Firefox/C2/Setting-General-Privacy-Options/Assamese
From Script | Spoken-Tutorial
00:00 | Mozilla Firefox, এই ট্যুটৰিয়েললৈ আপোনাক স্ৱাগতম |
00:04 | আমি এই ট্যুটৰিয়েলত কিদৰে সাধাৰন প্ৰেফাৰেনচেচ প্ৰাথমিকতা, গোপনীয় প্ৰেফাৰেনচেচ চেত কৰিব পাৰি, সেয়া দেখিবলৈ পাম ৷ |
00:11 | এই ট্যুটৰিয়েলত আমি Ubuntu 10.04অত Firefox version 7.0 ব্যৱহাৰ কৰিছো৷ |
00:18 | প্ৰেফাৰেনচেচৰ সৈতে, Mozilla Firefox য়ে আমাক বাৰে বাৰে কৰিবলগীয়া কাম অতি সহজতে প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে৷ |
00:24 | Windows ব্যৱহাৰকাৰীৰ বাবে এই ফিছাৰটুক Options বুলি কোৱা হয়৷ |
00:29 | উদাহৰন হিচাপে, আমি আমাৰ email login পৃষ্ঠাটো আমাৰ home page হিচাপে চেত কৰিব বিচাৰো৷ |
00:33 | সেয়ে আমি ইডিট আৰু প্ৰিফাৰেনতে ক্লিক কৰিম |
00:37 | Windows ব্যৱহাৰকৰিয়ে ট্যুলেচ আৰু অপচন ক্লিক কৰা উচিত৷ |
00:42 | প্ৰেফাৰেনচেচ নাইবা অপচন ডাইলগ বক্স খুলিব৷ ডাইলগ বক্সৰ উপৰত, কিছুমান টেবচ্ থাকিব৷ |
00:50 | প্ৰতিটোৰে বেলেগ বেলেগ ফাংচন আছে৷ |
00:53 | জেনেৰেল পেনেলেত সাধাৰন ভাবে অধিক ব্যৱহাৰ হোৱা চেটিংচৰ সম্বন্ধিত প্ৰেফাৰেনচেচ আছে, যেনে: চেটিং Firefox হম পৃষ্ঠা, চেটিং ফাইল ডাউনলোড লোকেচন৷ |
01:04 | আহক আমি শিকোঁ কেনেকৈ দেফল্ট হোম পেজ হিচাপে Gmail চেত কৰিব পাৰি৷ |
01:08 | ষ্টাটআপৰত, ‘‘হোৱেন ফায়াৰফক্স ষ্টাৰ্ট’’ ড্ৰপ ডাউন মেনুত, ‘শ্বো মাই হোম পেজ’ত চেত হয়৷ |
01:16 | ডিফল্ট হিচাপে ‘হোম পেজ’ ফীল্ড টো ‘Mozilla Firefox Start Page’ত সংস্থাপন হয়৷ |
01:22 | হোম পেজ ফিল্ড ক্লিক কৰক আৰু টাইপ কৰকwww.gmail.com * |
01:29 | ডাইলগ্চ বক্স টু বন্ধ কৰিবলৈ ক্ল’জ বাটনত ক্লিক কৰক৷ |
01:30 | ডাইলগ বক্স বন্ধ কৰিবলৈ ক্ল’জ বাটনত ক্লিক কৰক৷ |
01:33 | আমাৰ চেটিংচ নিজে নিজে চেভ হব৷ |
01:36 | এতিয়া Firefox উইন্ড বন্ধ কৰক৷ |
01:40 | আৰু এখন নতুন Firefox উইন্ড খোলক৷ |
01:42 | আপনুনি মন কৰিব ঘে Gmail লগইন পেজ টোৱে হোম পেজ হৈছে৷ |
01:46 | এতিয়া আমি শিকো কেনেকৈ Mozilla Firefox ঘে ডাউনলোডচ হেন্দেল কৰে৷ |
01:51 | এডিট আৰু প্ৰেফাৰেনচেচ ক্লিক কৰক৷ |
01:54 | আগৰ নিচিনা Windows ব্যৱহাৰকাৰীয়ে অনুগ্ৰহ কৰি টুলচ আৰু অপচনত ক্লিক কৰিব৷ |
01:58 | ‘জেনেৰল টেব’ ক্লিক কৰক৷ |
02:02 | ‘ডাইনলোড অপচনত’ ‘শ্বো দ্যা ডাউনলোডচ উইনড হোৱেন ডাউনলোডিং এ ফাইল’ ক্লিক কৰি ছেক কৰক. |
02:09 | এতিয়া ৰেডিঅ বাটনটুক ছেক কৰক, যিয়ে কয় ‘চেভ ফাইলচ টু’৷ |
02:12 | ব্ৰাউজ বাটনটু ক্লিক কৰক আৰু দিফল্ট folderটু, Desktop লৈ সলনি কৰক৷ |
02:18 | Dialog box বন্ধ কৰিবলৈ Close button ক্লিক কৰক৷ |
02:24 | আগৰ দৰে, আমাৰ ছেটিঙচ সংস্থাপন নিজে নিজে চেভ হব৷ |
02:28 | ব্ৰাউৰ্জাৰ্ৰছৰ চাৰ্চ বাৰত, ‘ফ্লাৱাৰ্চ’ টাইপ কৰক আৰু সোহাতে থকা মেগনিফাইং লেন্সত ক্লিক কৰক৷ |
02:34 | প্ৰথমে বিচৰা ফলাফল ঘিটো দেখোৱায় তাত ক্লিক কৰক৷ |
02:38 | ‘চেড লিংক এজ' ত ক্লিক কৰক |
02:40 | আপুনি মন কৰিব ঘে দিফল্ট হিচাপে লিংকটু দেস্কটপত ডাউনলোড হব৷ |
02:46 | চেভত ক্লিক কৰক আৰু ফাইলটু দেস্কটপত চেভ হব ৷ |
02:51 | টেবচ পেনেলেত টেব ব্ৰাউচিঙ ফিছাৰ সম্বন্ধিয় প্ৰেফাৰেনচেচ আছে |
02:56 | কনটেন্ট পনেলত কেনেকৈ ৱেবচাইট প্ৰদৰ্শিত কৰা হয়, সেইসম্বন্ধিয় প্ৰেফাৰেনচেচ আছে |
03:02 | এপ্লিকেচন পেনেলে আপোনাক সিন্ধান্ত লব দিয়ে যে কেনেকৈে নানা ধৰনৰ ফাইলবোৰ হেন্দেল কৰিব লাগে ৷ |
03:11 | এইটো এটা pdf ডকুমেন্ট নাইবা এটা অডিয় ফাইল হব পাৰে৷ |
03:13 | Assignment হিচাপে, এই টেবচ বোৰ আৰু অপচন বুৰ চাওক৷ |
03:19 | প্ৰাইডভেচি পেনেলেত আপুনাৰ বে-প্ৰাইডভেচিৰ সম্বন্ধিয় প্ৰেফাৰেনচেচ আছে |
03:25 | ট্ৰেকিংত ‘টেল বেবচাইটু আই ডু নট বি ট্ৰেকড’ৰ ছেক কৰা হয়৷ |
03:30 | এই অপচন বাচনি কৰি আপুনি বেবচাইটত আপোনাৰ ব্ৰাউচিংৰ তথ্য আৰু ব্যবহাৰে চেড কৰাত বাধ দিয়ে৷ |
03:37 | হিচট্ৰিত, নানা ধৰনৰ অপচন আছে |
03:41 | ‘Firefox will’ ঠাইত ‘নেডাৰ ৰিমেমবাৰ হিচট্ৰি’ নিৰ্বাচন কৰক |
03:45 | এনেবোৰ কাৰকে সূচায় ঘে আপোনাৰ ব্ৰাউছিং হিচট্ৰি আপোনাৰ কমপিউটাৰত নাথাকে৷ |
3:53 | ঘদি আমি ‘ক্লিয়াৰ অল কাৰেন্ট হিচট্ৰিত’ ক্লিক কৰো তেতিয়াহলে সকলো সঃৰক্ষণ হৈ থকা ব্ৰাউছিং হিচট্ৰি আপোনাৰ কমপিউটাৰৰ পৰা মুকলি হৈ ঘাব৷ |
04:01 | তলৰ লকেছন বাৰত আহক |
04:04 | ‘হোইন ইউজিং দ্যা লোকেচন বাৰ, চাজেষ্ট’ ফিল্ডত ড্ৰপ ডাউন মেনু খোলক আৰু নিৰ্বাচন কৰক ‘নাথিং’৷ |
04:11 | তেনেকোৱা কৰিলে, ঘেতিয়াই আপুনি এটা নতুন URL এড্ৰেচ বাৰত type কৰে, ততক্ষণতে আপুনি সূচনা দিয়াৰ বাট নাপাব৷ |
04:19 | ডাইলগ বক্স ক্লজ কৰিবলৈ ক্লজত ক্লিক কৰক৷ |
04:23 | এতিয়া আপোনাৰ গোপনিয়তা সমপুৰ্ণৰুপে সূৰক্ষিত হৈছে |
04:32 | চিনক পেনেল এ আপোনাক Firefox Sync একাউন্টচ চেটঅ’প বা মেনেজ গঢ়িব দিয়ে৷ |
04:36 | Firefox Sync’এ আমাক আমাৰ হিচট্ৰী, বুকমাৰ্কচ আৰু পাচৱৰ্ড আদি বিডিন্ন ডিডাইচত ব্যৱহাৰ কৰিব দিয়ে৷ |
04:45 | এডডান্স পেনেলত কিছুমান দৰকাৰী Firefox চেটিংচ থাকিব৷ |
04:49 | ইয়াত Firefoxৰ আচৰন নিয়ন্ত্ৰণৰ বাবে ব্ৰাউজিং আৰু চিচটেম ডিফল্ট চেটিংচ আছে৷ |
04:57 | আমি নেটৱৰ্ক অপচনৰ বয়ৱহাৰ কৰি Firefoxৰ ইন্টাৰনেটৰ লগত সংঘোগ কৰা পঠটো কনফিগাৰ কৰিব পাৰো৷ |
05:03 | নেটৱৰ্ক টেবত, কান্নেকছনৰ তলত, চেটিংচ বটমত ক্লিক কৰক৷ |
05:09 | ইয়ে কানেকচন চেটিংচ ডাইলগ বক্সখুল খুৱাব |
05:11 | ইয়াত আপুনি প্ৰক্সিএচ কনফিগাৰ কৰিব পাৰিব |
05:15 | পাৰফৰমেনচ আৰু সুনিৰপত্তাৰ উন্নত কৰিবলৈ বাবে প্ৰক্সিএচ ব্যৱহাৰকৰা হ্য়৷ |
05:21 | ডিফল্টৰ দ্বাৰা‘ইউচ চিচটেম প্ৰক্সি চেটিংচ’ ৰেডিও বাটন নিৰ্বাচন হব৷ |
05:26 | এই অপচনে আপোনাৰ Operating চিচটেমৰ কনফিগাৰড কৰা চেটিংচৰ ব্যৱহাৰ কৰে৷ |
05:31 | প্ৰক্সি চেটিংচত মেনুএলী প্ৰবেশ কৰিবলৈ, মেনুএল প্ৰক্সি কনফাৰগুৰেচন ৰেডিও বটমত ক্লিক কৰক৷ |
05:38 | আপুনি এতিয়া ‘প্ৰক্সি চেটিংচ’ এই ফিলক্ডত প্ৰবেশ কৰাব পাৰিব৷ |
05:42 | কানেকচন চেটিংচ ডাইলগ বক্স বন্ধ কৰিবলৈ ক্লজ বটমত ক্লিক কৰক৷ |
05:49 | প্ৰিফাৰেন্স বা ‘অপচন ডাইলব্গ বক্স’ বন্ধ কৰিবলৈ পুনৰ ‘ক্ল’জ বটমত’ ক্লিক কৰক৷ |
05:55 | আপোনাৰ চেটিংচ স্বয়ংক্ৰিয় ডাবে চেড হব৷ |
05:58 | শেষত এডডান্স পেনেলত আপদেট টেব ব্যৱহাৰ আমি Firefox আপদেত কৰিব পাৰো৷ |
06:05 | ইয়ে আমাক এই টিউটৰিয়েলৰ শেষলৈ লৈ আহিল৷ |
06:08 | এই টিউটৰিয়েলত আমি শিকিবলৈ পাইছো ঘে কেনেকৈ: ‘চেট জেনেৰেল প্ৰিফাৰেন্সেচ চেট প্ৰাইডেচি প্ৰিফাৰেন্সচচ’৷ |
06:15 | এই কমিপ্ৰহেনচন টেস্ত এচাইনমেন্টটোচেষ্টা কৰক৷ |
06:19 | এটা নতুন ‘ব্ৰাউজাৰ উইন্ডো’ খুলক৷ |
06:21 | আপোনাৰ হোমপেজটো "spoken-tutorial.org’লৈ পৰিবৰ্তন কৰক৷ |
06:28 | আপোনাৰ ডিফল্ট ‘ডাউনল’ড লোকেচনটো’ হোম ফল্ডাৰলৈ সলনি কৰক আৰু৷ |
06:30 | আপোনি, ‘when using the location bar ’ চাজেস্ট চেটিঙটো "হিস্ত্ৰী এন্ড বুকমাৰ্কচ" লৈ সলনী কৰক |
06:38 | উপল থকা http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ডিডও প্ৰত্যক্ষ কৰক৷ |
06:41 | ইয়ে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সবিশেষ দিয়ে, |
06:45 | ঘদি আপোনাৰ বেন্ডৱিথটো ডাল নহয় তেনেহলে আপোনি ডাউনলোড কৰিও চাব পাৰে৷ |
06:48 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট টিম এ৷ |
06:50 | স্পকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি ‘ৱৰ্কচপচ’ কৰে |
06:54 | অনলাইন টেস্তত ঘিয়ে উত্তীৰ্ন হব চাৰ্টিফিকেটচ দিয়া হব৷ |
06:58 | ইয়াৰ বিষয়ে জানিবলৈ : spoken hyphen tutorial dot org লৈ লিখক |
07:04 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট ‘টক টু এ টিচাৰ প্ৰজেক্টৰ’ এটা অংশ |
07:07 | ইয়াক ‘নেচনেল মিচন’ অন এডুকেশ্বন থ্ৰু গৱৰ্নমেন্ট অফ ইন্দিয়া ই সহায় আগবঢায়ছে |
07:12 | এই মিচনৰ অধিক তথ্য পাব: http://spoken-tutorial.org/NMEICT-Intro |
07:27 | এই টিউটৰিয়েল DesiCrew Solutions Pvt. Ltd. www.desicrew.in দ্ৱাৰা আগবঢ়োৱা হৈছে |
07:33 | অঃশ গ্ৰহনৰ বাবে ধন্যৱাদ৷ |