Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese

From Script | Spoken-Tutorial
Revision as of 15:15, 10 March 2014 by Desicrew (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

VISUAL CUE

NARRATION
0:00 উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰবি জনাইছো৷
0:04 এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷
0:12 ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০..
0:19 আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উপন্টু ডেস্কটপ৷
0:24 উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷
0:31 এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ ঘাওক আৰু ক্লিক কৰক৷
0:40 এই এপ্লিকেশ্যন মেন্যুত সকলো উন্চটন কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷
0:48 এই এপ্লিকেশ্যন মেন্যুন আহক কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷
0:55 আহক আমি ঘাও এপ্লিকেশ্যন (একচে্চৰিজ) ক্যেলকুলেটৰলৈ৷
1:04 ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷
1:12 আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷
1:18 কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷
1:22 টাইপ কৰক ৫ (ইন্টু)৮ আৰু - চাইন টিপক৷
1:32 চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷
1:39 ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷
1:46 আহক এটা বেলপ এপ্লিকেশ্যন চাও৷
1:50 তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷
1:59 এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷
2:09 এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷
2:16 ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেড কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷
2:28 এইটো চেড কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেডত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেড কৰিম৷
2:45 এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব ঘত ফাইলটো চেড হব৷
2:56 মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেড বাটনত ক্লিক কৰিম৷
3:15 এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷
3:24 এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷
3:30 মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷
3:35 বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷
3:40 ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বসয়ে জানিব পৰা ঘায়৷
3:44 http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷
3:50 টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷
4:00 ঘূৰি ঘাও এপ্লিকেশন (এক্সেচৰিজ) আৰু তাৰপিছত ঘাওক ট্যৰমিনেলটল:
4:12 ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইঞাৰপৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷
4:19 আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷
4:25 ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷
4:30 ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷
4:36 ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷
4:41 এই ফাইল আৰু ফল্ডাৰবোৰ হম ফল্ডাৰৰ পৰা দেখুৱাইছে৷
4:48 হম ফল্ডাৰকি আমি পিছত দেখা পাম৷
4:55 আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷
5:01 ট্যাৰমিনেল ক্লজ কৰক৷
5:17 এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷
5:20 ইয়াৰৱবাবে ঘাওক এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ৷ ইয়াত ক্লিক কৰক৷
5:27 পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷
5:36 ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷
5:43 মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷
5:53 মই টাইপ কৰিম "www.gmail.com"
6:00 মই ঘেতিয়া টাইপ কৰিম ফাইয়াৰফক্সে কিছুমান সম্ডাবনা দেখুৱাব পাৰে৷
6:04 ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷
6:09 ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷
6:15 এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷
6:22 এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷
6:36 এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷
6:45 অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্ৰিডশীত আৰু প্ৰেজেন্টেশ্যন৷
6:53 ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷
7:03 ডবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷
7:07 আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷
7:12 ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷
7:21 মই এতিয়া পেন দ্ৰাইডৰ পা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোষ পেন দ্ৰাইডটো এটা ইউচবি চ্ৰটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷
7:35 ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷
7:48 তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাৱাব৷
7:53 আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ডৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ক্যি আৰু ডি টিপিম৷
8:08 ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইডটো উপস্থিত আছে৷
8:37 দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷
8:42 এতিয়া মই ubuntuhumanity.ogv মোডী ফাইলটো প্লে কৰিবলৈ বাছি লম৷
8:46 ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷
8:57 আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷
9:09 তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷
9:13 ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷
9:18 উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷
9:27 ঈমি কৰ পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷
9:29 ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷
9:34 আমাৰ হক ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ থাকে৷
9:42 লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷
9:56 আমি টেকস্ট এডিতৰত চেড কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷
10:08 তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷
10:16 ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷
10:25 তাৰবাবে ঘাওক চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ আৰু ক্লিক কৰক৷
10:31 ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷
10:37 এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷
10:44 বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ডালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰিক ফন্ডাৰলৈ ঘুৰি ঘাও৷
10:52 ঘিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি এলাই ঘাব পাৰিব৷
10:58 এই ট্যুটৰিলেৰ ইয়াতেই সামবৰন মাৰিছো৷
11:10 ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,
11:18 মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷
11:21 আইকনবোৰৰ বিষয়ে৷
11:31 স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
11:41 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷

Contributors and Content Editors

Desicrew, Mousumi, Nancyvarkey, Pratik kamble