C-and-Cpp/C3/Arrays/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Arrays in C and C++(এৰে’জ ইন C এন্দ C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত আমি শিকিমঃ
00:09 array(এৰে) এটা কি হয়
00:11 array(এৰে) এটাৰ ডিক্লেয়াৰ হোৱা (declaration)
00:13 array(এৰে) এটাৰ প্ৰাৰম্ভণ (Initialization)
00:16 এৰে(array)ৰ কিছু উদাহৰণ
00:18 আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম
00:22 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:25 Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04,
00:30 gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:36 আহক আমি এৰে (Array)ৰ পৰিচয়ৰে আৰম্ভ কৰো
00:39 এৰে (Array) হৈছে একে ধৰণৰ দাতা-টাইপ (data-type) ৰ দাতা(data) বা উপাদান (elements) সমূহৰ সংগ্ৰহ
00:44 এৰে (Array) ইন্দেক্স (index) 0 ৰ পৰা আৰম্ভ হয়
00:48 প্ৰথম উপাদানটো ইন্দেক্স (index) 0 ত জমা হয়
00:52 তাত তিনি ধৰণৰ এৰে (array) আছে:
00:55 Single dimensional array (চিংগল দাইমেনচনেল এৰে)
00:57 Two dimensional array(টু দাইমেনচনেল এৰে) আৰু
00:59 Multi-dimensional array (মাল্টি দাইমেনচনেল এৰে)
01:01 আমি এই টিউটৰিয়েলটোত চিংগল দাইমেনচনেল এৰে (single dimensional array) আলোচনা কৰিম
01:06 আহক আমি চাওঁ কেনেকৈ চিংগল দাইমেনচনেল এৰে (single dimensional array) ডিক্লেয়াৰ (declare) কৰা হয়
01:09 ইয়াৰ গাঠণিটো হৈছেঃ
01:11 দাতা টাইপ (data-type) এৰেটোৰ নাম (name of the array) আৰু আকাৰ(size)
01:16 উদাহৰণ, ইয়াত আমি এটা ইন্তিজাৰ এৰে (integer array) 'star' ক ডিক্লেয়াৰ (declare) কৰিছো যাৰ 5 টা উপাদান(elements) আছে
01:24 এৰে ইন্দেক্স (array index) টো star 0 ৰ পৰা আৰম্ভ হব star 4 লৈকে
01:29 আমি এটা এৰে (array) ডিক্লেয়াৰ হোৱা (declaration) দেখিলো
01:32 এতিয়া, আমি এৰে (array) এটা প্ৰাৰম্ভণ(initialize) হোৱা চাম
01:35 ইয়াৰ গাঠণিটো হৈছেঃ
01:38 দাতা টাইপ (data-type),( এৰেটোৰ নাম ), আকাৰ(size) সমান উপাদান( elements) সমূহ
01:44 উদাহৰণ:ইয়াত আমি এটা 3 আকাৰৰ ইন্তিজাৰ এৰে star ক ডিক্লেয়াৰ কৰিছো । এৰেটোৰ উপাদান সমূহ হৈছে 1, 2 আৰু 3
01:54 ইয়াত ইন্দেক্স (array index) টো star 0 ৰ পৰা আৰম্ভ হব star 2 লৈকে
01:59 এতিয়া, উদাহৰণটোলৈ যাওঁ আহক
02:01 মই ইতিমধ্যে প্ৰোগ্ৰাম ( program)টো এডিতৰ(editor)ত লিখি থৈছো
02:04 গতিকে, মই এইটো খুলিম
02:06 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে array.c
02:10 এই প্ৰোগ্ৰামটোত, আমি এটা এৰে (array)ত থকা উপাদান সমূহৰ যোগফল গণনা কৰিম
02:16 এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম
02:18 এইটো আমাৰ header file(হেদাৰ ফাইল)
02:20 এইটো আমাৰ main()(মেইন) ফাংচন( function)
02:22 ইয়াত, আমি আকাৰ 3 ৰ এটা এৰে(array) star ক ডিক্লেয়াৰ (declare) আৰু প্ৰাৰম্ভণ(initialize) কৰিছো
02:28 এৰেটোৰ উপাদান সমূহ হৈছে 4, 5 আৰু 6
02:33 তাৰপাছত আমি এটা ইন্তিজাৰ ভেৰিয়েবল ('integer variable') sum ক ডিক্লেয়াৰ(declare) কৰিছো
02:36 ইয়াত আমি এৰে (array)টোৰ উপাদান সমূহ সংযুক্ত কৰিছো আৰু ফলাফলটো sum ত জমা কৰিছো
