QGIS/C4/Interpolation/Assamese

From Script | Spoken-Tutorial
Revision as of 15:53, 5 February 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 QGISInterpolation Methods ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম, ইন্তাৰপ’লেচন মেথ’দচৰ বিষয়ে
00:12 Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN)
00:18 ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:24 QGIS ভাৰ্চন 2.18
00:28 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:34 এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:40 এই টিউট’ৰিয়েলৰ বাবে লগা দেতা ফাইলচক Code files লিংকত দিয়া হৈছে
00:46 অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক
00:51 মই এই ফ’ল্দাৰটো Desktop ত ছেভ কৰিছো । ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ
00:59 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰটোত Air Stations.shp ক বিচাৰক
01:04 এই ফাইলে মহাৰাষ্ট্ৰত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচন সমূহক দেখায়
01:10 Interpolation হৈছে এটা মেথ’দ দিচক্ৰিত পইন্তচৰ পৰা কন্তিনুৱাচ চাৰ্ফেচ বনাবলৈ
01:17 QGISinterpolation ৰ দুটা মেথ’দ উপলদ্ধ হয়
01:22 Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN)
01:28 Interpolation Plugin ব্যৱহৃত হয় interpolated raster বনাবলৈ Point layer ৰ পৰা
01:35 QGIS ইন্তাৰফেচক খোলক
01:38 ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো
01:43 ইন্তাৰপ’লেচন প্লাগিনক এনাবল কৰক Plugins মেনু ব্যৱ্হাৰ কৰি ইয়াত দেখুৱা দৰে
01:49 Interpolation plugin ৰ বাবে চেক-বক্সটো চেক কৰক । দাইল’গ-বক্সটো বন্ধ কৰক
01:56 Raster মেনুক খোলক
01:59 Interpolation অপচন এতিয়া যোগ কৰা হ’ল Raster মেনুত
02:04 Add Vector Layer টোলত ক্লিক কৰক । Add vector layer দাইল’গ-বক্স আহিছে
02:11 Browse বুটামত ক্লিক কৰক আৰু Code files ফ’ল্দাৰলৈ নেভিগেত কৰক । ইয়াত আমি দুটা ফাইল চিলেক্ত কৰিম
02:20 AirStations.shp ফাইলটো বাচক
02:24 কীব’ৰ্ডত Ctrl কীটো ধৰি থাকক আৰু MH_Districts.shp ত ক্লিক কৰক
02:32 Open বুটামত ক্লিক কৰক
02:35 Add vector layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক
02:40 কেনভাচত আমি মহাৰাষ্ট্ৰ ৰাজ্যৰ মেপখন দেখিছো
02:45 প্ৰতিখন জিলাত থকা Air stations ৰ ল’কেচনচক পইন্ত বৈশিষ্ট্য হিচাবে দেখুৱা হৈছে
02:52 আহক এই পইন্ত বৈশিষ্ট্যক লেবেল কৰো
02:56 Air Stations layer ত ৰাইত-ক্লিক কৰক
03:00 Properties অপচনত ক্লিক কৰক Layer Properties দাইল’গ-বক্সক খুলিবলৈ
03:06 বাওঁফালৰ পানেলত অৱস্থিত Labels অপচনক বাচক
03:11 ওপৰত অৱস্থিত দ্ৰপ-দাউনত ক্লিক কৰক
03:15 দ্ৰপ-দাউনৰ পৰা বাচক Show labels for this layer
03:20 Label with দ্ৰপ-দাউনত, বাচক Air underscore Pollut । তললৈ স্ক্ৰ’ল কৰক
03:28 ইয়াত আপুনি বিভিন্ন অপচন পাব লেবেল ষ্টাইলক ম’দিফাই কৰিবলৈ
03:33 প্ৰয়োজনীয় ষ্টাইলক বাচক আৰু OK বুটামত ক্লিক কৰক
03:38 কেনভাচত, পইন্তচ লেবেলচৰ সৈতে দৰ্শিত হ’ব
03:43 Air Stations dot shp layer ৰ বাবে attribute টেবলখন খোলক
03:49 attribute টেবলখনত Nitrogen Oxides ৰ লেভেলচ প্ৰতিটো ষ্টেচনৰ বাবে দিয়া হৈছে
03:57 আমি ইন্তাৰপ’লেত কৰিম Air Stations layerNox attribute ৰ দ্বাৰা
04:03 ইয়াত আমি IDW method ব্যৱ্হাৰ কৰিম interpolation ৰ বাবে । attribute টেবলখন বন্ধ কৰক
04:11 Inverse Distance Weighting মেথ’দে ওজন দিয়ে চেম্প’ল পইন্তচলৈ
04:17 ই ব্যৱহৃত হয় দেতা interpolating ৰ বাবে যেনে তাপমাত্ৰা, বৰষুণৰ পৰিমাণ, জনসংখ্যা ইত্যাদি
04:26 QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক
04:29 Raster মেনুত ক্লিক কৰক
04:32 interpolation প্লাগিনত ক্লিক কৰক
04:35 Interpolation plugin দাইল’গ-বক্স আহিছে
04:39 Input চেকচনত, বাচক Air Stations অপচন হিচাবে Vector layers ৰ বাবে
04:46 ইয়াত, দিফল্টভাবে, Air Stations layer ইতিমধ্যে নিৰ্বাচিত হৈছে
04:52 Interpolation attribute বাচক NOx হিচাবে
04:57 Add বুটামত ক্লিক কৰক
05:00 Air Stations dot shp layer ক যোগ কৰিব Nitrogen Oxide এত্ৰিবিউতৰ সৈতে
05:06 Points বাচক Type দ্ৰপ-দাউনত । ইয়াত Points নিৰ্বাচিত হৈছে দিফল্টভাবে
05:14 Output চেকচনলৈ যাওঁক
05:17 Interpolation method বাচক Inverse Distance Weighting হিচাবে । আন সকলো চেতিংগচক default হিচাবে ৰাখক
05:26 Output file ৰ কাষত থকা তিনিটা দতৰ বুটামটোত ক্লিক কৰক
05:30 আউতপুতক ছেভ কৰক এটা IDW underscore Stations হিচাবে উপযুক্ত ফ’ল্দাৰত । মই ইয়াক ছেভ কৰিম Desktop
05:40 চেক কৰক, Add result to project যদি ই আনচেক হৈ থাকে
05:45 OK বুটামত ক্লিক কৰক
05:47 স্ক্ৰিণত মেপখন black আৰু white এৰিয়া সমূহৰ সৈতে দৰ্শিত হ’ব
05:53 বগা এৰিয়া সমূহে দৰ্শাই Nitrogen Oxides ৰ উচ্চ লেভেলচক
05:58 ক’লা এৰিয়া সমূহে দৰ্শাই Nitrogen Oxides ৰ নিম্ন লেভেলচক
06:03 অধিক স্পষ্ট হ’বৰ বাবে, আমি layer টোৰ চিম্ব’ল’জিক সলাম
06:08 Layer properties খোলক IDW layer টোৰ বাবে
06:13 বাওঁফালৰ পানেলৰ পৰা, Style অপচনত ক্লিক কৰক
06:17 Render type বাচক Single band Pseudocolor হিচাবে
06:22 Discrete বাচক Interpolation দ্ৰপ-দাউনৰ পৰা
06:26 কালাৰ দ্ৰপ-দাউনৰ পৰা বাচক SpectralInvert চেক-বক্সক চেক কৰক
06:33 Classify বুটামত ক্লিক কৰক
06:36 আন সকলো চেতিংগচক দিফল্ট হিচাবে ৰাখক
06:40 ক্লিক কৰক Apply আৰু OK বুটামত
