KTouch/S1/Getting-Started-with-Ktouch/Assamese
From Script | Spoken-Tutorial
| Time | Narration | |||
|---|---|---|---|---|
| 00.00 | KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল ৈল স্বাগতম । | |||
| 00.04 | এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম | |||
| 00.10 | অপুনি শিকিব | |||
| 00.11 | কম্পিউটাৰ কিবৰদত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে | |||
| 00.18 | অপুনি আৰু শিকিব
| |||
| 00.20 | জেতিয়াই আপুনি টাইপ কৰে কিবৰদ নুসুৱাকে কেনেকৈ টাইপ কৰিব
| |||
| 00.24 | KTouch কি হয়? | |||
| 00.27 | KTouch এতা টাইপিং টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবদৰ বৱহাৰ কৰি টাইপ কৰে . | |||
| 00.33 | আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিং শিকিব পাৰে | |||
| 00.36 | আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিংৰ চ্পীদ বঢ়াব পাৰে | |||
| 00.43 | কেটাছত অপুনাৰ অভয়াসৰ কাৰনে lectures বা টাইপিংৰ নমুনা বি১ভিন্ন ধৰনৰ কথিনতাত আচে | |||
| 00.50 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 11.104 আৰু কেটাছ version1.7.1 ব্যৱহাৰ কৰিছোঁ। | |||
| 00.59 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে | |||
| 01.03 | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক | |||
| 01.11 | ব'লক কেটাছ খোলো | |||
| 01.13 | প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আচে | |||
| 01.21 | ছাৰ্চ বাকচ প্ৰদৰ্শিত হয় | |||
| 01.24 | ছাৰ্চ বাকচত KTouch টাইপ কৰক | |||
| 01.28 | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই | |||
| 01.34 | KTouch ভিদিঅ প্ৰদৰ্শিত হয় | |||
| 01.36 | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বৱহাৰ কৰি KTouch খোলিব পাৰে | |||
| 01.41 | টাৰমিনেল খোলিবলৈ CTRL আৰু ALTআৰু T একেঠগে টিপক | |||
| 01.47 | KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক | |||
| 01.55 | এতিয়া আমি নিজকে KTouch interfacঅৰ লগত পৰিচয় হও | |||
| 01.59 | মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে | |||
| 02.06 | টাইপিংৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক | |||
| 02.11 | টাইপিং কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক | |||
| 02.14 | আপুনাৰ টাইপিংৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক | |||
| 02.19 | Level য়ে জতিলতা ________ দেখোৱাই, টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰ | |||
| 02.27 | Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে | |||
| 02.32 | Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | 02.39 | New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক | |
| 02.47 | Teacher’s Line সেই
আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে | |||
| 02.51 | Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দৰ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয় | |||
| 02.58 | কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় | |||
| 03.02 | কিবৰ্দৰ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই | |||
| 03.09 | টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক | |||
| 03.13 | কিবৰ্দৰ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে | |||
| 03.20 | কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock আছে | |||
| 03.28 | টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক | |||
| 03.33 | ডানৰ আখৰত লিখিবলৈ Caps Lock টিপক
| |||
| 03.37 | কিবৰ্দৰ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে | |||
| 03.45 | ডানৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক | |||
| 03.52 | কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক | |||
| 03.59 | উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক | |||
| কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে | ||||
| 04.20 | এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboardঅৰ মাজত কোনো ভিন্নতা আছে | |||
| 04.29 | মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয় | |||
| 04.36 | এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক | |||
| 04.41 | এইটো স্লাইদ্চ চাওক | |||
| 04.42 | ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায় | |||
| 04.46 | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক Little finger বুলি কোৱা হয়
| |||
| 04.51 | Ring finger,
Middle finger, | |||
| 04.54 | Index finger আৰু
Thumb | |||
| 04.59 | নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক | |||
| 05.03 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে | |||
| 05.07 | অনামিকা ‘S’ আখৰ উপৰত থাকে | |||
| 05.10 | মধয়মা ‘D’ আখৰ উপৰত থাকে | |||
| 05.13 | তৰ্জনি ‘F’ আখৰ উপৰত থাকে | |||
| 05.17 | এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক | |||
| 05.20 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে | |||
| 05.25 | অনামিকা ‘L’ আখৰ উপৰত থাকে
| |||
| 05.28 | মধয়মা ‘K’ আখৰ উপৰত থাকে | |||
| 05.30 | তৰ্জনি ‘J’ আখৰ উপৰত থাকে | |||
| 05.34 | স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক | |||
| 05.37 | প্ৰথম বাৰ যেতিয়া আপুনি কে টাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্ত ত দৰ্শায় | |||
| 05.44 | এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ lecture বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে | |||
| 05.51 | এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু lecture বাচক | |||
| 05.57 | বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে. | |||
| 06.02 | এতিয়া পাঠবুৰক টাইপ কৰিবলৈ lecture বাচক. | |||
| 06.07 | মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক | |||
| 06.12 | Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায় | |||
| 06.17 | ফল্দাৰ পাঠক ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch | |||
| 06.31 | english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক। | |||
| 06.36 | মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় | |||
| 06.41 | এতিয়া টাইপিঙ আৰম্ভ কৰক |