Java/C2/Hello-World-Program-in-Eclipse/Assamese
From Script | Spoken-Tutorial
Time | Narration |
Javaত Eclipseঅৰ উপৰত HelloWorld স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম | |
00:06 | এই টিউটৰিয়েলত আমি, Javaত Eclipse বয়ৱহাৰ কৰি কেনেকৈ এটা সাধাৰন প্ৰগ্ৰাম Hello World বুলি লিখো, তাক শিকিম. |
00:13 | এই টিউটৰিয়েলৰ কাৰনে আমি Eclipse 3.7.0 আৰু Ubuntu 11.10 বয়ৱহাৰ কৰিম |
00:20 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব
|
00:25 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব
|
00:30 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:36 | ইয়াতে java codeঅৰ এটা লাইন আছে যি মেছেজটো প্ৰীন্ট কৰে Hello World বুলি |
00:44 | এতিয়া 'Eclipseঅত চেস্টা কৰো |
00: 46 | Alt and F2 টিপক আৰু ডাইলগ্চ বক্সত টাইপ কৰক eclipse আৰু এন্টাৰ টিপক.
|
00:56 | ৱৰ্কস্পেচত ' Ok" ক্লীক কৰক আৰু ইয়াত Eclipse IDE আছে |
01:09 | আহক এটা new project যোগ কৰো
|
01:12 | File' New ত ক্লীক কৰক আৰু Project বাচক |
01:19 | প্ৰজেক্টৰ তালিকাখনত Java Project বাচক আৰু Next.অত ক্লীক কৰক |
01:26 | প্ৰজেক্টৰ নামত : DemoProject টাইপ কৰক ( আনুগ্ৰহ কৰি মন কৰক যে Demo আৰু Projectৰ মাজত স্পেচ আছে আৰু D আৰু P ডাঙৰ ফলাত আছে
|
01:40 | ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক |
01:46 | DemoProject create মানে সৃস্টি হল |
01:49 | এতিয়া প্ৰজেক্টত 'a new class যোগ কৰা হক
|
01:52 | প্ৰজেক্টত সো ক্লীক কৰক New' আৰু Class বাচক. ইয়ে এটা New Java Class Portlet খোলে |
01:59 | ক্লাছ নেমত টাইপ কৰক 'DemoProgram আৰু মেথদ স্তাব্চত যি কয় Public, Static,Void main, সেয়া বাচনি কৰক |
02.13 | ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক
|
02.20 | আপোনি দেখিব পাৰে যে DemoProjectঅত এটা চৰ্চ ডাইৰেক্টৰী আছে আৰু এখন ফাইল আছে যি Demo program.Java' হয় |
02:27 | ইয়াৰ কাৰন এইটো যে Javaত সকলো ক্লাছ নিজৰ ফাইলত হব লাগিব. সেয়ে দেমো প্ৰগ্ৰাম ক্লাছটো Demo program. Java ফাইলত হে থাকিব পাৰে |
02:40 | আমি দেখো যে তাত এদিটৰৰ কাৰনে বহুত কম স্পেচ আছে আৰু সেই দ্ৃশ্য টো ভালকৈ নেদেখে |
02:55 | মন কৰক যে এই লাইনটো দুটা শ্লেছেৰে আৰম্ভ হয় যাৰ মানে এই লাইনটো এটা কমেন্ট হয় আৰু আমাৰ কদৰ লগত একো কৰিবলগীয়া বা সম্পৰ্ক নাই |
03:05 | আহক এই লাইনটো অতৰুৱাই দিও . একেধৰণে slash Astrix , আৰু Astrix slash অৰ মাজত থকা সকলোখিনিও এটা কমেন্ট হয় |
03:17 | সেয়ে আহক এই কমেন্ট বোৰও অতৰুৱাই দিও |
03:22 | ইয়াত কদৰ bare bone আছে |
03:27 | এতিয়া প্ৰীন্ট স্টেতমেন্ত যোগ কৰা যাওক, System.
|
03:35 | মন কৰক যে eclipseয়ে আমাক সকলো সম্ভাৱনাৰে সম্পুৰ্ণ কৰিবলগীয়া এখন তালিকা দিয়ে |
03:38 | এতিয়াৰ কাৰনে আমি নিজে কমান্দ বোৰ টাইপ কৰিম |
03:43 | Out.println. ব্ৰেকেটত আৰু কট্চত টাইপ কৰক HelloWorld |
03:56 | javaত সকলো স্টেটমেন্ট মানে কথন বোৰ চেমি কলণেৰে শেষ হব লাগিব
|
03:59 | সেয়ে এটা চেমি কলণ যোগ কৰা হক |
04:03 | ইয়াত, Javaত এইবোৰ সম্পূৰ্ণ 'HelloWorld প্ৰগ্ৰাম হয় |
04:06 | সংৰক্ষন কৰিবলৈ Ctrl + S টিপক |
04:11 | Right click Run as java application কদটো Run কৰিবলৈ |
04:19 | যিহেতু আমি আউতপুত কনচ'লত চাব পাৰো, HelloWorld মেছেজটো প্ৰীন্ট কৰা হল |
04:24 | এতিয়া World Javaলৈ সলনী কৰা হক |
04:30 | Ctrl + Sৰে সংৰক্ষন কৰক আৰু Run কৰক |
04:41 | আমি যিহেতু চাব পাৰো সেই প্ৰীন্ট কৰা মেছেজটো এতিয়া Hello Java হয় |
04:45এতিয়া চাও কদবোৰৰ প্ৰতিটো ভাগে কি কৰে | |
04:48 | প্ৰথম লাইন টোৱে বুজাইছে যে ক্লাছটোৰ নাম DemoProgram হয় আৰু এইটো এটা Public class হয় |
04:55 | দ্বীতিয় লাইন টোৱে বুজাইছে যে এইটো main method হয়. অন্য শব্দত কলে, মেথদ, যৰ পৰা দেখোৱাৰ আৰম্ভ javaৰ সৈতে হয় |
05:04 | যিহেতু আমি জানো এইটো এটা প্ৰীন্ট স্টেতমেন্ট হয় |
05:07 | আৰু ইয়াত আছে , Javaত কেনেকৈ আমি HelloWorld প্ৰগ্ৰাম লিখো, |
05:14 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
05:17 | এই টিউটৰিয়েলত আমি শিকিলো Javaত কেনেকৈ HelloWorld প্ৰগ্ৰাম লিখে আৰু java codeঅত কদবোৰৰ প্ৰতিটো ভাগে কি কৰে
|
05:27 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য |
05:29 | Greet নাম দি java ক্লাছ এটা স্ৰস্টি কৰক. ই প্ৰদৰ্শন কৰোতে Program Successful বোলি আনিব লাগিব |
05:37 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
05:39 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক [1] |
05:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|
05:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|
05:51 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
05:53 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
05:55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
|
05:59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06:05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06:09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
06:14 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06:19 | এই শিক্ষণ সহায়িকা আগবঢ়ালে TalentSprint.
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |