Java/C2/Hello-World-Program-in-Eclipse/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Javaত  Eclipseঅৰ উপৰত HelloWorld স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:06 এই টিউটৰিয়েলত আমি, Javaত  Eclipse বয়ৱহাৰ কৰি  কেনেকৈ এটা সাধাৰন প্ৰগ্ৰাম   Hello World বুলি লিখো, তাক শিকিম.
00:13 এই টিউটৰিয়েলৰ কাৰনে আমি Eclipse 3.7.0 আৰু Ubuntu 11.10 বয়ৱহাৰ কৰিম
00:20 এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত  Eclipse ইনস্টল হৈ থকা হব লাগিব
00:25 আৰু Eclipseঅত  ফাইল এখন create, save আৰু run কৰা জানিব লাগিব
00:30 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:36 ইয়াতে  java codeঅৰ এটা লাইন আছে যি মেছেজটো প্ৰীন্ট কৰে  Hello World বুলি
00:44 এতিয়া 'Eclipseঅত চেস্টা কৰো
00: 46 Alt and F2 টিপক আৰু ডাইলগ্চ বক্সত টাইপ কৰক  eclipse আৰু এন্টাৰ টিপক.
00:56 ৱৰ্কস্পেচত  ' Ok" ক্লীক কৰক আৰু ইয়াত Eclipse IDE আছে
01:09 আহক এটা new project যোগ কৰো
01:12 File'   New ত ক্লীক কৰক আৰু Project   বাচক
01:19 প্ৰজেক্টৰ তালিকাখনত Java Project বাচক আৰু Next.অত ক্লীক কৰক
01:26 প্ৰজেক্টৰ নামত : DemoProject টাইপ কৰক ( আনুগ্ৰহ কৰি মন কৰক যে Demo আৰু Projectৰ মাজত স্পেচ আছে আৰু D আৰু P ডাঙৰ ফলাত আছে
01:40 ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক
01:46 DemoProject   create মানে সৃস্টি হল
01:49 এতিয়া  প্ৰজেক্টত 'a new class যোগ কৰা হক
01:52 প্ৰজেক্টত সো ক্লীক কৰক New' আৰু Class বাচক. ইয়ে এটা New Java Class Portlet খোলে
01:59 ক্লাছ নেমত টাইপ কৰক  'DemoProgram আৰু মেথদ স্তাব্চত Public, Static,Void main, সেয়া বাচনি কৰক
02.13 ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক
02.20 আপোনি দেখিব পাৰে যে DemoProjectঅত এটা চৰ্চ ডাইৰেক্টৰী আছে আৰু এখন ফাইল আছে যি Demo program.Java' হয়
02:27 ইয়াৰ কাৰন এইটো যে Javaত সকলো ক্লাছ নিজৰ ফাইলত হব লাগিব. সেয়ে দেমো প্ৰগ্ৰাম ক্লাছটো Demo program. Java ফাইলত হে থাকিব পাৰে
02:40 আমি দেখো যে তাত এদিটৰৰ কাৰনে বহুত কম স্পেচ আছে আৰু সেই দ্ৃশ্য টো ভালকৈ নেদেখে
02:55 মন কৰক যে এই লাইনটো দুটা শ্লেছেৰে আৰম্ভ হয় যাৰ মানে এই লাইনটো এটা কমেন্ট হয় আৰু আমাৰ কদৰ লগত একো কৰিবলগীয়া বা সম্পৰ্ক নাই
03:05 আহক এই লাইনটো অতৰুৱাই দিও . একেধৰণে slash Astrix , আৰু Astrix slash অৰ মাজত থকা সকলোখিনিও এটা কমেন্ট হয়
03:17    সেয়ে আহক এই কমেন্ট  বোৰও অতৰুৱাই দিও
03:22 ইয়াত কদৰ bare bone আছে
03:27 এতিয়া প্ৰীন্ট স্টেতমেন্ত  যোগ কৰা যাওক, System.


03:35 মন কৰক যে eclipseয়ে আমাক সকলো সম্ভাৱনাৰে সম্পুৰ্ণ কৰিবলগীয়া এখন তালিকা দিয়ে
03:38 এতিয়াৰ কাৰনে আমি নিজে কমান্দ বোৰ টাইপ কৰিম
03:43 Out.println ব্ৰেকেটত আৰু কট্চত টাইপ কৰক HelloWorld
03:56 javaত সকলো স্টেটমেন্ট মানে কথন বোৰ চেমি কলণেৰে শেষ হব লাগিব


03:59 সেয়ে এটা চেমি কলণ যোগ কৰা হক
04:03 ইয়াত, Javaত এইবোৰ সম্পূৰ্ণ  'HelloWorld প্ৰগ্ৰাম হয়
04:06 সংৰক্ষন কৰিবলৈ Ctrl + S টিপক
04:11 Right click Run as java application কদটো Run কৰিবলৈ
04:19 যিহেতু আমি আউতপুত কনচ'লত চাব পাৰো, HelloWorld মেছেজটো প্ৰীন্ট কৰা হল
04:24 এতিয়া World Javaলৈ সলনী কৰা হক
04:30 Ctrl + Sৰে সংৰক্ষন কৰক আৰু Run কৰক
04:41 আমি যিহেতু চাব পাৰো সেই প্ৰীন্ট কৰা মেছেজটো এতিয়া  Hello Java হয়
04:45 এতিয়া চাও কদবোৰৰ প্ৰতিটো ভাগে কি কৰে
04:48 প্ৰথম লাইন টোৱে বুজাইছে যে ক্লাছটোৰ নাম DemoProgram হয় আৰু এইটো এটা Public class  হয়
04:55 দ্বীতিয় লাইন টোৱে বুজাইছে যে এইটো main method হয়.  অন্য শব্দত কলে, মেথদ, যৰ পৰা দেখোৱাৰ আৰম্ভ  javaৰ সৈতে হয়
05:04 যিহেতু আমি জানো এইটো এটা প্ৰীন্ট স্টেতমেন্ট হয়
05:07 আৰু ইয়াত আছে ,  Javaত কেনেকৈ আমি HelloWorld প্ৰগ্ৰাম লিখো,
05:14 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
05:17 এই টিউটৰিয়েলত আমি শিকিলো Javaত কেনেকৈ HelloWorld প্ৰগ্ৰাম লিখে আৰু java codeঅত কদবোৰৰ প্ৰতিটো ভাগে কি কৰে
05:27 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য
05:29 Greet  নাম দি java ক্লাছ এটা স্ৰস্টি কৰক. ই প্ৰদৰ্শন কৰোতে Program Successful বোলি আনিব লাগিব
05:37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
05:39 তলৰ সংযোগত থকা ভিডিঅ’ চাওক [1]
05:42 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
05:45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:51 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
05:53 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
05:55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
05:59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:05 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:14 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:19 এই শিক্ষণ সহায়িকা আগবঢ়ালে TalentSprint.

আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi