Java/C2/Method-overloading/Assamese

From Script | Spoken-Tutorial
Revision as of 14:37, 27 January 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

 {| border=1 || Time' || Narration

|- |  00:01 | জাভাত method overloadingৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |- |  00:06 | এই টিউটোৰিয়েলত আমি শিকিম,

|- |  00:08 | method overloading কি?

|- |  00:10 |আৰু মেথড ওভাৰলোড কৰা।

|- |  00:13 | এখানে আমরা

উবুন্টু সংস্করণ 11.10 OS

জাভা ডেভেলপমেন্ট কিট 1.6

এবং Eclipse 3.7.0 ব্যবহার করছি।

|- |  00:24 |   টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ |- |  00:26 |মেথড তৈয়াৰ কৰা আৰু |- |  00:29 |জাভাত eclipse ব্যবহাৰ কৰি কন্সট্রাকটৰ ওভাৰলোড কৰা জানিব লাগিব।

|- |  00:32 |না হলে, প্রাসঙ্গিক টিউটোরিয়ালের জন্য আমাদের ওয়েবসাইট পরিদর্শন করুন।

(http://www.spoken-tutorial.org)

|- |  00:39 |method overloading কি? |- |  00:42 | ক্লাসৰ ভিতৰত একেই নামৰ সৈতে একাধিক মেথড ব্যাখ্যা কৰো । |- |  00:46 |সেইবোৰ প্যাৰামিটাৰৰ সংখ্যা বা ধৰনত ভিন্ন হোৱা আবশ্যক।

|- |  00:50 |এই মেথডক overloaded methods বুলা হয়। |- |  00:54 |এই প্রক্রিয়াকে method overloading বুলা হয়।

|- | 00:57 |  এতিয়া মেথড ওভাৰলোড কেনেকৈ কৰা হয় চাও। |- |  01:00 |eclipseত, আমাৰ উচৰত এটা ক্লাস Addition আছে।

|- |  01:06 |ক্লাসৰ ভিতৰত আমি দুটি পূর্ণসংখ্যা ভ্যাৰিয়েবল ঘোষিত কৰিম।


|- |  01:10 |সেয়ে  লিখক int a = 10 আৰু int b = 5.

|- |  01:19 |  এতিয়া এই দুটা ইন্টিজাৰ যোগ কৰিবলৈ এটা মেথড তৈয়াৰ কৰা যাওক।

|- |  01:23 |সেয়ে লিখক void add প্রথম বন্ধনী। |- |  01:30 |কাৰ্ড়লী বন্ধনীত লিখক System ডট out ডট println.

|- |  01:40 |প্রথম বন্ধনীত a+b. |- |  01:44 |সেয়ে এই মেথডে আমাক দুটা পূর্ণসংখ্যা ভ্যাৰিয়েবলৰ সমষ্টি দিয়া।

|- |   01:50 | অনয় এটা মেথড তৈয়াৰ কৰা যাওক যি দুটা প্যাৰামিটাৰ লয়।   |- |  01:55 |সেয়ে লিখক void addTwoNumbers. |- |  02:04 |প্রথম বন্ধনীত int num1 কমা int num2.

|- | 02:14 |তাৰপিছত কাৰ্ড়লী বন্ধনীত System ডট out ডট println num1 প্লাস num2. |- |  02:35 |সেয়ে এই মেথডে আমাক দুটা মানৰ সমষ্টি দিয়ে যি এই মেথডলৈ আর্গুমেন্ট হিসাবে পাস কৰা হয়। |- |  02:44 |ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰি আৰু মেথডক আহ্বান কৰা যাওক। |- |  02:49 |সেয়ে মেন মেথডত লিখক Addition, মানে ক্লাস নেম অবজেক্ট obj = new Addition parentheses (প্রথম) বন্ধনী সেমিকোলন।

|- |  03:13 |তাৰপিছত Obj.add

|- |  03:18 |আৰু Obj.addTwonumbers প্রথম বন্ধনীত

|- |  03:31 | আমি দুটা আর্গুমেন্ট পাস কৰিম।

|- |  03:33 |ধৰক আমি যদি ফ্লোটিং পইন্ট ভ্যালুবোৰ পাস কৰো।

|- |  03:37 |সেয়ে লিখক 2.5 কমা আৰু এটা পূর্ণসংখ্যা 3.

|- | 03:45 | আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int. *****

|- |  03:57 |  সেয়ে আমি মেথডত intৰ পৰিবর্তে double লিখম।

|- |  04:06 |intক, double দ্বৰা প্রতিস্থাপন কৰক। ফাইলটো সংৰক্ষণ কৰক।

|- |  04:12 | আমি দেখো যে এৰৰ সমাধান কৰা হৈছে।

|- |  04:17 |  আমি এইটোও জানো যে জাভায়ে স্বয়ংক্রিয়ভাবে অর্থাৎ নিহিতভাবে int ক doubleলৈ পেৰিবর্তন কৰে। |- |  04:24 |সেয়ে ইয়াত এটা পূর্ণসংখ্যা আর্গুমেন্ট পাস কৰিব পাৰি ।

|- |  04:28 | এতিয়া প্রোগ্রামটো সংৰক্ষণ কৰক ৰান কৰক ।

|- |  04:32 |  আউটপুটত আমি দুটা ইন্টিজাৰ ভ্যাৰিয়েবলৰ সমষ্টি দেখো। |- |  04:37 |আৰু আমি পাস কৰা দুটা সাংখ্যিক আর্গুমেন্টেৰ সমষ্টি। |- | 04:43 |  এতিয়া আমি দেখো যে দোয়োটা (উভয়) মেথডে একে একে অপাৰেশন সম্পাদন কৰে।

|- |  04:50 |পার্থক্যটো হল যে প্রথম মেথডত কোনো প্যাৰামিটাৰ নাই। যত দ্বিতীয় মেথডত প্যাৰামিটাৰ আছে

|- |  05:00 |সেয়ে এই ক্ষেত্রত জাভায়ে আমাক method overloading প্রদান কৰে। |- | 05:05 | সেয়ে আমি কি কৰো যে উভয় মেথডক একেই নাম দিয়ো ।

|- |  05:09 |সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে ।  **************** |- |   05:29 |  আমি একেটা অপাৰেশনৰ দ্বাৰা আৰু এটা মেথড ব্যাখ্যা কৰিম। |- |  05:33 |সেয়ে লিখক void add

|- |  05:38 |আৰু প্রথম বন্ধনীত int n1 কমা int n2 কমা int n3. |- |  05:51 |সেয়ে আমি তিনটা প্যাৰামিটাৰ দিছো ।

|- | 05:54 | এটা কাৰ্ড়লী বান্ধনীত System ডট out ডট println.

|- |  06:03 |প্রথম বন্ধনীত n1 + n2 + n3.

|- |  06:11 |সেয়ে এই মেথড তিনটা সংখ্যাৰ সমষ্টি দিব । |- |  06:17 | এই মেথডক আহবান কৰা যাওক ।

|- |  06:19 |সেয়ে লিখক obj ডট add 1 কমা 5 কমা 4 |- | 06:35 | সংৰক্ষণ ক্ৰক ৰান কৰক।

|- | 06:39 | আউটপুটত আমি তিনিটা সংখ্যাৰ সমষ্টি দেখিছো যি হল 10. |- |  06:47 |সেয়ে জাভা কম্পাইলৰে প্যাৰামিটাৰ বোৰৰ উপৰত নির্ভৰ কৰি সঠিক মেথড ওভাৰলোড কৰে ।

|- |  06:52 |ই পাস কৰা প্যাৰামিটাৰৰ সংখ্যা আৰু প্ৰকাৰ চ্চেক কৰে। |- |  06:57 |সেয়ে প্রোগ্রামাৰ হিসাবে মেথড নামৰ বিষয়ে

|- |  07:01 |আৰু পাস কৰা আর্গুমেন্টৰ সংখ্যা বা প্ৰকাৰৰ বিষয়েও আমাৰ চিন্তা নাই।

|- |   07:05 |  আমি আৰু এটা মেথড তৈয়াৰ কৰিব পাৰো যি স্ট্রিং যোগ (append) কৰে ।

|- |  07:11 |সেয়ে আমি আৰু এটা ওভাৰলোড মেথড তৈয়াৰ কৰিম । |- |  07:15 |  লিখক void add String s1 কমা String s2. |- |  07:29 |কাৰ্ড়লী বন্ধনীত System ডট out ডট println.

|- |  07:41 |প্রথম বন্ধনীত s1 প্লাস s2. |- | 07:45 | আৰু আমি এই মেথডক আহবান কৰিম। |- |  07:50 |সেয়ে লিখক obj ডট add.

|- |  07:55 |প্রথম বন্ধনীত উদ্ধৃতি চিনহত Hello কমা উদ্ধৃতি চিহ্ন স্পেস World. |- |  08:07 |এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |- |  08:12 |  সেয়ে আউটপুটত আমি  Hello স্পেস World দেখো.

|- |  08:16 |সেয়ে দুটা স্ট্রিং আর্গুমেন্টেৰ সৈতে add মেথড, স্ট্রিং যোগ কৰে ।

|- | 08:21 |  ধৰক এতিয়া আমি ৰিটার্ন টাইপৰ সৈতে add মেথড ঘোষিত কৰিম ।

|- |  08:27 |সেয়ে লিখক int add প্রথম বন্ধনী no parameter আৰু কাৰ্ড়লী  বন্ধনী। |- |  08:40 |  আমি এটা এৰৰ পাইছো, ই কয় যে duplicate method add in type addition. |- |  08:48 |ইয়াৰ কাৰণ হল আমি ইতিমধ্যে (already) প্যৰামিটাৰ নোহোৱা add নামৰ মেথড ঘোষিত কৰিছো ।

|- |  08:54 |সেয়ে মনত  ৰাখক যে মেথড ওভাৰলোড কৰিবলৈ প্যাৰামিটাৰ পৃথক হোৱাটো আবশ্যক।

|- |  08:5 |বিভিন্ন ৰিটার্ন টাইপ থকাত মেথড ওভাৰলোড নহব।

|- |  09:03 |সেয়ে এই মেথড মুছি পালাওক আৰু ফাইলটো সংৰক্ষণ কৰক ।

|- |  09:09 |এইভাবে জাভাত method overloading কৰা হয়।

|- |  09:16 |   এই টিউটোৰিয়েলত আমি শিকিছো,

|- |  09:18 |method overloading সম্পর্কে

|- |  09:20 |মেথড ওভাৰলোড কৰা

|- |  09:22 | আৰু method overloadingৰ সুবিধা। |- |    09:25 |   আত্ম মূল্যায়নৰ বাবে, subtract নামৰ মেথড তৈয়াৰ কৰক যি সেই সংখ্যাক বিয়োগ কৰে।

|- |09:31   |এইটোক ওভাৰলোড কৰক।

|- | 09:33 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

|- |  09:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |- |  09:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে


|- |  09:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।


|- |  09:48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে


|- |  09:50 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.


|- |  09:52 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে


|- |  09:56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |- |  10:01 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।


|- |  10:05 |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়


|- |  10:11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।


|- |   10:19 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে


|- |  10:21 |যোগদানৰ বাবে ধন্যবাদ।

|- | 10:22 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Contributors and Content Editors

Mousumi, Pratik kamble