KTurtle/C3/Programming-Concepts/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 সকলোলৈ নমস্কাৰ।
00:03 KTurtleProgramming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো।
00:08 এই টিউটৰিয়েল’ত আমি শিকিম-
00:12 KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ।
00:15 ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ।
00:18 Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ ।
00:22 লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ।
00:24 এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো।
00:37 আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে।
00:43 যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org দৰ্শন কৰক।
00:49 আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ।
00:55 কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়।
01:00 "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়।
01:10 "spritehide" কম্মান্দে Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
01:15 "spriteshow" কম্মান্দে Turtle লোকাই আছে যদি দেখোৱাই দিয়ে।
01:21 "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে।
01:27 KTurtleৰ ভিতৰত
01:29 "$ " sign’এ ভেৰিয়েবল্চ ৰাখে।
01:34 "*"(asterisk) চাইনে ২টা নং পোৰণ কৰে।
01:41 "^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়।
01:45 "#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়।
01:50 "sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়।
01:58 ব’লক আমি KTurtle এপলিকেছন খোলো।
02:02 Dash home >> Media Appsত ক্লিক কৰক।
02:07 Type’ৰ তলত, Education আৰু KTurtle বাচি লওক।
02:13 KTurtle এপলিকেছন খোল খাব।
02:20 আমি KTurtle টাৰ্মিনেল ব্যৱহাৰ কৰিও খোলিব পাৰো।
02:24 CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব।
02:30 KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব।
02:41 মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম।
02:46 প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে।
02:55 # program to find square of a number. এন্টাৰ টিপক।
03:15 "#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়।
03:19 মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক।
03:29 reset
03:30 reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক।
03:38 $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK
03:58 "$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ।
04:03 “ask” কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক।
04:11 “fontsize” space 28.
04:17 fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।
04:20 Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে।
04:27 print $i*$i
04:36 print $i*$i ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক।
04:45 spritehide
04:48 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
04:53 ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
04:56 এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক।
05:03 Execution speed থকা এখন তালিকা (list) দেখোৱাব।
05:07 Full speed (highlighting আৰু inspector নাথাকে)
05:10 Full speed,

slow,

slower,

slowest আৰু

step-by-step.

05:17 slow বেগত কোড’টো চলাম।
05:21 এখন "input bar" ওলাব।
05:23 i’ৰ মান 15 দি এন্টাৰ টিপক।
05:29 '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব।
05:35 ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো।
05:42 টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে।
05:46 টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক।
05:56 অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক।
06:03 প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো।
06:07 প্ৰোগ্ৰামটো ব্যাখ্যা কৰো।
06:09 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
06:13 reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়।
06:18 $i আৰু $n ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল.
06:25 “ask” কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে।
06:31 fontsize 28এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে।
06:37 Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে।
06:43 print ($i^$n)এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে।
06:52 spritehideTurtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
06:57 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
07:00 i’ৰ মান 5 দি এন্টাৰ টিপক।
07:05 n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব।
07:18 ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও।
07:27 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleক এডিটৰত পেচ্ট কৰক।
07:35 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক।
07:43 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
07:49 কোডখিনি বোজাই দিও।
07:52 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
07:57 '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
08:02 $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল.
08:07 fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।
08:12 print sqrt $i’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে।
08:19 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
08:24 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
08:28 i’ৰ মান 169 দি OKত ক্লিক কৰক .
08:34 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব।
08:39 আকৌ ৰান কৰো ব’লক।
08:42 i’ৰ মান -169 দি OKত ক্লিক কৰক.
08:49 যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়।
08:56 যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়।
09:02 ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো।
09:08 এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক।
09:19 অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত কপি কৰি লওক।
09:25 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব।
09:31 কোডখিনি বোজাই দিও।
09:35 # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
09:38 মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)।
09:42 প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়।
09:48 '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়।
09:53 .$i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল.
09:59 $C=($i)^(1/3) ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে।
10:07 fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।.
10:13 print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে।
10:19 spritehideTurtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে।
10:23 ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো।
10:27 i’ৰ মান 343 দি OKত ক্লিক কৰক।
10:34 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব।
10:40 ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি।
10:43 চমুকৈ ক’বলৈ গ’লে-
10:46 এই টিউটৰিয়েল’ত আমি শিকিলো
10:49 Programৰ concepts
10:52 sqrt function’ৰ ব্যৱহাৰ
10:55 print কম্মান্দ ’ৰ ব্যৱহাৰ
10:57 KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ
11:02 এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক
11:08 এটা সংখ্যাৰ ঘন
11:11 এটা সংখ্যাৰ nth ঘাত
11:15 এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial
11:19 ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো।
11:22 যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে।
11:27 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে:
11:29 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে
11:32 অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে
11:35 আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org
11:44 স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ।
11:48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:55 আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ].
11:59 এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya