KTurtle/C3/Question-Glues/Assamese

From Script | Spoken-Tutorial
Revision as of 12:25, 12 March 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

| - | | 00,01 | | নমস্কাৰ আৰু ' KTurtle ত  ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .

| - | | 00,08 | | এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues শিকিম আৰু  not | - | | 00,16 | | আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো | - | | 00,29 | | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে

| - | | 00,39 | |যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক

| - | | 00,46 | | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো . | - | | 00,51 | | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **.

| - | | 01,00 | |“and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ  if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় . | - | | 01,11 | | এটা নতুন ' KTurtle '  Application খুলক . | - | | 01,15 | | ' ড্যাশ হোম ত ' ক্লিক কৰক.

| - | | 01,18 | | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.

| - | | 01,22 | |আৰয় অপশনত ক্লিক কৰক. | - | | 01,24 | | glue word andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক. | - | | 01,28 | | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে. | - | | 01,33 | | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো.

| - | | 01,40 | | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রাম টাইপ কৰক.

| - | | 01,46 | | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. | - | | 01,50 | | আমি প্রোগ্রাম টেকস্টত  জুম কৰো .

| - | | 01,52 | | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে 

| - | | 01,56 | | কোডটো চোৱা যাওক .

| - | | 01,59 | | reset কমান্ডে Turtleক  ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে | - | | 02,04 | | message " " কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .

| - | | 02,10 | |  '“message” কমান্ডে ইনপুট হিসাবে ' " স্ট্রিং " ' লয় .

| - | | 02,14 | | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে . | - | | 02,24 | | $a, $b' and $c বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. | - | | 02,30 | | “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় . | - | | 02,36 ||if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে . | - | | 02,49 | | যেতিয়া দুটা  প্রশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় . | - | | 02,55 | | if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে

| - | | 03,05 | |যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ  যায়

| - | | 03,12 | | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে. | - | | 03,17 | | ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | - | | 03,22 | | go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .

| - | | 03,35 | | 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে . | - | | 03.41 | | ' elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয় | - | | 03,48 | |print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে | - | | 03,54 | | else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে . | - | | 03,57 | | ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়. | - | | 04,03 | | else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো. | - | | 04,12 | | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক. | - | | 04,15 | | এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু . | - | | 04,20 | |  AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক

| - | | 04,25 | | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক | - | | 04,29 | | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক | - | | 04,33 | | ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. ' | - | | 04,37 | | আৰু এবাৰ চলোৱা হক . | - | | 04,40 | | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. . | - | | 04,44 | | 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,

| - | | 04,58 | | ক্যানভাসত “ Not a scalene triangle”  প্রদর্শিত কৰা হয়. | - | | 05.02 | | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .

| - | | 05.06 | | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু.  | - | | 05,11 | | 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 05,16 | | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 05,20 | | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 05,24 | | 'ক্যানভাসত " Does not satisfy triangle's inequality "   প্রদর্শিত হয়.

| - | | 05,30 | | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .

| - | | 05,40 | | not শর্ত সৈতে কাম কৰা যাওক. | - | | 05,43 | | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো

| - | | 05,51 | | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.

| - | | 05,56 | | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. | - | | 06.01 | | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. | - | | 06,05 | | 'reset'  কমান্ডে  Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে . | - | | 06,09 | | $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. | - | | 06,15 | |  if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত  প্ৰশিক্ষন কৰে .

| - | | 06,27 | |'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .

| - | | 06,36 | | উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে

| - | | 06,42 | | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব. | - | | 06,48 | |print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  . | - | | 06.55 | |যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্রদর্শন কৰা হয় .

| - | | 07.01 | |  print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে 

| - | | 07,07 | | 'go 100,100 য়ে  Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে | - | | 07,20 | |repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে | - | | 07,32 | | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক . | - | | 07,36 | | কোডটো ৰান কৰিবলৈ  F5 টিপক  .


| - | | 07,40 | | AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 07,45 | | BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,

| - | | 07,48 | | AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,


| - | | 07,54 | | ক্যানভাসত “Triangle is not equilateral”'  প্রদর্শিত হয়.

| - | | 07,58 | | আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 08,05 | |  BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 08,09 | |AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | | 08,13 | |  ক্যানভাসত “Triangle is equilateral”' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .

| - | | 08,21 | | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে

| - | | 08,25 | | সংক্ষেপ কৰা যাওক

| - | | 08,28 | | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো | - | | 08,35 | | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক | - | | 08,40 | | question glue “or”ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা | - | | 08,48 | |if or condition is:ৰ  গঠন     | - | | 08,51 | | if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition.

| - | | 08,59 | | কাৰ্লী  বন্ধনীত do something.

| - | | 09,02 | | 'elseকাৰ্লী  বন্ধনীত do something. |- ||09.06 || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 

|- ||09.10 ||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|- ||09.13 ||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |- ||09.18 ||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে

|- ||09.20 ||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।

|- ||09.23 || এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

|- ||09.27 ||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |- ||09.34 ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |- ||09.38 ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

|- ||09.44 ||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|- ||09.49 || আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |-

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble