QGIS/C3/Table-Joins-and-Spatial-Joins/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISTable Joins আৰু Spatial Joins ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম কমন ফিল্দ আৰু একে spatial data থকা দুটা data-setsattribute tables ক জইন কৰিবলৈ
00:19 ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:26 QGIS ভাৰ্চন 2.18
00:30 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, শিকাৰুজন QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:36 সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব
00:42 প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰক
00:48 দাউনল’দ কৰা জিপ ফাইলটোৰ উপাদানখিনিক এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক
00:54 মই ইতিমধ্যে code files দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো
01:01 ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ
01:04 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Stations.shp ফাইলক বিচাৰক
01:09 Stations.shp ফাইলটোৱে সম্পূৰ্ণ ভাৰতবৰ্ষত থকা মিতিৰ’ল’জিকেল ষ্টেচনচ বা এয়াৰ ষ্টেচনচৰ ল’কেচনসমূহক দেখাইছে
01:17 ইয়াত লগতে আমাৰ আন ফাইলচ আছে যাক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ
01:23 attribute tables জইন কৰাই বুজাই, দুটা data-sets ৰ মাজত attribute data ক কম্বাইন কৰাক
01:30 টেবল এখন জইন কৰাৰ দুটা পথ আছে, Table Join যি হৈছে, এটা বা অধিক কমন ক’লম দেতা থকা tables জইন কৰাক
01:40 Spatial Join এ বুজাই একে spatial data থকা tables জইন কৰাক
01:46 এই টিউট’ৰিয়েলটোত আমি দুয়োটা মেথ’দচক ব্যাখ্যা কৰিম
01:50 অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব
01:54 QGIS ইন্তাৰফেচ খোলক
01:57 প্ৰথমতে, আমি কমন ফিল্দ থকা attribute tables জইন কৰিম
02:02 বাওঁফালে টোলবাৰৰ পৰা Add Vector Layer টোলত ক্লিক কৰক
02:07 Add Vector Layer দাইল’গ-বক্স আহিছে
02:10 Dataset ফিল্দৰ কাষত থকা Browse বুটামত ক্লিক কৰক । দাইল’গ-বক্স এটা আহিছে
02:17 Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Stations.shp ফাইললৈ নেভিগেত কৰক
02:22 Open বুটামত ক্লিক কৰক
02:25 Add vector layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক
02:30 Stations.shp layer যোগ কৰা হ’ব Layers Panel
02:35 সংগত মেপখন কেনভাচত দৰ্শিত হৈছে
02:39 এই মেপখনে দেখাই পইন্ত বৈশিষ্ট্য সমূহক, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচনসমূহলৈ সংগতি ৰাখি
02:47 আহক এই লেয়াৰৰ বাবে attribute table খন খোলো
02:51 Layers Panel ত, Stations.shp ত ৰাইত-ক্লিক কৰক
02:56 কনটেকস্ত মেনুৰ পৰা বাচক Open Attribute Table অপচনক
03:01 Attribute table আহিছে
03:03 মন কৰিব যে মাত্ৰ এটা এত্ৰিবিউত District ৰ বাবেহে দেতা উপলদ্ধ আছে
03:10 attribute table খন মিনিমাইজ কৰক
03:13 এতিয়া আমি আন এটা data-set যোগ কৰিম যি হৈছে Layers Panel টোলৈ এখন স্প্ৰেদচিত । এই দেতা চেত CSV format ত আছে
03:23 মেনু বাৰত Layer মেনুত ক্লিক কৰক । Add layer ত ক্লিক কৰক
03:30 চাব-মেনুৰ পৰা Add Delimited Text Layer অপচনত ক্লিক কৰক
03:35 দাইল’গ-বক্স এটা আহিছে
03:38 File Name ফিল্দৰ কাষত থকা Browse বুটামত ক্লিক কৰক
03:43 দাইল’গ-বক্স এটা আহিছে
03:46 Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Rainfall.csv লৈ নেভিগেত কৰক । Open বুটামত ক্লিক কৰক
03:54 Delimited Text File দাইল’গ-বক্সত, CSV বাচক File Format হিচাবে
04:01 Geometry definition বাচক No geometry হিচাবে । আন সকলো ফিল্দক তেনেদৰেই ৰাখক
04:09 OK বুটামত ক্লিক কৰক
04:12 QGIS কেনভাচত, Rainfall layer যোগ কৰা হ’ব Layers Panel
04:18 Rainfall layer ত ৰাইত-ক্লিক কৰক
04:21 কনটেকস্ত মেনুৰ পৰা Open Attribute Table ত ক্লিক কৰক
04:26 Attribute table আহিছে । attribute table খনত বিভিন্ন জিলাসমূহৰ বাবে ৰেইনফল দেতা আছে January ৰ পৰা December লৈকে
04:37 Stations attribute table খন মেক্সিমাইজ কৰক আৰু দুয়োখন টেবল তুলনা কৰক
04:43 অনুগ্ৰহ কৰি মন কৰিব, Rainfall আৰু Stations layers দুয়োটাতে District ফিল্দটো কমন হয়
04:50 এতিয়া আমি attribute data ক যোগ কৰিম Rainfall layer ৰ পৰা Stations layer লৈ
04:56 Stations attribute table খনত District নামৰ মাত্ৰ এটা ক’লম আছে
05:02 আমি Rainfall data ক যোগ কৰিম Stations attribute table খনলৈ
05:07 attribute tables খন বন্ধ কৰক
05:10 Layers Panel ত থকা Stations layer বাচক
05:14 এই layer এ নতুন দেতাটো ৰিচিভ কৰিব Rainfall layer ৰ পৰা
05:19 Stations layer ত ৰাইত-ক্লিক কৰক
05:22 কনটেকস্ত মেনুৰ পৰা Properties অপচনত ক্লিক কৰক
05:26 Layer Properties দাইল’গ-বক্স আহিছে । বাওঁফালে পানেলৰ পৰা Joins ত ক্লিক কৰক
05:33 নতুন উইন্দ’ খনত, তলত বাওঁফালে চুকত অৱস্থিত plus চিহ্নত ক্লিক কৰক
05:39 Add vector join দাইল’গ-বক্স আহিছে
05:43 ইয়াত আমাৰ অপচনচ আছে Join layer, Join field আৰু Target field ৰ বাবে বাচিবলৈ
05:51 Join layer হ’ব Rainfall layer, য’ৰ পৰা data যোগ হ’ব Stations attribute table খনলৈ
05:59 ইয়াত Rainfall layer ইতিমধ্যে নিৰ্বাচিত হৈছে
06:03 Join field হৈছে ফিল্দ বা attribute যি Rainfall table ত জইন হ’ব
06:10 Join field ত, দ্ৰপ-দাউনৰ পৰা বাচক District
06:15 Target field হৈছে Stations table ত জইন হ’ব লগা ফিল্দ
06:20 Target field ত, District ইতিমধ্যে নিৰ্বাচিত হৈছে
06:25 এই ফিল্দ কমন হয় দুয়োখন tables ৰ বাবে
06:29 Choose which fields are joined ৰ বাবে চেক-বক্সত চেক কৰক
06:34 টেকস্ত-বক্সটোৰ তলত এতিয়া সকলোখিনি ক’লমচ আৰু চেক-বক্সৰে ভৰ্ত্তি হৈছে
06:41 টেকস্ত বক্সটোত January ৰ পৰা Annual Average লৈকে ক’লমচৰ বাবে বক্সসমূহত চেক কৰক
06:48 OK বুটামত ক্লিক কৰক Add vector join দাইল’গ-বক্সক বন্ধ কৰিবলৈ
06:53 Layer Properties দাইল’গ-বক্সত, লেয়াৰ আৰু ক’লমচৰ জইনৰ বিষয়ে তথ্যক সূচীত কৰা হৈছে ওপৰত
07:02 ক্লিক কৰক Apply বুটামত, পাছত OK বুটামত
07:06 QGIS ইন্তাৰফেচত, আগতে দেখুৱা দৰে attribute table খোলক Stations layer ৰ বাবে
07:14 মন কৰিব যে এই table খনে সকলো ষ্টেচনচৰ বাবে Rainfall data ক দেখাই
07:20 attribute table খন বন্ধ কৰক
07:23 পাছত, আমি শিকিম দুটা data-setsattribute table ক ল’কেচনৰ দ্বাৰা কেনেকৈ জইন কৰা হয়
07:30 আহক আন এটা layer যোগ কৰো Layers Panel
07:34 ইয়াৰ বাবে Add Vector Layer টোলত ক্লিক কৰক
07:38 Add Vector Layer দাইল’গ-বক্সত, Browse বুটামত ক্লিক কৰক
07:43 Desktop ত থকা Code files ফ’ল্দাৰৰ পৰা Admin.shp লৈ নেভিগেত কৰক
07:49 Open বুটামত ক্লিক কৰক
07:51 পুনৰ Add Vector Layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক
07:56 Admin layer এতিয়া যোগ কৰা হ’ল Layers Panel
08:00 Admin layer মেপখন আহিছে ভাৰতবৰ্ষৰ এদমিনিষ্ট্ৰেতিভ ষ্টেত বাউনদ্ৰি সমূহক দেখাই
08:07 Layers panel ত থকা Admin layer ত ক্লিক কৰক
08:11 দ্ৰাগ কৰক আৰু ইয়াক Stations layer ৰ তললৈ নিয়ক
08:15 এতিয়া আমি বিভিন্ন ৰাজ্যসমূহত অৱস্থিত পইন্ত বৈশিষ্ট্যসমূহক চাব পাৰো
08:20 Admin layer ৰ বাবে attribute table খন খোলক
08:24 attribute table খনে ৰাজ্যসমূহলৈ সংগত তথ্যক দেখাই
08:29 Admin attribute table খন মিনিমাইজ কৰক । পুনৰ Stations attribute table খন খোলক
08:36 এতিয়া আমি Stations layer আৰু Admin layer ৰ বাবে ল’কেচনৰ দ্বাৰা attributes জইন কৰিম
08:43 দুয়োখন attribute tables বন্ধ কৰক
08:47 Vector মেনুত ক্লিক কৰক
08:48 মেনুখন তললৈ স্ক্ৰ’ল কৰক আৰু Data Management Tools ত ক্লিক কৰক
08:53 চাব-মেনুৰ পৰা বাচক Join attributes by location
08:58 Join attributes by location দাইল’গ-বক্স আহিছে
09:02 Target vector layer ৰ বাবে দ্ৰপ-দাউনত ক্লিক কৰক
09:05 ইয়াত আমি attribute table খন জইন কৰিবৰ বাবে target vector layer ক সূচীত কৰিব লাগিব
09:12 আমাৰ ক্ষেত্ৰত Stations layer লৈ আমি নতুন data যোগ কৰিব লাগিব
09:17 গতিকে Stations layer টো হ’ব Target Layer
09:21 সেইবাবে আমি দ্ৰপ-দাউনৰ পৰা Stations [EPSG: 4326] ক বাচিম target layer হিচাবে
09:29 Join vector layer ৰ বাবে দ্ৰপ-দাউনত ক্লিক কৰক
09:33 ইয়াত আমি লেয়াৰটো বাচিব লাগিব যাক আমি target layer ৰ সৈতে জইন কৰিব বিচাৰো
09:40 দ্ৰপ-দাউনৰ পৰা বাচক Admin [EPSG: 4326]
09:45 ইয়াত আমাৰ বহুতো অপচনচ আছে attributes ক জইন কৰিবৰ বাবে
09:50 আমি আগ্ৰহী হয় বিভিন্ন ৰাজ্যসমূহত অৱস্থিত মিতিৰ’ল’জিকেল ষ্টেচনসমূহক বিচাৰিবলৈ
09:56 গতিকে Geometric predicate ৰ ভিতৰত, আমি বাচিম within চেক-বক্সক । তললৈ স্ক্ৰ’ল কৰক
10:04 চেক-বক্সটো চেক কৰক Open output file after running algorithm ৰ বাবে
10:10 বাকী সকলো চেতিংগচক দিফল্ট হিচাবে থাকিব দিয়ক । Run বুটামত ক্লিক কৰক
10:17 তলত থকা ষ্টেতাচ বাৰে প্ৰচেচিং এলগ’ৰিথমটোৰ প্ৰগ্ৰেচক দেখাইছে । প্ৰচেচটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক
10:25 কেনভাচত, এটা নতুন layer, Joined layer যোগ কৰা হ’ল Layers Panel
10:32 Joined layer ত ৰাইত-ক্লিক কৰক আৰু attribute table খন খোলক
10:37 এই table খনত Stations layer ত থকা প্ৰতিটো পইন্তৰ বাবে Admin layer ৰ পৰা সকলোখিনি attributes আছে
10:45 প্ৰতিটো পইন্ত বৈশিষ্ট্যত তথ্য আছে ৰাজ্যৰ বিষয়ে
10:49 attribute table খন বন্ধ কৰক
10:52 প্ৰজেক্তটো ছেভ কৰিবলৈ, মেনু বাৰৰ পৰা Project মেনুত ক্লিক কৰক । Save As অপচনক বাচক
11:01 এটা উপযুক্ত নাম দিয়ক আৰু এটা সহজ ল’কেচন বাচক
11:06 Save বুটামত ক্লিক কৰক
11:10 আহক মূলভাব চাওঁ
11:12 এই টিউট’ৰিয়েলটোত, আমি শিকিলো কমন ফিল্দ আৰু একে spatial data থকা দুটা data-setsattribute tables ক জইন কৰিবলৈ
11:22 এটা অনুশিলনী হিচাবে, জুনৰ পৰা ডিচেম্বৰলৈকে rainfall data ক জইন কৰক stations data ৰ সৈতে
11:30 Code files ফ’ল্দাৰত দিয়া Rainfall.csv আৰু Stations.shp ফাইলচক ব্যৱ্হাৰ কৰক
11:37 সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
11:41 এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
11:48 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
11:58 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
12:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে
12:10 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9