Java/C2/Programming-features-Eclipse/Assamese
From Script | Spoken-Tutorial
Time | Narration | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:02 | নমস্কাৰ Programming Features of Eclipse টিউটোৰিয়েললৈ আপোনাক স্বাগতম . | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:07 | এই টিউটোৰিয়েলত , আমি | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:10 | Eclipse ৰ ব্যবহাৰকাৰী অনুকূল প্রোগ্রামিং বৈশিষ্ট্যৰ সম্পর্কে জানিব লাগিব | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:15 | এই টিউটোৰিয়েলত আমি Ubuntu 11.0 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:23 | এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপিনাৰ উচৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:26 | Eclipse installed on your system, ইনস্টল Eclipse, আৰু | - | 00.28 | আপনি Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব. | - | 00:32 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | - | 00:40 | Eclipse আইডিইয়ে অনেক ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ বৈশিষ্ট্য সমর্থন কৰে | - | 00:44 | Auto completion, | - | 00:45 | Syntax highlighting, | - | 00:46 | Error dialog box, আৰু | - | 00:48 | শর্টকাট কী . | - | 00:49 | আমি ইয়াৰ প্রতিটি বৈশিষ্ট্যবোৰক বিস্তাৰিতভাবে চাম. | - | 00:59 | আমি 'Features নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো আৰু প্রধান পদ্ধতি যোগ কৰিছো. | - | 01:05 | আমি প্রথমে Eclipseত ' auto completionৰ ' বৈশিষ্ট্য চাম. | - | 01:10 | ' প্রধান পদ্ধতি ভিতৰত' একটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক | - | 01:17 | আমি চাব পাৰো যে এইটি স্বয়ংক্রিয়ভাবে সংশ্লিষ্ট বন্ধ ধনুর্বন্ধনী সেট কৰে আৰু কার্সাৰক অবস্থান দেখোৱাই. | - | 01:25 | ই জোড়াত কাম কৰা প্রত্যেক বৈশিষ্ট্যক সমাপ্ত কৰে. | - | 01:29 | যেনে বন্ধনী, টাইপ কৰক খোলা বন্ধনী | - | 01:35 | আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে. | - | 01:42 | আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন লয় অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি.
|
- | 01:52 | আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী যোগ কৰা নহয়.
|
- | 02:02 | ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. | - | 02:06 | খোলা কোট লিখক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে. | - | 02:12 | আমি যদি বন্ধ কোট টাইপ কৰিবলৈ অভ্যস্ত হয় , ই ইয়াৰ যত্ন লয় এটা অতিৰিক্ত উদ্ধৃতি যোগ নকৰি. | - | 02.19 | আমি যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল যোগ হোৱা নাই | - | 02:27 | - | 02:32 | আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে | - | 02:44 | আমি পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম | - | 02:48 | আমি টাইপ কৰা সকলো খিনি চাম. | - | 02:54 একটি | আমি “hello”. System dot' শব্টো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম .
|
- | 03:07 | লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে
|
- | 03:11 | সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে err, in,out,console | - | 03:19 | ' আউটলৈ স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি ডট টাইপ কৰক | - | 03:28 | এতিয়া Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব | - | 03:33 | printlnলৈ স্ক্রোল ডাউন কৰক' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত কটচত লিখক Hello | - | 03:57 | আমি পৰবর্তী বৈশিষ্ট্য ' সিনট্যাক্স হাইলাইটিং ' বৈশিষ্ট্য চাম . | - | 04:02 | মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে | - | 04:09 | আৰু মন কৰক যে শব্দ ' হ্যালো ' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে | - | 04:16 | এই সিনট্যাক্স হাইলাইটিং বৈশিষ্ট্য য়ে কীওয়ার্ড আৰু কোডৰ বিভিন্ন অংশত পার্থক্য কৰিবলৈ সাহায্য কৰে | - | 04:27 | Eclipseয়ে এৰৰ বিচৰাতো প্রোগ্রামাৰক সাহায্য কৰে. | - | 04:31 | একটি প্রোগ্রামত,বাও মার্জিনৰ উপৰত এৰৰক এটা ৰঙা ক্রস চিহ্ন দ্বাৰা দেখোৱা হয় . | - | 04:36 | এই প্রোগ্রামত আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক | - | 04:46 | আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয়. | - | 04:57 | আমি যদি এৰৰ টো স্থাপন' নকৰাকৈ ৰান কৰো তেনেহলে সোক্লীক কৰি জাভা অ্যাপ্লিকেশন ' হিসাবে ৰান কৰক | - | 05:12 | আমাৰ উচৰত একটি 'এৰৰ ডায়ালগ বক্স ' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই | - | 05:13 | এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই | - | 05:35 | আমি যেতিয়া সমস্যাৰ কনসোলত যাম তেতিয়া সম্ভব সমাধানৰ সৈতে সকলো সমস্যা তালিকাভুক্ত কৰা হয় | - | 05:43 | সেয়ে আমি একটি সেমিকোলন যুক্ত কৰি এৰ ৰ সমাধান কৰা যাওক. ' Ctrl , এস ' সংৰক্ষণ কৰিবলৈ | - | 05:53 | Eclipseৰ পৰবর্তী প্রোগ্রামাৰ বান্ধব বৈশিষ্ট্য - শর্টকাট - কি হয় . | - | 06:01 | কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি হৈছে ' Ctrl + এস আৰু খোলাৰ বাবে ' Ctrl + ০ হয় . | - | 06:07 | Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে . | - | 06:12 | ' কন্ট্রোল ' F11 . কোড চালাবলৈ বাবে শর্টকাট হয় | - | 06:16 | এতিয়া এইটো চেস্টস কৰো. আমি Ctrl আৰু F11 কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট ' হ্যালো প্ৰীন্ট কৰা হয় | - | 06:27 | অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক | - | 06:33 | আৰু মন কৰক যে বিকল্পৰ সোফালৰ শেষৰ ফালে , শর্টকাট দেখোৱা হৈছে . | - | 06:40 | সেয়ে ' ডিবাগ ৰ বাবে শর্টকাট কী ' F11 ' হয় | - | 06:45 | এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম | - | 06:56 | এইখিনিতে এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে | - | 07:04 | Auto completion, | - | 07:05 | সিনট্যাক্স হাইলাইটিং , | - | 07:06 | Error ডায়লগ বক্স , আৰু | - | 07:07 | শর্টকাট কী . | - | 07:10 | টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, | - | 07:12 | "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয় | - | 07:17 | এই প্রক্রিয়াযত eclipsৰ সকলো প্রোগ্রামিং বৈশিষ্ট্যৰ প্রয়োগ কৰক. | - | 07:22 | তাৰ ফাংচনত লক্ষয় কৰক | - | 07:25 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | - | 07:28 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | - | 07:30 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | - | 07:33 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | - | 07:37 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | - | 07:39 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | - | 07:42 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | - | 07:45 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | - | 07:52 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | 07:56 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | - | 08:02 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | - | 08:07 | এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | } |