C-and-Cpp/C3/Arrays/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Arrays in C and C++(এৰে’জ ইন C এন্দ C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটৰিয়েলটোত আমি শিকিমঃ |
| 00:09 | array(এৰে) এটা কি হয় |
| 00:11 | array(এৰে) এটাৰ ডিক্লেয়াৰ হোৱা (declaration) |
| 00:13 | array(এৰে) এটাৰ প্ৰাৰম্ভণ (Initialization) |
| 00:16 | এৰে(array)ৰ কিছু উদাহৰণ |
| 00:18 | আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম |
| 00:22 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
| 00:25 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04, |
| 00:30 | gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
| 00:36 | আহক আমি এৰে (Array)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
| 00:39 | এৰে (Array) হৈছে একে ধৰণৰ দাতা-টাইপ (data-type) ৰ দাতা(data) বা উপাদান (elements) সমূহৰ সংগ্ৰহ |
| 00:44 | এৰে (Array) ইন্দেক্স (index) 0 ৰ পৰা আৰম্ভ হয় |
| 00:48 | প্ৰথম উপাদানটো ইন্দেক্স (index) 0 ত জমা হয় |
| 00:52 | তাত তিনি ধৰণৰ এৰে (array) আছে: |
| 00:55 | Single dimensional array (চিংগল দাইমেনচনেল এৰে) |
| 00:57 | Two dimensional array(টু দাইমেনচনেল এৰে) আৰু |
| 00:59 | Multi-dimensional array (মাল্টি দাইমেনচনেল এৰে) |
| 01:01 | আমি এই টিউটৰিয়েলটোত চিংগল দাইমেনচনেল এৰে (single dimensional array) আলোচনা কৰিম |
| 01:06 | আহক আমি চাওঁ কেনেকৈ চিংগল দাইমেনচনেল এৰে (single dimensional array) ডিক্লেয়াৰ (declare) কৰা হয় |
| 01:09 | ইয়াৰ গাঠণিটো হৈছেঃ |
| 01:11 | দাতা টাইপ (data-type) এৰেটোৰ নাম (name of the array) আৰু আকাৰ(size) |
| 01:16 | উদাহৰণ, ইয়াত আমি এটা ইন্তিজাৰ এৰে (integer array) 'star' ক ডিক্লেয়াৰ (declare) কৰিছো যাৰ 5 টা উপাদান(elements) আছে |
| 01:24 | এৰে ইন্দেক্স (array index) টো star 0 ৰ পৰা আৰম্ভ হব star 4 লৈকে |
| 01:29 | আমি এটা এৰে (array) ডিক্লেয়াৰ হোৱা (declaration) দেখিলো |
| 01:32 | এতিয়া, আমি এৰে (array) এটা প্ৰাৰম্ভণ(initialize) হোৱা চাম |
| 01:35 | ইয়াৰ গাঠণিটো হৈছেঃ |
| 01:38 | দাতা টাইপ (data-type),( এৰেটোৰ নাম ), আকাৰ(size) সমান উপাদান( elements) সমূহ |
| 01:44 | উদাহৰণ:ইয়াত আমি এটা 3 আকাৰৰ ইন্তিজাৰ এৰে star ক ডিক্লেয়াৰ কৰিছো । এৰেটোৰ উপাদান সমূহ হৈছে 1, 2 আৰু 3 |
| 01:54 | ইয়াত ইন্দেক্স (array index) টো star 0 ৰ পৰা আৰম্ভ হব star 2 লৈকে |
| 01:59 | এতিয়া, উদাহৰণটোলৈ যাওঁ আহক |
| 02:01 | মই ইতিমধ্যে প্ৰোগ্ৰাম ( program)টো এডিতৰ(editor)ত লিখি থৈছো |
| 02:04 | গতিকে, মই এইটো খুলিম |
| 02:06 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে array.c |
| 02:10 | এই প্ৰোগ্ৰামটোত, আমি এটা এৰে (array)ত থকা উপাদান সমূহৰ যোগফল গণনা কৰিম |
| 02:16 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
| 02:18 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
| 02:20 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
| 02:22 | ইয়াত, আমি আকাৰ 3 ৰ এটা এৰে(array) star ক ডিক্লেয়াৰ (declare) আৰু প্ৰাৰম্ভণ(initialize) কৰিছো |
| 02:28 | এৰেটোৰ উপাদান সমূহ হৈছে 4, 5 আৰু 6 |
| 02:33 | তাৰপাছত আমি এটা ইন্তিজাৰ ভেৰিয়েবল ('integer variable') sum ক ডিক্লেয়াৰ(declare) কৰিছো |
| 02:36 | ইয়াত আমি এৰে (array)টোৰ উপাদান সমূহ সংযুক্ত কৰিছো আৰু ফলাফলটো sum ত জমা কৰিছো |
| 02:41 | লক্ষ্য কৰিব যে 4 ইন্দেক্স (index) 0 ত জমা হব, 5 ইন্দেক্স(index) 1 ত জমা হ’ব আৰু 6 ইন্দেক্স (index) 2 ত জমা হ’ব |
| 02:50 | তাৰ পাছত আমি sum টো ছপা কৰিম |
| 02:52 | এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement) |
| 02:54 | এতিয়া, ছেভ (Save)ত টিপক |
| 02:57 | আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো |
| 02:59 | অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
| 03:09 | কম্পাইল কৰিবলৈ, লিখকgcc space (স্পেছ) array dot(এৰে দত) c space(স্পেছ) hypen(হাইফেন) o array(এৰে) আৰু এন্টাৰ(Enter) টিপক |
| 03:19 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash (দত শ্লাচ) array(এৰে) (./array) । এন্টাৰ(Enter) টিপক |
| 03:24 | ইয়াত আউতপুত(output)টো দৰ্শিত হৈছে যে, |
| 03:26 | The sum is(দা চাম ইজ ) 15(দা চাম ইজ ) |
| 03:28 | এতিয়া আহক আমি সচৰাচৰ হব পৰা ভুল সমূহ চাওঁ |
| 03:32 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
| 03:34 | ধৰাহ’ল ইয়াত, 4 নং শাৰীত আমি মাজুবন্ধনী দিবলৈ পাহৰিলো |
| 03:39 | ছেভ(Save)ত টিপক । আহক কি হয় চাওঁ |
| 03:42 | টাৰ্মিনেল(terminal)টোলৈ ঘূৰি আহক |
| 03:44 | আহক আগৰ দৰে কম্পাইল কৰো |
| 03:47 | আমি এটা ভুল দেখিছো: |
| 03:49 | Invalid initializer(ইনভেলিদ ইনিচিয়েলাইজাৰ) আৰু Expected identifier or bracket before numeric constant. (এক্সপেকতেদ আইদেন্তিফাইয়াৰ অৰ ব্ৰেকেত বিফ’ৰ নিউমাৰিক কনস্তেন্ত) |
| 03:56 | এইটো এই কাৰণেই যে এৰে(array)ক মাজুবন্ধনীৰে প্ৰাৰম্ভণ(initialize) কৰিবই লাগিব |
| 04:01 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক । আহক ভুলটো ঠিক কৰো |
| 04:04 | ইয়াত শাৰী নং 4 ত মাজুবন্ধনী লিখক |
| 04:09 | এতিয়া, ছেভ(Save)ত টিপক |
| 04:12 | আহক কাৰ্যকৰী কৰো । টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহক |
| 04:15 | আহক আগৰ দৰে কম্পাইল কৰো. আহক আগৰ দৰে কাৰ্যকৰী কৰো |
| 04:19 | হয়, ই কাম কৰিছে |
| 04:21 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কাৰ্যকৰী কৰিম |
| 04:25 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
| 04:28 | মই ইয়াত কিছু বস্তু সলনি কৰিম |
| 04:30 | প্ৰথমে আপোনাৰ কীবৰ্ডত একেলগে Shift , Ctrlআৰু S কী টিপক |
| 04:38 | এতিয়া ফাইলটো extension (একষ্টেনচন) dot cppৰে ছেভ কৰক আৰু ছেভ(Save)ত টিপক |
| 04:44 | হেদাৰ ফাইল( header file)টো iostreamলৈ সলনি কৰো আহক |
| 04:49 | এতিয়া 'using'(ইউজিং) ষ্টেতমেন্ত(statement)টো সংলগ্ন কৰক |
| 04:55 | এৰে(array) এটাৰ ডিক্লেয়াৰেচন(declaration) আৰু প্ৰাৰম্ভণ (initialization) টো C++ ত একে হয় |
| 05:01 | গতিকে ইয়াত একো সলাবৰ প্ৰয়োজন নাই |
| 05:04 | এতিয়া printf ষ্টেতমেন্ত(statement)টো cout ষ্টেতমেন্ত (statement)ৰে সলনি কৰক |
| 05:09 | ফৰমেট স্পেচিফাইয়াৰ(format specifier) আৰু বাক শ্লাচ এন(back slash n) ক নাইকীয়া কৰক, এতিয়া কমা(comma) নাইকীয়া কৰক আৰু দুটা আৰম্ভনী কোণবন্ধনী(angle brackets) লিখক |
| 05:17 | ইয়াত বন্ধনী নাইকীয়া কৰক ।আকৌ দুটা আৰম্ভনী কোণবন্ধনী (angle brackets) লিখক আৰু দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত বাক শ্লাচ এন(\n) লিখক |
| 05:26 | এতিয়া ছেভ(Save)ত টিপক |
| 05:29 | আহক কাৰ্যকৰী কৰো । এটা টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক |
| 05:32 | কম্পাইল কৰিবলৈ লিখক, g++ space(স্পেছ) array dot(এৰে দত) cpp space(স্পেছ) hypen(হাইফেন) o space(স্পেছ) array(এৰে)1 |
| 05:42 | ইয়াত আমাৰ ওচৰত array1 আছে কাৰণ আমি array dot(এৰে দত) c ফাইলৰ বাবে আউতপুত পেৰামিটাৰ(output parameter) arrayক অভাৰৰাইট( overwrite) কৰিব বিচৰা নাই |
| 05:51 | এতিয়া এন্টাৰ(Enter) টিপক |
| 05:54 | কাৰ্যকৰী কৰিবলৈ লিখক, dot slash(দত শ্লাচ) array(এৰে)1 । এন্টাৰ(Enter) টিপক |
| 05:59 | আউতপুত(output)টো দৰ্শিত হৈছে যে ,The sum is 15 |
| 06:02 | আমি দেখিছো যে এইটো আমাৰ C ক’ড(code)ৰ সৈতে একে ধৰণৰ |
| 06:07 | এতিয়া, আমি আন কিছুমান সাধাৰণ ভুল চাম |
| 06:10 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
| 06:12 | ধৰাহ’ল ইয়াত, শাৰী নং 7 ত |
| 06:14 | মই লিখিম star[1], star[2] আৰু star[3]; |
| 06:23 | ছেভ(Save)ত টিপক |
| 06:24 | আহক কাৰ্যকৰী কৰো ।আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক |
| 06:28 | মই প্ৰমপ্ত (prompt) খালি কৰো |
| 06:30 | আহক আগৰ দৰে কম্পাইল (compile) কৰো |
| 06:33 | আহক আগৰ দৰে কাৰ্যকৰী কৰো |
| 06:36 | আমি এটা অপ্ৰত্যাক্ষিত আউতপুত পাম |
| 06:39 | এইটো এইকাৰণেই যে এৰে ইন্দেক্স (array index) 0 ৰ পৰা আৰম্ভ হয় |
| 06:43 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক । আমি ইয়াত দেখিছো যে এৰে ইন্দেক্স (array index)টো একৰ পৰা আৰম্ভ হৈছে |
| 06:49 | গতিকে ই এটা ভুল দেখাইছে । আহক ভুলটো ঠিক কৰো |
| 06:54 | লিখক 0 ইয়াত 1 আৰু 2 ।ছেভ (Save) ত টিপক |
| 07:02 | আহক কাৰ্যকৰী কৰো । আমাৰ তাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক |
| 07:05 | আহক আমি আগৰ দৰে কম্পাইল (compile) কৰো । আগৰ দৰে কাৰ্যকৰী কৰো |
| 07:09 | হয়, ই কাম কৰিছে |
| 07:12 | এতিয়া, আহক আমি আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
| 07:14 | আহক আমি মূলভাৱ চাওঁ |
| 07:16 | এই টিউটৰিয়েলত আমি শিকিলো: |
| 07:19 | Arrays (এৰে’জ) |
| 07:20 | চিংগল দাইমেনচনেল এৰেজ (Single Dimensional Arrays) ডিক্লেয়াৰ (declare) কৰিবলৈ |
| 07:23 | চিংগল দাইমেনচনেল এৰেজ (Single Dimensional Arrays)প্ৰাৰম্ভণ কৰিবলৈ |
| 07:26 | উদাহৰণ int star [3]={4, 5, 6} |
| 07:31 | এৰে (array)টোৰ উপাদানটো সংলগ্ন কৰিবলৈ,উদাহৰণ sum সমান star 0 plus(প্লাচ) star 1 plus(প্লাচ) star 2. |
| 07:40 | এটা অনুশিলনী হিচাবে, |
| 07:41 | এৰে(array) এটাত জমা হৈ থকা উপাদান সমূহৰ পাৰ্থক্য গণনা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
| 07:47 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 07:50 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 07:53 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 07:57 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
| 08:00 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 08:03 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 08:06 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 08:13 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 08:17 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 08:25 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 08:30 | মই কৃষ্ণ কমল দুৱৰা |
| 08:33 | সংযোগ কৰাৰ বাবে ধন্যবাদ |