KTurtle/C3/Programming-Concepts/Assamese

From Script | Spoken-Tutorial
Revision as of 23:52, 19 March 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Visual Cue Narration
00.01 সকলোলৈ নমস্কাৰ।
00.03 KTurtleProgramming concepts tutorial’লৈ সকলোকে আমনত্ৰণ জনালো।
00.08 এই tutorial’ত আমি শিকিম-
00.12 KTurtle’ত program লিখিবলৈ।
00.15 Variable ব্যৱহাৰ কৰি input store কৰিবলৈ।
00.18 Print command ব্যৱহাৰ কৰি canvas’ত print কৰিবলৈ ।
00.22 Line এটাত comment কৰিবলৈ।
00.24 এই tutorial record কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.37 আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ basic জ্ঞান আছে।
00.43 যদি নাই, দৰকাৰি tutorial’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org চাওঁক।
00.49 আগবাঢ়াৰ আগতে, আমি KTurtleৰ basic তথ্যৰ কথা কওঁ।
00.55 Canvas’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
01.00 "Sprite" এখন সৰু ছবি যি canvas’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
01.10 "spritehide" command’এ Turtle ক canvas’ৰ পৰা লোকোৱাই দিয়ে।
01.15 "spriteshow" command’এ Turtle লোকাই আছে যদি দেখোৱাই দিয়ে।
01.21 "clear" command’এ canvas’ত থকা সকলো ছবি মোচী দিয়ে।
01.27 KTurtleৰ ভিতৰত
01.29 "$ " sign’এ variables ৰাখে।
01.34 "*"(asterisk) sign ২টা নং পোৰণ কৰে।
01.41 "^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়।
01.45 "#"(hash) sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লয়।
01.50 "sqrt" এটা function হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়।
01.58 ব’লক আমি KTurtle Application খোলো।
02.02 Dash home >> Media Appsত click কৰক।
02.07 Type’ৰ তলত, Education আৰু KTurtle বাচি লওক।
02.13 KTurtle application খোল খাব।
02.20 আমি KTurtle terminal ব্যৱহাৰ কৰিও খোলিব পাৰো।
02.24 CTRL+ALT+T একে সময়ত টিপিলে terminal খোল খাব।
02.30 KTurtle type কৰি Enter টিপিলে KTurtle Application খোল খাব।
02.41 মই program code type কৰি আপোনালোকক বুজাম।
02.46 Program text’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
02.55 #program to find square of a number. Enter টিপক।
03.15 "#" sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লোৱা হয়।
03.19 মানে program execute কৰাৰ সময়ত এই line’এ একো execute নকৰে। Enter টিপক।
03.29 reset
03.30 reset command’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। Enter টিপক।
03.38 $i= ask double quotes’ৰ ভিতৰত enter a number for i আৰু OK click কৰক।
03.58 "$i" এটা variable হয় user input store কৰি ৰাখিবলৈ।
04.03 “ask” command’এ variable’ত ৰাখিবলৈ user input বিচাৰে। Enter টিপক।
04.11 “fontsize” space 28.
04.17 fontsizeএ print’এ ব্যৱহাৰ কৰা font size set কৰে।
04.20 Fontsize’এ input হিচাপে নং লয়, pixels’ত set কৰা থাকে।
04.27 print $i*$i
04.36 print $i*$iএ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি print কৰে। Enter টিপক।
04.45 spritehide
04.48 spritehideTurtleক canvas’ৰ পৰা লোকোৱাই দিয়ে।
04.53 ব’লক এতিয়া program run কৰো।
04.56 Editor’ত থকা code execute কৰিবলৈ Toolbar’ত থকা Run button’ত click কৰক।
05.03 Execution speed থকা এখন list দেখোৱাব।
05.07 Full speed (highlighting আৰু inspector নাথাকে)
05.10 Full speed,

slow, slower, slowest আৰু step-by-step.

05.17 slow বেগত code’টো চলাম।
05.21 এখন "input bar" ওলাব।
05.23 i’ৰ মান 15 দি Enter টিপক।
05.29 '15'ৰ বৰ্গ = '225' canvas’ত display হ’ব।
05.35 ব’লক এতিয়া program’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো।
05.42 text editor’ৰ মোৰ আগৰ পৰাই এটা program আছে।
05.46 text editor ‘ৰ পৰা program copy কৰি KTurtle editor’ত paste কৰক।
05.56 অনুগ্ৰহ কৰি tutorial pause কৰি program KTurtle editor’ত copy কৰি লওক।
06.03 Program text’লৈ zoom কৰি লৈছো।
06.07 program’টো ব্যাখ্যা কৰো।
06.09 # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।
06.13 reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়।
06.18 $i আৰু $n ‘user input’ store কৰিবলৈ ২টা variable.
06.25 “ask” command’এ variable’ত store কৰিবলৈ user input খোজে।
06.31 fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে।
06.37 Fontsize’এ input নং হিছাপে লয়, যি pixel’ত set কৰা থাকে।
06.43 print ($i^$n)এ এটা নংৰ ঘাত গণনা কৰি print কৰে।
06.52 spritehideTurtle canvas’ৰ পৰা লোকোৱাই দিয়ে।
06.57 ব’লক program’টো run কৰো।
07.00 i’ৰ মান 5 দি Enter টিপক।
07.05 n’ৰ মান 4 দি Enter টিপক।. 5^4=625 বোলি canvas’ত display হ’ব।
07.18 ব’লক এতিয়া আমি আগৰে পৰা program’ত থকা “sqrt” function ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও।
07.27 Editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰক।
07.35 অনুগ্রহ কৰি tutorial ইয়াতে pause কৰি program’টো KTurtle editor’ত copy কৰি লওক।
07.43 Program text অলপ zoom কৰি দিও নহলে অলপ blur হৈ থাকিব।
07.49 Codeখিনি বোজাই দিও।
07.52 # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।
07.57 '’'reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়।
08.02 $i ‘user input’ store কৰিবলৈ ১টা variable.
08.07 fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে।
08.12 print sqrt $i’এ ১টা নংৰ বৰ্গমান গণনা কৰে।
08.19 spritehideTurtle canvas’ৰ পৰা লোকোৱাই দিয়ে।
08.24 ব’লক program’টো run কৰো।
08.28 i’ৰ মান 169 দি Enter টিপক।
08.34 169’ৰ বৰ্গমান 13 canvas’ত দেখোৱাব।
08.39 আকৌ run কৰো ব’লক।
08.42 i’ৰ মান -169 দি Enter টিপক।
08.49 যদি আমি ঋণাত্মক সংখ্যা enter কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়।
08.56 যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
09.02 ব’লক আমি program’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
09.08 Editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰক।
09.19 অনুগ্রহ কৰি tutorial ইয়াতে pause কৰি program’টো KTurtle editor’ত copy কৰি লওক।
09.25 Program text অলপ zoom কৰি দিও নহলে অলপ blur হৈ থাকিব।
09.31 Codeখিনি বোজাই দিও।
09.35 # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।
09.38 মন কৰিব ই ১টা এক ষাৰীৰ comment।
09.42 প্রত্যেকটো comment’ৰ আগত # sign থকাটো আৱশ্যকীয়।
09.48 '’'reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়।
09.53 . $i আৰু ’’’$C’’’ ‘user input’ store কৰিবলৈ ২টা variable.
09.59 $C=($i)^(1/3)এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে।
10.07 fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে।.
10.13 print $Cএ এটা সংখ্যাৰ ঘনমান print কৰে।
10.19 spritehideTurtle canvas’ৰ পৰা লোকোৱাই দিয়ে।
10.23 ব’লক program’টো run কৰো।
10.27 i’ৰ মান 343 দি OK click কৰক।
10.34 343’ৰ ঘনমান 7 canvas’ত দেখোৱাব।
10.40 ইয়াৰ সৈতে আমি tutorial’ৰ শেষ অংশ পালোহি।
10.43 চমুকৈক’বলৈ গ’লে-
10.46 এই tutorial’ত আমি শিকিলো
10.49 Programming’ৰ concepts
10.52 sqrt function’ৰ ব্যৱহাৰ
10.55 print command’ৰ ব্যৱহাৰ
10.57 KTurtle editor আৰু canvas ব্যৱহাৰ কৰিবলৈ
11.02 Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming command ব্যৱহাৰ কৰি ওলিয়াওক
11.08 এটা সংখ্যাৰ ঘন
11.11 এটা সংখ্যাৰ nth ঘাত
11.15 এই video চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
11.19 ইয়াতে Spoken Tutorial project সামৰিছো।
11.22 যদি আপোনাৰ ভাল bandwidth নাই, আপোনি download কৰিও চাব পাৰে।
11.27 Spoken Tutorial Project Team’এ :
11.29 spoken tutorial ব্যৱহাৰ কৰি workshop আয়োজন কৰে
11.32 online test উত্তীৰ্ণ কৰা সকলক certificate দিয়ে
11.35 আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
11.44 Spoken Tutorial Project ‘Talk to a Teacher’ project’ৰ এটা ভাগ।
11.48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11.55 আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
11.59 এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, sign off. ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya