KTouch/S1/Getting-Started-with-Ktouch/Assamese
From Script | Spoken-Tutorial
| Time | Narration | |||
|---|---|---|---|---|
| 00.00 | KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল ৈল স্বাগতম । | |||
| 00.04 | এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম | |||
| 00.10 | অপুনি শিকিব | |||
| 00.11 | কম্পিউটাৰ কিবৰদত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে
| |||
| 00.18 | অপুনি আৰু শিকিব
| |||
| 00.20 | জেতিয়াই আপুনি টাইপ কৰে কিবৰদ নুসুৱাকে কেনেকৈ টাইপ কৰিব
| |||
| 00.24 | KTouch কি হয়? | |||
| 00.27 | KTouch এতা টাইপিং টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবদৰ বৱহাৰ কৰি টাইপ কৰে . | |||
| 00.33 | আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিং শিকিব পাৰে | |||
| 00.36 | আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিংৰ চ্পীদ বঢ়াব পাৰে | |||
| 00.43 | কেটাছত অপুনাৰ অভয়াসৰ কাৰনে lectures বা টাইপিংৰ নমুনা বি১ভিন্ন ধৰনৰ কথিনতাত আচে | |||
| 00.50 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 11.104 আৰু কেটাছ version1.7.1 ব্যৱহাৰ কৰিছোঁ। | |||
| 00.59 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে | |||
| 01.03 | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক | |||
| 01.11 | ব'লক কেটাছ খোলো | |||
| 01.13 | প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আচে | |||
| 01.21 | ছাৰ্চ বাকচ প্ৰদৰ্শিত হয় | |||
| 01.24 | ছাৰ্চ বাকচত KTouch টাইপ কৰক | |||
| 01.28 | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই | |||
| 01.34 | KTouch ভিদিঅ প্ৰদৰ্শিত হয় | |||
| 01.36 | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বৱহাৰ কৰি KTouch খোলিব পাৰে | |||
| 01.41 | টাৰমিনেল খোলিবলৈ CTRL আৰু ALTআৰু T একেঠগে টিপক | |||
| 01.47 | KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক | |||
| 01.55 | এতিয়া আমি নিজকে KTouch interfacঅৰ লগত পৰিচয় হও | |||
| 01.59 | মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে | |||
| 02.06 | টাইপিংৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক | |||
| 02.11 | টাইপিং কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক | |||
| 02.14 | আপুনাৰ টাইপিংৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক | |||
| 02.19 | Level য়ে জতিলতা ________ দেখোৱাই, টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰ | |||
| 02.27 | Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে | |||
| 02.32 | Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | 02.39 | New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক | |
| 02.47 | Teacher’s Line সেই
আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে
| |||
| 02.51 | Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দৰ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয় | |||
| 02.58 | কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় | |||
| 03.02 | কিবৰ্দৰ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই | |||
| 03.09 | টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক |