Arduino/C2/Wireless-Connectivity-to-Arduino/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Wireless Connectivity to Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: ESP8266-01 মদিউলক কনফিগাৰ আৰু ক’ড আপল’দ কৰিবলৈ
00:17 ESP আৰু অন্য দিভাইচসমূহৰ মাজত Wireless Communication স্থাপন কৰিবলৈ
00:23 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : ইলেকট্রনিকচ
00:29 C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজ আৰু
00:33 Wireless Communication
00:36 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো  : Arduino Uno board
00:41 উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE
00:48 আমাক কিছু এক্সতাৰনেল উপাদান লাগিব যেনে ESP8266-01 Wi-Fi মদিউল
00:59 Breadboard
01:01 Jumper Wires আৰু Push Button
01:05 এই টিউট’ৰিয়েলটোত আমি ব্যৱ্হাৰ কৰিম ESP8266-01 WiFi মদিউল
01:13 VCC, RST, CH_PD, Tx, Ground, GPIO2, GPIO0, Rx হৈছে Wi-Fi module ৰ পিনচ
01:27 Power LED এ সূচাই মদিউলটো ON বা OFF থকাক
01:32 COMM LED হৈছে WiFi মদিউলৰ built-in blue LED
01:37 এই টিউট’ৰিয়েলটোত, আমি চাম WiFi ব্যৱ্হাৰ কৰি কেনেকৈ এই built-in LED টো নিয়ন্ট্ৰন কৰা হয়
01:43 এই WiFi module ৰ এটা built-in System on Chip আছে integrated TCP/IP stack ৰ সৈতে
01:51 ইয়াৰ আছে এটা UART আৰু দুটা GPIO pins (General Purpose Input / Output)
01:57 ই বহুলভাবে ব্যৱহৃত হয় বিকাশৰ বাবে IoT (অৰ্থাৎ Internet of Things) applications
02:04 এইটো হৈছে চাৰ্কিত কানেকচন ESP8266 - 01 moduleArduino ৰ সৈতে
02:12 মন কৰিব: ESP8266-01 module কাম কৰে মাত্ৰ 3.3 Volts
02:20 5 Volts লৈ কানেক্ত কৰিলে Wi-Fi module টো damage হ’ব পাৰে
02:24 Wi-Fi moduleground পিনক কানেক্ত কৰক Arduinoground পিনলৈ
02:29 Wi-Fi moduleGPIO 0 পিনক কানেক্ত কৰক Arduinoground লৈ
02:35 Wi-Fi moduleRx পিনক কানেক্ত কৰক ArduinoRx পিনলৈ
02:41 Wi-Fi moduleTx পিনক কানেক্ত কৰক ArduinoTx পিনলৈ
02:47 Wi-Fi moduleVCC আৰু CH_PD পিনক কানেক্ত কৰক Arduino3.3V লৈ
02:57 Wi-Fi moduleRST পিন আৰু Arduinoground পিনৰ মাজত push button এটা কানেক্ত কৰক
03:05 এইটো হৈছে live setup কানেকচনটোৰ, চাৰ্কিত দায়েগ্ৰামটোত দেখুৱা দৰে
03:10 ইয়াত দেখুৱা দৰে কানেকচন কৰক
03:13 আমি কানেকচন এটা স্থাপন কৰিম WiFi module আৰু এটা laptop বা এটা mobile phone ৰ মাজত
03:20 এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰাম এটা লিখিম । Arduino IDE খোলক
03:27 Arduino board ক আপোনাৰ PC লৈ কানেক্ত কৰক
03:30 প্ৰথমে, আমি port টোৰ নামটো জানিব লাগিব যালৈ Arduino কানেক্ত হৈছে
03:35 Tools মেনুলৈ যাওঁক । Port অপচন বাচক
03:40 মোৰ ক্ষেত্ৰত, port হৈছে ttyUSB0 । আপোনাৰ port নামটো লিখক
03:49 Windows ইউজাৰে নিম্ন ষ্টেপচ এৰিব পাৰে যিহেতু port টো স্বয়ংক্ৰিয়ভাবে দিতেক্ত হয়
03:56 Ctrl+Alt+T কীচ একেলগে টিপি terminal টো খোলক
04:03 লিখক, sudo space chmod space a+rw space slash dev slash ttyUSB0
04:18 মোৰ ক্ষেত্ৰত, port নামটো হৈছে ttyUSB0
04:25 আপুনি port নামটো সূচীত কৰিব লাগিব । Enter টিপক
04:30 চিষ্টেমৰ বাবে আপোনাৰ password লিখক আৰু Enter টিপক
04:35 ওপৰৰ কমান্দে read-write permission দিয়ে usb port লৈ
04:40 Arduino IDE লৈ ঘূৰি যাওঁক
04:43 পাছত আমি ESP8266 module ক কনফিগাৰ কৰিম যোগাযোগ কৰিবলৈ
04:49 মেনু বাৰত, File মেনুত ক্লিক কৰক । Preferences বাচক
04:56 নতুন উইন্দ’ এখন আহিব
04:58 Settings টেবত, Additional Boards Manager URLs চেকচনলৈ যাওঁক । এই json URL যোগ কৰক
05:09 Arduino IDEESP8266 WiFi module দাউনল’দ কৰিবলৈ সহায় কৰিব
05:16 উইন্দ’খনৰ তলত OK বুটামত ক্লিক কৰক
05:20 মেনু বাৰত, Tools মেনুত ক্লিক কৰক আৰু Board বাচক
05:25 তেতিয়া Boards Manager অপচনক বাচক । নতুন উইন্দ’ এখন আহিব
05:31 ওপৰত সোঁফালে চুকত, আমি এটা search টেব দেখিছো
05:35 ইয়াত, লিখক ESP8266 আৰু Enter টিপক
05:41 ESP8266 by ESP8266 Community বাচক
05:48 ভাৰ্চন দ্ৰপ দাউন বক্সত, মদিউলৰ লেতেষ্ট ভাৰ্চনক বাচক
05:53 মদিউলটো ইনষ্ট’ল কৰিবলৈ Install বুটামত ক্লিক কৰক
05:57 ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু মিনিট সময় ল’ব
06:01 ই সফলভাবে ইনষ্ট’ল নোহোৱালৈকে অপেক্ষা কৰক
06:05 ESP8266 module এতিয়া Arduino IDE ত ইনষ্ট’ল হ’ল
06:09 উইন্দ’ৰ তলত সোফালে Close বুটামত ক্লিক কৰক
06:14 এতিয়া, প্ৰোগ্ৰামটো আপল’দ কৰাৰ আগতে আমি ESP8266 module বাচিব লাগিব
06:20 Tools অপচনত ক্লিক কৰক আৰু বাচক Board
06:25 তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Generic ESP8266 Module
06:32 পাছত আমি ESP8266 Modulebuilt-in LED চেত কৰিব লাগিব । পুনৰ বাচক Tools
06:41 Builtin LED অপচনলৈ যাওঁক । Builtin LED 1 লৈ চেত কৰক
06:48 পাছত আমি Reset অপচনক চেত কৰিম
06:52 মেনু বাৰত, Tools বাচক । Reset Method লৈ যাওঁক
06:58 Reset মেথদক no dtr in bracket aka ck লৈ বাচক
07:06 wifi module ক মেনুৱেলি ৰিচেত কৰিবলৈ সহায় কৰিব
07:10 এতিয়া আমি ক’ডটো লিখিম । দেখুৱা দৰে ক’ডটো লিখক
07:16 আমি সংলগ্ন কৰিছো ESP8266 library
07:20 SSID হৈছে এটা Wi-Fi module ৰ নাম
07:24 ইয়াত, মই wifi network টো নাম দিছো WIFI_ESP8266_Pratik হিচাবে
07:34 Password হৈছে Wi-Fi network টো জইন কৰিবলৈ লগা passcode

আৰু মদিউলটোৰ বাবে password হৈছে 12345678

07:47 আপুনি বিশেষ ssid আৰু password দিব লাগিব
07:52 Password parameter বাধ্যতামূলক নহয়
07:56 যদি আপুনি Password parameter নিদিয়ে, Wi-Fi network অপেন হ’ব
08:01 ই ওচৰৰ সকলোৱে এক্সেচ কৰিব পাৰিব
08:05 এই কমান্দে মদিউলটোৰ দিফল্ট IP address এনাবল কৰিব
08:10 মদিউলটোৰ দিফল্ট IP address হৈছে 192.168.4.1
08:20 setup function ৰ ভিতৰত, দেখুৱা দৰে ক’ড লিখক
08:25 এই কমান্দে ESP8266 module ৰ বাবে SSID আৰু Password এনাবল কৰিব
08:33 server.begin এ প্ৰদত্ত SSID আৰু Password ৰ বাবে Wi-Fi network এনাবল কৰিব
08:40 দুই চেকেন্দৰ delay এটা দিয়া হৈছে মদিউলটো boot কৰিবলৈ
08:44 ESP8266 moduleBuilt-in LED চেত হৈছে OUTPUT mode লৈ
08:51 void loop function ৰ ভিতৰত ক’ডটো ক’পি আৰু পেষ্ট কৰক
08:56 এই ক’ডটো এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
09:04 এই HTML codeweb page এটা জেনেৰেত কৰিব ইয়াত দেখুৱা দৰে
09:10 যেতিয়া LED ON বা LED OFF বুটাম টিপা হয়, ভেলুটো প্ৰোগ্ৰামটোলৈ পঠোৱা হয়
09:17 প্ৰোগ্ৰামটোৱে ভেলুটো চায় আৰু ESP8266-01 modulebuilt-in LED ক নিয়ন্ট্ৰন কৰে
09:27 প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ compile বুটামত ক্লিক কৰক
09:31 প’প আপ উইন্দ’ এখন আহিব বৰ্তমানৰ প্ৰোগ্ৰামটো ছেভ কৰিবলৈ
09:35 প্ৰোগ্ৰামটোক নাম দিয়ক WiFi_ESP8266 হিচাবে
09:43 আৰু ছেভ বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ছেভ কৰিবলৈ
09:48 এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো ESP8266-01 ত আপল’দ কৰিবলৈ
09:58 আমি দেখিছো প্ৰোগ্ৰামটো স্ক্ৰিণখনৰ তলত আপল’দ হৈছে
10:03 যেতিয়া অৱস্থাটো সলনি হয় Connecting লৈ, breadboardpush button টো টিপক । ইয়াক ২ৰ পৰা ৩ চেকেন্দ পাছত এৰক
10:13 আমি এটা মেচেজ দেখিম Leaving…. Soft resetting হিচাবে ইয়াত দেখুৱা দৰে
10:20 ই সূচাই যে প্ৰোগ্ৰামটো সফলভাবে আপল’দ হ’ল
10:25 আপোনাৰ mobile internet বন্ধ কৰক
10:28 আপোনাৰ mobile phoneWi-Fi option খোলক
10:32 ওচৰৰ network চাৰ্চ কৰক কানেক্ত কৰিবলৈ
10:35 মোৰ ক্ষেত্ৰত, মই পাইছো WIFI_ESP8266_Pratik যিহেতু মই ক’ডত এই নামটো দিছো । WiFi বাচক
10:52 password টো এন্টাৰ কৰক আৰু চাওঁক ই WiFi লৈ কানেক্ত হৈছেনে
10:57 আপোনাৰ mobile phoneWeb Browser খোলক । IP address 192.168.4.1 এন্টাৰ কৰক
11:11 এইটো হৈছে default IP address ESP8266-01 Wi-Fi module ৰ নিৰ্মানকৰোতাৰ দ্বাৰা
11:22 web page খোলে HTML code অনুসৰি
11:26 আমি দেখিছো ESP8266-01 moduleLED টো OFF আছে
11:34 LED ON বুটামত ক্লিক কৰক যিয়ে Wi-Fi module ৰ নীলা LED টো অন কৰিব
11:41 ON থাকিব যেতিয়ালৈকে আমি LED OFF বুটামটো নিটিপো
11:46 LED OFF বুটামত ক্লিক কৰক যিয়ে Wi-Fi module ৰ নীলা LED টো অফ কৰিব
11:52 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
11:58 এই টিউট’ৰিয়েলটোত, আমি শিকিলো ESP8266-01 মদিউলক কনফিগাৰ আৰু ক’ড আপল’দ কৰিবলৈ
12:09 ESP আৰু অন্য দিভাইচসমূহৰ মাজত Wireless Communication স্থাপন কৰিবলৈ
12:15 এটা অনুশিলনী হিচাবে: চাওঁক যে আপোনাৰ PC বা লেপতপত wireless connectivity আছেনে আৰু নিম্ন ষ্টেপচ কৰক
12:23 সোফালে চুকত, WiFi আইকনত ক্লিক কৰক
12:28 আপোনাৰ WiFi নামটো বাচক আৰু password টো লিখক
12:32 browser খোলক আৰু 192.168.4.1 লৈ যাওঁক
12:41 বুটামটো বাচক আৰু ESP8266-01 module ত আউতপুতটো চাওঁক
12:49 আপুনি অনুশিলনীটোৰ আউতপুতটো ইয়াত দেখুৱা দৰে পাব লাগিব
13:03 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
13:18 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:22 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
13:29 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9