06:44 Spectral কালাৰচত থকা এৰিয়া সমূহৰ সৈতে মেপখন কেনভাচত দৰ্শিত হৈছে
06:50 ৰঙা ৰঙৰ এৰিয়া সমূহত Nitrogen Oxides ৰ উচ্চ কনচেনট্ৰেচন আছে
06:56 নীলা এৰিয়া সমূহত Nitrogen Oxides ৰ নিম্ন কনচেনট্ৰেচন আছে
07:01 project টো ছেভ কৰক টোল বাৰৰ পৰা Save টোল ব্যৱ্হাৰ কৰি
07:06 এটা উপযুক্ত নাম দিয়ক । এটা সহজ ল’কেচন বাচক
07:12 Save বুটামত ক্লিক কৰক
07:15 আহক এতিয়া Triangulated Irregular Network interpolation মেথদৰ বিষয়ে শিকো
07:22 TIN ব্যৱহৃত হয় ত্ৰিভুজৰ দ্বাৰা গঠিত হোৱা চাৰ্ফেচ এটা বনাবলৈ
07:28 nearest neighbor point তথ্যৰ ওপৰত ভিত্তি কৰি হয়
07:33 TIN মেথ’দ কমনভাবে ব্যৱহৃত হয় এলিভেচন দেতাৰ বাবে
07:38 এখোন নতুন Open a new QGIS উইন্দ’ খোলক । টোল বাৰত New টোলত ক্লিক কৰক
07:45 Add Vector Layer টোলক ব্যৱ্হাৰ কৰক Points dot shp layer ক ল’ড কৰিবলৈ
07:52 Points layer ৰ বাবে Attribute table খোলক
07:56 প্ৰতিটো পইন্ত বৈশিষ্ট্যৰ বাবে Elevation দেতাক মন কৰক
08:01 Attribute টেবলখন বন্ধ কৰক
08:04 পুনৰ Interpolation window খোলক Raster মেনুৰ পৰা
08:09 Input চেকচনৰ ভিতৰত, Vector layers দ্ৰপ-দাউনত বাচক Points layer

elevation বাচক Interpolation attribute হিচাবে

08:20 Add বুটামত ক্লিক কৰক । ই যোগ কৰিব Points layerelevation attribute ৰ সৈতে interpolating ৰ বাবে
08:28 Type দ্ৰপ-দাউনত Points নিৰ্বাচিত হৈছে স্বয়ংক্ৰিয়ভাবে । ইয়াক তেনেদৰেই ৰাখক
08:34 Output চেকচনৰ ভিতৰত, Triangular interpolation বাচক Interpolation method হিচাবে
08:41 output ফাইলটো ছেভ কৰক TIN-Stations হিচাবে আৰু OK বুটামত ক্লিক কৰক
08:49 triangulated interpolation দৰ্শিত কৰি মেপখন কেনভাচত আহিছে
08:54 symbology সলাওঁক এই layer ৰ বাবে
08:58 একেখিনি ষ্টেপক অনুসৰণ কৰক আমি IDW layer ৰ বাবে কৰাৰ দৰে
09:12 মেপখন এতিয়া Spectral কালাৰ্চত দৰ্শিত হৈছে । ৰঙা ৰঙৰ এৰিয়া সমূহে দৰ্শাই উচ্চ এলিভেচন
09:21 নীলা ৰঙৰ এৰিয়া সমূহে দৰ্শাই নিম্ন এলিভেচন
09:25 মেপচ ছেভ কৰক টোল বাৰত থকা Save টোল ব্যৱ্হাৰ কৰি
09:30 আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো 'Interpolation ৰ দুটা মেথ’দচৰ বিষয়ে
09:37 Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN)
09:43 অনুশিলনীটোৰ বাবে, IDW interpolated মেপ বনাওঁক Air Stations layer ৰ বাবে SO2 attribute ৰ সৈতে
09:52 আপোনাৰ মেপখন দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
09:56 এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
10:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
10:13 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
10:17 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9