Arduino/C2/Wireless-Connectivity-to-Arduino/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Wireless Connectivity to Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: ESP8266-01 মদিউলক কনফিগাৰ আৰু ক’ড আপল’দ কৰিবলৈ |
00:17 | ESP আৰু অন্য দিভাইচসমূহৰ মাজত Wireless Communication স্থাপন কৰিবলৈ |
00:23 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : ইলেকট্রনিকচ |
00:29 | C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজ আৰু |
00:33 | Wireless Communication |
00:36 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো : Arduino Uno board |
00:41 | উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE |
00:48 | আমাক কিছু এক্সতাৰনেল উপাদান লাগিব যেনে ESP8266-01 Wi-Fi মদিউল |
00:59 | Breadboard |
01:01 | Jumper Wires আৰু Push Button |
01:05 | এই টিউট’ৰিয়েলটোত আমি ব্যৱ্হাৰ কৰিম ESP8266-01 WiFi মদিউল |
01:13 | VCC, RST, CH_PD, Tx, Ground, GPIO2, GPIO0, Rx হৈছে Wi-Fi module ৰ পিনচ |
01:27 | Power LED এ সূচাই মদিউলটো ON বা OFF থকাক |
01:32 | COMM LED হৈছে WiFi মদিউলৰ built-in blue LED |
01:37 | এই টিউট’ৰিয়েলটোত, আমি চাম WiFi ব্যৱ্হাৰ কৰি কেনেকৈ এই built-in LED টো নিয়ন্ট্ৰন কৰা হয় |
01:43 | এই WiFi module ৰ এটা built-in System on Chip আছে integrated TCP/IP stack ৰ সৈতে |
01:51 | ইয়াৰ আছে এটা UART আৰু দুটা GPIO pins (General Purpose Input / Output) |
01:57 | ই বহুলভাবে ব্যৱহৃত হয় বিকাশৰ বাবে IoT (অৰ্থাৎ Internet of Things) applications |
02:04 | এইটো হৈছে চাৰ্কিত কানেকচন ESP8266 - 01 module ৰ Arduino ৰ সৈতে |
02:12 | মন কৰিব: ESP8266-01 module কাম কৰে মাত্ৰ 3.3 Volts ত |
02:20 | 5 Volts লৈ কানেক্ত কৰিলে Wi-Fi module টো damage হ’ব পাৰে |
02:24 | Wi-Fi module ৰ ground পিনক কানেক্ত কৰক Arduino ৰ ground পিনলৈ |
02:29 | Wi-Fi module ৰ GPIO 0 পিনক কানেক্ত কৰক Arduino ৰ ground লৈ |
02:35 | Wi-Fi module ৰ Rx পিনক কানেক্ত কৰক Arduino ৰ Rx পিনলৈ |
02:41 | Wi-Fi module ৰ Tx পিনক কানেক্ত কৰক Arduino ৰ Tx পিনলৈ |
02:47 | Wi-Fi module ৰ VCC আৰু CH_PD পিনক কানেক্ত কৰক Arduino ৰ 3.3V লৈ |
02:57 | Wi-Fi module ৰ RST পিন আৰু Arduino ৰ ground পিনৰ মাজত push button এটা কানেক্ত কৰক |
03:05 | এইটো হৈছে live setup কানেকচনটোৰ, চাৰ্কিত দায়েগ্ৰামটোত দেখুৱা দৰে |
03:10 | ইয়াত দেখুৱা দৰে কানেকচন কৰক |
03:13 | আমি কানেকচন এটা স্থাপন কৰিম WiFi module আৰু এটা laptop বা এটা mobile phone ৰ মাজত |
03:20 | এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰাম এটা লিখিম । Arduino IDE খোলক |
03:27 | Arduino board ক আপোনাৰ PC লৈ কানেক্ত কৰক |
03:30 | প্ৰথমে, আমি port টোৰ নামটো জানিব লাগিব যালৈ Arduino কানেক্ত হৈছে |
03:35 | Tools মেনুলৈ যাওঁক । Port অপচন বাচক |
03:40 | মোৰ ক্ষেত্ৰত, port হৈছে ttyUSB0 । আপোনাৰ port নামটো লিখক |
03:49 | Windows ইউজাৰে নিম্ন ষ্টেপচ এৰিব পাৰে যিহেতু port টো স্বয়ংক্ৰিয়ভাবে দিতেক্ত হয় |
03:56 | Ctrl+Alt+T কীচ একেলগে টিপি terminal টো খোলক |
04:03 | লিখক, sudo space chmod space a+rw space slash dev slash ttyUSB0 |
04:18 | মোৰ ক্ষেত্ৰত, port নামটো হৈছে ttyUSB0 |
04:25 | আপুনি port নামটো সূচীত কৰিব লাগিব । Enter টিপক |
04:30 | চিষ্টেমৰ বাবে আপোনাৰ password লিখক আৰু Enter টিপক |
04:35 | ওপৰৰ কমান্দে read-write permission দিয়ে usb port লৈ |
04:40 | Arduino IDE লৈ ঘূৰি যাওঁক |
04:43 | পাছত আমি ESP8266 module ক কনফিগাৰ কৰিম যোগাযোগ কৰিবলৈ |
04:49 | মেনু বাৰত, File মেনুত ক্লিক কৰক । Preferences বাচক |
04:56 | নতুন উইন্দ’ এখন আহিব |
04:58 | Settings টেবত, Additional Boards Manager URLs চেকচনলৈ যাওঁক । এই json URL যোগ কৰক |
05:09 | ই Arduino IDE ত ESP8266 WiFi module দাউনল’দ কৰিবলৈ সহায় কৰিব |
05:16 | উইন্দ’খনৰ তলত OK বুটামত ক্লিক কৰক |
05:20 | মেনু বাৰত, Tools মেনুত ক্লিক কৰক আৰু Board বাচক |
05:25 | তেতিয়া Boards Manager অপচনক বাচক । নতুন উইন্দ’ এখন আহিব |
05:31 | ওপৰত সোঁফালে চুকত, আমি এটা search টেব দেখিছো |
05:35 | ইয়াত, লিখক ESP8266 আৰু Enter টিপক |
05:41 | ESP8266 by ESP8266 Community বাচক |
05:48 | ভাৰ্চন দ্ৰপ দাউন বক্সত, মদিউলৰ লেতেষ্ট ভাৰ্চনক বাচক |
05:53 | মদিউলটো ইনষ্ট’ল কৰিবলৈ Install বুটামত ক্লিক কৰক |
05:57 | ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু মিনিট সময় ল’ব |
06:01 | ই সফলভাবে ইনষ্ট’ল নোহোৱালৈকে অপেক্ষা কৰক |
06:05 | ESP8266 module এতিয়া Arduino IDE ত ইনষ্ট’ল হ’ল |
06:09 | উইন্দ’ৰ তলত সোফালে Close বুটামত ক্লিক কৰক |
06:14 | এতিয়া, প্ৰোগ্ৰামটো আপল’দ কৰাৰ আগতে আমি ESP8266 module বাচিব লাগিব |
06:20 | Tools অপচনত ক্লিক কৰক আৰু বাচক Board |
06:25 | তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Generic ESP8266 Module |
06:32 | পাছত আমি ESP8266 Module ৰ built-in LED চেত কৰিব লাগিব । পুনৰ বাচক Tools |
06:41 | Builtin LED অপচনলৈ যাওঁক । Builtin LED 1 লৈ চেত কৰক |
06:48 | পাছত আমি Reset অপচনক চেত কৰিম |
06:52 | মেনু বাৰত, Tools বাচক । Reset Method লৈ যাওঁক |
06:58 | Reset মেথদক no dtr in bracket aka ck লৈ বাচক |
07:06 | ই wifi module ক মেনুৱেলি ৰিচেত কৰিবলৈ সহায় কৰিব |
07:10 | এতিয়া আমি ক’ডটো লিখিম । দেখুৱা দৰে ক’ডটো লিখক |
07:16 | আমি সংলগ্ন কৰিছো ESP8266 library |
07:20 | SSID হৈছে এটা Wi-Fi module ৰ নাম |
07:24 | ইয়াত, মই wifi network টো নাম দিছো WIFI_ESP8266_Pratik হিচাবে |
07:34 | Password হৈছে Wi-Fi network টো জইন কৰিবলৈ লগা passcode ।
আৰু মদিউলটোৰ বাবে password হৈছে 12345678 |
07:47 | আপুনি বিশেষ ssid আৰু password দিব লাগিব |
07:52 | Password parameter বাধ্যতামূলক নহয় |
07:56 | যদি আপুনি Password parameter নিদিয়ে, Wi-Fi network অপেন হ’ব |
08:01 | ই ওচৰৰ সকলোৱে এক্সেচ কৰিব পাৰিব |
08:05 | এই কমান্দে মদিউলটোৰ দিফল্ট IP address এনাবল কৰিব |
08:10 | মদিউলটোৰ দিফল্ট IP address হৈছে 192.168.4.1 |
08:20 | setup function ৰ ভিতৰত, দেখুৱা দৰে ক’ড লিখক |
08:25 | এই কমান্দে ESP8266 module ৰ বাবে SSID আৰু Password এনাবল কৰিব |
08:33 | server.begin এ প্ৰদত্ত SSID আৰু Password ৰ বাবে Wi-Fi network এনাবল কৰিব |
08:40 | দুই চেকেন্দৰ delay এটা দিয়া হৈছে মদিউলটো boot কৰিবলৈ |
08:44 | ESP8266 module ৰ Built-in LED চেত হৈছে OUTPUT mode লৈ |
08:51 | void loop function ৰ ভিতৰত ক’ডটো ক’পি আৰু পেষ্ট কৰক |
08:56 | এই ক’ডটো এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
09:04 | এই HTML code এ web page এটা জেনেৰেত কৰিব ইয়াত দেখুৱা দৰে |
09:10 | যেতিয়া LED ON বা LED OFF বুটাম টিপা হয়, ভেলুটো প্ৰোগ্ৰামটোলৈ পঠোৱা হয় |
09:17 | প্ৰোগ্ৰামটোৱে ভেলুটো চায় আৰু ESP8266-01 module ৰ built-in LED ক নিয়ন্ট্ৰন কৰে |
09:27 | প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ compile বুটামত ক্লিক কৰক |
09:31 | প’প আপ উইন্দ’ এখন আহিব বৰ্তমানৰ প্ৰোগ্ৰামটো ছেভ কৰিবলৈ |
09:35 | প্ৰোগ্ৰামটোক নাম দিয়ক WiFi_ESP8266 হিচাবে |
09:43 | আৰু ছেভ বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ছেভ কৰিবলৈ |
09:48 | এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো ESP8266-01 ত আপল’দ কৰিবলৈ |
09:58 | আমি দেখিছো প্ৰোগ্ৰামটো স্ক্ৰিণখনৰ তলত আপল’দ হৈছে |
10:03 | যেতিয়া অৱস্থাটো সলনি হয় Connecting লৈ, breadboard ত push button টো টিপক । ইয়াক ২ৰ পৰা ৩ চেকেন্দ পাছত এৰক |
10:13 | আমি এটা মেচেজ দেখিম Leaving…. Soft resetting হিচাবে ইয়াত দেখুৱা দৰে |
10:20 | ই সূচাই যে প্ৰোগ্ৰামটো সফলভাবে আপল’দ হ’ল |
10:25 | আপোনাৰ mobile internet বন্ধ কৰক |
10:28 | আপোনাৰ mobile phone ৰ Wi-Fi option খোলক |
10:32 | ওচৰৰ network চাৰ্চ কৰক কানেক্ত কৰিবলৈ |
10:35 | মোৰ ক্ষেত্ৰত, মই পাইছো WIFI_ESP8266_Pratik যিহেতু মই ক’ডত এই নামটো দিছো । WiFi বাচক |
10:52 | password টো এন্টাৰ কৰক আৰু চাওঁক ই WiFi লৈ কানেক্ত হৈছেনে |
10:57 | আপোনাৰ mobile phone ত Web Browser খোলক । IP address 192.168.4.1 এন্টাৰ কৰক |
11:11 | এইটো হৈছে default IP address ESP8266-01 Wi-Fi module ৰ নিৰ্মানকৰোতাৰ দ্বাৰা |
11:22 | web page খোলে HTML code অনুসৰি |
11:26 | আমি দেখিছো ESP8266-01 module ৰ LED টো OFF আছে |
11:34 | LED ON বুটামত ক্লিক কৰক যিয়ে Wi-Fi module ৰ নীলা LED টো অন কৰিব |
11:41 | ই ON থাকিব যেতিয়ালৈকে আমি LED OFF বুটামটো নিটিপো |
11:46 | LED OFF বুটামত ক্লিক কৰক যিয়ে Wi-Fi module ৰ নীলা LED টো অফ কৰিব |
11:52 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
11:58 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো ESP8266-01 মদিউলক কনফিগাৰ আৰু ক’ড আপল’দ কৰিবলৈ |
12:09 | ESP আৰু অন্য দিভাইচসমূহৰ মাজত Wireless Communication স্থাপন কৰিবলৈ |
12:15 | এটা অনুশিলনী হিচাবে: চাওঁক যে আপোনাৰ PC বা লেপতপত wireless connectivity আছেনে আৰু নিম্ন ষ্টেপচ কৰক |
12:23 | সোফালে চুকত, WiFi আইকনত ক্লিক কৰক |
12:28 | আপোনাৰ WiFi নামটো বাচক আৰু password টো লিখক |
12:32 | browser খোলক আৰু 192.168.4.1 লৈ যাওঁক |
12:41 | বুটামটো বাচক আৰু ESP8266-01 module ত আউতপুতটো চাওঁক |
12:49 | আপুনি অনুশিলনীটোৰ আউতপুতটো ইয়াত দেখুৱা দৰে পাব লাগিব |
13:03 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
13:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
13:18 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:22 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
13:29 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |