Tux-Typing/S1/Learn-advanced-typing/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00.00 | Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। |
| 00.05 | এই tutorial’ত আমি শিকিম কেনেকৈ: |
| 00.08 | Phrase type কৰে।
নিজৰ শব্দৰ তালিকা বনোৱা। |
| 00.12 | Typing’ৰ কাৰণে language set কৰাৰ তথ্য। |
| 00.17 | আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো। |
| 00.26 | ব’লক আমি Tux Typing খোলো। |
| 00.28 | Dash Home’ত click কৰক। |
| 00.31 | Search box’ত Tux Typing type কৰক। |
| 00.36 | Tux Typing icon’ত click কৰক। |
| 00.38 | Main menu’ৰ পৰা Options’ত click কৰক। |
| 00.42 | Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম। |
| 00.47 | Phrase Typing’ত click কৰক। |
| 00.49 | Teacher’s line’ত তথা বাক্য type কৰো ব’লক। |
| 00.53 | এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”. |
| 01.06 | এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো? |
| 01.10 | Enter টিপক। পাছৰ বাক্য উলাব । |
| 01.14 | আমি শিকিলো বাক্য কেনেকৈ type কৰে। |
| 01.17 | আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো। |
| 01.21 | ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো। |
| 01.26 | Options menu ওলাব। |
| 01.29 | আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম। |
| 01.34 | Edit Word List’ত click কৰক। |
| 01.37 | Word List Editor window খোল খাব। |
| 01.40 | আমি নতুন শব্দ ভৰামনে? |
| 01.42 | Word List Editor window’ত NEW click কৰক। |
| 01.46 | Create a New Wordlist নামৰ window খোলখাব। |
| 01.49 | Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক। |
| 02.01 | Word List Editor window খোল খাব। |
| 02.04 | Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো। |
| 02.10 | Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও। |
| 02.17 | Options menu খোল খাব। |
| 02.20 | Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো। |
| 02.26 | আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব। |
| 02.32 | কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে। |
| 02.38 | বব’লক আমি খেলা এটা খেলো। |
| 02.40 | Main Menu’ত click কৰক। |
| 02.44 | Fish Cascade button’ত click কৰক। |
| 02.47 | Game menu খোল খাব। |
| 02.50 | খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক। |
| 02.57 | খেলাৰ নিয়ম পঢ়ক। |
| 03.03 | আৰম্ভ কৰিবলৈ space bar টিপক। |
| 03.07 | ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক। |
| 03.13 | বিভিন্ন options থকা window খোল খাব। |
| 03.18 | বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক। |
| 03.26 | আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব। |
| 03.32 | আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব। |
| 03.38 | যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে। |
| 03.42 | ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব? |
| 03.47 | আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব। |
| 03.52 | যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে। |
| 03.55 | Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause> |
| 04.00 | এইয়া আপোনাৰ কাৰণে এটা assignment. |
| 04.02 | খেলাৰ Difficulty level medium বা hard কৰি খেলক। |
| 04.09 | ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি। |
| 04.14 | এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো। |
| 04.21 | Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
| 04.24 | ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে. |
| 04.27 | যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে |
| 04.32 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
| 04.34 | স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে |
| 04.36 | যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে |
| 04.41 | সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক |
| 04.47 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ |
| 04.52 | ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত |
| 04.59 | এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ |
| 05.11 | এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ
অংশ গ্ৰহণৰ বাবে ধন্যবাদ |