Java/C2/Hello-World-Program-in-Eclipse/Assamese

From Script | Spoken-Tutorial
Revision as of 16:22, 2 January 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

 {| border=1 || Time || Narration |- |  00:01 |  Javaত  Eclipseঅৰ উপৰত HelloWorld স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম

|- | 00:06 | এই টিউটৰিয়েলত আমি, Javaত  Eclipse বয়ৱহাৰ কৰি  কেনেকৈ এটা সাধাৰন প্ৰগ্ৰাম   Hello World বুলি লিখো, তাক শিকিম.

|- | 00:13 | এই টিউটৰিয়েলৰ কাৰনে আমি Eclipse 3.7.0 আৰু Ubuntu 11.10 বয়ৱহাৰ কৰিম

|- | 00:20 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত  Eclipse ইনস্টল হৈ থকা হব লাগিব


|- | 00:25 | আৰু Eclipseঅত  ফাইল এখন create, save আৰু run কৰা জানিব লাগিব


|- | 00:30 |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক

|- |  00:36 | ইয়াতে  java codeঅৰ এটা লাইন আছে যি মেছেজটো প্ৰীন্ট কৰে  Hello World বুলি

|- | 00:44 |এতিয়া 'Eclipseঅত চেস্টা কৰো

|- | 00: 46 |Alt and F2 টিপক আৰু ডাইলগ্চ বক্সত টাইপ কৰক  eclipse আৰু এন্টাৰ টিপক.


|- | 00:56 |ৱৰ্কস্পেচত  ' Ok" ক্লীক কৰক আৰু ইয়াত Eclipse IDE আছে

|- | 01:09 |আহক এটা new project যোগ কৰো


|- |  01:12 |File'   New ত ক্লীক কৰক আৰু Project   বাচক

|- | 01:19 |প্ৰজেক্টৰ তালিকাখনত Java Project বাচক আৰু Next.অত ক্লীক কৰক

|- |  01:26 |প্ৰজেক্টৰ নামত : DemoProject টাইপ কৰক ( আনুগ্ৰহ কৰি মন কৰক যে Demo আৰু Projectৰ মাজত স্পেচ আছে আৰু D আৰু P ডাঙৰ ফলাত আছে


|- |  01:40 |ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক

|- |  01:46 |DemoProject   create মানে সৃস্টি হল

|- |01:49 |এতিয়া  প্ৰজেক্টত 'a new class যোগ কৰা হক


|- |01:52 |প্ৰজেক্টত সো ক্লীক কৰক New' আৰু Class বাচক. ইয়ে এটা New Java Class Portlet খোলে

|- | 01:59 |ক্লাছ নেমত টাইপ কৰক  'DemoProgram আৰু মেথদ স্তাব্চত যি কয় Public, Static,Void main, সেয়া বাচনি কৰক |- | 02.13 | ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক


|- | 02.20 |আপোনি দেখিব পাৰে যে DemoProjectঅত এটা চৰ্চ ডাইৰেক্টৰী আছে আৰু এখন ফাইল আছে যি Demo program.Java' হয় |- |02:27 |ইয়াৰ কাৰন এইটো যে Javaত সকলো ক্লাছ নিজৰ ফাইলত হব লাগিব. সেয়ে দেমো প্ৰগ্ৰাম ক্লাছটো Demo program. Java ফাইলত হে থাকিব পাৰে

|- |02:40 | আমি দেখো যে তাত এদিটৰৰ কাৰনে বহুত কম স্পেচ আছে আৰু সেই দ্ৃশ্য টো ভালকৈ নেদেখে

|- |02:55 | মন কৰক যে এই লাইনটো দুটা শ্লেছেৰে আৰম্ভ হয় যাৰ মানে এই লাইনটো এটা কমেন্ট হয় আৰু আমাৰ কদৰ লগত একো কৰিবলগীয়া বা সম্পৰ্ক নাই |- |03:05 |আহক এই লাইনটো অতৰুৱাই দিও . একেধৰণে slash Astrix , আৰু Astrix slash অৰ মাজত থকা সকলোখিনিও এটা কমেন্ট হয়

|- |03:17    |সেয়ে আহক এই কমেন্ট  বোৰও অতৰুৱাই দিও

|- |03:22 |ইয়াত কদৰ bare bone আছে

|- |03:27 |এতিয়া প্ৰীন্ট স্টেতমেন্ত  যোগ কৰা যাওক, System.


|- |03:35 |মন কৰক যে eclipseয়ে আমাক সকলো সম্ভাৱনাৰে সম্পুৰ্ণ কৰিবলগীয়া এখন তালিকা দিয়ে

|- |03:38 |এতিয়াৰ কাৰনে আমি নিজে কমান্দ বোৰ টাইপ কৰিম

|- |03:43 |Out.println. ব্ৰেকেটত আৰু কট্চত টাইপ কৰক HelloWorld

|- |03:56 |javaত সকলো স্টেটমেন্ট মানে কথন বোৰ চেমি কলণেৰে শেষ হব লাগিব


|- |03:59 |সেয়ে এটা চেমি কলণ যোগ কৰা হক |- |04:03 |ইয়াত, Javaত এইবোৰ সম্পূৰ্ণ  'HelloWorld প্ৰগ্ৰাম হয়

|- |04:06 |সংৰক্ষন কৰিবলৈ Ctrl + S টিপক

|- |04:11 |Right click Run as java application কদটো Run কৰিবলৈ

|- |04:19 |যিহেতু আমি আউতপুত কনচ'লত চাব পাৰো, HelloWorld মেছেজটো প্ৰীন্ট কৰা হল

|- |04:24 |এতিয়া World Javaলৈ সলনী কৰা হক

|- |04:30 |Ctrl + Sৰে সংৰক্ষন কৰক আৰু Run কৰক

|- |04:41 |আমি যিহেতু চাব পাৰো সেই প্ৰীন্ট কৰা মেছেজটো এতিয়া  Hello Java হয়

|- |04:45এতিয়া চাও কদবোৰৰ প্ৰতিটো ভাগে কি কৰে

|- |04:48 |প্ৰথম লাইন টোৱে বুজাইছে যে ক্লাছটোৰ নাম DemoProgram হয় আৰু এইটো এটা Public class  হয় |- |04:55 | দ্বীতিয় লাইন টোৱে বুজাইছে যে এইটো main method হয়.  অন্য শব্দত কলে, মেথদ, যৰ পৰা দেখোৱাৰ আৰম্ভ  javaৰ সৈতে হয়

|- |05:04 |যিহেতু আমি জানো এইটো এটা প্ৰীন্ট স্টেতমেন্ট হয় |- |05:07 |আৰু ইয়াত আছে ,  Javaত কেনেকৈ আমি HelloWorld প্ৰগ্ৰাম লিখো, |- |05:14 |ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে

|- |05:17 |এই টিউটৰিয়েলত আমি শিকিলো Javaত কেনেকৈ HelloWorld প্ৰগ্ৰাম লিখে আৰু java codeঅত কদবোৰৰ প্ৰতিটো ভাগে কি কৰে


|- |05:27

|এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য

|- |05:29 |Greet  নাম দি java ক্লাছ এটা স্ৰস্টি কৰক. ই প্ৰদৰ্শন কৰোতে Program Successful বোলি আনিব লাগিব

|- |05:37 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

|- |05:39 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক [1]

|- |05:42 |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে


|- |05:45 |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।


|- |05:51 |কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে

|- |05:53 |কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।

|- |05:55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে


|- |05:59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|- |06:05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|- |06:09 |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |- |06:14 |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |- |06:19 |এই শিক্ষণ সহায়িকা আগবঢ়ালে TalentSprint. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi