Java/C2/Method-overloading/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
 00:01 জাভাত method overloadingৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
 00:06 এই টিউটোৰিয়েলত আমি শিকিম,
00:08 method overloading কি?
00:10 আৰু মেথড ওভাৰলোড কৰা।
  00:13 ইয়াত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

  00:24   টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ
00:26 মেথড তৈয়াৰ কৰা আৰু
00:29 জাভাত eclipse ব্যবহাৰ কৰি কন্সট্রাকটৰ ওভাৰলোড কৰা জানিব লাগিব।
00:32 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক

(http://www.spoken-tutorial.org)

00:39 method overloading কি?
 00:42 ক্লাসৰ ভিতৰত একেই নামৰ সৈতে একাধিক মেথড ব্যাখ্যা কৰো ।
 00:46 সেইবোৰ প্যাৰামিটাৰৰ সংখ্যা বা ধৰনত ভিন্ন হোৱা আবশ্যক।
 00:50 এই মেথডক overloaded methods বুলা হয়।
 00:54 এই প্রক্রিয়াকে method overloading বুলা হয়।
00:57  এতিয়া মেথড ওভাৰলোড কেনেকৈ কৰা হয় চাও।
 01:00 eclipseত, আমাৰ উচৰত এটা ক্লাস Addition আছে।
 01:06 ক্লাসৰ ভিতৰত আমি দুটি পূর্ণসংখ্যা ভ্যাৰিয়েবল ঘোষিত কৰিম।
 01:10 সেয়ে  লিখক int a = 10 আৰু int b = 5.
  01:19   এতিয়া এই দুটা ইন্টিজাৰ যোগ কৰিবলৈ এটা মেথড তৈয়াৰ কৰা যাওক।
  01:23 সেয়ে লিখক void add প্রথম বন্ধনী।
  01:30 কাৰ্ড়লী বন্ধনীত লিখক System ডট out ডট println.
  01:40 প্রথম বন্ধনীত a+b.
  01:44 সেয়ে এই মেথডে আমাক দুটা পূর্ণসংখ্যা ভ্যাৰিয়েবলৰ সমষ্টি দিয়া।
   01:50 অনয় এটা মেথড তৈয়াৰ কৰা যাওক যি দুটা প্যাৰামিটাৰ লয়।

 

  01:55 সেয়ে লিখক void addTwoNumbers.
  02:04 প্রথম বন্ধনীত int num1 কমা int num2.
02:14 তাৰপিছত কাৰ্ড়লী বন্ধনীত System ডট out ডট println num1 প্লাস num2.
  02:35 সেয়ে এই মেথডে আমাক দুটা মানৰ সমষ্টি দিয়ে যি এই মেথডলৈ আর্গুমেন্ট হিসাবে পাস কৰা হয়।
  02:44 ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰি আৰু মেথডক আহ্বান কৰা যাওক।
  02:49 সেয়ে মেন মেথডত লিখক Addition, মানে ক্লাস নেম অবজেক্ট obj = new Addition

parentheses (প্রথম) বন্ধনী সেমিকোলন।

  03:13 তাৰপিছত Obj.add
  03:18 আৰু Obj.addTwonumbers প্রথম বন্ধনীত
  03:31 আমি দুটা আর্গুমেন্ট পাস কৰিম।
  03:33 ধৰক আমি যদি ফ্লোটিং পইন্ট ভ্যালুবোৰ পাস কৰো।
  03:37 সেয়ে লিখক 2.5 কমা আৰু এটা পূর্ণসংখ্যা 3.
03:45 আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int.
  03:57   সেয়ে আমি মেথডত intৰ পৰিবর্তে double লিখম।
  04:06 intক, double দ্বৰা প্রতিস্থাপন কৰক। ফাইলটো সংৰক্ষণ কৰক।
  04:12 আমি দেখো যে এৰৰ সমাধান কৰা হৈছে।
  04:17   আমি এইটোও জানো যে জাভায়ে স্বয়ংক্রিয়ভাবে অর্থাৎ নিহিতভাবে int ক doubleলৈ পেৰিবর্তন কৰে।
  04:24 সেয়ে ইয়াত এটা পূর্ণসংখ্যা আর্গুমেন্ট পাস কৰিব পাৰি ।
  04:28 এতিয়া প্রোগ্রামটো সংৰক্ষণ কৰক ৰান কৰক ।
  04:32   আউটপুটত আমি দুটা ইন্টিজাৰ ভ্যাৰিয়েবলৰ সমষ্টি দেখো।
  04:37 আৰু আমি পাস কৰা দুটা সাংখ্যিক আর্গুমেন্টেৰ সমষ্টি।
04:43   এতিয়া আমি দেখো যে দোয়োটা (উভয়) মেথডে একে একে অপাৰেশন সম্পাদন কৰে।
  04:50 পার্থক্যটো হল যে প্রথম মেথডত কোনো প্যাৰামিটাৰ নাই। যত দ্বিতীয় মেথডত প্যাৰামিটাৰ আছে
  05:00 সেয়ে এই ক্ষেত্রত জাভায়ে আমাক method overloading প্রদান কৰে।
05:05 সেয়ে আমি কি কৰো যে উভয় মেথডক একেই নাম দিয়ো ।
  05:09 সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে ।
   05:29   আমি একেটা অপাৰেশনৰ দ্বাৰা আৰু এটা মেথড ব্যাখ্যা কৰিম।
  05:33 সেয়ে লিখক void add
  05:38 আৰু প্রথম বন্ধনীত int n1 কমা int n2 কমা int n3.
  05:51 সেয়ে আমি তিনটা প্যাৰামিটাৰ দিছো ।
05:54 এটা কাৰ্ড়লী বান্ধনীত System ডট out ডট println.
  06:03 প্রথম বন্ধনীত n1 + n2 + n3.
  06:11 সেয়ে এই মেথড তিনটা সংখ্যাৰ সমষ্টি দিব ।
  06:17 এই মেথডক আহবান কৰা যাওক ।
  06:19 সেয়ে লিখক obj ডট add 1 কমা 5 কমা 4
06:35 সংৰক্ষণ ক্ৰক ৰান কৰক।
06:39 আউটপুটত আমি তিনিটা সংখ্যাৰ সমষ্টি দেখিছো যি হল 10.
  06:47 সেয়ে জাভা কম্পাইলৰে প্যাৰামিটাৰ বোৰৰ উপৰত নির্ভৰ কৰি সঠিক মেথড ওভাৰলোড কৰে ।
  06:52 ই পাস কৰা প্যাৰামিটাৰৰ সংখ্যা আৰু প্ৰকাৰ চ্চেক কৰে।
  06:57 সেয়ে প্রোগ্রামাৰ হিসাবে মেথড নামৰ বিষয়ে
  07:01 আৰু পাস কৰা আর্গুমেন্টৰ সংখ্যা বা প্ৰকাৰৰ বিষয়েও আমাৰ চিন্তা নাই।
   07:05   আমি আৰু এটা মেথড তৈয়াৰ কৰিব পাৰো যি স্ট্রিং যোগ (append) কৰে ।
  07:11 সেয়ে আমি আৰু এটা ওভাৰলোড মেথড তৈয়াৰ কৰিম ।
  07:15   লিখক void add String s1 কমা String s2.
  07:29 কাৰ্ড়লী বন্ধনীত System ডট out ডট println.
  07:41 প্রথম বন্ধনীত s1 প্লাস s2.
07:45 আৰু আমি এই মেথডক আহবান কৰিম।
  07:50 সেয়ে লিখক obj ডট add.
  07:55 প্রথম বন্ধনীত উদ্ধৃতি চিনহত Hello কমা উদ্ধৃতি চিহ্ন স্পেস World.
  08:07 এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
  08:12   সেয়ে আউটপুটত আমি  Hello স্পেস World দেখো.
  08:16 সেয়ে দুটা স্ট্রিং আর্গুমেন্টেৰ সৈতে add মেথড, স্ট্রিং যোগ কৰে ।
08:21   ধৰক এতিয়া আমি ৰিটার্ন টাইপৰ সৈতে add মেথড ঘোষিত কৰিম ।
  08:27 সেয়ে লিখক int add প্রথম বন্ধনী no parameter আৰু কাৰ্ড়লী  বন্ধনী।
  08:40   আমি এটা এৰৰ পাইছো, ই কয় যে duplicate method add in type addition.
  08:48 ইয়াৰ কাৰণ হল আমি ইতিমধ্যে (already) প্যৰামিটাৰ নোহোৱা add নামৰ মেথড ঘোষিত কৰিছো ।
  08:54 সেয়ে মনত  ৰাখক যে মেথড ওভাৰলোড কৰিবলৈ প্যাৰামিটাৰ পৃথক হোৱাটো আবশ্যক।
  08:5 বিভিন্ন ৰিটার্ন টাইপ থকাত মেথড ওভাৰলোড নহব।
 09:03 সেয়ে এই মেথড মুছি পালাওক আৰু ফাইলটো সংৰক্ষণ কৰক ।
 09:09 এইভাবে জাভাত method overloading কৰা হয়।
  09:16   এই টিউটোৰিয়েলত আমি শিকিছো,
 09:18 method overloading সম্পর্কে
 09:20 মেথড ওভাৰলোড কৰা
 09:22 আৰু method overloadingৰ সুবিধা।
   09:25    আত্ম মূল্যায়নৰ বাবে, subtract নামৰ মেথড তৈয়াৰ কৰক যি সেই সংখ্যাক বিয়োগ কৰে।
09:31   এইটোক ওভাৰলোড কৰক।
09:33 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
 09:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
 09:42 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 09:45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 09:48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 09:50 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
 09:52 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 09:56 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 10:01 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:05 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 10:11 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 10:19 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
  10:21 যোগদানৰ বাবে ধন্যবাদ।
10:22 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো

Contributors and Content Editors

Mousumi, Pratik kamble