02:41 লক্ষ্য কৰিব যে 4 ইন্দেক্স (index) 0 ত জমা হব, 5 ইন্দেক্স(index) 1 ত জমা হ’ব আৰু 6 ইন্দেক্স (index) 2 ত জমা হ’ব
02:50 তাৰ পাছত আমি sum টো ছপা কৰিম
02:52 এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement)
02:54 এতিয়া, ছেভ (Save)ত টিপক
02:57 আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো
02:59 অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক
03:09 কম্পাইল কৰিবলৈ, লিখকgcc space (স্পেছ) array dot(এৰে দত) c space(স্পেছ) hypen(হাইফেন) o array(এৰে) আৰু এন্টাৰ(Enter) টিপক
03:19 কাৰ্যকৰী কৰিবলৈ, লিখক dot slash (দত শ্লাচ) array(এৰে) (./array) । এন্টাৰ(Enter) টিপক
03:24 ইয়াত আউতপুত(output)টো দৰ্শিত হৈছে যে,
03:26 The sum is(দা চাম ইজ ) 15(দা চাম ইজ )
03:28 এতিয়া আহক আমি সচৰাচৰ হব পৰা ভুল সমূহ চাওঁ
03:32 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
03:34 ধৰাহ’ল ইয়াত, 4 নং শাৰীত আমি মাজুবন্ধনী দিবলৈ পাহৰিলো
03:39 ছেভ(Save)ত টিপক । আহক কি হয় চাওঁ
03:42 টাৰ্মিনেল(terminal)টোলৈ ঘূৰি আহক
03:44 আহক আগৰ দৰে কম্পাইল কৰো
03:47 আমি এটা ভুল দেখিছো:
03:49 Invalid initializer(ইনভেলিদ ইনিচিয়েলাইজাৰ) আৰু Expected identifier or bracket before numeric constant. (এক্সপেকতেদ আইদেন্তিফাইয়াৰ অৰ ব্ৰেকেত বিফ’ৰ নিউমাৰিক কনস্তেন্ত)
03:56 এইটো এই কাৰণেই যে এৰে(array)ক মাজুবন্ধনীৰে প্ৰাৰম্ভণ(initialize) কৰিবই লাগিব
04:01 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক । আহক ভুলটো ঠিক কৰো
04:04 ইয়াত শাৰী নং 4 ত মাজুবন্ধনী লিখক
04:09 এতিয়া, ছেভ(Save)ত টিপক
04:12 আহক কাৰ্যকৰী কৰো । টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহক
04:15 আহক আগৰ দৰে কম্পাইল কৰো. আহক আগৰ দৰে কাৰ্যকৰী কৰো
04:19 হয়, ই কাম কৰিছে
04:21 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কাৰ্যকৰী কৰিম
04:25 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
04:28 মই ইয়াত কিছু বস্তু সলনি কৰিম
04:30 প্ৰথমে আপোনাৰ কীবৰ্ডত একেলগে Shift , Ctrlআৰু S কী টিপক
04:38 এতিয়া ফাইলটো extension (একষ্টেনচন) dot cppৰে ছেভ কৰক আৰু ছেভ(Save)ত টিপক
04:44 হেদাৰ ফাইল( header file)টো iostreamলৈ সলনি কৰো আহক
04:49 এতিয়া 'using'(ইউজিং) ষ্টেতমেন্ত(statement)টো সংলগ্ন কৰক
04:55 এৰে(array) এটাৰ ডিক্লেয়াৰেচন(declaration) আৰু প্ৰাৰম্ভণ (initialization) টো C++ ত একে হয়
05:01 গতিকে ইয়াত একো সলাবৰ প্ৰয়োজন নাই
05:04 এতিয়া printf ষ্টেতমেন্ত(statement)টো cout ষ্টেতমেন্ত (statement)ৰে সলনি কৰক
05:09 ফৰমেট স্পেচিফাইয়াৰ(format specifier) আৰু বাক শ্লাচ এন(back slash n) ক নাইকীয়া কৰক, এতিয়া কমা(comma) নাইকীয়া কৰক আৰু দুটা আৰম্ভনী কোণবন্ধনী(angle brackets) লিখক
05:17 ইয়াত বন্ধনী নাইকীয়া কৰক ।আকৌ দুটা আৰম্ভনী কোণবন্ধনী (angle brackets) লিখক আৰু দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত বাক শ্লাচ এন(\n) লিখক
05:26 এতিয়া ছেভ(Save)ত টিপক
05:29 আহক কাৰ্যকৰী কৰো । এটা টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক
05:32 কম্পাইল কৰিবলৈ লিখক, g++ space(স্পেছ) array dot(এৰে দত) cpp space(স্পেছ) hypen(হাইফেন) o space(স্পেছ) array(এৰে)1
05:42 ইয়াত আমাৰ ওচৰত array1 আছে কাৰণ আমি array dot(এৰে দত) c ফাইলৰ বাবে আউতপুত পেৰামিটাৰ(output parameter) arrayক অভাৰৰাইট( overwrite) কৰিব বিচৰা নাই
05:51 এতিয়া এন্টাৰ(Enter) টিপক
05:54 কাৰ্যকৰী কৰিবলৈ লিখক, dot slash(দত শ্লাচ) array(এৰে)1 । এন্টাৰ(Enter) টিপক
05:59 আউতপুত(output)টো দৰ্শিত হৈছে যে ,The sum is 15
06:02 আমি দেখিছো যে এইটো আমাৰ C ক’ড(code)ৰ সৈতে একে ধৰণৰ
06:07 এতিয়া, আমি আন কিছুমান সাধাৰণ ভুল চাম
06:10 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
06:12 ধৰাহ’ল ইয়াত, শাৰী নং 7 ত
06:14 মই লিখিম star[1], star[2] আৰু star[3];
06:23 ছেভ(Save)ত টিপক
06:24 আহক কাৰ্যকৰী কৰো ।আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক
06:28 মই প্ৰমপ্ত (prompt) খালি কৰো
06:30 আহক আগৰ দৰে কম্পাইল (compile) কৰো
06:33 আহক আগৰ দৰে কাৰ্যকৰী কৰো
06:36 আমি এটা অপ্ৰত্যাক্ষিত আউতপুত পাম
06:39 এইটো এইকাৰণেই যে এৰে ইন্দেক্স (array index) 0 ৰ পৰা আৰম্ভ হয়
06:43 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক । আমি ইয়াত দেখিছো যে এৰে ইন্দেক্স (array index)টো একৰ পৰা আৰম্ভ হৈছে
06:49 গতিকে ই এটা ভুল দেখাইছে । আহক ভুলটো ঠিক কৰো
06:54 লিখক 0 ইয়াত 1 আৰু 2 ।ছেভ (Save) ত টিপক
07:02 আহক কাৰ্যকৰী কৰো । আমাৰ তাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক
07:05 আহক আমি আগৰ দৰে কম্পাইল (compile) কৰো । আগৰ দৰে কাৰ্যকৰী কৰো
07:09 হয়, ই কাম কৰিছে
07:12 এতিয়া, আহক আমি আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ
07:14 আহক আমি মূলভাৱ চাওঁ
07:16 এই টিউটৰিয়েলত আমি শিকিলো:
07:19 Arrays (এৰে’জ)
07:20 চিংগল দাইমেনচনেল এৰেজ (Single Dimensional Arrays) ডিক্লেয়াৰ (declare) কৰিবলৈ
07:23 চিংগল দাইমেনচনেল এৰেজ (Single Dimensional Arrays)প্ৰাৰম্ভণ কৰিবলৈ
07:26 উদাহৰণ int star [3]={4, 5, 6}
07:31 এৰে (array)টোৰ উপাদানটো সংলগ্ন কৰিবলৈ,উদাহৰণ sum সমান star 0 plus(প্লাচ) star 1 plus(প্লাচ) star 2.
07:40 এটা অনুশিলনী হিচাবে,
07:41 এৰে(array) এটাত জমা হৈ থকা উপাদান সমূহৰ পাৰ্থক্য গণনা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
07:47 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:50 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:53 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:57 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
08:00 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
08:03 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
08:06 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
08:13 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
08:17 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
08:25 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
08:30 মই কৃষ্ণ কমল দুৱৰা
08:33 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi