Java/C2/Introduction-to-Array/Assamese
From Script | Spoken-Tutorial
Time
|
Narration |
00:02 |
Arrays পৰিচয়ৰ এই কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম।
|
00:07 | এই টিউটোৰিয়ালত, আপোনি
Arrays তৈয়াৰ কৰা আৰু Arraysত এলিমেন্ট এক্সেস কৰা শিকিব।ৰ বাবে
|
00:14 | এই টিউটোৰিয়ালেৰ বাবে আমি
উবুন্টু 11.10,
JDK 1.6 আৰু
Eclipse 3.7.0 ব্যবহাৰ কৰছি।
|
00:25 | এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ জাভাত ডেটা টাইপ আৰু for লুপ সম্পর্কে জানিব লাগিব।
|
00:32 | না হলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমি ওয়েবসাইট পৰিদর্শন কৰক। |
00:38 | Arrays হল ডেটাৰ সংগ্ৰহ।
|
00:40 | উদাহৰণস্বৰুপে মার্ক্সৰ তালিকা, নামৰ তালিকা, তাপমাত্ৰাৰ তালিকা, বর্ষাকালৰ তালিকা।
|
00:47 | প্ৰতিটি বস্তু, তাৰ অবস্থানৰ উপৰত ভিত্তি কৰি এটি সূচক আছে ।
|
00:52 | প্ৰথম এলিমেন্টৰ সূচক হল 0.
|
00:55 | দ্বিতীয় এলিমেন্টৰ সূচক হল 1 আৰু এইভাবে।
|
00:59 | এতিয়া এই সংগ্ৰহ কৰা ডেটা বোৰক দেখা যাওক।
|
01:03 | সেয়ে Eclipseলৈ যাওক ।
|
01:06 | ArraysDemo নামৰ একটা ক্লাস ইতিমধ্যে তৈয়াৰ কৰা হৈছে।
|
01:11 | মেন মেথডত, বর্ষাকালৰ ডেটা যোগ কৰা যাক। |
01:16 | সেয়ে মেন মেথডত, লিখক
|
01:18 | int rainfall ওপেন আৰু ক্লোস বন্ধনীত =curly bracketত লিখক 25, 31, 29, 13, 27, 35, 12 আৰু শেষত এটি সেমিকোলন।
|
01:53 | Rainfall নামৰ ভ্যাৰিয়েবলত পিছত বর্গকাৰ বন্ধনী লক্ষয় কৰক।
|
01:58 | এইটোৱে rainfallক ইন্টিজাৰৰ array হিসাবে ঘোষনা কৰে ।
|
02:03 | ধনুর্বন্ধনী arrayৰ এলিমেন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়।
|
02:09 | এতিয়া ডেটা অ্যাক্সেস কৰা যাক।
|
02:12 | সুেয়ে পিছৰ লাইনত লিখক
|
02:14 | System dot out dot println rainfall বর্গাকাৰ বন্ধনীত লিখক 2. |
02:28 | আমি সূচক সংখ্যা 2ৰ সৈতে এলিমেন্ট প্ৰিন্ট কৰিছো ।
|
02:32 | বেলেগ শব্দত, arrayৰ তৃতীয় এলিমেন্ট যি হয় 29.
|
02:38 | প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
02:43 | আমি দেখিব পাৰো যে আউটপুটতো হল তৃতীয় এলিমেন্ট অর্থাত 29. |
02:49 | এতিয়া 2ৰ স্থানত 0 লেখা যাওক।
|
02:56 | প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
03:00 | আমি দেখিব পাৰো যে আউটপুটতো হল প্ৰথম মানটি অর্থাৎ 25.
|
03:07 | এতিয়া প্ৰথম আইটেমৰ মানৰ ৰুপান্তৰ কৰা যাওক।
|
03:13 | সেয়ে লিখক rainfall [0] = 11;
|
03:27 | এতিয়া এইটোৰ মান দেখা যাওক । প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
03:34 | আমি দেখিব পাৰো যে মান 11 লৈ সলনি হৈছে
|
03:40 | এতিয়া কি হব যদি আমি অ্যাৰেৰ আকাৰ হে জানো কিন্তু মানবোৰ নাজানো। |
03:45 | এনেধৰনৰ অ্যাৰে কেনেকৈ তৈয়াৰ কৰা দেখা যাওক।
|
03:49 | মেন ফাংশনত সকলো মুছে পেলাওক আৰু লিখুন |
03:57 | int squares [ ] = new int [10]; |
04:19 | এই স্টেটমেন্টে 10টি এলিমেন্ট থকা ইন্টিজাৰৰ অ্যাৰে নির্মাণ কৰে। অ্যাৰেৰ নাম হল squares. |
04:30 | এতিয়া ইয়ালৈ কিছো মান যোগ কৰা যাক।
|
04:33 | সেয়ে লিখক ,
|
04:35 | squares[0] = 1;
|
04:43 | পিছৰ লাইনত squares[1] = 4;
|
04:53 | পিছৰ লাইনত squares[2] = 9;
|
05:04 | squares[3] = 16;
|
05:15 | সেয়ে আমি প্ৰথম চাৰিটা সংখ্যাৰ বর্গ প্ৰবেশ কৰাইছো |
05:20 | এতিয়া অ্যাৰেৰ অন্যান্য এলিমেন্টৰ অন্তর্ভুক্ত খিনিবোৰ দেখা যাওক।
|
05:26 | সেয়ে আমি অ্যাৰেত ষষ্ঠ মান প্ৰিন্ট কৰিম ।
|
05:30 | লিখক System S capital.out.println(squares [5]);
|
05:56 | প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান করুন। আমি দেখো যে মানটি হল 0. |
06:05 | ইয়াৰ কাৰন হল যে যেতিয়া আমি ইন্টিজাৰৰ অ্যাৰে তৈয়াৰ কৰো, সকলো মান 0 ত আৰম্ভ হয়। |
06:11 | একেভাবে floats অ্যাৰেৰ সকলো মান 0.0 ত আৰম্ভ হব।
|
06:18 | অ্যাৰেত প্ৰতিটি মান লিখিব হলে প্ৰক্ৰিয়াটি দীর্ঘ হব। তাৰ পৰিবর্তে, এটা for লুপ ব্যবহাৰ কৰা যাওক।
|
06:28 | সেয়ে লিখক
int n, x ;
for(x = 4; x < 10; x = x + 1){
n = x + 1;
squares [x] = n * n;
}
|
07:25 | সেয়ে আমি 4 পৰা 9 পর্যন্ত নম্বৰ iterate মানে পুনৰ কৰো আৰু অ্যাৰেত সংশ্লিষ্ট এলিমেন্ট সেট কৰো।
|
07:36 | এতিয়া আউটপুট দেখা যাওক ।
|
07:38 | আমি দেখিব পাৰো যে, আমি অ্যাৰেত ষষ্ঠ এলিমেন্টেৰ মান প্ৰিন্ট কৰিছো । তাই সংৰক্ষণ কৰে ৰান করুন। |
07:52 | আমি দেখিছো যে ষষ্ঠ এলিমেন্ট হল 36, যি 6 ৰ বর্গ হয় ।
|
07:57 | এতিয়া আমি সকলো মানক for লুপৰ ভিতৰত সেট কৰিব পাৰো ।
|
08:03 | লাইনবোৰক মুছি পেলাওক যি নিজে নিজে মানবোৰক সেট কৰে আৰু 4 ক 0 লৈ সলনি কৰক।
|
08:14 | এইভাবে সূচক 0 পৰা 9 পর্যন্ত লৈ সকলো এলিমেন্টক সংশ্লিষ্ট বর্গত সেট কৰা হয়।
|
08:21 | এতিয়া আমি তৃতীয় এলিমেন্টৰ মান চাম ।
|
08:25 | এতিয়া 5 ক 2 লৈ সলনি কৰক ।
|
08:30 | সংৰক্ষণ কৰে ৰান কৰক।
|
08:35 | আমি দেখিব পাৰো যে, তৃতীয় এলিমেন্টৰ মান লুপত সেট কৰা হৈছে আৰু এইটো হল 9.
|
08:42 | এইভাবে, অ্যাৰে তৈয়াৰ আৰু ব্যবহাৰ কৰিব পৰা যায়। |
08:50 | আমি এই টিউটোৰিয়ালেৰ শেষলৈ আহিলো।
|
08:53 | এই টিউটোৰিয়ালে আমি শিকিছো |
08:55 | অ্যাৰে ঘোষনা অাৰু আৰম্ভ কৰা, |
08:58 | আৰু অ্যাৰেত এলিমেন্ট অ্যাক্সেস কৰা। |
09:01 | এই টিউটোৰিয়ালেৰ নির্দেশিত কাম হিসাবে,
|
09:04 | ইন্টিজাৰৰ এৰে দিয়া হৈছে, অ্যাৰেত সকলো এলিমেন্টেৰ সমষ্টি নির্ণয় কৰক।
|
09:10 | স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, |
09:13 | এই লিঙ্কে উপলব্ধ ভিডিওটি দেখক । |
09:19 | এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ না থাকলে আপনি ভিডিওটি ডাউনলোড কৰে দেখিব পাৰো।
|
09:26 | কথ্য টিউটোৰিয়াল প্ৰকল্প দল কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দেওয়া হয়। |
09:34 | এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
|
09:40 | স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। |
09:44 | এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
09:50 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
|
09:57 | এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |