেদাৰ ফাইল)
01:51 main()(মেইন) ফাংচন( function)ৰ ভিতৰত আমি দুটা ইন্তিযাৰ( integer) ভেৰিয়েবল( variable) xআৰু y ডিক্লেয়াৰ কৰিছো আৰু 0 লৈ প্ৰাৰম্ভণ কৰিছো
01:59 এইটো আমাৰ while loop(হোৱাইল লোপ)
02:02 while loop(হোৱাইল লোপ)ৰ চৰ্তটো হৈছে x টো 10 ত্কৈ সৰু বা সমান হব লাগিব(x is less than or equal to 10)
02:06 ইয়াত x ৰ মানটো yৰ মানৰ লগত যোগ কৰা হৈছে
02:10 যোগকৰাৰ পাছত লাভ কৰা মানটো yত জমা কৰা হৈছে
02:15 তাৰ পাছত আমি y ৰ মানটো ছপা কৰিম
02:18 ইয়াত x টো বৰ্দ্ধিত হৈছে
02:20 ই বুজায় যে ভেৰিয়েবল x টো একৰে বৰ্দ্ধিত হৈছে
02:25 আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত(return statement)
02:27 এতিয়া, আহক আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী কৰো
02:30 অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক
02:39 লিখক gcc space(স্পেছ) while dot(হোৱাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) while(হোৱাইল)
02:45 এন্টাৰ(Enter) টিপক
02:47 লিখক ./while (দত শ্লাছ হোৱাইল). এন্টাৰ(Enter) টিপক
02:52 আউতপুত(output)টো দৰ্শিত হৈছে
02:54 এতিয়া আহক আমি হোৱাইল লোপ( while loop)ৰ কাৰ্য্কাৰীতা চাওঁ
02:57 মই উইন্দো(window) খনৰ মাপ পৰিবৰ্তন কৰো
03:00 ইয়াত, প্ৰথমে x আৰু yৰ মান 0
03:04 এইটো আমাৰ হোৱাইল(while ) চৰ্ত
03:06 ইয়াত আমি x টো 10 ত্কৈ সৰু নে সমান পৰীক্ষা কৰিম যি বুজায় যে x ৰ মানসমূহ 0 ৰ পৰা 10 লৈকে হব
03:15 তাৰপাছত আমি y যোগ x যোগ কৰিম যিটো 0 যোগ 0,আমি পাম 0
03:22 আমি y ৰ মানটো ছপা কৰিম, ইয়াত আমি 0 পাম
03:27 তাৰপাছত x টো বৰ্দ্ধিত হৈছে যি বুজায় যে এতিয়া x ৰ মানটো 1 হব
03:33 তেতিয়া আমি চৰ্তটো পুনৰ পৰীক্ষা কৰিম, 1 টো 10 ত্কৈ সৰু বা সমান হব, যদি চৰ্তটো সত্য(true ) হয় তেতিয়া আমি মানসমূহ যোগ কৰিম
03:44 y যিটো 0 যোগ x হব 1. 0 যোগ 1 হব 1
03:50 আমি মানটো 1 বুলি ছপা কৰিম
03:53 আকৌ x টো বৰ্দ্ধিত হৈছে
03:55 এতিয়া x ৰ মানটো 2 হয়
03:59 আমি চৰ্ত( condition)টো আকৌ পৰীক্ষা কৰিম
04:01 2 টো 10 ত্কৈ সৰু বা সমান হব, যদি চৰ্তটো সত্য(true ) হয় তেতিয়া আমি মানসমূহ যোগ কৰিম, যিটো 1 যোগ 2 য়ে 3 দিব
04:11 আমি মানটো 3 বুলি ছপা কৰিম
04:13 এনেদৰে, x টো 10 ত্কৈ সৰু বা সমান নোহোৱালৈকে ই চলি থাকিব (x<=10)
04:20 এতিয়া, আমি একেটা প্ৰোগ্ৰাম do…..while loop (ডু...হোৱাইল লোপ) ব্যৱ্হাৰ কৰি চাম
04:24 এইটো আমাৰ প্ৰোগ্ৰাম
04:26 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে do hyphen while dot c(ডু হাইফেন হোৱাইল ডট c)
04:31 এই অংশটো আগৰ প্ৰোগ্ৰামটোত ব্যাখ্যা কৰা হৈছিল
04:35 গতিকে আহক আমি এটা do…..while loop (ডু...হোৱাইল লোপ)লৈ গতি কৰো
04:38 ইয়াত, প্ৰথমে লোপৰ ব’ডি(body)টো কাৰ্যকৰী হ’ব আৰু তাৰপিচত চৰ্তটো পৰীক্ষা হ’ব
04:44 x ৰ মানটো y ৰ মানৰ সৈতে যোগ হ’ব আৰু যোগৰ পাছত প্ৰাপ্ত হোৱা মানটো y ত জমা হ’ব
04:52 যুক্তি(logic)টো while (হোৱাইল) প্ৰোগ্ৰামটোৰ সৈতে একে
04:55 এতিয়া আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
04:58 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহোঁ
05:00 লিখক gcc space(স্পেছ) ডু(do) hyphen(হাইফেন) while dot(হোৱাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ডু(do) . এন্টাৰ(Enter) টিপক
05:08 লিখক দত শ্লাছ ডু (./do)। এন্টাৰ(Enter) টিপক
05:12 আমি দেখিছো যে আউত্পুত(output)টো আমাৰ while (হোৱাইল) প্ৰোগ্ৰামটোৰ সৈতে একেধৰণৰ
05:16 এতিয়া, আহক আমি ডু হোৱাইল লোপ(do...while loop)ৰ কাৰ্য্কাৰীতা চাওঁ
05:20 মই উইন্দো(window) খনৰ মাপ পৰিবৰ্তন কৰো
05:22 ইয়াত x আৰু y ৰ মান 0
05:25 আমি সেই মানসমূহ যোগ কৰিম । তেতিয়া আমি 0 পাম
05:29 এতিয়া y ৰ মান হৈছে 0
05:31 আমি মানটো 0 বুলি ছপা কৰো
05:33 তেতিয়া x টো 1 ৰে বৰ্দ্ধিত হৈছে যি বুজায় যে এতিয়া x ৰ মান হৈছে 1, তেতিয়া চৰ্তটো পৰীক্ষা কৰা হ’ব
05:42 আপুনি দেখিছে যে লোপ(loop)ৰ ব’ডি(body)টো প্ৰথমে কাৰ্যকৰী হৈছে
05:45 যিকোনো উপায়ে, যদি চৰ্তটো অসত্য(false ) হয় তেতিয়াও আমি এটা মান পাম যিটো হৈছে 0
05:52 এতিয়া, ইয়াত আমি 1 টো 10 ত্কৈ সৰু বা সমান হ্য় তাক পৰীক্ষা কৰিম
05:56 চৰ্তটো সত্য(true) হৈছে আকৌ আমি মানসমূহ যোগ কৰিম
06:00 এতিয়া 0 যোগ 1
06:02 তেতিয়া আমি y ৰ মানটো 1 বুলি ছপা কৰিম
06:05 পুনৰ x ৰ মান বৰ্দ্ধিত হ’ব
06:08 এতিয়া x ৰ মানটো 2 হৈছে
06:11 তেতিয়া 2 টো 10 তকৈ সৰু বা সমান তাক পৰীক্ষা কৰিম
06:15 আমি ইয়ালৈ ঘূৰি যাম
06:17 তেতিয়া আমি মানসমূহ যোগ কৰিম । 1 যোগ 2 হৈছে 3
06:20 আমি y ৰ মানটো 3 বুলি ছপা কৰিম
06:23 এই দৰেই x ৰ মানটো 10তকৈ সৰু বা সমান হোৱালৈকে চৰ্তসমূহ পৰীক্ষা হ’ব
06:30 আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন(return) ষ্টেতমেন্ত( statement)
06:33 লক্ষ্য কৰিব যে ইয়াত while(হোৱাইল) চৰ্তটো চেমিক’লন (semicolon) টোৰে শেষ হৈছে
06:38 while(হোৱাইল) লোপত চৰ্তটো চেমিকলনেৰে(semicolon) শেষ নহয়
06:43 এতিয়া আহক আমি চাওঁ এই প্ৰোগ্ৰামসমূহ C++ ত কেনেদৰে কাৰ্যকৰী কৰা হয়
06:48 এইটো আমাৰ C++ ত হোৱাইল প্ৰোগ্ৰাম(while program)
06:52 যুক্তিটো আৰু সম্পাদন (implementation) সমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একে
06:56 তাত কিছু সলনি হয় যেনে হেদাৰ ফাইল( header file)টো stdio.h ৰ ঠাইত iostreamহয়
07:04 আমি ইয়াত 'using'(ইউজিং) ষ্টেতমেন্তটো সংলগ্ন কৰিছোusing namespace std(ইউজিং নেমস্পেছ এচ টি ডি) আৰু ইয়াত আমি printf ফাংচনৰ সলনি coutফাংচন ব্যৱহাৰ কৰিছো
07:16 while(হোৱাইল) লোপৰ গাঠনিটো আমাৰ C প্ৰোগ্ৰামৰ সৈতে একে
07:21 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
07:23 এটা টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
07:25 মই প্ৰমপ্ত(prompt) খালি কৰো
07:28 কাৰ্যকৰী কৰিবলৈ লিখক g++ space(স্পেছ) while dot(হোৱাইল দত) cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) while(হোৱাইল)1 । এন্টাৰ(Enter ) টিপক
07:38 লিখক dot slash while(দত শ্লাচ হোৱাইল)1 (./while1) । এন্টাৰ(Enter ) টিপক
07:43 আপুনি চাব পাৰে যে আউতপুতটো আমাৰ C ৰ হোৱাইল প্ৰোগ্ৰাম(while program)ৰ সৈতে একে
07:48 এতিয়া আহক আমি C++ ত ডু হোৱাইল (do... while ) প্ৰোগ্ৰামটো চাওঁ
07:52 টেকষ্ট এডিটৰ(text editor)টোলৈ ঘূৰি আহো
07:54 ইয়াতো লগতে একেধৰণৰ সলনি হ’ব যেনে header file (হেদাৰ ফাইল)টো, using statement(ইউজিং ষ্টেতমেন্ত)টো আৰু cout ফাংচনটো
08:03 বাকী বস্তুসমূহ একেধৰণৰ
08:06 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
08:08 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
08:10 লিখক g++ space(স্পেছ) ডু(do) hyphen(হাইফেন) while dot(হোৱাইল দত) cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ডু(do)1 । এন্টাৰ(Enter ) টিপক
08:19 লিখক dot(দত) slash(শ্লাচ) do(ডু)1 । এন্টাৰ(Enter ) টিপক
08:23 আমি চাব পাৰো যে আউতপুতটো আমাৰ C ৰ ডু হোৱাইল প্ৰোগ্ৰাম(do...while program)ৰ সৈতে একে
08:28 এতিয়া আমি কিছু সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম
08:32 আমাৰ টেকষ্ট এডিটৰ(text editor)টোলৈ ঘূৰি আহক
08:35 ধৰাহ’ল মই ইয়াত x ৰ মানটো বৰ্দ্ধিত নকৰো
08:41 ছেভ(Save)ত টিপক , আহক আমি কি হয় চাওঁ
08:44 টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো, মই প্ৰমপ্ত(prompt) খালি কৰো
08:47 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
08:50 আপ এৰ’ কী(up-arrow key)টো দুবাৰ টিপক
08:54 আপ এৰ’ কী(up-arrow key)টো পুনৰ টিপক
08:57 আউত্পুতটো দৰ্শিত হৈছে
08:59 আমি শূণ্যৰ সংখ্যাসমূহ দেখিম, এইটো এইকাৰণেই যে লোপ(loop)টোৰ বন্ধকৰাৰ(terminating) চৰ্তটো নাই
09:07 ইয়াক ইনফিনিত লোপ(infinite loop) বুলি জনা যায়
09:10 ইনফিনিত লোপ(infinite loop)এ চিষ্টেম( system)টোক সংবেদনহীন(unresponsive) কৰে
09:14 ই প্ৰোগ্ৰামটোত সকলো processors time (প্ৰচেচৰ টাইম) ব্যয়(consume) কৰায় কিন্তু ইয়াক বন্ধ কৰিব পাৰি
09:21 আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো, আহক ভুলটো ঠিক কৰো
09:25 লিখক x++ আৰু এটা চেমিক’লন(semicolon)
09:28 ছেভ(Save)ত টিপক । আহক পুনৰ কাৰ্যকৰী কৰো
09:31 টাৰ্মিনেল(terminal)লৈ ঘূৰি আহোঁ
09:33 আপ এৰ’ কী(up-arrow key)টো টিপক
09:38 হয়, ই কাম কৰিছে
09:40 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:43 আমি আমাৰ শ্লাইডবোৰলৈ ঘূৰি যাম
09:45 আহক আমি মূলভাৱ চাওঁ
09:47 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
09:50 while loop (হোৱাইল লোপ)
09:51 উদাৰৰণঃ while(হোৱাইল)(x টো 10তকৈ সৰু বা সমান)
09:54 do….while loop (ডু হোৱাইল লোপ)
09:56 উদাৰৰণঃ do statement block (ডু ষ্টেতমেন্ত ব্লক) আৰু
09:59 শেষত হোৱাইল(while) চৰ্ত
10:01 এটা অনুশিলনী হিচাবে,
10:03 for লোপচ(loops) ব্যৱহাৰ কৰি তলত দিয়াসমূহ ছপা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
10:07 0 ৰ পৰা 9 লৈ
10:10 for লোপ(loop)ৰ গাঠনিটো হৈছে
10:12 for (ভেৰিয়েবল প্ৰাৰম্ভণ; ভেৰিয়েবল চৰ্ত; আৰু ভেৰিয়েবল বৰ্দ্ধন বা হ্ৰাস)
10:20 আৰু ইয়াত লোপ(loop)টোৰ ব’ডি(body)টো হ’ব
10:24 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:27 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:30 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
10:33 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
10:35 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:38 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:42 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
10:51 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
10:58 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
11:02 মই কৃষ্ণ কমল দুৱৰা
11:08 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya