Arduino/C2/Display-counter-using-Arduino/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Display counter using Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

Arduino board লৈ LCD এটা আৰু Pushbutton এটা সংযুক্ত কৰিবলৈ আৰু

যেতিয়াই pushbutton টো টিপা হয় কাউন্টটো বৰ্ধিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

00:22 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ থাকিব লাগিব ইলেকট্রনিকচৰ মূল জ্ঞান আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ মূল জ্ঞান
00:34 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ. মই ব্যৱ্হাৰ কৰিছো:

Arduino UNO Board,

উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু

Arduino IDE

00:47 এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাত, আমি Arduino আৰু LCD ব্যৱ্হাৰ কৰি চাৰ্কিত এটা বনাইছিলো ।

আমি এই টিউট’ৰিয়েলটোত একেটা circuit ব্যৱ্হাৰ কৰিম

01:00 ইয়াত, আমি এটা pushbutton যোগ কৰিম আৰু এটা সৰল counter বনাম
01:06 আমি ইতিমধ্যে আগৰ টিউট’ৰিয়েল এটাত pushbutton এ কামকৰাৰ বিষয়ে শিকিলো
01:12 এতিয়া, আহক কানেকচন circuit ৰ সবিশেষ শিকো
01:17 pushbutton এটা সংযুক্ত হয় 100 ohm resistor এটালৈ
01:22 pushbutton টো সংযুক্ত হয় pin number 7 আৰু এটা 100 ohm resistor লৈ যি সংযুক্ত হয় ground লৈ
01:31 আন সকলো কানেকচনচ আমাৰ আগৰ পৰীক্ষাটোৰ দৰে একেই
01:37 এইটো হৈছে লাইভ চেতাপ কানেকচন চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে
01:44 এতিয়া, আমি Arduino IDE ত প্ৰোগ্ৰাম এটা লিখিম । গতিকে, আহক Arduino IDE লৈ যাওঁ
01:54 প্ৰথমে, আমি সংলগ্ন কৰিব লাগিব Liquid crystal library
01:59 দৰ্শিত ধৰণে ক’ডটো লিখক
02:02 মই এটা ভেৰিয়েবল lcd প্ৰাৰম্ভণ কৰিছো LiquidCrystal প্ৰকাৰৰ
02:08 ইয়াত, pin নাম্বাৰ 12 প্ৰাৰম্ভণ হৈছে Register Select হিচাবে আৰু pin নাম্বাৰ 11 Enable হিচাবে
02:19 পাছৰ চাৰিটা পাৰামিটাৰে প্ৰদৰ্শন কৰে LCDdata lines
02:25 void setup ফাংচনত, দৰ্শিত ধৰণে লিখক: lcd.begin 16 comma 2

এই কমান্দে LCD ক ৰৌচ আৰু কৌলমচৰ সৈতে প্ৰাৰম্ভণ কৰে

02:41 পাছত আমি pin নাম্বাৰ 7INPUT হিচাবে চেতাপ কৰিম । দৰ্শিত ধৰণে ক’ডটো লিখক
02:49 আনহাতে, আমি pin নাম্বাৰক এটা ভেৰিয়েবল pbutton ত জমা কৰিব পাৰো ।

আহক দৰ্শিত ধৰণে pbutton ভেৰিয়েবলক সূচীত কৰো

03:01 এতিয়া আমি void loop ৰ বাবে ক’ডটো লিখিম ।

যেতিয়াই pushbutton টো টিপা হয়, LCD ত এক কাউন্ট বৰ্ধিত হয়

03:11 আমি এটা সৰল 'if' statement লিখিম চাবলৈ যে pushbutton টো টিপা হৈছে নে নাই
03:19 কাউন্টটো দৰ্শিত কৰাৰ আগতে, আহক বুটামটোৰ অৱস্থাক চাওঁ
03:25 এই কমান্দে LCD ত কাৰ্চৰৰ অৱস্থানক চেত কৰিব ।

lcd.print এ মেচেজটো প্ৰিন্ট কৰিব

03:35 আমি এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰিম । এতিয়া, মই pushbutton টো টিপিম
03:43 ইয়াত, আমি LCD ত মেচেজটো দেখিছো “button pressed”

ই দেখুৱাই যে pushbutton টোৱে সফলভাবে কাম কৰিছে

03:54 পাছত, আমি প্ৰোগ্ৰামটো ম’দিফাই কৰিম counter এটা চেত কৰিবলৈ
03:58 আমাক counter ৰ বাবে এটা ভেৰিয়েবল লাগিব । এতিয়া, আমি ভেৰিয়েবল count ক জিৰ’লৈ প্ৰাৰম্ভণ কৰিম
04:08 ইয়াত দৰ্শিত ধৰণে print ষ্টেতমেন্তক ম’দিফাই কৰক ।

প্ৰতিবাৰ বুটামতো টিপিলে, count++ এ কাউন্টক ওৱানৰে বৰ্ধিত কৰিব

04:21 আহক এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰো । এতিয়া, মই pushbutton টো টিপিম
04:29 ই আশাকৰা দৰে কাম নকৰিলে । আমি ইয়াত এটা বেলেগ কাউন্ট দৰ্শিত হোৱা দেখিছো । এনেকুৱা কিয় হ’ল?
04:37 ইয়াৰ কাৰণ হৈছে আমি বুটাম টিপাৰ বাবে অৱস্থাক সূচিত কৰিছো ।

কিন্তু আমি বুটাম এৰাৰ বাবে অৱস্থাক উল্লেখ কৰা নাই

04:46 আউতপুতে দেখুৱায় বৰ্ধিতহোৱা নাম্বাৰটো বুটাম টিপাৰ সময়ৰ ওপৰত ভিত্তি কৰি
04:52 গতিকে, আমি ইয়াত দৰ্শিত ধৰণে 'while' statement এটা লিখিম
04:57 ই কাউন্টটো দৰ্শিত কৰিব যেতিয়া pushbutton টো টিপিথোৱা অৱস্থাত থাকিব ।

সি বুজায় যে pin 7 HIGH মোদত আছে

05:07 যেতিয়া আপুনি বুটামটো এৰিব, অৱস্থাটো LOW হ’ব আৰু ই 'while' loop ৰ পৰা বাহিৰ ওলাব
05:14 মই প্ৰোগ্ৰামটো ব্যাখ্যা কৰিম
05:17 প্ৰোগ্ৰামটো আৰম্ভ হয় LCD ৰ প্ৰাৰম্ভণৰ সৈতে । আমাৰ ভেৰিয়েবল pbutton আৰু count আছে
05:26 void setup ফাংচনৰ ভিতৰত, আমি LCD ক 16 কৌলমচ আৰু 2 ৰৌচৰ সৈতে প্ৰাৰম্ভণ কৰিছো ।

তেতিয়া pinMode হৈছে ইনপুত pin নাম্বাৰ 7 ৰ বাবে

05:42 void loop ফাংচনত, আমি চৰ্তটো পৰীক্ষা কৰিছো যে pushbutton টো HIGH হয় নে নহয়
05:49 যেতিয়া pushbutton টো টিপা হয়, cursor টো চেত হয় প’জিচন জিৰ’ কমা জিৰ’লৈ
05:56 lcd.print ষ্টেতমেন্তে কাউন্ট ভেলুটো প্ৰিন্ট কৰিব ।

প্ৰথমে count জিৰ’ হয় । Count plus plus হ’ব 1

06:09 যেতিয়া বুটামটো এৰা হয়, ই while loop টো ব্ৰেক কৰিব আৰু লোপটোৰ পৰা বাহিৰ ওলাব
06:15 পুনৰ, যদি আপুনি বুটামটো টিপে, পাছৰ ইতিৰেচন আৰম্ভ হয় আৰু ই কাউন্টক বৰ্ধিত কৰে
06:23 আহক প্ৰোগ্ৰামটো compile আৰু upload কৰো
06:27 এতিয়া, মই বুটামটো এবাৰ টিপিম আৰু এৰিম
06:32 পুনৰ মই বুটামটো টিপিম আৰু এৰিম । আপুনি দেখিছে যে যেতিয়াই বুটামটো টিপা হয় কাউন্টটো বৰ্ধিত হয়
06:42 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
06:47 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

Arduino board লৈ LCD এটা আৰু Pushbutton এটা সংযুক্ত কৰিবলৈ আৰু

যেতিয়াই pushbutton টো টিপা হয় কাউন্টটো দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

07:03 নিম্ন অনুশিলনীটো কৰক ।

একেটা প্ৰোগ্ৰামক সলাওঁক কাউন্টটো 2,4,6 আৰু এনেদৰে দৰ্শিত কৰিবলৈ ।

প্ৰোগ্ৰামটো compile আৰু upload কৰক

আৰু, LCD ত দৰ্শিত হোৱা কাউন্টক লক্ষ্য কৰক

07:21 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:29 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:38 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
07:42 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:53 এই টিউট’ৰিয়েলটো Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9