Java/C2/Introduction-to-Array/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 Arrays পৰিচয়ৰ এই কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম।
00:07 এই টিউটোৰিয়ালত, আপোনি Arrays তৈয়াৰ কৰা আৰু Arraysত এলিমেন্ট এক্সেস কৰা শিকিব।ৰ বাবে
00:14 এই টিউটোৰিয়ালেৰ বাবে আমি

উবুন্টু 11.10, JDK 1.6 আৰুEclipse 3.7.0 ব্যবহাৰ কৰছি।

00:25 এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ জাভাত ডেটা টাইপ আৰু for লুপ সম্পর্কে জানিব লাগিব।
00:32 না হলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমি ওয়েবসাইট পৰিদর্শন কৰক।
00:38 Arrays হল ডেটাৰ সংগ্ৰহ।
00:40 উদাহৰণস্বৰুপে মার্ক্সৰ তালিকা, নামৰ তালিকা, তাপমাত্ৰাৰ তালিকা, বর্ষাকালৰ তালিকা।
00:47 প্ৰতিটি বস্তু, তাৰ অবস্থানৰ উপৰত ভিত্তি কৰি এটি সূচক আছে ।
00:52 প্ৰথম এলিমেন্টৰ সূচক হল 0.
00:55 দ্বিতীয় এলিমেন্টৰ সূচক হল 1 আৰু এইভাবে।
00:59 এতিয়া এই সংগ্ৰহ কৰা ডেটা বোৰক দেখা যাওক।
01:03 সেয়ে Eclipseলৈ যাওক ।
01:06 ArraysDemo নামৰ একটা ক্লাস ইতিমধ্যে তৈয়াৰ কৰা হৈছে।
01:11 মেন মেথডত, বর্ষাকালৰ ডেটা যোগ কৰা যাক।
01:16 সেয়ে মেন মেথডত, লিখক
01:18 int rainfall ওপেন আৰু ক্লোস বন্ধনীত =curly bracketত লিখক 25, 31, 29, 13, 27, 35, 12 আৰু শেষত এটি সেমিকোলন।
01:53 Rainfall নামৰ ভ্যাৰিয়েবলত পিছত বর্গকাৰ বন্ধনী লক্ষয় কৰক।
01:58 এইটোৱে rainfallক ইন্টিজাৰৰ array হিসাবে ঘোষনা কৰে ।
02:03 ধনুর্বন্ধনী arrayৰ এলিমেন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়।
02:09 এতিয়া ডেটা অ্যাক্সেস কৰা যাক।
02:12 সুেয়ে পিছৰ লাইনত লিখক
02:14 System dot out dot println rainfall বর্গাকাৰ বন্ধনীত লিখক 2.
02:28 আমি সূচক সংখ্যা 2ৰ সৈতে এলিমেন্ট প্ৰিন্ট কৰিছো ।
02:32 বেলেগ শব্দত, arrayৰ তৃতীয় এলিমেন্ট যি হয় 29.
02:38 প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
02:43 আমি দেখিব পাৰো যে আউটপুটতো হল তৃতীয় এলিমেন্ট অর্থাত 29.
02:49 এতিয়া 2ৰ স্থানত 0 লেখা যাওক।
02:56 প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
03:00 আমি দেখিব পাৰো যে আউটপুটতো হল প্ৰথম মানটি অর্থাৎ 25.
03:07 এতিয়া প্ৰথম আইটেমৰ মানৰ ৰুপান্তৰ কৰা যাওক।
03:13 সেয়ে লিখক rainfall [0] = 11;
03:27 এতিয়া এইটোৰ মান দেখা যাওক । প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
03:34 আমি দেখিব পাৰো যে মান 11 লৈ সলনি হৈছে
03:40 এতিয়া কি হব যদি আমি অ্যাৰেৰ আকাৰ হে জানো কিন্তু মানবোৰ নাজানো।
03:45 এনেধৰনৰ অ্যাৰে কেনেকৈ তৈয়াৰ কৰা দেখা যাওক।
03:49 মেন ফাংশনত সকলো মুছে পেলাওক আৰু লিখুন
03:57 int squares [ ] = new int [10];
04:19 এই স্টেটমেন্টে 10টি এলিমেন্ট থকা ইন্টিজাৰৰ অ্যাৰে নির্মাণ কৰে। অ্যাৰেৰ নাম হল squares.
04:30 এতিয়া ইয়ালৈ কিছো মান যোগ কৰা যাক।
04:33 সেয়ে লিখক ,
04:35 squares[0] = 1;
04:43 পিছৰ লাইনত squares[1] = 4;
04:53 পিছৰ লাইনত squares[2] = 9;
05:04 squares[3] = 16;
05:15 সেয়ে আমি প্ৰথম চাৰিটা সংখ্যাৰ বর্গ প্ৰবেশ কৰাইছো
05:20 এতিয়া অ্যাৰেৰ অন্যান্য এলিমেন্টৰ অন্তর্ভুক্ত খিনিবোৰ দেখা যাওক।
05:26 সেয়ে আমি অ্যাৰেত ষষ্ঠ মান প্ৰিন্ট কৰিম ।
05:30 লিখক System S capital.out.println(squares [5]);
05:56 প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান করুন। আমি দেখো যে মানটি হল 0.
06:05 ইয়াৰ কাৰন হল যে যেতিয়া আমি ইন্টিজাৰৰ অ্যাৰে তৈয়াৰ কৰো, সকলো মান 0 ত আৰম্ভ হয়।
06:11 একেভাবে floats অ্যাৰেৰ সকলো মান 0.0 ত আৰম্ভ হব।
06:18 অ্যাৰেত প্ৰতিটি মান লিখিব হলে প্ৰক্ৰিয়াটি দীর্ঘ হব। তাৰ পৰিবর্তে, এটা for লুপ ব্যবহাৰ কৰা যাওক।
06:28 সেয়ে লিখক

int n, x ; for(x = 4; x < 10; x = x + 1){ n = x + 1; squares [x] = n * n; }

07:25 সেয়ে আমি 4 পৰা 9 পর্যন্ত নম্বৰ iterate মানে পুনৰ কৰো আৰু অ্যাৰেত সংশ্লিষ্ট এলিমেন্ট সেট কৰো।
07:36 এতিয়া আউটপুট দেখা যাওক ।
07:38 আমি দেখিব পাৰো যে, আমি অ্যাৰেত ষষ্ঠ এলিমেন্টেৰ মান প্ৰিন্ট কৰিছো । তাই সংৰক্ষণ কৰে ৰান করুন।
07:52 আমি দেখিছো যে ষষ্ঠ এলিমেন্ট হল 36, যি 6 ৰ বর্গ হয় ।
07:57 এতিয়া আমি সকলো মানক for লুপৰ ভিতৰত সেট কৰিব পাৰো ।
08:03 লাইনবোৰক মুছি পেলাওক যি নিজে নিজে মানবোৰক সেট কৰে আৰু 4 ক 0 লৈ সলনি কৰক।
08:14 এইভাবে সূচক 0 পৰা 9 পর্যন্ত লৈ সকলো এলিমেন্টক সংশ্লিষ্ট বর্গত সেট কৰা হয়।
08:21 এতিয়া আমি তৃতীয় এলিমেন্টৰ মান চাম ।
08:25 এতিয়া 5 ক 2 লৈ সলনি কৰক ।
08:30 সংৰক্ষণ কৰে ৰান কৰক।
08:35 আমি দেখিব পাৰো যে, তৃতীয় এলিমেন্টৰ মান লুপত সেট কৰা হৈছে আৰু এইটো হল 9.
08:42 এইভাবে, অ্যাৰে তৈয়াৰ আৰু ব্যবহাৰ কৰিব পৰা যায়।
08:50 আমি এই টিউটোৰিয়ালেৰ শেষলৈ আহিলো।
08:53 এই টিউটোৰিয়ালে আমি শিকিছো
08:55 অ্যাৰে ঘোষনা অাৰু আৰম্ভ কৰা,
08:58 আৰু অ্যাৰেত এলিমেন্ট অ্যাক্সেস কৰা।
09:01 এই টিউটোৰিয়ালেৰ নির্দেশিত কাম হিসাবে,
09:04 ইন্টিজাৰৰ এৰে দিয়া হৈছে, অ্যাৰেত সকলো এলিমেন্টেৰ সমষ্টি নির্ণয় কৰক।
09:10 স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ,
09:13 এই লিঙ্কে উপলব্ধ ভিডিওটি দেখক ।
09:19 এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ না থাকলে আপনি ভিডিওটি ডাউনলোড কৰে দেখিব পাৰো।
09:26 কথ্য টিউটোৰিয়াল প্ৰকল্প দল কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দেওয়া হয়।
09:34 এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
09:40 স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ।
09:44 এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
09:50 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
09:57 এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble