Firefox/C2/Introduction/Assamese
From Script | Spoken-Tutorial
Visual Cue | Narration |
00:00 | Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউট্ৰয়েলৈ আদৰনি জনাইছো৷ |
00:05 | আমি এই টিটোৰিয়েলত তলত দিয়া topic বোৰৰ বিতং তথ্য পাব৷ |
00:10 | Mozilla Firefox কি? |
00:12 | Firefox কিয়? |
0014 | ডাৰচনচ, পদ্ধতি, ত্যথ-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷ |
00:21 | উৱে ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷ |
00:27 | উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দে কাম কৰে৷ |
00:33 | ই আপোনাক ইন্টাৰনেট ওৱেব পৃষ্ঠাবোৰ চাবলৈ দিয়ে আৰু পৃষ্ঠাবোৰ navigate কৰে৷ |
00:39 | চাৰ্চ ইন্জিন ৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উসাহৰণ স্বৰুপে Google, Yahoo Search বা Bing * |
00:47 | Mozilla Foundation ত ডলন্টিয়াৰ প্ৰগেমাৰচৰ দ্বাৰা Firefox ৰ উন্নতিকৰন কৰা হৈছিল৷ |
00:54 | Mozilla ৰ সমপুৰ্ন তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷ |
00:59 | Windows, Mac OSX আৰু Linux Operating Systems, Firefoxত কাম কৰে৷ |
01:05 | Ubuntu কাৰনে অন্য কিছুমান ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera * |
01:12 | Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ডাৰচন 7.0 ব্যৱহাৰ কৰিম৷ |
01:20 | Firefoxঘে browsing ডাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিকৰী দিশবোততো উন্নতি সাধন কৰে৷ |
01:27 | ইয়াৰ নানা ধৰনৰ কাৰিকৰী দিশ আছে, ঘেনে - tabbed windows, spell checking, pop-up blocker আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷ |
01:39 | Firefoxৰ ওৱেব ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ ঘোয়া গ্ৰাফিকচকৰ কাক, পেজ লোডিংৰ কামত সহাত কৰে৷ |
01:45 | ই নানা ধৰনৰ নিৰপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ডাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷ |
01:56 | পদ্ধতিৰৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰিৰৰকৰনে থিমচইনচটন কৰাটো হাজাৰ গুন শুবিধাঘুক্ত৷ |
02:06 | LinuxOSত Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু SUSE দৰকাৰ৷ |
02:16 | Ubuntu10.04ত Firefox ৰান কৰিবলৈ তলত দিয়া বোৰ libraries বা packages আপোনাৰ দৰকাৰ হব৷ |
02:24 | GTK+ 2.10 বা তাতকৈ ওপৰৰ৷ |
02:29 | GLib 2.12 বা তাতকৈ ওপৰৰ৷ |
02:32 | libstdc++ 4.3 তাতকৈ ওপৰৰ৷ |
02:37 | Pango 1.14 বা তাতকৈ ওপৰৰ৷ |
02:40 | X.Org 1.7 বা তাতকৈ ওপৰৰ৷ |
02:44 | হাৰ্ডওৱেৰ দৰকাৰ - Pentium 4 বা তাতকৈ ওপৰৰ, 512MBৰ RAM 200MBৰ স্পেচৰ hard drive লাগিব৷ |
02:55 | চিষ্টেমৰ বাবে দৰকাৰী খবৰৰ বাবে, পৰ্দাত থকা Firefox ওৱেব চাইট দৰ্শন কৰক৷ |
03:32 | mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিঘা মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷ |
03:11 | ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ডাৰচনটোহে পাম৷ |
03:15 | নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, ঘত সউজিয়া ঠাই থাকিম নানাধৰনৰ options বাবে* |
03:23 | লক্ষ্য কৰিব ঘে Mozilla+ Firefoxক 70 টাতকৈও অধিক ডাষাৰ শুঘোগ দিয়ে ৷ |
03:28 | ইয়াত আমি নানা ধৰনৰ স্থানীয় ডাৰচন ডাউনলোড কৰিব পাৰো৷ ঘেনে - হিন্দী বা বেংগলী৷ |
03:33 | আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিডিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷ |
03:42 | UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ ঘাব)৷ |
03:51 | এতিয়া আপুনি “Save File” অপচন নিৰ্বাচন কৰিব পাৰে আৰু পপ উইনড’ত “OK” বাটন ক্লিক কৰিব পাৰে৷ |
03:58 | Homedirectoryৰ তত্বৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেড আৰকিডকৰিব৷ |
04:06 | Terminalউইনড’ এটা ঘোলক আৰু আপোনাৰ Downloadsdirectoryলৈ ঘাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads * |
04:17 | এতিয়া এন্টাৰ কি টিপক৷ |
04:19 | কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষন কৰক৷ |
04:35 | এতিয়া এন্টাৰ কি টিপক৷ |
04:38 | This will start extracting the files required to run Firefox 7.0. |
04:38 | এইটোৱে Firefox 7.0ৰ বাবে দাকাৰি ফাইলচ বোৰ বিশ্লেষন কৰিবৰ বাবে খোলা আৰ কৰিব৷ |
04:44 | কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত ঘাওক ৷ |
04:52 | এতিয়া এন্টাৰ কি টিপক৷ |
04:54 | এইটোৱে আপোনাক Firefoxdirectoryত আনিব৷ |
04:58 | Firefox ব্ৰাউজাৰত পৰ্দাপন কৰিবলৈ টাইপ কৰক টাইপ কৰক কমান্ড./firefox আৰু ইন্টাৰ কি টিপক৷ |
05:06 | বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পৰ কৰিবপাৰে তলত দিয়া কামন্ড homedirectory ব্যৱহাৰকৰি ঘদিহে আপোনাৰ কাৰেন্ট directoryত নহয়৷ |
05:15 | তেতিয়ালৈকে Downloads/firefox/firefox õ |
05:21 | পিছলৈ হোমপেজ নিজে-নিজেসংস্থাপন কেনেকৈ হয় আমি চাম৷ |
05:25 | এতিয়াৰ কাৰনে, উদাহৰণ স্বৰুপে আমি Rediff.com ৱেবছাইটত ঘাওঁ আহা - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে৷ |
05:33 | মেনু বাৰতথকা Address barত টাইপ কৰক: www.rediff.com |
05:40 | rediff.com উৱেবচাইটত হোমপেজৰ তথ্যবোৰ প্ৰদৰ্শিত হব৷ |
05:47 | এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেজিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷ |
05:53 | Headlines tabৰ তলত থকা প্ৰথম linkত ক্লিক কৰো আহা৷ |
05:58 | Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেডিগেট কৰিব পাৰো৷ |
06:05 | ডিবষ্যৎ টিউটৰিয়েলতে, আমি Firefox interface শিকিব পাৰিম আৰু লগতে নানা ধৰনৰ তথ্যও৷ |
06:12 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ ল্ক্ষ্য কৰক৷ |
06:16 | It summarises the Spoken Tutorial project |
06:16 | ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সাৰাংশ কৰে৷ |
06:19 | ঘদি আপোনাৰ ডাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷ |
06:24 | স্পোকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি স্কোচকন টিউটৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷ |
06:29 | অনলাইন পৰীক্ষাত ঘিবোৰ উৰ্ত্তীনহৈচগে সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷ |
06:33 | বিতং তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লিখক৷ |
06:39 | টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট এটা অংশ৷ |
06:44 | ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থনকৰে৷ |
06:51 | এই মিছনৰ বিতং তথ্য বোৰ http://spoken-tutorial.org/NMEICT-Intro আছে৷ |
07:41 | এই টিউটৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷ |
07:46 | ধন্যবাদ৷ |