Firefox/C2/Introduction/Assamese

From Script | Spoken-Tutorial
Revision as of 14:56, 10 March 2014 by Desicrew (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Visual Cue Narration
00:00 Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউট্ৰয়েলৈ আদৰনি জনাইছো৷
00:05 আমি এই টিটোৰিয়েলত তলত দিয়া topic বোৰৰ বিতং তথ্য পাব৷
00:10 Mozilla Firefox কি?
00:12 Firefox কিয়?
0014 ডাৰচনচ, পদ্ধতি, ত্যথ-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷
00:21 উৱে ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷
00:27 উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দে কাম কৰে৷
00:33 ই আপোনাক ইন্টাৰনেট ওৱেব পৃষ্ঠাবোৰ চাবলৈ দিয়ে আৰু পৃষ্ঠাবোৰ navigate কৰে৷
00:39 চাৰ্চ ইন্জিন ৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উসাহৰণ স্বৰুপে Google, Yahoo Search বা Bing *
00:47 Mozilla Foundation ত ডলন্টিয়াৰ প্ৰগেমাৰচৰ দ্বাৰা Firefox ৰ উন্নতিকৰন কৰা হৈছিল৷
00:54 Mozilla ৰ সমপুৰ্ন তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷
00:59 Windows, Mac OSX আৰু Linux Operating Systems, Firefoxত কাম কৰে৷
01:05 Ubuntu কাৰনে অন্য কিছুমান ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera *
01:12 Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ডাৰচন 7.0 ব্যৱহাৰ কৰিম৷
01:20 Firefoxঘে browsing ডাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিকৰী দিশবোততো উন্নতি সাধন কৰে৷
01:27 ইয়াৰ নানা ধৰনৰ কাৰিকৰী দিশ আছে, ঘেনে - tabbed windows, spell checking, pop-up blocker আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷
01:39 Firefoxৰ ওৱেব ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ ঘোয়া গ্ৰাফিকচকৰ কাক, পেজ লোডিংৰ কামত সহাত কৰে৷
01:45 ই নানা ধৰনৰ নিৰপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ডাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷
01:56 পদ্ধতিৰৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰিৰৰকৰনে থিমচইনচটন কৰাটো হাজাৰ গুন শুবিধাঘুক্ত৷
02:06 LinuxOSত Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু SUSE দৰকাৰ৷
02:16 Ubuntu10.04ত Firefox ৰান কৰিবলৈ তলত দিয়া বোৰ libraries বা packages আপোনাৰ দৰকাৰ হব৷
02:24 GTK+ 2.10 বা তাতকৈ ওপৰৰ৷
02:29 GLib 2.12 বা তাতকৈ ওপৰৰ৷
02:32 libstdc++ 4.3 তাতকৈ ওপৰৰ৷
02:37 Pango 1.14 বা তাতকৈ ওপৰৰ৷
02:40 X.Org 1.7 বা তাতকৈ ওপৰৰ৷
02:44 হাৰ্ডওৱেৰ দৰকাৰ - Pentium 4 বা তাতকৈ ওপৰৰ, 512MBৰ RAM 200MBৰ স্পেচৰ hard drive লাগিব৷
02:55 চিষ্টেমৰ বাবে দৰকাৰী খবৰৰ বাবে, পৰ্দাত থকা Firefox ওৱেব চাইট দৰ্শন কৰক৷
03:32 mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিঘা মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷
03:11 ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ডাৰচনটোহে পাম৷
03:15 নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, ঘত সউজিয়া ঠাই থাকিম নানাধৰনৰ options বাবে*
03:23 লক্ষ্য কৰিব ঘে Mozilla+ Firefoxক 70 টাতকৈও অধিক ডাষাৰ শুঘোগ দিয়ে ৷
03:28 ইয়াত আমি নানা ধৰনৰ স্থানীয় ডাৰচন ডাউনলোড কৰিব পাৰো৷ ঘেনে - হিন্দী বা বেংগলী৷
03:33 আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিডিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷
03:42 UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ ঘাব)৷
03:51 এতিয়া আপুনি “Save File” অপচন নিৰ্বাচন কৰিব পাৰে আৰু পপ উইনড’ত “OK” বাটন ক্লিক কৰিব পাৰে৷
03:58 Homedirectoryৰ তত্বৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেড আৰকিডকৰিব৷
04:06 Terminalউইনড’ এটা ঘোলক আৰু আপোনাৰ Downloadsdirectoryলৈ ঘাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads *
04:17 এতিয়া এন্টাৰ কি টিপক৷
04:19 কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষন কৰক৷
04:35 এতিয়া এন্টাৰ কি টিপক৷
04:38 This will start extracting the files required to run Firefox 7.0.
04:38 এইটোৱে Firefox 7.0ৰ বাবে দাকাৰি ফাইলচ বোৰ বিশ্লেষন কৰিবৰ বাবে খোলা আৰ কৰিব৷
04:44 কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত ঘাওক ৷
04:52 এতিয়া এন্টাৰ কি টিপক৷
04:54 এইটোৱে আপোনাক Firefoxdirectoryত আনিব৷
04:58 Firefox ব্ৰাউজাৰত পৰ্দাপন কৰিবলৈ টাইপ কৰক টাইপ কৰক কমান্ড./firefox আৰু ইন্টাৰ কি টিপক৷
05:06 বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পৰ কৰিবপাৰে তলত দিয়া কামন্ড homedirectory ব্যৱহাৰকৰি ঘদিহে আপোনাৰ কাৰেন্ট directoryত নহয়৷
05:15 তেতিয়ালৈকে Downloads/firefox/firefox õ
05:21 পিছলৈ হোমপেজ নিজে-নিজেসংস্থাপন কেনেকৈ হয় আমি চাম৷
05:25 এতিয়াৰ কাৰনে, উদাহৰণ স্বৰুপে আমি Rediff.com ৱেবছাইটত ঘাওঁ আহা - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে৷
05:33 মেনু বাৰতথকা Address barত টাইপ কৰক: www.rediff.com
05:40 rediff.com উৱেবচাইটত হোমপেজৰ তথ্যবোৰ প্ৰদৰ্শিত হব৷
05:47 এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেজিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷
05:53 Headlines tabৰ তলত থকা প্ৰথম linkত ক্লিক কৰো আহা৷
05:58 Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেডিগেট কৰিব পাৰো৷
06:05 ডিবষ্যৎ টিউটৰিয়েলতে, আমি Firefox interface শিকিব পাৰিম আৰু লগতে নানা ধৰনৰ তথ্যও৷
06:12 http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ ল্ক্ষ্য কৰক৷
06:16 It summarises the Spoken Tutorial project
06:16 ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সাৰাংশ কৰে৷
06:19 ঘদি আপোনাৰ ডাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷
06:24 স্পোকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি স্কোচকন টিউটৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷
06:29 অনলাইন পৰীক্ষাত ঘিবোৰ উৰ্ত্তীনহৈচগে সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷
06:33 বিতং তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লিখক৷
06:39 টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট এটা অংশ৷
06:44 ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থনকৰে৷
06:51 এই মিছনৰ বিতং তথ্য বোৰ http://spoken-tutorial.org/NMEICT-Intro আছে৷
07:41 এই টিউটৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷
07:46 ধন্যবাদ৷

Contributors and Content Editors

Desicrew, Pratik kamble