Arduino/C2/Display-counter-using-Arduino/Assamese
Time | Narration |
00:01 | Display counter using Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
Arduino board লৈ LCD এটা আৰু Pushbutton এটা সংযুক্ত কৰিবলৈ আৰু যেতিয়াই pushbutton টো টিপা হয় কাউন্টটো বৰ্ধিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ থাকিব লাগিব ইলেকট্রনিকচৰ মূল জ্ঞান আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ মূল জ্ঞান |
00:34 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ. মই ব্যৱ্হাৰ কৰিছো:
Arduino UNO Board, উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE |
00:47 | এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাত, আমি Arduino আৰু LCD ব্যৱ্হাৰ কৰি চাৰ্কিত এটা বনাইছিলো ।
আমি এই টিউট’ৰিয়েলটোত একেটা circuit ব্যৱ্হাৰ কৰিম |
01:00 | ইয়াত, আমি এটা pushbutton যোগ কৰিম আৰু এটা সৰল counter বনাম |
01:06 | আমি ইতিমধ্যে আগৰ টিউট’ৰিয়েল এটাত pushbutton এ কামকৰাৰ বিষয়ে শিকিলো |
01:12 | এতিয়া, আহক কানেকচন circuit ৰ সবিশেষ শিকো |
01:17 | pushbutton এটা সংযুক্ত হয় 100 ohm resistor এটালৈ |
01:22 | pushbutton টো সংযুক্ত হয় pin number 7 আৰু এটা 100 ohm resistor লৈ যি সংযুক্ত হয় ground লৈ |
01:31 | আন সকলো কানেকচনচ আমাৰ আগৰ পৰীক্ষাটোৰ দৰে একেই |
01:37 | এইটো হৈছে লাইভ চেতাপ কানেকচন চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে |
01:44 | এতিয়া, আমি Arduino IDE ত প্ৰোগ্ৰাম এটা লিখিম । গতিকে, আহক Arduino IDE লৈ যাওঁ |
01:54 | প্ৰথমে, আমি সংলগ্ন কৰিব লাগিব Liquid crystal library |
01:59 | দৰ্শিত ধৰণে ক’ডটো লিখক |
02:02 | মই এটা ভেৰিয়েবল lcd প্ৰাৰম্ভণ কৰিছো LiquidCrystal প্ৰকাৰৰ |
02:08 | ইয়াত, pin নাম্বাৰ 12 প্ৰাৰম্ভণ হৈছে Register Select হিচাবে আৰু pin নাম্বাৰ 11 Enable হিচাবে |
02:19 | পাছৰ চাৰিটা পাৰামিটাৰে প্ৰদৰ্শন কৰে LCD ৰ data lines |
02:25 | void setup ফাংচনত, দৰ্শিত ধৰণে লিখক: lcd.begin 16 comma 2
এই কমান্দে LCD ক ৰৌচ আৰু কৌলমচৰ সৈতে প্ৰাৰম্ভণ কৰে |
02:41 | পাছত আমি pin নাম্বাৰ 7 ক INPUT হিচাবে চেতাপ কৰিম । দৰ্শিত ধৰণে ক’ডটো লিখক |
02:49 | আনহাতে, আমি pin নাম্বাৰক এটা ভেৰিয়েবল pbutton ত জমা কৰিব পাৰো ।
আহক দৰ্শিত ধৰণে pbutton ভেৰিয়েবলক সূচীত কৰো |
03:01 | এতিয়া আমি void loop ৰ বাবে ক’ডটো লিখিম ।
যেতিয়াই pushbutton টো টিপা হয়, LCD ত এক কাউন্ট বৰ্ধিত হয় |
03:11 | আমি এটা সৰল 'if' statement লিখিম চাবলৈ যে pushbutton টো টিপা হৈছে নে নাই |
03:19 | কাউন্টটো দৰ্শিত কৰাৰ আগতে, আহক বুটামটোৰ অৱস্থাক চাওঁ |
03:25 | এই কমান্দে LCD ত কাৰ্চৰৰ অৱস্থানক চেত কৰিব ।
lcd.print এ মেচেজটো প্ৰিন্ট কৰিব |
03:35 | আমি এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰিম । এতিয়া, মই pushbutton টো টিপিম |
03:43 | ইয়াত, আমি LCD ত মেচেজটো দেখিছো “button pressed” ।
ই দেখুৱাই যে pushbutton টোৱে সফলভাবে কাম কৰিছে |
03:54 | পাছত, আমি প্ৰোগ্ৰামটো ম’দিফাই কৰিম counter এটা চেত কৰিবলৈ |
03:58 | আমাক counter ৰ বাবে এটা ভেৰিয়েবল লাগিব । এতিয়া, আমি ভেৰিয়েবল count ক জিৰ’লৈ প্ৰাৰম্ভণ কৰিম |
04:08 | ইয়াত দৰ্শিত ধৰণে print ষ্টেতমেন্তক ম’দিফাই কৰক ।
প্ৰতিবাৰ বুটামতো টিপিলে, count++ এ কাউন্টক ওৱানৰে বৰ্ধিত কৰিব |
04:21 | আহক এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰো । এতিয়া, মই pushbutton টো টিপিম |
04:29 | ই আশাকৰা দৰে কাম নকৰিলে । আমি ইয়াত এটা বেলেগ কাউন্ট দৰ্শিত হোৱা দেখিছো । এনেকুৱা কিয় হ’ল? |
04:37 | ইয়াৰ কাৰণ হৈছে আমি বুটাম টিপাৰ বাবে অৱস্থাক সূচিত কৰিছো ।
কিন্তু আমি বুটাম এৰাৰ বাবে অৱস্থাক উল্লেখ কৰা নাই |
04:46 | আউতপুতে দেখুৱায় বৰ্ধিতহোৱা নাম্বাৰটো বুটাম টিপাৰ সময়ৰ ওপৰত ভিত্তি কৰি |
04:52 | গতিকে, আমি ইয়াত দৰ্শিত ধৰণে 'while' statement এটা লিখিম |
04:57 | ই কাউন্টটো দৰ্শিত কৰিব যেতিয়া pushbutton টো টিপিথোৱা অৱস্থাত থাকিব ।
সি বুজায় যে pin 7 HIGH মোদত আছে |
05:07 | যেতিয়া আপুনি বুটামটো এৰিব, অৱস্থাটো LOW হ’ব আৰু ই 'while' loop ৰ পৰা বাহিৰ ওলাব |
05:14 | মই প্ৰোগ্ৰামটো ব্যাখ্যা কৰিম |
05:17 | প্ৰোগ্ৰামটো আৰম্ভ হয় LCD ৰ প্ৰাৰম্ভণৰ সৈতে । আমাৰ ভেৰিয়েবল pbutton আৰু count আছে |
05:26 | void setup ফাংচনৰ ভিতৰত, আমি LCD ক 16 কৌলমচ আৰু 2 ৰৌচৰ সৈতে প্ৰাৰম্ভণ কৰিছো ।
তেতিয়া pinMode হৈছে ইনপুত pin নাম্বাৰ 7 ৰ বাবে |
05:42 | void loop ফাংচনত, আমি চৰ্তটো পৰীক্ষা কৰিছো যে pushbutton টো HIGH হয় নে নহয় |
05:49 | যেতিয়া pushbutton টো টিপা হয়, cursor টো চেত হয় প’জিচন জিৰ’ কমা জিৰ’লৈ |
05:56 | lcd.print ষ্টেতমেন্তে কাউন্ট ভেলুটো প্ৰিন্ট কৰিব ।
প্ৰথমে count জিৰ’ হয় । Count plus plus হ’ব 1 |
06:09 | যেতিয়া বুটামটো এৰা হয়, ই while loop টো ব্ৰেক কৰিব আৰু লোপটোৰ পৰা বাহিৰ ওলাব |
06:15 | পুনৰ, যদি আপুনি বুটামটো টিপে, পাছৰ ইতিৰেচন আৰম্ভ হয় আৰু ই কাউন্টক বৰ্ধিত কৰে |
06:23 | আহক প্ৰোগ্ৰামটো compile আৰু upload কৰো |
06:27 | এতিয়া, মই বুটামটো এবাৰ টিপিম আৰু এৰিম |
06:32 | পুনৰ মই বুটামটো টিপিম আৰু এৰিম । আপুনি দেখিছে যে যেতিয়াই বুটামটো টিপা হয় কাউন্টটো বৰ্ধিত হয় |
06:42 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
06:47 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
Arduino board লৈ LCD এটা আৰু Pushbutton এটা সংযুক্ত কৰিবলৈ আৰু যেতিয়াই pushbutton টো টিপা হয় কাউন্টটো দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
07:03 | নিম্ন অনুশিলনীটো কৰক ।
একেটা প্ৰোগ্ৰামক সলাওঁক কাউন্টটো 2,4,6 আৰু এনেদৰে দৰ্শিত কৰিবলৈ । প্ৰোগ্ৰামটো compile আৰু upload কৰক আৰু, LCD ত দৰ্শিত হোৱা কাউন্টক লক্ষ্য কৰক |
07:21 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:29 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:38 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
07:42 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:53 | এই টিউট’ৰিয়েলটো Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ |