Java/C2/Hello-World-Program-in-Eclipse/Assamese
{| border=1 || Time || Narration |- | 00:01 | Javaত Eclipseঅৰ উপৰত HelloWorld স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
|- | 00:06 | এই টিউটৰিয়েলত আমি, Javaত Eclipse বয়ৱহাৰ কৰি কেনেকৈ এটা সাধাৰন প্ৰগ্ৰাম Hello World বুলি লিখো, তাক শিকিম.
|- | 00:13 | এই টিউটৰিয়েলৰ কাৰনে আমি Eclipse 3.7.0 আৰু Ubuntu 11.10 বয়ৱহাৰ কৰিম
|- | 00:20 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব
|- | 00:25 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব
|- | 00:30 |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
|- | 00:36 | ইয়াতে java codeঅৰ এটা লাইন আছে যি মেছেজটো প্ৰীন্ট কৰে Hello World বুলি
|- | 00:44 |এতিয়া 'Eclipseঅত চেস্টা কৰো
|- | 00: 46 |Alt and F2 টিপক আৰু ডাইলগ্চ বক্সত টাইপ কৰক eclipse আৰু এন্টাৰ টিপক.
|- | 00:56 |ৱৰ্কস্পেচত ' Ok" ক্লীক কৰক আৰু ইয়াত Eclipse IDE আছে
|- | 01:09 |আহক এটা new project যোগ কৰো
|-
| 01:12
|File' New ত ক্লীক কৰক আৰু Project বাচক
|- | 01:19 |প্ৰজেক্টৰ তালিকাখনত Java Project বাচক আৰু Next.অত ক্লীক কৰক
|- | 01:26 |প্ৰজেক্টৰ নামত : DemoProject টাইপ কৰক ( আনুগ্ৰহ কৰি মন কৰক যে Demo আৰু Projectৰ মাজত স্পেচ আছে আৰু D আৰু P ডাঙৰ ফলাত আছে
|-
| 01:40
|ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক
|- | 01:46 |DemoProject create মানে সৃস্টি হল
|- |01:49 |এতিয়া প্ৰজেক্টত 'a new class যোগ কৰা হক
|-
|01:52
|প্ৰজেক্টত সো ক্লীক কৰক New' আৰু Class বাচক. ইয়ে এটা New Java Class Portlet খোলে
|- | 01:59 |ক্লাছ নেমত টাইপ কৰক 'DemoProgram আৰু মেথদ স্তাব্চত যি কয় Public, Static,Void main, সেয়া বাচনি কৰক |- | 02.13 | ৱিজাৰ্দৰ তলৰ সো কোনত 'Finish"অত ক্লীক কৰক
|-
| 02.20
|আপোনি দেখিব পাৰে যে DemoProjectঅত এটা চৰ্চ ডাইৰেক্টৰী আছে আৰু এখন ফাইল আছে যি Demo program.Java' হয়
|-
|02:27
|ইয়াৰ কাৰন এইটো যে Javaত সকলো ক্লাছ নিজৰ ফাইলত হব লাগিব. সেয়ে দেমো প্ৰগ্ৰাম ক্লাছটো Demo program. Java ফাইলত হে থাকিব পাৰে
|- |02:40 | আমি দেখো যে তাত এদিটৰৰ কাৰনে বহুত কম স্পেচ আছে আৰু সেই দ্ৃশ্য টো ভালকৈ নেদেখে
|- |02:55 | মন কৰক যে এই লাইনটো দুটা শ্লেছেৰে আৰম্ভ হয় যাৰ মানে এই লাইনটো এটা কমেন্ট হয় আৰু আমাৰ কদৰ লগত একো কৰিবলগীয়া বা সম্পৰ্ক নাই |- |03:05 |আহক এই লাইনটো অতৰুৱাই দিও . একেধৰণে slash Astrix , আৰু Astrix slash অৰ মাজত থকা সকলোখিনিও এটা কমেন্ট হয়
|- |03:17 |সেয়ে আহক এই কমেন্ট বোৰও অতৰুৱাই দিও
|- |03:22 |ইয়াত কদৰ bare bone আছে
|- |03:27 |এতিয়া প্ৰীন্ট স্টেতমেন্ত যোগ কৰা যাওক, System.
|-
|03:35
|মন কৰক যে eclipseয়ে আমাক সকলো সম্ভাৱনাৰে সম্পুৰ্ণ কৰিবলগীয়া এখন তালিকা দিয়ে
|- |03:38 |এতিয়াৰ কাৰনে আমি নিজে কমান্দ বোৰ টাইপ কৰিম
|- |03:43 |Out.println. ব্ৰেকেটত আৰু কট্চত টাইপ কৰক HelloWorld
|- |03:56 |javaত সকলো স্টেটমেন্ট মানে কথন বোৰ চেমি কলণেৰে শেষ হব লাগিব
|-
|03:59
|সেয়ে এটা চেমি কলণ যোগ কৰা হক
|-
|04:03
|ইয়াত, Javaত এইবোৰ সম্পূৰ্ণ 'HelloWorld প্ৰগ্ৰাম হয়
|- |04:06 |সংৰক্ষন কৰিবলৈ Ctrl + S টিপক
|- |04:11 |Right click Run as java application কদটো Run কৰিবলৈ
|- |04:19 |যিহেতু আমি আউতপুত কনচ'লত চাব পাৰো, HelloWorld মেছেজটো প্ৰীন্ট কৰা হল
|- |04:24 |এতিয়া World Javaলৈ সলনী কৰা হক
|- |04:30 |Ctrl + Sৰে সংৰক্ষন কৰক আৰু Run কৰক
|- |04:41 |আমি যিহেতু চাব পাৰো সেই প্ৰীন্ট কৰা মেছেজটো এতিয়া Hello Java হয়
|- |04:45এতিয়া চাও কদবোৰৰ প্ৰতিটো ভাগে কি কৰে
|- |04:48 |প্ৰথম লাইন টোৱে বুজাইছে যে ক্লাছটোৰ নাম DemoProgram হয় আৰু এইটো এটা Public class হয় |- |04:55 | দ্বীতিয় লাইন টোৱে বুজাইছে যে এইটো main method হয়. অন্য শব্দত কলে, মেথদ, যৰ পৰা দেখোৱাৰ আৰম্ভ javaৰ সৈতে হয়
|- |05:04 |যিহেতু আমি জানো এইটো এটা প্ৰীন্ট স্টেতমেন্ট হয় |- |05:07 |আৰু ইয়াত আছে , Javaত কেনেকৈ আমি HelloWorld প্ৰগ্ৰাম লিখো, |- |05:14 |ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
|- |05:17 |এই টিউটৰিয়েলত আমি শিকিলো Javaত কেনেকৈ HelloWorld প্ৰগ্ৰাম লিখে আৰু java codeঅত কদবোৰৰ প্ৰতিটো ভাগে কি কৰে
|-
|05:27
|এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য
|- |05:29 |Greet নাম দি java ক্লাছ এটা স্ৰস্টি কৰক. ই প্ৰদৰ্শন কৰোতে Program Successful বোলি আনিব লাগিব
|- |05:37 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
|- |05:39 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক [1]
|- |05:42 |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|-
|05:45
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|-
|05:51
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
|- |05:53 |কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
|- |05:55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
|-
|05:59
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
|- |06:05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|- |06:09 |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |- |06:14 |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |- |06:19 |এই শিক্ষণ সহায়িকা আগবঢ়ালে TalentSprint. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।