QGIS/C4/Interpolation/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | QGIS ত Interpolation Methods ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, ইন্তাৰপ’লেচন মেথ’দচৰ বিষয়ে |
| 00:12 | Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN) |
| 00:18 | ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:24 | QGIS ভাৰ্চন 2.18 |
| 00:28 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 00:34 | এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
| 00:40 | এই টিউট’ৰিয়েলৰ বাবে লগা দেতা ফাইলচক Code files লিংকত দিয়া হৈছে |
| 00:46 | অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক |
| 00:51 | মই এই ফ’ল্দাৰটো Desktop ত ছেভ কৰিছো । ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ |
| 00:59 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰটোত Air Stations.shp ক বিচাৰক |
| 01:04 | এই ফাইলে মহাৰাষ্ট্ৰত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচন সমূহক দেখায় |
| 01:10 | Interpolation হৈছে এটা মেথ’দ দিচক্ৰিত পইন্তচৰ পৰা কন্তিনুৱাচ চাৰ্ফেচ বনাবলৈ |
| 01:17 | QGIS ত interpolation ৰ দুটা মেথ’দ উপলদ্ধ হয় |
| 01:22 | Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN) |
| 01:28 | Interpolation Plugin ব্যৱহৃত হয় interpolated raster বনাবলৈ Point layer ৰ পৰা |
| 01:35 | QGIS ইন্তাৰফেচক খোলক |
| 01:38 | ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো |
| 01:43 | ইন্তাৰপ’লেচন প্লাগিনক এনাবল কৰক Plugins মেনু ব্যৱ্হাৰ কৰি ইয়াত দেখুৱা দৰে |
| 01:49 | Interpolation plugin ৰ বাবে চেক-বক্সটো চেক কৰক । দাইল’গ-বক্সটো বন্ধ কৰক |
| 01:56 | Raster মেনুক খোলক |
| 01:59 | Interpolation অপচন এতিয়া যোগ কৰা হ’ল Raster মেনুত |
| 02:04 | Add Vector Layer টোলত ক্লিক কৰক । Add vector layer দাইল’গ-বক্স আহিছে |
| 02:11 | Browse বুটামত ক্লিক কৰক আৰু Code files ফ’ল্দাৰলৈ নেভিগেত কৰক । ইয়াত আমি দুটা ফাইল চিলেক্ত কৰিম |
| 02:20 | AirStations.shp ফাইলটো বাচক |
| 02:24 | কীব’ৰ্ডত Ctrl কীটো ধৰি থাকক আৰু MH_Districts.shp ত ক্লিক কৰক |
| 02:32 | Open বুটামত ক্লিক কৰক |
| 02:35 | Add vector layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক |
| 02:40 | কেনভাচত আমি মহাৰাষ্ট্ৰ ৰাজ্যৰ মেপখন দেখিছো |
| 02:45 | প্ৰতিখন জিলাত থকা Air stations ৰ ল’কেচনচক পইন্ত বৈশিষ্ট্য হিচাবে দেখুৱা হৈছে |
| 02:52 | আহক এই পইন্ত বৈশিষ্ট্যক লেবেল কৰো |
| 02:56 | Air Stations layer ত ৰাইত-ক্লিক কৰক |
| 03:00 | Properties অপচনত ক্লিক কৰক Layer Properties দাইল’গ-বক্সক খুলিবলৈ |
| 03:06 | বাওঁফালৰ পানেলত অৱস্থিত Labels অপচনক বাচক |
| 03:11 | ওপৰত অৱস্থিত দ্ৰপ-দাউনত ক্লিক কৰক |
| 03:15 | দ্ৰপ-দাউনৰ পৰা বাচক Show labels for this layer |
| 03:20 | Label with দ্ৰপ-দাউনত, বাচক Air underscore Pollut । তললৈ স্ক্ৰ’ল কৰক |
| 03:28 | ইয়াত আপুনি বিভিন্ন অপচন পাব লেবেল ষ্টাইলক ম’দিফাই কৰিবলৈ |
| 03:33 | প্ৰয়োজনীয় ষ্টাইলক বাচক আৰু OK বুটামত ক্লিক কৰক |
| 03:38 | কেনভাচত, পইন্তচ লেবেলচৰ সৈতে দৰ্শিত হ’ব |
| 03:43 | Air Stations dot shp layer ৰ বাবে attribute টেবলখন খোলক |
| 03:49 | attribute টেবলখনত Nitrogen Oxides ৰ লেভেলচ প্ৰতিটো ষ্টেচনৰ বাবে দিয়া হৈছে |
| 03:57 | আমি ইন্তাৰপ’লেত কৰিম Air Stations layer ক Nox attribute ৰ দ্বাৰা |
| 04:03 | ইয়াত আমি IDW method ব্যৱ্হাৰ কৰিম interpolation ৰ বাবে । attribute টেবলখন বন্ধ কৰক |
| 04:11 | Inverse Distance Weighting মেথ’দে ওজন দিয়ে চেম্প’ল পইন্তচলৈ |
| 04:17 | ই ব্যৱহৃত হয় দেতা interpolating ৰ বাবে যেনে তাপমাত্ৰা, বৰষুণৰ পৰিমাণ, জনসংখ্যা ইত্যাদি |
| 04:26 | QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 04:29 | Raster মেনুত ক্লিক কৰক |
| 04:32 | interpolation প্লাগিনত ক্লিক কৰক |
| 04:35 | Interpolation plugin দাইল’গ-বক্স আহিছে |
| 04:39 | Input চেকচনত, বাচক Air Stations অপচন হিচাবে Vector layers ৰ বাবে |
| 04:46 | ইয়াত, দিফল্টভাবে, Air Stations layer ইতিমধ্যে নিৰ্বাচিত হৈছে |
| 04:52 | Interpolation attribute বাচক NOx হিচাবে |
| 04:57 | Add বুটামত ক্লিক কৰক |
| 05:00 | ই Air Stations dot shp layer ক যোগ কৰিব Nitrogen Oxide এত্ৰিবিউতৰ সৈতে |
| 05:06 | Points বাচক Type দ্ৰপ-দাউনত । ইয়াত Points নিৰ্বাচিত হৈছে দিফল্টভাবে |
| 05:14 | Output চেকচনলৈ যাওঁক |
| 05:17 | Interpolation method বাচক Inverse Distance Weighting হিচাবে । আন সকলো চেতিংগচক default হিচাবে ৰাখক |
| 05:26 | Output file ৰ কাষত থকা তিনিটা দতৰ বুটামটোত ক্লিক কৰক |
| 05:30 | আউতপুতক ছেভ কৰক এটা IDW underscore Stations হিচাবে উপযুক্ত ফ’ল্দাৰত । মই ইয়াক ছেভ কৰিম Desktop ত |
| 05:40 | চেক কৰক, Add result to project যদি ই আনচেক হৈ থাকে |
| 05:45 | OK বুটামত ক্লিক কৰক |
| 05:47 | স্ক্ৰিণত মেপখন black আৰু white এৰিয়া সমূহৰ সৈতে দৰ্শিত হ’ব |
| 05:53 | বগা এৰিয়া সমূহে দৰ্শাই Nitrogen Oxides ৰ উচ্চ লেভেলচক |
| 05:58 | ক’লা এৰিয়া সমূহে দৰ্শাই Nitrogen Oxides ৰ নিম্ন লেভেলচক |
| 06:03 | অধিক স্পষ্ট হ’বৰ বাবে, আমি layer টোৰ চিম্ব’ল’জিক সলাম |
| 06:08 | Layer properties খোলক IDW layer টোৰ বাবে |
| 06:13 | বাওঁফালৰ পানেলৰ পৰা, Style অপচনত ক্লিক কৰক |
| 06:17 | Render type বাচক Single band Pseudocolor হিচাবে |
| 06:22 | Discrete বাচক Interpolation দ্ৰপ-দাউনৰ পৰা |
| 06:26 | কালাৰ দ্ৰপ-দাউনৰ পৰা বাচক Spectral । Invert চেক-বক্সক চেক কৰক |
| 06:33 | Classify বুটামত ক্লিক কৰক |
| 06:36 | আন সকলো চেতিংগচক দিফল্ট হিচাবে ৰাখক |
| 06:40 | ক্লিক কৰক Apply আৰু OK বুটামত |
| 06:44 | Spectral কালাৰচত থকা এৰিয়া সমূহৰ সৈতে মেপখন কেনভাচত দৰ্শিত হৈছে |
| 06:50 | ৰঙা ৰঙৰ এৰিয়া সমূহত Nitrogen Oxides ৰ উচ্চ কনচেনট্ৰেচন আছে |
| 06:56 | নীলা এৰিয়া সমূহত Nitrogen Oxides ৰ নিম্ন কনচেনট্ৰেচন আছে |
| 07:01 | project টো ছেভ কৰক টোল বাৰৰ পৰা Save টোল ব্যৱ্হাৰ কৰি |
| 07:06 | এটা উপযুক্ত নাম দিয়ক । এটা সহজ ল’কেচন বাচক |
| 07:12 | Save বুটামত ক্লিক কৰক |
| 07:15 | আহক এতিয়া Triangulated Irregular Network interpolation মেথদৰ বিষয়ে শিকো |
| 07:22 | TIN ব্যৱহৃত হয় ত্ৰিভুজৰ দ্বাৰা গঠিত হোৱা চাৰ্ফেচ এটা বনাবলৈ |
| 07:28 | ই nearest neighbor point তথ্যৰ ওপৰত ভিত্তি কৰি হয় |
| 07:33 | TIN মেথ’দ কমনভাবে ব্যৱহৃত হয় এলিভেচন দেতাৰ বাবে |
| 07:38 | এখোন নতুন Open a new QGIS উইন্দ’ খোলক । টোল বাৰত New টোলত ক্লিক কৰক |
| 07:45 | Add Vector Layer টোলক ব্যৱ্হাৰ কৰক Points dot shp layer ক ল’ড কৰিবলৈ |
| 07:52 | Points layer ৰ বাবে Attribute table খোলক |
| 07:56 | প্ৰতিটো পইন্ত বৈশিষ্ট্যৰ বাবে Elevation দেতাক মন কৰক |
| 08:01 | Attribute টেবলখন বন্ধ কৰক |
| 08:04 | পুনৰ Interpolation window খোলক Raster মেনুৰ পৰা |
| 08:09 | Input চেকচনৰ ভিতৰত, Vector layers দ্ৰপ-দাউনত বাচক Points layer ।
elevation বাচক Interpolation attribute হিচাবে |
| 08:20 | Add বুটামত ক্লিক কৰক । ই যোগ কৰিব Points layer ক elevation attribute ৰ সৈতে interpolating ৰ বাবে |
| 08:28 | Type দ্ৰপ-দাউনত Points নিৰ্বাচিত হৈছে স্বয়ংক্ৰিয়ভাবে । ইয়াক তেনেদৰেই ৰাখক |
| 08:34 | Output চেকচনৰ ভিতৰত, Triangular interpolation বাচক Interpolation method হিচাবে |
| 08:41 | output ফাইলটো ছেভ কৰক TIN-Stations হিচাবে আৰু OK বুটামত ক্লিক কৰক |
| 08:49 | triangulated interpolation দৰ্শিত কৰি মেপখন কেনভাচত আহিছে |
| 08:54 | symbology সলাওঁক এই layer ৰ বাবে |
| 08:58 | একেখিনি ষ্টেপক অনুসৰণ কৰক আমি IDW layer ৰ বাবে কৰাৰ দৰে |
| 09:12 | মেপখন এতিয়া Spectral কালাৰ্চত দৰ্শিত হৈছে । ৰঙা ৰঙৰ এৰিয়া সমূহে দৰ্শাই উচ্চ এলিভেচন |
| 09:21 | নীলা ৰঙৰ এৰিয়া সমূহে দৰ্শাই নিম্ন এলিভেচন |
| 09:25 | মেপচ ছেভ কৰক টোল বাৰত থকা Save টোল ব্যৱ্হাৰ কৰি |
| 09:30 | আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো 'Interpolation ৰ দুটা মেথ’দচৰ বিষয়ে |
| 09:37 | Inverse Distance Weighting (IDW) আৰু Triangulated Irregular Network (TIN) |
| 09:43 | অনুশিলনীটোৰ বাবে, IDW interpolated মেপ বনাওঁক Air Stations layer ৰ বাবে SO2 attribute ৰ সৈতে |
| 09:52 | আপোনাৰ মেপখন দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
| 09:56 | এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
| 10:03 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
| 10:13 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
| 10:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |