Java/C2/Programming-features-Eclipse/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | নমস্কাৰ Eclipse ৰ Programming Featuresৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00:07 | এই টিউটোৰিয়েলত , আমি |
00:10 | Eclipse ৰ ব্যবহাৰকাৰী অনুকূল প্রোগ্রামিং বৈশিষ্ট্যৰ সম্পর্কে জানিব লাগিব |
00:15 | এই টিউটোৰিয়েলত আমি Ubuntu 11.10 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো |
00:23 | এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপোনাৰ উচৰত |
00:26 | ইক্লিপ্চ ইনস্টল, আৰু |
00.28 | আপোনি Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব. |
00:32 | নহলে প্ৰাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবচাইটত দৰ্শন কৰক |
00:40 | Eclipse আইডিইয়ে অনেক ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ বৈশিষ্ট্য সমর্থন কৰে |
00:44 | Auto completion, Syntax highlighting, |
00:46 | Error dialog box, আৰু, shortcut keys |
00:49 | আমি ইয়াৰ প্রতিটি বৈশিষ্ট্যবোৰক বিস্তাৰিতভাবে চাম. |
00:59 | আমি 'Features নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো আৰু প্রধান পদ্ধতি মানে main method যোগ কৰিছো. |
01:05 | আমি প্রথমে Eclipseত ' auto completionৰ ' বৈশিষ্ট্য চাম. |
01:10 | 'main method ৰ' ভিতৰত' এটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক |
01:17 | আমি চাব পাৰো যে এইটি স্বয়ংক্রিয়ভাবে সংশ্লিষ্ট বন্ধ ধনুর্বন্ধনী সেট কৰে আৰু কার্সাৰক অবস্থান দেখোৱাই. |
01:25 | ই জোড়াত কাম কৰা প্রত্যেক বৈশিষ্ট্যক সমাপ্ত কৰে. |
01:29 | যেনে বন্ধনী, টাইপ কৰক খোলা বন্ধনী |
01:35 | আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে. |
01:42 | আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি লয়. |
01:52 | আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী যোগ কৰা নহয় |
02:02 | ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. |
02:06 | কোট এটা খোলক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে. |
02:12 | আমি যদি বন্ধ কোট টাইপ কৰিবলৈ অভ্যস্ত হয় , ই ইয়াৰ যত্ন এটা অতিৰিক্ত উদ্ধৃতি যোগ নকৰি লয়. |
02.19 | আমি যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল যোগ হোৱা নাই |
02:27 | Auto-completion এটা বহুমুখী বৈশিষ্ট্য হয় আৰু কোডৰ গঠন ভালকে ৰখাত অনেক সাহায্য কৰে |
02:32 | আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে |
02:44 | আমি পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম |
02:48 | মই অলপতে লিখা খিনি অতৰুৱাই দিও |
02:54 | আমি “hello”' শবটো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম System dot |
03:07 | লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে |
03:11 | সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে err, in,out,console |
03:19 | ' আউটলৈ স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি ডট টাইপ কৰক |
03:28 | এতিয়া Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব |
03:33 | printlnলৈ স্ক্রোল ডাউন কৰক' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত কটচত লিখক Hello |
03:57 | আমি পৰবর্তী বৈশিষ্ট্য ' সিনট্যাক্স হাইলাইটিং ' বৈশিষ্ট্য চাম . |
04:02 | মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে |
04:09 | আৰু মন কৰক যে শব্দ ' হ্যালো ' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে |
04:16 | এই সিনট্যাক্স হাইলাইটিং বৈশিষ্ট্য য়ে কীওয়ার্ড আৰু কোডৰ বিভিন্ন অংশত পার্থক্য কৰিবলৈ সাহায্য কৰে |
04:27 | Eclipseয়ে এৰৰ বিচৰাতো প্রোগ্রামাৰক সাহায্য কৰে. |
04:31 | একটি প্রোগ্রামত,বাও মার্জিনৰ উপৰত এৰৰক এটা ৰঙা ক্রস চিহ্ন দ্বাৰা দেখোৱা হয় . |
04:36 | এই প্রোগ্রামত আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক |
04:46 | আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয় |
04:57 | আমি যদি এৰৰ টো স্থাপন' নকৰাকৈ ৰান কৰো তেনেহলে সোক্লীক কৰি জাভা অ্যাপ্লিকেশন ' হিসাবে ৰান কৰক |
05:12 | আমাৰ উচৰত একটি 'এৰৰ ডায়ালগ বক্স ' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই |
05:17 | এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই |
05:35 | আমি যেতিয়া সমস্যাৰ কনসোলত যাম তেতিয়া সম্ভব সমাধানৰ সৈতে সকলো সমস্যা তালিকাভুক্ত কৰা হয় |
05:43 | সেয়ে আমি একটি সেমিকোলন যুক্ত কৰি এৰ ৰ সমাধান কৰা যাওক. ' Ctrl , s ' সংৰক্ষণ কৰিবলৈ |
05:53 | Eclipseৰ পৰবর্তী প্রোগ্রামাৰ বান্ধব বৈশিষ্ট্য - শর্টকাট - কি হয় . |
06:01 | কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি হৈছে ' Ctrl + s আৰু খোলাৰ বাবে ' Ctrl + ০ হয় . |
06:07 | Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে . |
06:12 | ' কন্ট্রোল ' F11 . কোড চালাবলৈ বাবে শর্টকাট হয় |
06:16 | এতিয়া এইটো চেস্টস কৰো. আমি Ctrl আৰু F11 কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট ' hello প্ৰীন্ট কৰা হয় |
06:27 | অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান(Run) ত ক্লীক কৰক |
06:33 | আৰু মন কৰক যে বিকল্পৰ সোফালৰ শেষৰ ফালে , শর্টকাট দেখোৱা হৈছে . |
06:40 | সেয়ে ' ডিবাগ ৰ বাবে শর্টকাট কী ' F11 ' হয় |
06:45 | এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম |
06:56 | এইখিনিতে এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে |
07:04 | Auto completion,syntax highlighting, |
07:06 | Error dialog box , আৰু, shortcut keys (শর্টকাট কী) . |
07:10 | টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, |
07:12 | "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি hello "হয় |
07:17 | এই প্রক্রিয়াত eclipsৰ সকলো প্রোগ্রামিং বৈশিষ্ট্যৰ প্রয়োগ কৰক. |
07:22 | তাৰ ফাংচনত লক্ষয় কৰক |
07:25 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
07:28 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
07:30 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:33 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:37 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:39 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:42 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:45 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:52 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
07:56 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:02 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:07 | এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |