KTurtle/C2/Introduction-to-KTurtle/Assamese

From Script | Spoken-Tutorial
Revision as of 15:01, 30 October 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
00.01 নমস্কাৰ। 'Introduction to KTurtle. tutorial’লৈ আপোনাক স্বাগতম জনালো।
00.07 এই tutorial’ত, মই KTurtle. আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম।
00.14 এই tutorial’ত আমি শিকিম
00.17 KTurtle Window
00.19 Editor
00.20 Canvas
00.21 Menu Bar
00.22 Toolbar
00.24 আমি শিকিম,
00.26 Turtle move কৰা
00.28 ৰেখা অকা্ঁ আৰু দিশ বদলি কৰক।
00.32 “triangle”(ত্ৰিভূজ) অকা্ঁ
00.34 এই tutorial record কৰিবলৈ মই Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.47 KTurtle কি?
00.49 KTurtle basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
00.53 এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
00.59 KTurtle download কৰিবলৈ http://edu.kde.org/kturtle/ত উপলব্ধ।
01.12 KTurtle’এ programming সহজ আৰু accessible বনাই।.
01.18 সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
01.22 Commandবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে।
01.27 Command’বোৰ visuals’লৈ অনুবাদ কৰে।.
01.31 আমি KTurtle Synaptic Package Manager . ব্যৱহাৰ কৰি install কৰিব পাৰো।
01.36 Synaptic Package Manager ৰ ওপৰত তথ্য
01.40 websitehttp://spoken-tutorial.org”ত Ubuntu Linux tutorialsত উল্লেখ আছে।
01.46 ব’লক আমি KTurtleৰ নতুন Application এটা খোলো।
01.50 Dash homeত click কৰক।.
01.52 Search bar’ত KTurtle. type কৰক।
01.55 আৰু KTurtle icon’ত click কৰক।
01.59 KTurtle’ৰ window দেখাত এনেকোৱা।.
02.02 এইটো হ’ল Menubar.
02.04 Menu bar’ৰ ওপৰত,
02.06 আপোনি menu items পাব
02.08 File, Edit, Canvas, Run, Tools, Settings আৰু help options
02.17 Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
02.23 Editor বাওঁপিনে, য’ত আপোনি TurtleScript commands type কৰিব পাৰে।
02.30 File আৰু Edit menu’ত editor’ৰ বেছিভাগ function’এই পোৱা যায়।
02.37 Editor’ত code লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
02.42 এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
02.46 File menu’লৈ যাওক> Examples select কৰক।
02.50 ইয়াত মই flower select কৰিম।
02.53 Editor’ত এই উদাহৰণটোৰ code’টো খোলে।
02.58 Code’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run button’ত click কৰক ।
03.04 আন এটা উপায় হ’ল আপোনাৰ code’টো editor’ত type কৰক
03.10 বা editor’ত আন কোনো code copy/paste কৰক।
03.13 উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা
03.18 Canvas সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ।
03.24 Turtleএ canvas’ত থকা editor’ৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
03.32 Tool bar’ত থকা Run option’এ editor’ত থকা আদেশবোৰ ‘execute’ কৰে।
03.39 ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে।
03.43 Full speed(No highlighting and inspector),
03.46 Full speed,
03.48 Slow,
03.49 Slower,
03.51 Slowest আৰু
03.52 Step-by-Step
03.55 Abort আৰু pause options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে।
04.03 ব’লক code’টো “Run” কৰো।
04.06 Turtleএ canvas’ত flower এটা আকিঁব।
04.11 যেতিয়া আপোনি নতুন KTurtle application এটা খোলিব
04.15 Turtle canvas’ৰ মাজত থাকে default হিচাপে।
04.19 ব’লক আমি এতিয়া Turtle move কৰোঁ।
04.22 Turtleএ তিনিধৰণেৰে move কৰিব পাৰে:
04.25 সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে।
04.29 সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
04.32 ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে।
04.38 Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে।
04.44 ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
04.48 আপোনাৰ editor’ত এই commands type কৰক:
04.52 reset
04.55 forward 100
04.58 turnright 120
05.02 forward 100
05.07 turnright 120
05.11 forward 100
05.15 turnright 120
05.18 মন কৰিব যে আমি লিখি যাওঁতে code’ৰ color বদলি হৈ যায়।
05.23 এইটোত highlighting বোলা হয়।
05.26 বিভিন্ন ধৰণৰ commands বিভিন্ন ধৰণত highlight হয়,
05.31 যি কাৰণে দীঘল দীঘল codes পঢ়াত সহায় হয়।
05.36 মই এতিয়া code’টো ব্যাখ্যা কৰিম।
05.38 reset command’এ Turtle’ৰ position defaultলৈ লৈ যায়।
05.42 forward 100 command’ Turtle 100 pixels আগলৈ নিয়ে।
05.49 turnright 120 command’এ Turtleক 120 degrees anti-clockwise ঘূৰাই।
05.56 মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা command ৩বাৰ ব্যৱহাৰ কৰিছিলো।
06.03 এতিয়া ব’লক code execute কৰো।
06.06 মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি command execute হৈছে।
06.16 ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
06.19 ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে।
06.26 ব’লক ত্ৰিভূজ এটা আকোঁ repeat command ব্যৱহাৰ কৰি।
06.30 মই বৰ্তমান program কাটি দিওঁ।
06.33 Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
06.38 Editor’ত তলত উল্লেখিত commands type কৰক:
06.41 reset
06.44 canvassize space 200,200
06.51 canvascolor space 0,255,0
07.00 pencolor space 0,0,255
07.08 penwidth space 2
07.12 repeat space 3 curly braces’ৰ মাজত {
07.19 forward 100
07.23 turnleft 120

}

07.27 মই এতিয়া code explain কৰিম।
07.30 reset command’এ Turtleৰ position default লৈ লৈ যায়।
07.34 canvassize 200,200এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ
07.42 canvascolor 0,255,0 এ canvas’ৰ ৰং সেউজীয়া কৰে।
07.48 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0
08.03 এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে।
08.07 pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে।
08.14 RGB combination য’ত নিলাৰ মূল্য 255.
08.20 penwidth 2এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
08.27 curly brackets’ৰ ভিতৰত থকা নং আৰু commands’ৰ সূচীয়ে repeat command অনুসৰণ কৰে।
08.33 Curly brackets’ৰ ভিতৰত থকা commandsবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে।
08.39 Commands forward 100 আৰু turnleft 120 curly brackets’ৰ ভিতৰত থাকে।
08.47- repeat command’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে।
08.54 এই commandsবোৰ ৩বাৰ loop’ত run হয়।.
08.59 ত্ৰিভূজৰ ৩টা বাহু অকাঁ হ’ল।
09.02 ব’লক codeটো run কৰো।
09.05 Programটো execute কৰিবলৈ মই slow optionটো বাচি ল’ম।
09.09 The canvas color becomes green and the Turtle draws a triangle.
09.20 ব’লক fileটো save কৰো।
09.23 File menu > Save As
09.27 Save As dialog box খোল খাব।
09.30 Fileটো save কৰিবলৈ মই Document folder’টো বাচিলো।
09.34 File’ৰ নাম মই Triangle type কৰিলো আৰু Save button’ত click কৰিলো।
09.41 মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব। - 09.53 ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
09.57 আহক ইয়াৰ সাৰাংশটো চাওঁ।
09.59 এই tutorial’ত আমি শিকিলো,
10.02 KTurtle ৰ editor, canvas, menubar আৰু toolbar
10.07 Turtle’ক move কৰোওৱা
10.09 lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
10.13 ত্ৰিভূজ অকাঁ
10.15 এটা assignment হিচাপে মই আপোনালোকে command’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
10.21 forward, backward, turnleft, turnright আৰু repeat
10.26 * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor set কৰক।
10.32 RGB combination’ৰ মূল্য বদলি কৰক।
10.37 http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
10.40 Spoken Tutorial project’ৰ এয়াই সাৰাংশিত ৰূপ।
10.44 আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে।
10.48 Spoken Tutorial Project Team’এ :
10.50 Spoken tutorials ব্যৱহাৰ কৰি কৰ্মশালা পাতে
10.53 Online test উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
10.56 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
11.03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11.08 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11.15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11.20 এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
11.24 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble