QGIS/C3/Table-Joins-and-Spatial-Joins/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Table Joins আৰু Spatial Joins ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম কমন ফিল্দ আৰু একে spatial data থকা দুটা data-sets ৰ attribute tables ক জইন কৰিবলৈ |
00:19 | ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:26 | QGIS ভাৰ্চন 2.18 |
00:30 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, শিকাৰুজন QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:36 | সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব |
00:42 | প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰক |
00:48 | দাউনল’দ কৰা জিপ ফাইলটোৰ উপাদানখিনিক এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক |
00:54 | মই ইতিমধ্যে code files দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো |
01:01 | ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ |
01:04 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Stations.shp ফাইলক বিচাৰক |
01:09 | Stations.shp ফাইলটোৱে সম্পূৰ্ণ ভাৰতবৰ্ষত থকা মিতিৰ’ল’জিকেল ষ্টেচনচ বা এয়াৰ ষ্টেচনচৰ ল’কেচনসমূহক দেখাইছে |
01:17 | ইয়াত লগতে আমাৰ আন ফাইলচ আছে যাক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ |
01:23 | attribute tables জইন কৰাই বুজাই, দুটা data-sets ৰ মাজত attribute data ক কম্বাইন কৰাক |
01:30 | টেবল এখন জইন কৰাৰ দুটা পথ আছে, Table Join যি হৈছে, এটা বা অধিক কমন ক’লম দেতা থকা tables জইন কৰাক |
01:40 | Spatial Join এ বুজাই একে spatial data থকা tables জইন কৰাক |
01:46 | এই টিউট’ৰিয়েলটোত আমি দুয়োটা মেথ’দচক ব্যাখ্যা কৰিম |
01:50 | অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব |
01:54 | QGIS ইন্তাৰফেচ খোলক |
01:57 | প্ৰথমতে, আমি কমন ফিল্দ থকা attribute tables জইন কৰিম |
02:02 | বাওঁফালে টোলবাৰৰ পৰা Add Vector Layer টোলত ক্লিক কৰক |
02:07 | Add Vector Layer দাইল’গ-বক্স আহিছে |
02:10 | Dataset ফিল্দৰ কাষত থকা Browse বুটামত ক্লিক কৰক । দাইল’গ-বক্স এটা আহিছে |
02:17 | Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Stations.shp ফাইললৈ নেভিগেত কৰক |
02:22 | Open বুটামত ক্লিক কৰক |
02:25 | Add vector layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক |
02:30 | Stations.shp layer যোগ কৰা হ’ব Layers Panel ত |
02:35 | সংগত মেপখন কেনভাচত দৰ্শিত হৈছে |
02:39 | এই মেপখনে দেখাই পইন্ত বৈশিষ্ট্য সমূহক, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচনসমূহলৈ সংগতি ৰাখি |
02:47 | আহক এই লেয়াৰৰ বাবে attribute table খন খোলো |
02:51 | Layers Panel ত, Stations.shp ত ৰাইত-ক্লিক কৰক |
02:56 | কনটেকস্ত মেনুৰ পৰা বাচক Open Attribute Table অপচনক |
03:01 | Attribute table আহিছে |
03:03 | মন কৰিব যে মাত্ৰ এটা এত্ৰিবিউত District ৰ বাবেহে দেতা উপলদ্ধ আছে |
03:10 | attribute table খন মিনিমাইজ কৰক |
03:13 | এতিয়া আমি আন এটা data-set যোগ কৰিম যি হৈছে Layers Panel টোলৈ এখন স্প্ৰেদচিত । এই দেতা চেত CSV format ত আছে |
03:23 | মেনু বাৰত Layer মেনুত ক্লিক কৰক । Add layer ত ক্লিক কৰক |
03:30 | চাব-মেনুৰ পৰা Add Delimited Text Layer অপচনত ক্লিক কৰক |
03:35 | দাইল’গ-বক্স এটা আহিছে |
03:38 | File Name ফিল্দৰ কাষত থকা Browse বুটামত ক্লিক কৰক |
03:43 | দাইল’গ-বক্স এটা আহিছে |
03:46 | Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Rainfall.csv লৈ নেভিগেত কৰক । Open বুটামত ক্লিক কৰক |
03:54 | Delimited Text File দাইল’গ-বক্সত, CSV বাচক File Format হিচাবে |
04:01 | Geometry definition বাচক No geometry হিচাবে । আন সকলো ফিল্দক তেনেদৰেই ৰাখক |
04:09 | OK বুটামত ক্লিক কৰক |
04:12 | QGIS কেনভাচত, Rainfall layer যোগ কৰা হ’ব Layers Panel ত |
04:18 | Rainfall layer ত ৰাইত-ক্লিক কৰক |
04:21 | কনটেকস্ত মেনুৰ পৰা Open Attribute Table ত ক্লিক কৰক |
04:26 | Attribute table আহিছে । attribute table খনত বিভিন্ন জিলাসমূহৰ বাবে ৰেইনফল দেতা আছে January ৰ পৰা December লৈকে |
04:37 | Stations attribute table খন মেক্সিমাইজ কৰক আৰু দুয়োখন টেবল তুলনা কৰক |
04:43 | অনুগ্ৰহ কৰি মন কৰিব, Rainfall আৰু Stations layers দুয়োটাতে District ফিল্দটো কমন হয় |
04:50 | এতিয়া আমি attribute data ক যোগ কৰিম Rainfall layer ৰ পৰা Stations layer লৈ |
04:56 | Stations attribute table খনত District নামৰ মাত্ৰ এটা ক’লম আছে |
05:02 | আমি Rainfall data ক যোগ কৰিম Stations attribute table খনলৈ |
05:07 | attribute tables খন বন্ধ কৰক |
05:10 | Layers Panel ত থকা Stations layer বাচক |
05:14 | এই layer এ নতুন দেতাটো ৰিচিভ কৰিব Rainfall layer ৰ পৰা |
05:19 | Stations layer ত ৰাইত-ক্লিক কৰক |
05:22 | কনটেকস্ত মেনুৰ পৰা Properties অপচনত ক্লিক কৰক |
05:26 | Layer Properties দাইল’গ-বক্স আহিছে । বাওঁফালে পানেলৰ পৰা Joins ত ক্লিক কৰক |
05:33 | নতুন উইন্দ’ খনত, তলত বাওঁফালে চুকত অৱস্থিত plus চিহ্নত ক্লিক কৰক |
05:39 | Add vector join দাইল’গ-বক্স আহিছে |
05:43 | ইয়াত আমাৰ অপচনচ আছে Join layer, Join field আৰু Target field ৰ বাবে বাচিবলৈ |
05:51 | Join layer হ’ব Rainfall layer, য’ৰ পৰা data যোগ হ’ব Stations attribute table খনলৈ |
05:59 | ইয়াত Rainfall layer ইতিমধ্যে নিৰ্বাচিত হৈছে |
06:03 | Join field হৈছে ফিল্দ বা attribute যি Rainfall table ত জইন হ’ব |
06:10 | Join field ত, দ্ৰপ-দাউনৰ পৰা বাচক District |
06:15 | Target field হৈছে Stations table ত জইন হ’ব লগা ফিল্দ |
06:20 | Target field ত, District ইতিমধ্যে নিৰ্বাচিত হৈছে |
06:25 | এই ফিল্দ কমন হয় দুয়োখন tables ৰ বাবে |
06:29 | Choose which fields are joined ৰ বাবে চেক-বক্সত চেক কৰক |
06:34 | টেকস্ত-বক্সটোৰ তলত এতিয়া সকলোখিনি ক’লমচ আৰু চেক-বক্সৰে ভৰ্ত্তি হৈছে |
06:41 | টেকস্ত বক্সটোত January ৰ পৰা Annual Average লৈকে ক’লমচৰ বাবে বক্সসমূহত চেক কৰক |
06:48 | OK বুটামত ক্লিক কৰক Add vector join দাইল’গ-বক্সক বন্ধ কৰিবলৈ |
06:53 | Layer Properties দাইল’গ-বক্সত, লেয়াৰ আৰু ক’লমচৰ জইনৰ বিষয়ে তথ্যক সূচীত কৰা হৈছে ওপৰত |
07:02 | ক্লিক কৰক Apply বুটামত, পাছত OK বুটামত |
07:06 | QGIS ইন্তাৰফেচত, আগতে দেখুৱা দৰে attribute table খোলক Stations layer ৰ বাবে |
07:14 | মন কৰিব যে এই table খনে সকলো ষ্টেচনচৰ বাবে Rainfall data ক দেখাই |
07:20 | attribute table খন বন্ধ কৰক |
07:23 | পাছত, আমি শিকিম দুটা data-sets ৰ attribute table ক ল’কেচনৰ দ্বাৰা কেনেকৈ জইন কৰা হয় |
07:30 | আহক আন এটা layer যোগ কৰো Layers Panel ত |
07:34 | ইয়াৰ বাবে Add Vector Layer টোলত ক্লিক কৰক |
07:38 | Add Vector Layer দাইল’গ-বক্সত, Browse বুটামত ক্লিক কৰক |
07:43 | Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Admin.shp লৈ নেভিগেত কৰক |
07:49 | Open বুটামত ক্লিক কৰক |
07:51 | পুনৰ Add Vector Layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক |
07:56 | Admin layer এতিয়া যোগ কৰা হ’ল Layers Panel ত |
08:00 | Admin layer মেপখন আহিছে ভাৰতবৰ্ষৰ এদমিনিষ্ট্ৰেতিভ ষ্টেত বাউনদ্ৰি সমূহক দেখাই |
08:07 | Layers panel ত থকা Admin layer ত ক্লিক কৰক |
08:11 | দ্ৰাগ কৰক আৰু ইয়াক Stations layer ৰ তললৈ নিয়ক |
08:15 | এতিয়া আমি বিভিন্ন ৰাজ্যসমূহত অৱস্থিত পইন্ত বৈশিষ্ট্যসমূহক চাব পাৰো |
08:20 | Admin layer ৰ বাবে attribute table খন খোলক |
08:24 | attribute table খনে ৰাজ্যসমূহলৈ সংগত তথ্যক দেখাই |
08:29 | Admin attribute table খন মিনিমাইজ কৰক । পুনৰ Stations attribute table খন খোলক |
08:36 | এতিয়া আমি Stations layer আৰু Admin layer ৰ বাবে ল’কেচনৰ দ্বাৰা attributes জইন কৰিম |
08:43 | দুয়োখন attribute tables বন্ধ কৰক |
08:47 | Vector মেনুত ক্লিক কৰক |
08:48 | মেনুখন তললৈ স্ক্ৰ’ল কৰক আৰু Data Management Tools ত ক্লিক কৰক |
08:53 | চাব-মেনুৰ পৰা বাচক Join attributes by location |
08:58 | Join attributes by location দাইল’গ-বক্স আহিছে |
09:02 | Target vector layer ৰ বাবে দ্ৰপ-দাউনত ক্লিক কৰক |
09:05 | ইয়াত আমি attribute table খন জইন কৰিবৰ বাবে target vector layer ক সূচীত কৰিব লাগিব |
09:12 | আমাৰ ক্ষেত্ৰত Stations layer লৈ আমি নতুন data যোগ কৰিব লাগিব |
09:17 | গতিকে Stations layer টো হ’ব Target Layer |
09:21 | সেইবাবে আমি দ্ৰপ-দাউনৰ পৰা Stations [EPSG: 4326] ক বাচিম target layer হিচাবে |
09:29 | Join vector layer ৰ বাবে দ্ৰপ-দাউনত ক্লিক কৰক |
09:33 | ইয়াত আমি লেয়াৰটো বাচিব লাগিব যাক আমি target layer ৰ সৈতে জইন কৰিব বিচাৰো |
09:40 | দ্ৰপ-দাউনৰ পৰা বাচক Admin [EPSG: 4326] |
09:45 | ইয়াত আমাৰ বহুতো অপচনচ আছে attributes ক জইন কৰিবৰ বাবে |
09:50 | আমি আগ্ৰহী হয় বিভিন্ন ৰাজ্যসমূহত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচনসমূহক বিচাৰিবলৈ |
09:56 | গতিকে Geometric predicate ৰ ভিতৰত, আমি বাচিম within চেক-বক্সক । তললৈ স্ক্ৰ’ল কৰক |
10:04 | চেক-বক্সটো চেক কৰক Open output file after running algorithm ৰ বাবে |
10:10 | বাকী সকলো চেতিংগচক দিফল্ট হিচাবে থাকিব দিয়ক । Run বুটামত ক্লিক কৰক |
10:17 | তলত থকা ষ্টেতাচ বাৰে প্ৰচেচিং এলগ’ৰিথমটোৰ প্ৰগ্ৰেচক দেখাইছে । প্ৰচেচটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক |
10:25 | কেনভাচত, এটা নতুন layer, Joined layer যোগ কৰা হ’ল Layers Panel ত |
10:32 | Joined layer ত ৰাইত-ক্লিক কৰক আৰু attribute table খন খোলক |
10:37 | এই table খনত Stations layer ত থকা প্ৰতিটো পইন্তৰ বাবে Admin layer ৰ পৰা সকলোখিনি attributes আছে |
10:45 | প্ৰতিটো পইন্ত বৈশিষ্ট্যত তথ্য আছে ৰাজ্যৰ বিষয়ে |
10:49 | attribute table খন বন্ধ কৰক |
10:52 | প্ৰজেক্তটো ছেভ কৰিবলৈ, মেনু বাৰৰ পৰা Project মেনুত ক্লিক কৰক । Save As অপচনক বাচক |
11:01 | এটা উপযুক্ত নাম দিয়ক আৰু এটা সহজ ল’কেচন বাচক |
11:06 | Save বুটামত ক্লিক কৰক |
11:10 | আহক মূলভাব চাওঁ |
11:12 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো কমন ফিল্দ আৰু একে spatial data থকা দুটা data-sets ৰ attribute tables ক জইন কৰিবলৈ |
11:22 | এটা অনুশিলনী হিচাবে, জুনৰ পৰা ডিচেম্বৰলৈকে rainfall data ক জইন কৰক stations data ৰ সৈতে |
11:30 | Code files ফ’ল্দাৰত দিয়া Rainfall.csv আৰু Stations.shp ফাইলচক ব্যৱ্হাৰ কৰক |
11:37 | সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
11:41 | এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
11:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
11:58 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
12:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
12:10 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |