Firefox/C2/Setting-General-Privacy-Options/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox, এই ট্যুটৰিয়েললৈ আপোনাক স্ৱাগতম
00:04 আমি এই ট্যুটৰিয়েলত কিদৰে সাধাৰন প্ৰেফাৰেনচেচ প্ৰাথমিকতা, গোপনীয় প্ৰেফাৰেনচেচ চেত কৰিব পাৰি, সেয়া দেখিবলৈ পাম ৷
00:11 এই ট্যুটৰিয়েলত আমি Ubuntu 10.04অত Firefox version 7.0 ব্যৱহাৰ কৰিছো৷
00:18 প্ৰেফাৰেনচেচৰ সৈতে, Mozilla Firefox য়ে আমাক বাৰে বাৰে কৰিবলগীয়া কাম অতি সহজতে প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে৷
00:24 Windows ব্যৱহাৰকাৰীৰ বাবে এই ফিছাৰটুক Options বুলি কোৱা হয়৷
00:29 উদাহৰন হিচাপে, আমি আমাৰ email login পৃষ্ঠাটো আমাৰ home page হিচাপে চেত কৰিব বিচাৰো৷
00:33 সেয়ে আমি ইডিট আৰু প্ৰিফাৰেনতে ক্লিক কৰিম
00:37 Windows ব্যৱহাৰকৰিয়ে ট্যুলেচ আৰু অপচন ক্লিক কৰা উচিত৷
00:42 প্ৰেফাৰেনচেচ নাইবা অপচন ডাইলগ বক্স খুলিব৷ ডাইলগ বক্সৰ উপৰত, কিছুমান টেবচ্ থাকিব৷
00:50 প্ৰতিটোৰে বেলেগ বেলেগ ফাংচন আছে৷
00:53 জেনেৰেল পেনেলেত সাধাৰন ভাবে অধিক ব্যৱহাৰ হোৱা চেটিংচৰ সম্বন্ধিত প্ৰেফাৰেনচেচ আছে, যেনে: চেটিং Firefox হম পৃষ্ঠা, চেটিং ফাইল ডাউনলোড লোকেচন৷
01:04 আহক আমি শিকোঁ কেনেকৈ দেফল্ট হোম পেজ হিচাপে Gmail চেত কৰিব পাৰি৷
01:08 ষ্টাটআপৰত, ‘‘হোৱেন ফায়াৰফক্স ষ্টাৰ্ট’’ ড্ৰপ ডাউন মেনুত,  ‘শ্বো মাই হোম পেজ’ত চেত হয়৷
01:16 ডিফল্ট হিচাপে ‘হোম পেজ’ ফীল্ড টো ‘Mozilla Firefox Start Page’ত সংস্থাপন হয়৷
01:22 হোম পেজ ফিল্ড ক্লিক কৰক আৰু টাইপ কৰকwww.gmail.com *
01:29 ডাইলগ্চ বক্স টু বন্ধ কৰিবলৈ ক্ল’জ বাটনত ক্লিক কৰক৷
01:30 ডাইলগ বক্স বন্ধ কৰিবলৈ ক্ল’জ বাটনত ক্লিক কৰক৷
01:33 আমাৰ চেটিংচ নিজে নিজে চেভ হব৷
01:36 এতিয়া Firefox উইন্ড বন্ধ কৰক৷
01:40 আৰু এখন নতুন Firefox উইন্ড খোলক৷
01:42 আপনুনি মন কৰিব ঘে Gmail লগইন পেজ টোৱে হোম পেজ হৈছে৷
01:46   এতিয়া আমি শিকো কেনেকৈ Mozilla Firefox ঘে ডাউনলোডচ হেন্দেল কৰে৷
01:51 এডিট আৰু প্ৰেফাৰেনচেচ ক্লিক কৰক৷
01:54 আগৰ নিচিনা Windows ব্যৱহাৰকাৰীয়ে অনুগ্ৰহ কৰি টুলচ আৰু অপচনত ক্লিক কৰিব৷
01:58 ‘জেনেৰল টেব’ ক্লিক কৰক৷
02:02 ‘ডাইনলোড অপচনত’ ‘শ্বো দ্যা ডাউনলোডচ উইনড হোৱেন ডাউনলোডিং এ ফাইল’ ক্লিক কৰি ছেক কৰক.
02:09 এতিয়া ৰেডিঅ বাটনটুক ছেক কৰক, যিয়ে কয় ‘চেভ ফাইলচ টু’৷
02:12 ব্ৰাউজ বাটনটু ক্লিক কৰক আৰু দিফল্ট folderটু, Desktop লৈ সলনি কৰক৷
02:18 Dialog box বন্ধ কৰিবলৈ Close button ক্লিক কৰক৷
02:24 আগৰ দৰে, আমাৰ ছেটিঙচ সংস্থাপন নিজে নিজে চেভ হব৷
02:28 ব্ৰাউৰ্জাৰ্ৰছৰ চাৰ্চ বাৰত, ‘ফ্লাৱাৰ্চ’ টাইপ কৰক আৰু সোহাতে থকা মেগনিফাইং লেন্সত ক্লিক কৰক৷
02:34 প্ৰথমে বিচৰা ফলাফল ঘিটো দেখোৱায় তাত ক্লিক কৰক৷
02:38  ‘চেড লিংক এজ' ত  ক্লিক কৰক
02:40 আপুনি মন কৰিব ঘে দিফল্ট হিচাপে লিংকটু দেস্কটপত ডাউনলোড হব৷
02:46 চেভত ক্লিক কৰক আৰু ফাইলটু দেস্কটপত চেভ হব ৷
02:51   টেবচ পেনেলেত টেব ব্ৰাউচিঙ ফিছাৰ সম্বন্ধিয় প্ৰেফাৰেনচেচ  আছে 
02:56 কনটেন্ট পনেলত কেনেকৈ ৱেবচাইট প্ৰদৰ্শিত কৰা হয়, সেইসম্বন্ধিয় প্ৰেফাৰেনচেচ  আছে
03:02 এপ্লিকেচন পেনেলে আপোনাক সিন্ধান্ত লব দিয়ে যে কেনেকৈে নানা ধৰনৰ ফাইলবোৰ হেন্দেল কৰিব লাগে ৷
03:11 এইটো এটা pdf ডকুমেন্ট নাইবা এটা অডিয় ফাইল হব পাৰে৷
03:13 Assignment হিচাপে, এই  টেবচ বোৰ আৰু অপচন বুৰ চাওক৷
03:19 প্ৰাইডভেচি পেনেলেত আপুনাৰ বে-প্ৰাইডভেচিৰ সম্বন্ধিয় প্ৰেফাৰেনচেচ  আছে
03:25 ট্ৰেকিংত ‘টেল বেবচাইটু আই ডু নট বি ট্ৰেকড’ৰ ছেক কৰা হয়৷
03:30 এই অপচন বাচনি কৰি আপুনি বেবচাইটত আপোনাৰ ব্ৰাউচিংৰ তথ্য আৰু ব্যবহাৰে চেড কৰাত বাধ দিয়ে৷
03:37 হিচট্ৰিত, নানা ধৰনৰ অপচন আছে
03:41 ‘Firefox will’ ঠাইত  ‘নেডাৰ ৰিমেমবাৰ হিচট্ৰি’  নিৰ্বাচন কৰক
03:45 এনেবোৰ কাৰকে সূচায় ঘে আপোনাৰ ব্ৰাউছিং হিচট্ৰি আপোনাৰ কমপিউটাৰত নাথাকে৷
3:53 ঘদি আমি ‘ক্লিয়াৰ অল কাৰেন্ট হিচট্ৰিত’ ক্লিক কৰো তেতিয়াহলে সকলো সঃৰক্ষণ হৈ থকা ব্ৰাউছিং হিচট্ৰি আপোনাৰ কমপিউটাৰৰ পৰা মুকলি হৈ ঘাব৷
04:01 তলৰ লকেছন বাৰত আহক
04:04 ‘হোইন ইউজিং দ্যা লোকেচন বাৰ, চাজেষ্ট’ ফিল্ডত ড্ৰপ ডাউন মেনু  খোলক আৰু নিৰ্বাচন কৰক ‘নাথিং’৷
04:11 তেনেকোৱা কৰিলে, ঘেতিয়াই আপুনি এটা নতুন URL এড্ৰেচ বাৰত type কৰে, ততক্ষণতে আপুনি সূচনা দিয়াৰ বাট নাপাব৷
04:19 ডাইলগ বক্স ক্লজ কৰিবলৈ ক্লজত ক্লিক কৰক৷
04:23 এতিয়া আপোনাৰ গোপনিয়তা সমপুৰ্ণৰুপে সূৰক্ষিত হৈছে
04:32 চিনক পেনেল এ আপোনাক Firefox Sync একাউন্টচ চেটঅ’প বা মেনেজ গঢ়িব দিয়ে৷
04:36 Firefox Sync’এ আমাক আমাৰ হিচট্ৰী, বুকমাৰ্কচ আৰু পাচৱৰ্ড আদি বিডিন্ন ডিডাইচত ব্যৱহাৰ কৰিব দিয়ে৷
04:45 এডডান্স পেনেলত কিছুমান দৰকাৰী Firefox চেটিংচ থাকিব৷
04:49 ইয়াত Firefoxৰ আচৰন নিয়ন্ত্ৰণৰ বাবে ব্ৰাউজিং আৰু চিচটেম ডিফল্ট চেটিংচ আছে৷
04:57 আমি নেটৱৰ্ক অপচনৰ বয়ৱহাৰ কৰি Firefoxৰ ইন্টাৰনেটৰ লগত সংঘোগ কৰা পঠটো কনফিগাৰ  কৰিব পাৰো৷
05:03 নেটৱৰ্ক টেবত, কান্নেকছনৰ তলত, চেটিংচ বটমত ক্লিক কৰক৷
05:09 ইয়ে কানেকচন চেটিংচ ডাইলগ বক্সখুল খুৱাব
05:11 ইয়াত আপুনি প্ৰক্সিএচ কনফিগাৰ কৰিব পাৰিব
05:15 পাৰফৰমেনচ আৰু সুনিৰপত্তাৰ উন্নত কৰিবলৈ বাবে প্ৰক্সিএচ ব্যৱহাৰকৰা হ্য়৷
05:21 ডিফল্টৰ দ্বাৰা‘ইউচ চিচটেম প্ৰক্সি চেটিংচ’ ৰেডিও বাটন নিৰ্বাচন হব৷
05:26 এই অপচনে আপোনাৰ Operating চিচটেমৰ কনফিগাৰড কৰা চেটিংচৰ ব্যৱহাৰ কৰে৷
05:31 প্ৰক্সি চেটিংচত মেনুএলী প্ৰবেশ কৰিবলৈ, মেনুএল প্ৰক্সি কনফাৰগুৰেচন ৰেডিও বটমত ক্লিক কৰক৷
05:38 আপুনি এতিয়া ‘প্ৰক্সি চেটিংচ’ এই ফিলক্ডত প্ৰবেশ কৰাব পাৰিব৷
05:42 কানেকচন চেটিংচ ডাইলগ বক্স বন্ধ কৰিবলৈ ক্লজ বটমত ক্লিক কৰক৷
05:49 প্ৰিফাৰেন্স বা ‘অপচন ডাইলব্গ বক্স’ বন্ধ কৰিবলৈ পুনৰ ‘ক্ল’জ বটমত’ ক্লিক কৰক৷
05:55 আপোনাৰ চেটিংচ স্বয়ংক্ৰিয় ডাবে চেড হব৷
05:58 শেষত এডডান্স পেনেলত আপদেট টেব ব্যৱহাৰ আমি Firefox আপদেত কৰিব পাৰো৷
06:05 ইয়ে আমাক এই টিউটৰিয়েলৰ শেষলৈ লৈ আহিল৷
06:08 এই টিউটৰিয়েলত আমি শিকিবলৈ পাইছো ঘে কেনেকৈ: ‘চেট জেনেৰেল প্ৰিফাৰেন্সেচ চেট প্ৰাইডেচি প্ৰিফাৰেন্সচচ’৷
06:15 এই কমিপ্ৰহেনচন টেস্ত এচাইনমেন্টটোচেষ্টা কৰক৷
06:19 এটা নতুন ‘ব্ৰাউজাৰ উইন্ডো’ খুলক৷
06:21 আপোনাৰ হোমপেজটো "spoken-tutorial.org’লৈ পৰিবৰ্তন কৰক৷
06:28 আপোনাৰ ডিফল্ট ‘ডাউনল’ড লোকেচনটো’ হোম ফল্ডাৰলৈ সলনি কৰক আৰু৷
06:30 আপোনি, ‘when using the location bar ’ চাজেস্ট চেটিঙটো "হিস্ত্ৰী এন্ড বুকমাৰ্কচ" লৈ সলনী কৰক
06:38 উপল থকা http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ডিডও প্ৰত্যক্ষ কৰক৷
06:41 ইয়ে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সবিশেষ দিয়ে,
06:45 ঘদি আপোনাৰ বেন্ডৱিথটো ডাল নহয় তেনেহলে আপোনি ডাউনলোড কৰিও চাব পাৰে৷
06:48 স্পকেন টিউটৰিয়েল প্ৰজেক্ট টিম এ৷
06:50 স্পকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি ‘ৱৰ্কচপচ’ কৰে
06:54 অনলাইন টেস্তত ঘিয়ে উত্তীৰ্ন হব চাৰ্টিফিকেটচ দিয়া হব৷
06:58 ইয়াৰ বিষয়ে জানিবলৈ : spoken hyphen tutorial dot org লৈ লিখক
07:04 স্পকেন টিউটৰিয়েল প্ৰজেক্ট ‘টক টু এ টিচাৰ প্ৰজেক্টৰ’ এটা অংশ
07:07 ইয়াক ‘নেচনেল মিচন’ অন এডুকেশ্বন থ্ৰু গৱৰ্নমেন্ট অফ ইন্দিয়া ই সহায় আগবঢায়ছে
07:12 এই মিচনৰ অধিক তথ্য পাব: http://spoken-tutorial.org/NMEICT-Intro 
07:27 এই টিউটৰিয়েল DesiCrew Solutions Pvt. Ltd. www.desicrew.in দ্ৱাৰা আগবঢ়োৱা হৈছে
07:33   অংশ গ্ৰহনৰ বাবে ধন্যৱাদ৷

Contributors and Content Editors

Mousumi, Pratik kamble