KTurtle/C2/Introduction-to-KTurtle/Assamese
From Script | Spoken-Tutorial
Visual Cue | Narration | |||
---|---|---|---|---|
00.01 | সকেলােক নমস্্কাৰ জনােলা | |||
00.02 | Grammar of TurtleScript in Kturtle. Tutorial should be there ৈল আেপানাক স্বাগত্ম জেনাবা ৈহেছ | |||
00.08 | In this tutorial, আিম িশিকব পাম েকেনেক
| |||
00.11 | Turtle script ৰ বয়াকৰণ আৰু 'if'-'else' চৰ্ত ৷ | |||
00.16 | এইটো tutorial record কিৰবৈল আিম ব্যবহাৰ কিৰম Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta. | |||
00.29 | আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷ | |||
00.35 | যদি নাই, সম্পৰ্কীয় tutorials ৰ কাৰেন, আমাৰ website দৰ্শন কৰক http://spoken-tutorial.org | |||
00.40 | আহক আমি খোলো এটা নতুন KTurtle Application। | |||
00.43 | Click কৰক Dash home'ত।' | |||
00.45 | Search bar ত type কৰক KTurtle.। | |||
00.4৯ | Click কৰক KTurtle icon’ত. | |||
00.52 | আমি Terminal. বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম। | |||
00.56 | Terminal. খুিলবৈল আিম এেকলেগ CTRL+ALT+T Press কিৰম ৷ | |||
01.01 | KTurtle Application খুিলবৈল KTurtle type কৰক আৰু enter টিপক। | |||
01.08 | আহা প্রথম চাও TurtleScript। | |||
01.11 | TurtleScript এটা programming language হয়। | |||
01.15 | বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ েবেলগ েবেলগ শব্দ আৰু চিহ্ন আছে। | |||
01.21 | এইটোএ Turtle ক িক কিৰব লােগ কয় | |||
01.25 | ' KTurtle ৰ Grammar of TurtleScript ত থাকে- | |||
01.30 | Comments | |||
01.31 | Commands
| |||
01.32 | Numbers
| |||
01.33 | Strings
| |||
01.34 | Variables আৰু | |||
01.36 | Boolean values। | |||
01.38 | এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি। | |||
01.42 | নং বোৰ সংগ্রহ কৰিব পাৰি- | 01.44 | Mathematical operators | |
01.46 | Comparison operators আৰু | |||
01.49 | Variables | |||
01.50 | মই এতিয়া text zoom কৰিম ভালকৈ দেখিবলৈ। | |||
01.54 | এতিয়া প্রথমেত variables. েবাৰ চাম। | |||
01.57 | Variables কিছুমান শব্দ হয় যি ‘$’ sign’ৰে আৰম্ভ হয়, যেনে $a। | |||
02.04 | editor ৰ িভতৰত েসইেবাৰ েবঙুনীয়া ৰং ত িজিলিক উিঠব ৷ | |||
02.09 | Assignment, equal to (=), কৰিলে এটা variable’ক তাৰ content দিয়া হয়। | |||
02.14 | Variables ত নং থাকিব পাৰে $a=100. | |||
02.20 | strings $a=hello বা | |||
02.25 | boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true। | |||
02.32 | Variable’এ program শেষ নোহোৱালৈকে তাৰ contents ৰাখি থয় বা যেতিয়ালৈ বেলেগ reassign কৰা নহয়। | |||
02.41 | উদাহৰণ স্বৰূপে, আমি code. েটা ধিৰম। | |||
02.44 | আহা আমি type কেৰা $a = 2004 | |||
02.50 | $b = 25 | |||
02.55 | print $a + $b | |||
03.01 | Variable 'a' value assign কৰা হৈছে 2004.। | |||
03.06 | Variable 'b' value assign কৰা হৈছে 25 । | |||
03.10 | print command’এ Turtle’ক আদেশ দিয়ে canvas’ত কিবা লিখিবলৈ। | |||
03.15 | print command’ numbers আৰু strings input হিচাপে লয়। | |||
03.19 | print $a + $bএ Turtleক আদেশ দিয়ে ২টা values যোগ কৰি canvas’ত display কৰিবলৈ। | |||
03.29 | আমি code েটা লাহে লাহে চলাম। | |||
03.34 | canvas ত Value 2029 েদখুৱাব ৷ | |||
03.40 | এতিয়া আমি Mathematical Operators. চাম। | |||
03.44 | Mathematical operators ত থািকব-
| |||
03.53 | মই বৰ্তমানৰ code, editor’ৰ পৰা কাটি দিম আৰু type কৰিব clear command আৰু RUN canvas চাফা কৰিবলৈ। | |||
04.01 | text editor. ত মোৰ আগতীয়াকৈ program এটা থািকব। | |||
04.05 | এতিয়া মই code েটা ব্যাখ্যা কিৰম ৷ | |||
04.08 | “reset” command’এ Turtle’ক default position’ত set কৰি দিয়ে। | |||
04.12 | canvassize 200,200এ canvas’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ। | |||
04.22 | value 1+1 েটা variable $add, ত assign কৰা হ’ল ৷ | |||
04.26 | Value 20-5 েটা variable $subtract, ত assign কৰা হ’ল ৷ | |||
04.31 | value 15 * 2 েটা variable $multiply. ত assign কৰা হ’ল ৷ | |||
04.36 | 30/30 েটা variable $divide. ত assign কৰা হ’ল | |||
04.40 | go 10,10’এ Turtleক canvas’ৰ ১০pixels বাও আৰু ১০ pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে |- | 04.52 | print command এ varible েটা canvas ত েদখুৱাব। | |
04.56 | মই text editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰিম। | |||
05.03 | Tutorial েটা ৰখাম আৰু program েটা KTurtle editor. ত type কিৰম ৷ | |||
05.08 | program type কৰাৰ িপছত tutorial আকৌ চলাম ৷
| |||
05.13 | এতিয়া Run button’ত click কিৰম আৰু program েটা run হব িদম ৷ | |||
05.17 | যিটো Command execute কৰা হৈছে সেয়া editor’ত highlight কৰা হয়। | |||
05.22 | Turtleএ value েবাৰ canvas ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব. ৷ | |||
05.34 | ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত।
| |||
05.41
মই বৰ্তমান code কাটিম editor’ৰ পৰা আৰু clear command আৰু “Run” type কৰিম canvas চফা কৰিবলৈ। | ||||
05.49 | এতিয়া আমি program েটা zoom কিৰম ভালৈক েদিখবৈল ৷
| |||
05.53 | আহা type কেৰা
| |||
05.55 | $answer = 10 > 3 | |||
06.03 | print $answer | |||
06.09 | ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা ৈহেছ ’greater than’ operator. ৰৈসেত | |||
06.14 | এই comparison’ৰ ফলাফল, boolean value true ৰখা হয় | |||
06.19 | variable $answer’ত আৰু value true is canvas.ত দেখুৱা হব ৷ | |||
06.27 | আহা এতিয়া code েটা run কেৰা ৷ | |||
06.29 | Turtle য়ে Boolean value true ক canvas ত েদখুৱাব ৷. | |||
06.34 | এতিয়া আমি চাম Strings েবােৰ এইেটা application ত েকেনৈক কাম কেৰ ৷ | |||
06.39 | Strings বোৰ variables ত নং ৰ িনিচনাৈক বহাব পািৰ ৷ | |||
06.43 | Strings েবাৰ mathematical or comparison operators ত ব্যৱহাৰ কিৰব েনাৱািৰ ৷ | |||
06.49 | Strings েবাৰ ৰঙা ৰং ত িজিলিক উিঠব ৷ | |||
06.53 | KTurtle’s এটা বাক্য double quotes’ত থাকিলে string বুলি ধৰি লয়। | |||
07.00 | মই এতিয়া বৰ্তমান code কাটিম editor.type ’ৰ পৰা clear command আৰু Run type কৰি, canvas চফা কৰিবলৈ। | 07.08 | এতিয়া মই Boolean values.বোৰ বাখ্যা কৰিম । | |
07.11 | তাত অকল ২টা boolean values থািকব true আৰু false. | |||
07.16 | উদাহৰণৰ কাৰনে , আহা code type কেৰা।
| |||
07.20 | $answer = 7<5 | |||
07.28 | print $answer | |||
07.34 | Boolean value false variable $answerত assign কৰা হয় কাৰণ because ৭ ৫তকৈ ডাঙৰ হয়। | |||
07.43 | আহা এতিয়া code েটা Run কেৰা । | |||
07.47 | Turtle’এ Boolean value false বুলি canvas’ত দেখোৱায়। | |||
07.51 | আহা আমি এতিয়া “if-else” স্বৰ্তাৱলী শিকিম... | |||
07.56 | ‘if’ condition execute হয় boolean value ‘true’ হ’লেহে। | |||
08.03 | ‘else’ condition execute যদিহে ‘if’ condition ‘false’ হয়। | |||
08.09 | মই বৰ্তমান code কাটিম editor’ৰ পৰা. type কৰক clear আৰু Run command canvas চফা কৰিবলৈ। | |||
08.17 | text file ত আগতী্যাৈক code থািকব ৷ | |||
08.21 | এইcode েয় 4 , 5 and 6 নং ক তুলানা কিৰব আৰু canvas.ত অনুক্রমে ফলাফল দেখুৱাব ৷ | |||
08.30 | এিতয়া মই code েটা text editor ৰ পৰা copy কৰিম আৰু KTurtle editor. ত paste কৰিমি ৷ | |||
08.36
Tutorial pause কৰক আৰু KTurtle editor’ত type কৰক। | ||||
08.42 | program িলখা েহাৱাৰ িপছত tutorial আকৌ চলাম। | |||
08.46 | আহা আমি code েটা Run কেৰা ৷৷ | |||
08.49 | Turtle েয় 4 and 5. Values ক তুলনা কিৰেল | |||
08.53 | canvas’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়। | |||
09.00 | আৰু ইয়াৰে সৈতে আমি tutorial. সামৰিন ৈল আিহল।
|
09.05 | আহা সামৰো | |
09.07 | এই tutorial ত, আমি সিকিলো যে- | |||
09.11 | Grammar of Turtle script আৰু | |||
09.14 | ‘if-else’ স্বৰ্তাৱলী | |||
09.17 | এতিয়া assignment’ৰ ভাগ। | |||
09.19 | Solve an equation using | |||
09.22 | if - else স্বৰতাবলী | |||
09.24 | Mathematical and comparision operators | |||
09.27 | Display the results using “print” and “go” commands. ব্যবহাৰ কৰি ফলাফল দেখুৱা | |||
09.33 | assignment সমাধান কিৰবৈল | |||
09.35 | যিকোনো 4 তা নং বািচ েলাৱা | |||
09.38 | এই 4 তা ন্ং পূৰণ কৰা | |||
09.42 | comparison operators ব্যহাৰ কিৰ ফলাফল তুলনা কৰা | |||
09.46 | দুতা ফলাফল দে খুৱা | |||
09.49 | greater result েটাat canvas ৰ কেন্দ্র ত দেখুৱা | |||
09.54 | You can choose any equation which you like. | |||
09.59 | http://spoken-tutorial.org/What is a Spoken Tutorial URL ত থকা video চৱা | |||
10.03 | ইয়াত Spoken Tutorial project ৰ সামৰিণ হয় | |||
10.06 | If you do not have good bandwidth, you can download and watch it | |||
10.12 | The Spoken Tutorial Project Team : | |||
10.14 | Conducts workshops using spoken tutorials | |||
10.18 | Gives certificates to those who pass an online test | |||
10.22 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org | |||
10.30 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ | |||
10.35 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে | |||
1043 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব | |||
10.48 | এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.
| |||
10.52 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |